Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই

    মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

    শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

    কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

    কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Ministry of External Affairs : ‘মিছন ইউক্রেন’কেই সাম্প্ৰতিক অগ্রাধিকাৰ বৈদেশিক মন্ত্রণালয়ৰ

publisher by publisher
February 25, 2022
in International, News
Reading Time: 1 min read
0
Ministry of External Affairs : ‘মিছন ইউক্রেন’কেই সাম্প্ৰতিক অগ্রাধিকাৰ বৈদেশিক মন্ত্রণালয়ৰ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

সোমনাথ আৰু ভাৰতৰ অজেয় মনোবল

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

তালিবানে আগানিস্তান দখল কৰাৰ পাছত ভাৰতে সমস্ত কূটনীতি এৰি অগ্রাধিকাৰ দিছিল সেই দেশত বসবাসকাৰী নিজৰ নাগৰিকসকলক উভতাই অনাত । ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পাছতো একেদৰে নতুন দিল্লী তৎপৰ, সেই দেশৰ আনুমানিক ১৮ হেজাৰ ভাৰতীয়ক নিৰাপদে উভতাই অনাত । ভাৰতৰ ‘মিছন ইউক্রেইন’ৰ এতিয়া লক্ষ্য মাত্ৰ এটাই । যুদ্ধ সংক্রান্ত কোনো কূটনৈতিক অৱস্থান লোৱা বা ভূকৌশলগত ৰাজনীতিত পক্ষ লোৱা দেখা নাই ছাউথ ব্লকক ।

ADVERTISEMENT

আজি সন্ধিয়া মন্ত্রীসভাৰ নিৰাপত্তা সংক্রান্ত কমিটীৰ বৈঠকত বৈদেশিক সচিব হর্ষবর্ধন শ্রিংলাই ইউক্রেইন পৰিস্থিতি সন্দৰ্ভত জনায় প্রধানমন্ত্রীক । বৈঠকত উপস্থিত আছিল ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিং কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰামন । সূত্রৰ খবৰ, অতি শীঘ্রে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুতিনৰ স’তে ফোনত কথা পাতিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ।

আজি ইউক্রেইনত নিযুক্ত ভাৰতীয় ৰাষ্ট্রদূত পার্থ সৎপথীয়ে এটা ভিডিঅ’ বার্তা টুইট কৰে । তেওঁ কয়, “আজি আমি পুৱা শুই উঠি খবৰ পালো, ৰাছিয়াই ইউক্রেইন আক্রমণ কৰিছে । উদ্বেগ আৰু উত্তেজনা চাৰিওফালে । আকাশপথত উৰন বন্ধ, ৰেল চলাচল কৰাে নাই, পথো অৱৰোধ কৰা হৈছে । এনে পৰিস্থিতিত আমাৰ দূতাবাস ২৪ ঘণ্টা ইয়াৰ ভাৰতীয়সকলৰ নিৰাপত্তাৰ বাবে কাম কৰি আছে ।” ইউক্রেইনত বসবাসকাৰী ভাৰতীয়সকলৰ বাবে তেওঁৰ পৰামর্শ, “যোন য’ত আছে তাতেই থাকক । ক’ৰবাত ওলাই গৈ আবদ্ধ হৈ পৰিলে পুনৰ নিজৰ আগৰ বাসস্থানতে উভতি যাওক । ভাৰতীয় দূতাবাসৰ স’তে সংযোগত থাকক । সর্বোপৰি অশান্ত নহ’ব, এই সংকটত মূৰ ঠাণ্ডা ৰাখক ।”

