Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

BSF : বাংলাদেশ-পঞ্জাৱ-অসম সীমান্তত ক্ষমতা‌ বৃদ্ধি বিএছ‌এফ-ৰ

publisher by publisher
October 14, 2021
in India, News
Reading Time: 1 min read
0
BSF : বাংলাদেশ-পঞ্জাৱ-অসম সীমান্তত ক্ষমতা‌ বৃদ্ধি বিএছ‌এফ-ৰ
2
SHARES
17
VIEWS
ShareShareShareShare

RelatedPosts

গৰুৰ চোৰাং গোচৰত BSF জোৱানৰ শাস্তি ৰক্ষা কৰিলে উচ্চতম ন্যায়ালয়ে!

বোমা বিস্ফোৰণত উৰুৱাই দিয়া হ’ব জম্মু ষ্টেচন ! পাৰৰ ভৰিত বান্ধি ভাবুকি 

পুনৰ সীমান্ত পৰ হৈ অনুপ্রৱেশেৰ চেষ্টা, বিএছএফৰ গুলীত মৃত্যু পাক-অনুপ্রৱেশকাৰী 

পাকিস্তান আৰু বাংলাদেশৰ স’তে আন্তর্জাতিক সীমান্ত থকা তিনি ৰাজ্যত সীমান্ত ৰক্ষী বাহিনী (বিএছএফ,)ৰ ক্ষমতা বৃদ্ধি কৰা হৈছে । কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ নতুন নির্দেশনা অনুযায়ী, এইবাৰ পঞ্জাৱ, অসম আৰু পশ্চিমবংগত আন্তর্জাতিক সীমান্তৰ পৰা ভাৰতীয় ভূখণ্ডৰ ৫০ কিলোমিটাৰ পর্যন্ত অঞ্চলত বিএছএফে গ্রেপ্তাৰ, তালাচী আৰু বাজেয়াপ্ত কৰিব পাৰিব ।

ADVERTISEMENT

সম্প্রতি পাক নিকটৱৰ্তী সীমান্ত অঞ্চলত ড্র’নৰ জৰিয়তে অস্ত্র প্ৰেৰণ কৰাৰ ঘটনাৰ পৰিপ্রেক্ষিতত কেন্দ্রীয় গৃহ মন্ত্রণালয়ে এই সিদ্ধান্ত লৈছে । বিএছএফ-ৰ ক্ষমতা বৃদ্ধিৰ জৰিয়তে এই প্রৱণতাত বাধা প্ৰদান কৰা সম্ভৱ হ’ব বুলি ধাৰণা কৰিছে নর্থ ব্লকৰ বিষয়াসকলে ।

অৱশ্যে অমিত মন্ত্রণালয়ৰ এই সিদ্ধান্ত‌ই ৰাজনৈতিক উত্তাপ বৃদ্ধি কৰিছে । পঞ্জাৱৰ মুখ্যমন্ত্রী চৰণজিৎ সিং চন্নীয়ে নতুন নির্দেশণাত আপত্তি দৰ্শাই টুইট কৰিছে । কেন্দ্রীয় চৰকাৰৰ এই সিদ্ধান্তক তেওঁ গৰিহণা দিছে । কেন্দ্রীয় গৃহমন্ত্রীক শীঘ্ৰে এই অযুক্তিকৰ সিদ্ধান্ত প্রত্যাহাৰৰ আবেদন জনাইছে কংগ্রেছ শাসিত ৰাজ্যৰ নতুন মুখ্যমন্ত্রীয়ে ।

কেন্দ্রীয় গৃহ মন্ত্রণালয়ৰ দাবী, ৰাষ্ট্ৰীয় সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি সীমান্ত সংলগ্ন স্পর্শকাতৰ ৰাজ্যবোৰত বেআইনী কার্যকলাপ ৰোধ কৰিবলৈ এই সিদ্ধান্ত । কিন্তু এই কথা মানি নলয় আপৰ এটা মহলে ।

নতুন নিয়ম অনুসৰি, অসম, পঞ্জাৱ আৰু পশ্চিমবংগৰ ৰাজ্যত আৰক্ষীৰ দৰেই তালাচী, বাজেয়াপ্ত আৰু গ্রেপ্তাৰৰ ক্ষমতা পালে বিএছএফে । কেন্দ্রীয় গৃহ মন্ত্রণালয়ে জাৰি কৰা নির্দেশনাত কোৱা হৈছে, আন্তর্জাতিক সীমান্ত (ভাৰত-পাকিস্তান, ভাৰত-বাংলাদেশ)ৰ পৰা ভাৰতীয় ভূখণ্ডৰ ৫০ কিলোমিটাৰ পর্যন্ত অঞ্চলত বিএছএফ-ক এই বিশেষ ক্ষমতা প্রদান কৰা হৈছে । আগতে এই সীমা ১৫ কিলোমিটাৰ আছিল । ইয়াৰ উপৰি, সীমান্ত ৰক্ষী বাহিনীয়ে নাগালেণ্ড, মিজোৰাম, ত্রিপুৰা, মনিপুৰ আৰু লাদাখত তালাচী আৰু গ্রেপ্তাৰ কৰিব পাৰিব ।

অৱশ্যে এই নিয়মৰ ব্যতিক্রমো আছে । ভাৰত-পাক সীমান্তৱর্তী গুজৰাতত ইমান দিনে বিএছএফ-ৰ আওতায় আন্তর্জাতিক সীমান্তৰ পৰা ভাৰতীয় ভূখণ্ডৰ ৮০ কিলোমিটাৰ অঞ্চল আছিল । নতুন নিয়মত এই পৰিধি কম কৰি ৫০ কিলোমিটাৰ কৰা হৈছে । আনহাতে, পাক সীমান্তৱর্তী ৰাজ্য ৰাজস্থানত অৱশ্যে আগৰ দৰেই ৫০ কিলোমিটাৰ পৰিধি ৰখা হৈছে । নতুন নির্দেশনাত উত্তৰ-পূৱৰ পাঁচ ৰাজ্যৰ ক্ষেত্রত অঞ্চল নির্দিষ্ট কৰা হোৱা নাই । জম্মু-কাশ্মীৰ আৰু লাদাখৰ ক্ষেত্রতো সীমান্ত নিৰ্দিষ্ট কৰা হোৱা নাই ।

কিন্তু আন্তর্জাতিক সীমান্তৱর্তী তিনি ৰাজ্যত বিএছএফ-ৰ নতুন নিয়মক লৈ ইতিমধ্যে ৰাজনীতি আৰম্ভ হৈছে । আৰম্ভণিতেই আপত্তি দৰ্শাই বিধি প্রত্যাহাৰৰ আবেদন জনাইছে পঞ্জাৱৰ মুখ্যমন্ত্রীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bangladesh BorderBSFPakistan Border
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d