Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash: হিংসাৰ জুইত দগ্ধ মণিপুৰ

সান্ধ্য আইন কৱলিত সাত জিলাত পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ, অগ্নিগৰ্ভা জিৰিবামত সোমাবাৰে ক্ষুব্ধ প্রতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, বিক্ষুব্ধ জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলীচালনা,থিতাতে নিহত এজন যুৱক,আহত দুজন, ২৩ জনক গ্রেপ্তাৰ ,অস্ত্র-শস্ত্র উদ্ধাৰ ,মুখ্যমন্ত্রীসহ কে'বাজনো মন্ত্ৰী-বিধায়কৰ ঘৰত আক্রমণ-অগ্নিসংযোগ

publisher by publisher
November 18, 2024
in India, News
Reading Time: 4 mins read
0
Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash: হিংসাৰ জুইত দগ্ধ মণিপুৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash:

হত্যা-হিংসাৰ দাবানলত পুনৰ উতলিছে গোষ্ঠী সংঘষই অৰাজক কৰা মণিপুৰ। উগ্রপন্থীয়ে কার্যতঃ অস্তিত্বহীন কৰা এন বীৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ বিৰুদ্ধে প্রতিবাদত জঁপিয়াই পৰিছে সাধাৰণ জনতা। শণিবাৰে ইম্ফলৰ দুই জিলাকে ধৰি ৰাজ্যখনৰ সাতখন জিলাত আৰোপ কৰা সান্ধ্য আইন উলংঘা কৰিও জনতাই প্রতিবাদ অব্যাহত ৰাখিছে। ক্ষোভত একো নাই হৈ জনতাই স্বয়ং মুখ্যমন্ত্ৰীৰ বাসভৱনতে আক্রমণ পর্যন্ত কৰিছে। নিৰস্ত্ৰ জনতাক নিৰাপত্তা প্রদানত সম্পূৰ্ণৰূপে ব্যর্থ হোৱা চৰকাৰখনক লৈ বিতুষ্ট হৈ জনতাই আন একাংশ জনপ্রতিনিধিব বাসভৱনতো আক্রমণ সংঘটিত কৰিছে।

ADVERTISEMENT

এনে অগ্নিগর্ভ পৰিস্থিতিৰ মাজতে দেওবাৰে জিৰিবাম জিলাৰ এখন নৈত এগৰাকী স্থানীয় মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিছতে পৰিস্থিতি অতি ভয়ংকৰ দিশে গতি কৰে ৷ এনে ঘটনাক্ৰমৰ মাজতে সোমবাৰে হিংসা কবলিত জিৰিবাম জিলাত নিৰাপত্তা বাহিনী আৰু বিক্ষুব্ধ জনতাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ ফলত গুলীচালনা কৰে নিৰাপত্তা বাহিনীয়ে ৷থিতাতে নিহত হয় এজন যুৱক৷ ঘটনাটোত আহত হয় আন দুই প্ৰতিবাদ কাৰী ৷

RelatedPosts

Manipur Chief Minister’s revolt against party ministers and MLAs:শাসকীয় পক্ষত উমি উমি জ্বলিছে ক্ষোভৰ জুই মণিপুৰত মুখ্যমন্ত্রী হটাও অভিযান

Manipur Violence Update:অশান্ত ইম্ফল উপত্যকাৰ সকলো শিক্ষানুষ্ঠান ২৩ নৱেম্বৰলৈ বন্ধ ঘোষণা

Congress protests by burning candles: মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ দাবীত গুৱাহাটীত কংগ্ৰেছৰ মম জ্বলাই প্ৰতিবাদ

আনহাতে ইম্ফলতোএজন আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে নিশা গুলীচালনাত কে আথৌবা (২১) নামৰ এজন যুৱক নিহত হয়, আৰু প্ৰকৃততে কোনে গুলীটো গুলীয়াইছিল তদন্ত চলি আছে। কিন্তু প্ৰতিবাদকাৰী সকলে দাবী কৰে যে মণিপুৰ আৰক্ষীৰ বিশেষ কমাণ্ডোৱে গুলীচালনা কৰিছিল বিক্ষুদ্ধ জনতাক ছত্ৰভংগ দিবলৈ ৷ দেওবাৰে নিশা বিভিন্ন বিজেপি আৰু কংগ্ৰেছ নেতাৰ ঘৰ আৰু ৰাজনৈতিক দলৰ কার্যালয়ৰ সা-সম্পত্তি লুণ্ঠন চলাইছিল একাংশ লোকে ৷