এই বক্তব্যৰ স’তে সংগতি ৰাখি আজি ইউক্রেইনত নিযুক্ত ভাৰতীয় দূতাবাসে বিভিন্ন নির্দেশনা প্রকাশ কৰিছে । কোৱা হৈছে, ‘কিছু কিছু স্থানত আপোনালোকে ছাইৰেনৰ শব্দ পাব, বোমা পৰাৰ সতর্কবার্তা পাব । এই ধৰণৰ পৰিস্থিতিত পৰিলে গুগল মেপ চাব । নিকটৱর্তী ব’ম্ব শেল্টাৰত আশ্রয় ল‌ওক । ভূগর্ভস্থ মেট্র’ত এনে বহু স্থান আছে ।’ বৈদেশিক প্রতিমন্ত্রী ভি মুৰলীধৰনে জনাইছে, “আকাশ পথ বন্ধ কৰি দিয়াত আমি ভাৰতীয়সকলক বিমানত উভতাই অনাৰ চেষ্টা বন্ধ কৰিছো । এতিয়া বিকল্প পথৰ সন্ধান কৰা হৈছে ।” ‘বিকল্প’ হিচাপে স্থলপথত উদ্ধাৰ অভিযানতেই এইবাৰ জোৰ দিছে দিল্লীয়ে । ইউক্রেইনৰ সীমান্তৱর্তী ৰাষ্ট্র হাংগেৰী, পোলেণ্ড, শ্লোভাকিয়া আৰু ৰোমানিয়াৰ স’তে যোগাযোগ কৰিছে বৈদেশিক মন্ত্রণালয়ে । ভাৰতীয় দূতাবাসৰ চাৰিটা প্রতিনিধি দল উপস্থিত হৈছে এইসমূহ দেশৰ স’তে ইউক্রেইনৰ সীমান্তত । ভাৰতীয়সকলক স্থলপথত ইউক্রেইনৰ পৰা ওলিয়াই অনাৰ ব্যৱস্থা কৰা হৈছে এইসমূহ দেশৰ চৰকাৰৰ সহযোগিতাত । ইউক্রেইনৰ বৈদেশিক মন্ত্রীৰ স’তেও এই বিষয়ত আলোচনা কৰিছে বৈদেশিক মন্ত্রী এছ জয়শংকৰে ।

আজি পুৱাৰ পৰাই বহু ভাৰতীয় ছাত্র-ছাত্রীক কিভত ভাৰতীয় দূতাবাসৰ সন্মুখত ভিৰ কৰা দেখা গৈছে । তেওঁলোকৰ কিছু অংশক দূতাবাসৰ ভিতৰতেই স্থান দিয়া হৈছে । বাকীসকলক সংলগ্ন নিৰাপদ অঞ্চলত প্ৰেৰণ কৰা হৈছে বুলি দূতাবাস সূত্রে জনাইছে ।

আনহাতে, বিষয়টোক লৈ চৰকাৰৰ ওপৰত চাপ দিয়া দেখা গৈছে প্রধান বিৰোধী দল কংগ্ৰেছক । ৰাহুল গান্ধীয়ে এটা ভিডিঅ’ টুইট কৰিছে । ভিডিঅ’টোত এগৰাকী ছাত্রীয়ে জনাইছে, ভাৰতীয় দূতাবাসৰ তৰফৰ পৰা কোনো সহায় পোৱা নাই । ৰাহুলে লিখিছে, ‘২০ হেজাৰ ভাৰতীয় ছাত্র-ছাত্রীৰ সুৰক্ষাই এতিয়া সর্বোচ্চ অগ্রাধিকাৰ । চৰকাৰে সেইটো নিশ্চিত কৰক ।’

কংগ্রেছৰ মুখপাত্র ৰণদীপ সিং সুৰজেৱালাই কৈছে, ‘কৰ’নার সময়ত তেওঁৰ আহ্বানত মানুহে হেজাৰ হেজাৰ কিলোমিটাৰ পথ খোজকাঢ়িবলৈ বাধ্য হৈছিল । আজি তেওঁৰ ইউক্রেইনক লৈ নীৰৱতাই ২০ হেজাৰ ছাত্র-ছাত্রীৰ জীৱন বিপন্ন কৰিছে । সংকটৰ সময়ত মানুহৰ পৰা মুখ ঘূলাই লোৱাই মোদী মডেল নেকি ?’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Mission UkraineNarendra ModiRahul GandhiS Jaishankar
publisher

publisher

Related Posts

গা ধুবলৈ একেলগে পুখুৰীত নামি মৃত্যুক সাবটিলে চাৰি নাবালিকাই
Assam

August 22, 2026
মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল
India

মাথোঁ এটা ম’বাইল ফোনৰ বাবে নিঃশেষ হ’ল এটা তিনিজনীয়া পৰিয়াল

August 22, 2026
শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 
Assam

শিক্ষাখণ্ডৰ দুৰৱস্থাক উদঙাই এবছৰতে ১৪ৰ পৰা ১৮ বছৰৰ ৪.৫২ লক্ষাধিকৰ শিক্ষা জীৱন ত্যাগ 

August 22, 2026
কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে
India

কেৱল এটিএম নহয়, ডিজিটেল লেনদেনৰো সীমা বান্ধিলে এছবিআয়ে

August 21, 2026
যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য
India

যি স্থানতেই নাথাকক মাতৃৰ মন সদায় অনন্য

August 21, 2026
কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ
India

কিংবদন্তি নিৰ্মল পূৰ্জাৰ নামত হিমালয়ৰ উদ্ভিদৰ নামকৰণ

August 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d