Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Seminar On Gas Market Development For Domestic And Pipeline Cannectivity To NE For Acces: গুৱাহাটীত ইণ্ডিয়ান গেছ এক্সেজে (আইজিএক্স) ৰ উদ্যোগত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে গেছৰ বজাৰ উন্নয়ন’ বিষয়ক আলোচনা চক্ৰ

চলিত বর্ষত নতুন পাইপলাইন নেটৱৰ্ক স্থাপনৰ লগতে প্রাকৃতিক গেছৰ অর্থনৈতিক দুৱাৰ মুকলি কৰাত এক্সেজে সহায় কৰিছে :ৰাজেশ কে মেডিৰাট্টা

samimsultana by samimsultana
November 9, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Seminar On Gas Market Development For Domestic And Pipeline Cannectivity To NE For Acces: গুৱাহাটীত ইণ্ডিয়ান গেছ এক্সেজে (আইজিএক্স) ৰ উদ্যোগত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে গেছৰ বজাৰ উন্নয়ন’ বিষয়ক আলোচনা চক্ৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Guwahati:বন্দে মাতৰম শিবিৰ ২০২৬–২৭’ৰ আনুষ্ঠানিক উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰী বিশ্বজিৎ দৈমাৰী

CM Reaction: ককৰোচ জনতা পাৰ্টিয়ে জ্ঞানেশ কুমাৰক পদত্যাগৰ সময়সীমা বান্ধি দিয়াক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্রিয়া

Seminar On Gas Market Development For Domestic And Pipeline Cannectivity To NE For Acces:

ভাৰতৰ প্ৰথমটো স্বয়ংক্রিয় ৰাষ্ট্ৰীয় পৰ্যায়ৰ গেছ বিনিময় প্রতিষ্ঠান ‘ইণ্ডিয়ান গেছ এক্সেজে (আইজিএক্স) ৰ উদ্যোগত ‘উত্তৰ পূৰ্বাঞ্চলৰ বাবে গেছৰ বজাৰ উন্নয়ন’ বিষয়ক এক আলোচনা চক্র মহানগৰীৰ হোটেল বিভান্তাত অনুষ্ঠিত হয় ৷ আলোচনা চক্ৰত শক্তিখণ্ডৰ সৈতে জড়িত উৎপাদক আৰু অংশীদাৰসকলে অংশগ্ৰহণ কৰে।

ADVERTISEMENT

এই উপলতে ভাষণ আগবঢ়াই ইন্ডিয়ান গেছ এক্সচেঞ্জ (আইজিএক্স) ৰ পৰিচালন সঞ্চালক তথা মুখ্য কার্যবাহী বিষয়া ৰাজেশ কে মেডিৰাষ্ট্ৰাই কয়, ‘প্রাকৃতিক গেছ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলত বহু সম্ভাৱনা নিহিত হৈ আছে। নর্থ-ইষ্ট গেছ গ্রীডৰ কামো পৰিকল্পনা অনুযায়ী অব্যাহত আছে আৰু ২০২৬ চনৰ ভিতৰত ইয়াৰ কাম সম্পূর্ণ হোৱাৰ সম্ভাৱনা আছে। এই পাইপলাইন ব্যৱস্থাৰ দ্বাৰা অঞ্চলটোৰ ৬ মিলিয়ন এমএমএছচিএমডি প্রাকৃতিক গেছৰ সঞ্চয় মুকলি কৰা হ’ব। ইয়াৰ জৰিয়তে দেশৰ শক্তি খণ্ডৰ সুৰক্ষা নিশ্চিত হ’ব আৰু আইফিএক্সে উৎপাদকসকলক প্রকৃতিক গেছ বিক্ৰী কৰিবলৈ সহায় কৰিব।”

