Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

LPG-Ration : ৰেচনৰ দোকানত এলপিজি ছিলিণ্ডাৰ

publisher by publisher
January 22, 2022
in India, News
Reading Time: 1 min read
0
LPG-Ration : ৰেচনৰ দোকানত এলপিজি ছিলিণ্ডাৰ
4
SHARES
36
VIEWS
ShareShareShareShare

RelatedPosts

অসমত LPG চিলিণ্ডাৰৰ কোনো নাটনি নাই, বুকিঙক লৈ নতুন নিয়ম ঘোষণা

বিহু-দুৰ্গা পূজাত বিনামূলীয়া LPG চিলিণ্ডাৰঃ ৰাইজক ডাঙৰ উপহাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

LPG যোগান নিশ্চিত কৰিবলৈ কেবিনেট বৈঠক, মোডীৰ নিৰ্দেশ

অতি শীঘ্ৰেই ৰেচনৰ দোকানত উপলব্ধ হ’ব ৰাজসাহাৰ্য্যযুক্ত পাঁচ কিলোগ্ৰামৰ এলপিজি ছিলিণ্ডাৰ । কেন্দ্ৰই দেশৰ ৰেচন প্ৰণালী বৃদ্ধি কৰিবলৈ আৰু ঘৰে ঘৰে গেছ বিতৰণ কৰিবলৈ এই পদক্ষেপ গ্ৰহণ কৰিছে।

ADVERTISEMENT

অনাগত দিনত ৰেচন দোকানৰ গুৰুত্ব বৃদ্ধি কৰিবলৈ চাউল ঘেঁহুৰ লগতে মাহজাতীয় শস্য আৰু খোৱা তেল উপলব্ধ হ’ব।

ৰেচন ব্যৱসায়ীসকলে দুবছৰ আগতে ৰেচন দোকানৰ পৰা এলপিজি গেছ সেৱা আৰম্ভ কৰিবলৈ কেন্দ্ৰীয় খাদ্য আৰু বিতৰণ মন্ত্ৰালয়ৰ ওচৰত আবেদন কৰিছিল ।

অল ইণ্ডিয়া ফেয়াৰ প্ৰাইচ শ্বপ ডিলাৰ ফেডাৰেচনৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক বিশ্বম্ভৰ বসুৱে আজি কয় যে কেন্দ্ৰই এই প্ৰস্তাৱ নীতিগতভাৱে গ্ৰহণ কৰিছে।

তেওঁ কয়, “চৰকাৰে ৰেচন দোকানৰ পৰা ৰাজসাহায্যযুক্ত এলপিজি চিলিণ্ডাৰ বিক্ৰী কৰিবলৈ সন্মত হৈছে। যদিও চৰকাৰে প্ৰথমতে ৰাজসাহায্যবিহীন চিলিণ্ডাৰ বিক্ৰী কৰাৰ কথা কৈছিল, সংগঠনটোৱে ৰেচন দোকানত গ্ৰাহকৰ বিত্তীয় অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজসাহায্যযুক্ত চিলিণ্ডাৰ বিক্ৰী কৰাৰ ওপৰত জোৰ দিছিল। যিটো কেন্দ্ৰই গ্ৰহণ কৰিছে। কিন্তু কেন্দ্ৰই সেই চিলিণ্ডাৰৰ মূল্য চূড়ান্ত কৰা নাই।”

আগন্তুক দিনত, চাউল আৰু ঘেঁহুৰ লগতে মুগ, মচুৰ দাইল আৰু সৰিয়হৰ তেল ৰেচন দোকানত উপলব্ধ হ’ব।

বৰ্তমান, এজন ৰেচন ব্যৱসায়ীয়ে প্ৰতি কুইন্টাল চাউল বা ঘেঁহুত ৭০ টকা লাভ কৰে। যাৰ দ্বাৰা ৰেচন দোকানৰ মালিকসকলে দোকানৰ খৰচ আৰু কৰ্মচাৰীসকলৰ দৰমহা পৰিশোধ কৰে।

মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ৰেচন মালিকসকলে প্ৰতি কুইন্টালত ২৫০ টকা উপাৰ্জনদাবী কৰি আহিছিল। কেন্দ্ৰীয় খাদ্য আৰু বিতৰণ মন্ত্ৰালয়ৰ সচিব সুধাংশু পাণ্ডেৰ স’তে হোৱা বৈঠকৰ পাছত বিশ্বম্ভৰ বসুৱে কয়, “চৰকাৰে পৰৱৰ্তী বিত্তীয় বৰ্ষৰ পৰা ডিলাৰৰ উপাৰ্জন বৃদ্ধি কৰিবলৈ সন্মত হৈছে। কেন্দ্ৰীয় আৱণ্টনৰ ভিত্তিত সিদ্ধান্ত লোৱা হ’ব যে অনাগত দিনত প্ৰতি কুইন্টালত কিমান টকা ব্যৱসায়ীসকলে লাভ কৰিব। ”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: LPG
publisher

publisher

Related Posts

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d