Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash: হিংসাৰ জুইত দগ্ধ মণিপুৰ

সান্ধ্য আইন কৱলিত সাত জিলাত পৰিস্থিতি ক্ৰমাৎ ভয়ংকৰ, অগ্নিগৰ্ভা জিৰিবামত সোমাবাৰে ক্ষুব্ধ প্রতিবাদকাৰী আৰু নিৰাপত্তা বাহিনীৰে সংঘৰ্ষ, বিক্ষুব্ধ জনতাক নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীৰ গুলীচালনা,থিতাতে নিহত এজন যুৱক,আহত দুজন, ২৩ জনক গ্রেপ্তাৰ ,অস্ত্র-শস্ত্র উদ্ধাৰ ,মুখ্যমন্ত্রীসহ কে'বাজনো মন্ত্ৰী-বিধায়কৰ ঘৰত আক্রমণ-অগ্নিসংযোগ

publisher by publisher
November 18, 2024
in India, News
Reading Time: 4 mins read
0
Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash: হিংসাৰ জুইত দগ্ধ মণিপুৰ
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

মণিপুৰত নগা-কুকিৰ সংঘৰ্ষৰ পৰিণতিত সেনাসহ ২০ অপহৃত

মণিপুৰ-ম্যানমাৰ সীমান্তত পুনৰ উগ্ৰপন্থী বিৰোধী অভিযান আৰম্ভ কৰিছে যুটীয়া বাহিনীয়ে

মণিপুৰৰ মেইটেইত কৃষকক সুৰক্ষা দিয়াৰ দায়িত্ব দুটা কেন্দ্ৰীয় বাহিনী

Manipur Jiribam Unrest: Youth Killed In Firing, Two Injured During Mob Clash:

হত্যা-হিংসাৰ দাবানলত পুনৰ উতলিছে গোষ্ঠী সংঘষই অৰাজক কৰা মণিপুৰ। উগ্রপন্থীয়ে কার্যতঃ অস্তিত্বহীন কৰা এন বীৰেন সিং নেতৃত্বাধীন মণিপুৰ চৰকাৰৰ বিৰুদ্ধে প্রতিবাদত জঁপিয়াই পৰিছে সাধাৰণ জনতা। শণিবাৰে ইম্ফলৰ দুই জিলাকে ধৰি ৰাজ্যখনৰ সাতখন জিলাত আৰোপ কৰা সান্ধ্য আইন উলংঘা কৰিও জনতাই প্রতিবাদ অব্যাহত ৰাখিছে। ক্ষোভত একো নাই হৈ জনতাই স্বয়ং মুখ্যমন্ত্ৰীৰ বাসভৱনতে আক্রমণ পর্যন্ত কৰিছে। নিৰস্ত্ৰ জনতাক নিৰাপত্তা প্রদানত সম্পূৰ্ণৰূপে ব্যর্থ হোৱা চৰকাৰখনক লৈ বিতুষ্ট হৈ জনতাই আন একাংশ জনপ্রতিনিধিব বাসভৱনতো আক্রমণ সংঘটিত কৰিছে।

ADVERTISEMENT

এনে অগ্নিগর্ভ পৰিস্থিতিৰ মাজতে দেওবাৰে জিৰিবাম জিলাৰ এখন নৈত এগৰাকী স্থানীয় মহিলাৰ মৃতদেহ উদ্ধাৰ হয়। ইয়াৰ পিছতে পৰিস্থিতি অতি ভয়ংকৰ দিশে গতি কৰে ৷ এনে ঘটনাক্ৰমৰ মাজতে সোমবাৰে হিংসা কবলিত জিৰিবাম জিলাত নিৰাপত্তা বাহিনী আৰু বিক্ষুব্ধ জনতাৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয় ৷ ফলত গুলীচালনা কৰে নিৰাপত্তা বাহিনীয়ে ৷থিতাতে নিহত হয় এজন যুৱক৷ ঘটনাটোত আহত হয় আন দুই প্ৰতিবাদ কাৰী ৷