বিষয়াগৰাকীয়ে কয় যে,বিক্ষুব্ধ দলটোৱে প্ৰথমে বাবুপাৰাত সা-সম্পত্তি ভাঙি চুৰমাৰ কৰাৰ পিছত জিৰিবাম থানাৰ অন্তৰ্গত অন্যান্য অঞ্চলত আক্ৰমণ আৰু অগ্নিসংযোগ অব্যাহত ৰাখিছে। তিনিগৰাকী মহিলাক হত্যা কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিক্ষুদ্ধ লোক সকলে ৷

উল্লেখ্য যে সাধাৰণ জনতাক নিৰাপত্তা প্রদানত চূড়ান্ত ব্যর্থ মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙলৈ কঠোৰ সকীয়নি জাৰি কৰিছে ক্ষুব্ধ প্রতিবাদকাৰীয়ে। জিৰিবাম জিলাৰ শিশু- মহিলাসহ ছয় অপহৃতক উগ্রপন্থীয়ে হত্যা কৰাক লৈ ক্ষোভত একো নাই হৈ পৰা মেইটেই জনগোষ্ঠীয় লোকসকলে ২৪ ঘণ্টাৰ ভিতৰত দোষীৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীক সময় বান্ধি দিছে। অন্যথা অধিক প্রতিবাদী কার্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ক্ষুব্ধ জনতাই। ইয়াৰ পূৰ্বে জিৰিবামৰ নৃশংস ঘটনাক লৈ মেইটেই জনগোষ্ঠীয় লোকসকলে কালি ৰাজধানী ইম্ফলকে ধৰি বিভিন্ন জিলাত তীব্র প্রতিবাদ সাব্যস্ত কৰাত চৰকাৰে সাতখনকৈ জিলাত সান্ধ্য আইন বলবৎ কৰে।

তদুপৰি ৰাজধানীৰ দুই জিলা ক্রমে ইম্ফল পূব আৰু পশ্চিম জিলাত প্রশাসনে দুদিনৰ বাবে ইন্টাৰনেট সেৱাও বাতিল কৰিছে। ইয়াৰ সমান্তৰালভাৱে একাংশ প্রতিবাদকাৰীয়ে মুখ্যমন্ত্রী সিং, তেওঁৰ দুজন সতীর্থ মন্ত্রী ক্রমে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী সাপম ৰঞ্জন আৰু উপভোক্তা মন্ত্রী এল সুচিন্দ্র সিঙৰ বাসভবনত আক্রমণ কৰে। তদুপৰি মুখ্যমন্ত্রী সিঙৰ জোঁৱায়েক তথা বিধায়ক আৰ কে ইমোসহ চাৰিজন বিধায়কৰ বাসভৱনতো প্রতিবাদকাৰীসকলে আক্রমণ চলায়। কেরল সেয়াই নহয়, শণিবাৰে গড়কাপ্টানী মন্ত্রী গোবিন্দাস কণ্ঠৌজাম, বিজেপি বিধায়ক রাই ৰাধেশ্যাম, বিজেপি বিধায়ক পাওনাম ব্রজেন, কংগ্রেছ বিধায়ক টি এইছ লোকেশ্বৰৰ বাসভৱনত প্ৰতিবাদকাৰীসকলে অগ্নিসংযোগো কৰে বুলি প্ৰশাসনৰ সূত্রই প্রকাশ কৰিছে।

ঘটনা সংঘটিত হোৱাৰ সময়ত এই মন্ত্রী-বিধায়কসকল তথা তেওঁলোকৰ পৰিয়াল বাসভবনত নাছিল। প্রথমে প্রতিবাদকাৰীসকলে মন্ত্রী-বিধায়কসকলৰ বাসভৱনৰ বয়বস্তু ভাঙি চূৰমাৰ কৰে। এইদৰে পৰিস্থিতি ভয়াৱহ হৈ উঠে। ইম্ফলৰ দুই জিলাৰ সমান্তৰালভাৱে বিষ্ণুপুৰ, চুৰাচানপুৰ আদি পাঁচখন জিলাৰো পৰিস্থিতি অগ্নিগর্ভ হৈ উঠে। দেওবাৰে প্রতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভবন সংযোগী পথকে ধৰি বিভিন্ন স্থানত পথো অৱৰোধ কৰে। অৱৰোধৰ সময়ত প্রতিবাদকাৰীসকলে পথৰ ওপৰত গাড়ীৰ টায়াৰ জ্বলোৱাৰ লগতে পথত লোহাৰ ৰড জাপি দিয়ে। ফলত এই স্থানসমূহত স্বাভাৱিক জীবন যাত্রা ব্যাহত হয়। অৱশেষত প্রশাসনে এই স্থানসমূহ অন্তর্গত সাতখন জিলাত সান্ধ্য আইন জাৰি কৰে।