ভাৰতৰ শক্তি সুৰক্ষাৰ ক্ষেত্ৰত তেখেতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক গেছৰ ভূমিকাৰ বিষয়ে আলোকপাত কৰি কয়, সমৃদ্ধিশালী উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাকৃতিক গেছ অন্বেষণৰ দ্বাৰা ভাৰত যথেষ্ট লাভান্বিত হ’ব। ভাৰতে বর্তমান ইয়াৰ ব্যৱহাৰৰ প্ৰায় ৫০% আমদানি কৰি আছে। প্রযোজনীয় ২০০ এমএমএছচিএমডিৰ মুঠ চাহিদা পূৰণ কৰিবলৈ প্ৰায় ১০০ এমএমএছচিএমডিৰ দৰকাৰ। অঞ্চলটোত কাৰ্যকৰী গেছ পাইপলাইনৰ সৈতে বিদ্যমান পেট্রালিয়াম কোম্পানীবোৰে ৬ এমএমএছচিএমডি উদ্ধাৰ কৰিব পাৰে।

ইয়াৰ ফলত অঞ্চলটোত কর্মসংস্থাপন আৰু বাণিজ্যৰ সুযোগৰ লগতে প্রায় ১৪,০০০ কোটি টকা ৰাহি হ’ব। গেছ নেটৱৰ্কৰ প্ৰৱেশাধিকাৰে প্ৰাকৃতিক গেছত ব্যৱহৃত চিৰমিক আৰু গ্লাছৰ দৰে নতুন উদ্যোগৰ বাবে নতুন দুৱাৰ মুকলি কৰিব। নর্থ-ইষ্ট গেছ গ্রীডৰ সৈতে পুনৰুজীৱিত গেছ বিতৰণ নেটৱর্কে চাহ বাগিচাসমূহলৈ ইয়াৰ যোগান ব্যবস্থা উন্নত কৰিব বুলি আশা কৰা হৈছে; যাৰ ফলত তেওঁলোকে পুনৰ প্ৰাকৃতিক গেছ ব্যৱহাৰৰ প্ৰক্ৰিয়াৰ দিশলৈ অগ্ৰসৰ হ’ব পাৰিব।”

মেডিৰাট্টাই লগতে কয় যে এলপিজিৰ তুলনাত প্রাকৃতিক গেছ সস্তা আৰু পৰিষ্কাৰ বিকল্প আৰু আন অঞ্চলত বিক্রী হোৱা এপিএম গেছৰ ৪০% ৰেহাই মূল্যত অঞ্চলটোৰ গেছ উৎপাদকসকলে গেছ যোগান ধৰি আহিছে। ই ৰাজসাহাৰ্য অবিহনে এলপিজিতকৈ পাইপযুক্ত গেছ সস্তা কৰে। সেয়েহে, ই পৰিয়ালবোৰৰ বাবে গেছলৈ সলনি কৰাত সহায় কৰিছে।

অঞ্চলটোৰ পৰা প্ৰাকৃতিক গেছ ৰস্তুানিৰ বজাৰৰ সম্ভাৱনাৰ কথা উল্লেখ কৰি ৰাজেশ কে মেডিৰাট্টাই কয়, “দেশত প্রাকৃতিক গেছ ব্যৱহাৰ কৰি অহাৰ বাবে বাংলাদেশৰ বজাৰৰ যথেষ্ট সম্ভাৱনা আছে। প্রাকৃতিক গেছ উৎপাদকসকলে নিশ্চিতভাৱে এই পৰিসৰটো সম্ভাৱনাৰে চাব পাৰে। অঞ্চলটো এতিয়া ৰাষ্ট্ৰীয় গেছ গ্লণ্ডীডৰ সৈতে সংযুক্ত হোৱাৰ ফলত দেশৰ আন প্ৰান্তলৈ আইজিএক্সত প্রতিযোগিতামূলক ব্যয়ত অতিৰিক্ত গেছ যোগান ধৰি উত্তৰ-পূবৰ অৰ্থনীতিয়ে উপাৰ্জন কৰাৰ সুযোগ আছে। যিহেতু বিশ্বব্যাপী মূল্য প্রায় ১৩ আমেৰিকান ডলাৰ এমএমবিটিইউ, উত্তৰ-পূবে অঞ্চলটোৰ উৎপাদকসকলৰ বাবে এক বৃহৎ প্রতিযোগিতামূলক অর্থনৈতিক সুযোগ প্রশস্ত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: GuwahatiHotel VivantaNE For AccesSeminar On Gas Market Development For Domestic And Pipeline Cannectivity
samimsultana

samimsultana

Related Posts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d