আনহাতে ইম্ফলতোএজন আৰক্ষী বিষয়াই জনোৱা মতে, দেওবাৰে নিশা গুলীচালনাত কে আথৌবা (২১) নামৰ এজন যুৱক নিহত হয়, আৰু প্ৰকৃততে কোনে গুলীটো গুলীয়াইছিল তদন্ত চলি আছে। কিন্তু প্ৰতিবাদকাৰী সকলে দাবী কৰে যে মণিপুৰ আৰক্ষীৰ বিশেষ কমাণ্ডোৱে গুলীচালনা কৰিছিল বিক্ষুদ্ধ জনতাক ছত্ৰভংগ দিবলৈ ৷ দেওবাৰে নিশা বিভিন্ন বিজেপি আৰু কংগ্ৰেছ নেতাৰ ঘৰ আৰু ৰাজনৈতিক দলৰ কার্যালয়ৰ সা-সম্পত্তি লুণ্ঠন চলাইছিল একাংশ লোকে ৷

বিষয়াগৰাকীয়ে কয় যে,বিক্ষুব্ধ দলটোৱে প্ৰথমে বাবুপাৰাত সা-সম্পত্তি ভাঙি চুৰমাৰ কৰাৰ পিছত জিৰিবাম থানাৰ অন্তৰ্গত অন্যান্য অঞ্চলত আক্ৰমণ আৰু অগ্নিসংযোগ অব্যাহত ৰাখিছে। তিনিগৰাকী মহিলাক হত্যা কৰাৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল বিক্ষুদ্ধ লোক সকলে ৷

উল্লেখ্য যে সাধাৰণ জনতাক নিৰাপত্তা প্রদানত চূড়ান্ত ব্যর্থ মণিপুৰৰ মুখ্যমন্ত্রী এন বীৰেন সিঙলৈ কঠোৰ সকীয়নি জাৰি কৰিছে ক্ষুব্ধ প্রতিবাদকাৰীয়ে। জিৰিবাম জিলাৰ শিশু- মহিলাসহ ছয় অপহৃতক উগ্রপন্থীয়ে হত্যা কৰাক লৈ ক্ষোভত একো নাই হৈ পৰা মেইটেই জনগোষ্ঠীয় লোকসকলে ২৪ ঘণ্টাৰ ভিতৰত দোষীৰ বিৰুদ্ধে ব্যবস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রীক সময় বান্ধি দিছে। অন্যথা অধিক প্রতিবাদী কার্যসূচী গ্ৰহণৰ হুংকাৰ দিছে ক্ষুব্ধ জনতাই। ইয়াৰ পূৰ্বে জিৰিবামৰ নৃশংস ঘটনাক লৈ মেইটেই জনগোষ্ঠীয় লোকসকলে কালি ৰাজধানী ইম্ফলকে ধৰি বিভিন্ন জিলাত তীব্র প্রতিবাদ সাব্যস্ত কৰাত চৰকাৰে সাতখনকৈ জিলাত সান্ধ্য আইন বলবৎ কৰে।

তদুপৰি ৰাজধানীৰ দুই জিলা ক্রমে ইম্ফল পূব আৰু পশ্চিম জিলাত প্রশাসনে দুদিনৰ বাবে ইন্টাৰনেট সেৱাও বাতিল কৰিছে। ইয়াৰ সমান্তৰালভাৱে একাংশ প্রতিবাদকাৰীয়ে মুখ্যমন্ত্রী সিং, তেওঁৰ দুজন সতীর্থ মন্ত্রী ক্রমে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রী সাপম ৰঞ্জন আৰু উপভোক্তা মন্ত্রী এল সুচিন্দ্র সিঙৰ বাসভবনত আক্রমণ কৰে। তদুপৰি মুখ্যমন্ত্রী সিঙৰ জোঁৱায়েক তথা বিধায়ক আৰ কে ইমোসহ চাৰিজন বিধায়কৰ বাসভৱনতো প্রতিবাদকাৰীসকলে আক্রমণ চলায়। কেরল সেয়াই নহয়, শণিবাৰে গড়কাপ্টানী মন্ত্রী গোবিন্দাস কণ্ঠৌজাম, বিজেপি বিধায়ক রাই ৰাধেশ্যাম, বিজেপি বিধায়ক পাওনাম ব্রজেন, কংগ্রেছ বিধায়ক টি এইছ লোকেশ্বৰৰ বাসভৱনত প্ৰতিবাদকাৰীসকলে অগ্নিসংযোগো কৰে বুলি প্ৰশাসনৰ সূত্রই প্রকাশ কৰিছে।