অৱশ্যে সান্ধ্য আইন উলংঘাৰো চেষ্ট চলায় একাংশ প্রতিবাদকাৰীয়ে। যোৱা নিশাও বিভিন্ন স্থানত প্রতিবাদ অব্যাহত থাকে। এনে প্রতিবাদৰ সময়ত কমেও আঠজন লোক আহত হয় বুলি সূত্রই প্রকাশ কৰিছে। ইপিনে, এনে আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হোৱাৰ মাজতে নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম, ইম্ফল পূব আৰু বিষ্ণুপুৰৰ পৰা ২৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা একাধিক পিষ্টল, গুলি আৰু ম’বাইল ফোন জব্দ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্রশাসনে আৰক্ষী, চিআৰপিএফ আৰু অসম ৰাইফলছৰ উপৰি সেনাবাহিনীও অশান্তজৰ্জৰ অঞ্চলসমূহত নিয়োগ কৰিছে।

#এন বিৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ এন পিপিৰ:

বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি সমৰ্থন প্ৰত্যাহাৰ কৰে এন পি পিয়ে । ইতিমধ্যে সমৰ্থন প্ৰত্যাহাৰ বিষয়ে দলটোৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক অৱগত কৰিছে।

# এন পিপিৰ সমৰ্থন প্ৰত্যহাৰৰ পিছতে থৰকাছুটি বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আধাতে সামৰি দিল্লীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্যখন পুনৰ সম্পূৰ্ণৰূপে অৰাজক হৈছে। এনেদৰে পুনৰ ৰাজ্যখনৰ পৰিস্থিতি অগ্নিগর্ভ হৈ উঠাত উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰ। ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ অহা ২০ নৱেম্বৰত ভোটগ্রহণ হ’ব লগা
মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰসূচী বাতিল কৰিছে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে।

নতুন দিল্লী এক সূত্ৰৰ মতে, মণিপুৰ পুনৰ উত্তাল হ’বলৈ ধৰাত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে এই নির্বাচনী প্ৰচাৰ কাৰ্যসূচী বাতিল কৰে। এনেবোৰ পৰিস্থিতিৰ মাজত ভুতৰ ওপৰত দানহ পৰাৰ দৰে এন বিৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে এন পিপিয়ে ৷ এন পিপিৰ সমৰ্থন প্ৰত্যহাৰৰ পিছতে থৰকাছুটি বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ ৷ আনকি মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আধাতে সামৰি দেওবাৰে আবেলি দিল্লীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷

দিল্লীত গৃহমন্ত্রী শ্বাহে নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াবৰ্গৰ স’তে মণিপুৰৰ সুৰক্ষা পৰিস্থিতিক লৈ এক পুনৰীক্ষণ বৈঠকত মিলিত হয়। গৃহমন্ত্রী শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিভিন্ন নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে বুলি সূত্ৰই সদৰী কৰিছে। তদুপৰি আজি বিয়লী নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রণালয়ত আন এক পুনৰীক্ষণ বৈঠকত গৃহমন্ত্রী শ্বাহ মিলিত হ’ব। এই বৈঠকত মণিপুৰৰ পৰিস্থিতি বিশদভাৱে আলোচিত হ’ব বুলি সূত্ৰই সদৰী কৰিছে।

# মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ অস্তিত্বহীন চৰকাৰ বিপদত !

জাকে জাকে পদত্যাগ বিজেপিৰ নেতা-কর্মীৰ

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি নিয়ন্ত্ৰণত এন বিৰেন সিঙৰ ব্যৰ্থতাৰ অভিযোগ কৰি সোমবাৰে জাকে জাকে পদত্যাগৰ জোৱাৰ শাসকীয় বিজেপি দলত । দলৰ ৰাজ্যিক অনুসূচিত সমিতিৰ উপ-সভাপতি কে ৰিশিকান্তই দলৰ পৰা কৰে পদত্যাগ ৷ একেদৰে বৰ্তমান অশান্তজৰ্জৰ হৈ পৰা জিৰিবাম জিলাটো পদত্যাগৰ ঢৌ। জিলা বিজেপি নেতা-কর্মীয়ে সমূহীয়া পদত্যাগ ঘোষণা কৰে ৷ একেদৰে জিৰিবাম মণ্ডল বিজেপিৰ সভাপতি- সম্পাদকৰ নেতৃত্বত সমূহীয়াভাৱে কৰে পদত্যাগ ৷

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: jIRIBAM BJP COLLECTIVE RESIGNATIONJiribam UnrestManipur ViolenceTwo Injured During Mob ClashYouth Killed In Firing
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d