ঘটনা সংঘটিত হোৱাৰ সময়ত এই মন্ত্রী-বিধায়কসকল তথা তেওঁলোকৰ পৰিয়াল বাসভবনত নাছিল। প্রথমে প্রতিবাদকাৰীসকলে মন্ত্রী-বিধায়কসকলৰ বাসভৱনৰ বয়বস্তু ভাঙি চূৰমাৰ কৰে। এইদৰে পৰিস্থিতি ভয়াৱহ হৈ উঠে। ইম্ফলৰ দুই জিলাৰ সমান্তৰালভাৱে বিষ্ণুপুৰ, চুৰাচানপুৰ আদি পাঁচখন জিলাৰো পৰিস্থিতি অগ্নিগর্ভ হৈ উঠে। দেওবাৰে প্রতিবাদকাৰীসকলে মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভবন সংযোগী পথকে ধৰি বিভিন্ন স্থানত পথো অৱৰোধ কৰে। অৱৰোধৰ সময়ত প্রতিবাদকাৰীসকলে পথৰ ওপৰত গাড়ীৰ টায়াৰ জ্বলোৱাৰ লগতে পথত লোহাৰ ৰড জাপি দিয়ে। ফলত এই স্থানসমূহত স্বাভাৱিক জীবন যাত্রা ব্যাহত হয়। অৱশেষত প্রশাসনে এই স্থানসমূহ অন্তর্গত সাতখন জিলাত সান্ধ্য আইন জাৰি কৰে।

অৱশ্যে সান্ধ্য আইন উলংঘাৰো চেষ্ট চলায় একাংশ প্রতিবাদকাৰীয়ে। যোৱা নিশাও বিভিন্ন স্থানত প্রতিবাদ অব্যাহত থাকে। এনে প্রতিবাদৰ সময়ত কমেও আঠজন লোক আহত হয় বুলি সূত্রই প্রকাশ কৰিছে। ইপিনে, এনে আইন-শৃংখলাজনিত পৰিস্থিতি সৃষ্টি হোৱাৰ মাজতে নিৰাপত্তা বাহিনীয়ে ইম্ফল পশ্চিম, ইম্ফল পূব আৰু বিষ্ণুপুৰৰ পৰা ২৩ জন লোকক গ্ৰেপ্তাৰ কৰিছে। তদুপৰি নিৰাপত্তা বাহিনীয়ে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা একাধিক পিষ্টল, গুলি আৰু ম’বাইল ফোন জব্দ কৰিছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে প্রশাসনে আৰক্ষী, চিআৰপিএফ আৰু অসম ৰাইফলছৰ উপৰি সেনাবাহিনীও অশান্তজৰ্জৰ অঞ্চলসমূহত নিয়োগ কৰিছে।

#এন বিৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ এন পিপিৰ:

বিজেপি নেতৃত্বাধীন চৰকাৰ খনৰ মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ বিৰুদ্ধে ব্যৰ্থতাৰ অভিযোগ তুলি সমৰ্থন প্ৰত্যাহাৰ কৰে এন পি পিয়ে । ইতিমধ্যে সমৰ্থন প্ৰত্যাহাৰ বিষয়ে দলটোৰ সভাপতি তথা মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাক অৱগত কৰিছে।

# এন পিপিৰ সমৰ্থন প্ৰত্যহাৰৰ পিছতে থৰকাছুটি বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ

মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আধাতে সামৰি দিল্লীত উপস্থিত গৃহমন্ত্ৰী অমিত শ্বাহ

ম্যানমাৰ সীমান্তৱৰ্তী ৰাজ্যখন পুনৰ সম্পূৰ্ণৰূপে অৰাজক হৈছে। এনেদৰে পুনৰ ৰাজ্যখনৰ পৰিস্থিতি অগ্নিগর্ভ হৈ উঠাত উদ্বিগ্ন হৈছে কেন্দ্ৰীয় চৰকাৰ। ৰাজ্যখনৰ সাম্প্ৰতিক পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ অহা ২০ নৱেম্বৰত ভোটগ্রহণ হ’ব লগা
মহাৰাষ্ট্ৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰচাৰসূচী বাতিল কৰিছে কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহে।

নতুন দিল্লী এক সূত্ৰৰ মতে, মণিপুৰ পুনৰ উত্তাল হ’বলৈ ধৰাত কেন্দ্ৰীয় গৃহমন্ত্রীয়ে এই নির্বাচনী প্ৰচাৰ কাৰ্যসূচী বাতিল কৰে। এনেবোৰ পৰিস্থিতিৰ মাজত ভুতৰ ওপৰত দানহ পৰাৰ দৰে এন বিৰেন সিং চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰ কৰে এন পিপিয়ে ৷ এন পিপিৰ সমৰ্থন প্ৰত্যহাৰৰ পিছতে থৰকাছুটি বিজেপিৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ ৷ আনকি মহাৰাষ্ট্ৰৰ নিৰ্বাচনী প্ৰচাৰ কাৰ্যসূচী আধাতে সামৰি দেওবাৰে আবেলি দিল্লীত উপস্থিত হয় গৃহমন্ত্ৰী অমিত শ্বাহ ৷

দিল্লীত গৃহমন্ত্রী শ্বাহে নিৰাপত্তা বাহিনীৰ শীৰ্ষ বিষয়াবৰ্গৰ স’তে মণিপুৰৰ সুৰক্ষা পৰিস্থিতিক লৈ এক পুনৰীক্ষণ বৈঠকত মিলিত হয়। গৃহমন্ত্রী শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিভিন্ন নিৰাপত্তা সংস্থাৰ জ্যেষ্ঠ বিষয়াবর্গ উপস্থিত থাকে বুলি সূত্ৰই সদৰী কৰিছে। তদুপৰি আজি বিয়লী নর্থ ব্লকস্থিত কেন্দ্রীয় গৃহ মন্ত্রণালয়ত আন এক পুনৰীক্ষণ বৈঠকত গৃহমন্ত্রী শ্বাহ মিলিত হ’ব। এই বৈঠকত মণিপুৰৰ পৰিস্থিতি বিশদভাৱে আলোচিত হ’ব বুলি সূত্ৰই সদৰী কৰিছে।

# মুখ্যমন্ত্ৰী এন বিৰেন সিঙৰ অস্তিত্বহীন চৰকাৰ বিপদত !

জাকে জাকে পদত্যাগ বিজেপিৰ নেতা-কর্মীৰ

মণিপুৰৰ অগ্নিগৰ্ভা পৰিস্থিতি নিয়ন্ত্ৰণত এন বিৰেন সিঙৰ ব্যৰ্থতাৰ অভিযোগ কৰি সোমবাৰে জাকে জাকে পদত্যাগৰ জোৱাৰ শাসকীয় বিজেপি দলত । দলৰ ৰাজ্যিক অনুসূচিত সমিতিৰ উপ-সভাপতি কে ৰিশিকান্তই দলৰ পৰা কৰে পদত্যাগ ৷ একেদৰে বৰ্তমান অশান্তজৰ্জৰ হৈ পৰা জিৰিবাম জিলাটো পদত্যাগৰ ঢৌ। জিলা বিজেপি নেতা-কর্মীয়ে সমূহীয়া পদত্যাগ ঘোষণা কৰে ৷ একেদৰে জিৰিবাম মণ্ডল বিজেপিৰ সভাপতি- সম্পাদকৰ নেতৃত্বত সমূহীয়াভাৱে কৰে পদত্যাগ ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: jIRIBAM BJP COLLECTIVE RESIGNATIONJiribam UnrestManipur ViolenceTwo Injured During Mob ClashYouth Killed In Firing
publisher

publisher

Related Posts

Auto Draft
Assam

২২ সংৰক্ষিত বনাঞ্চলৰ ভূমিৰ শ্ৰেণী পৰিৱৰ্তন

September 10, 2026
ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন
India

ছিকিমত পুনৰ ভয়ংকৰ ভূমিস্খলন

September 10, 2026
Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d