Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Shocking murder in Gitanagar:অপৰাধীৰ নগৰলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ

নিশা মহানগৰীৰ মহিলাক হানি- খুঁচি হত্যা

publisher by publisher
November 19, 2024
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Shocking murder in Gitanagar:অপৰাধীৰ নগৰলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ
1
SHARES
9
VIEWS
ShareShareShareShare

Shocking murder in Gitanagar:

ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে অপৰাধজনিত ঘটনা। ক্ৰমাৎ গুৱাহাটী পৰ্যবেশিত হৈছে অপৰাধীৰ মহানগৰীলৈ ৷ কৰবাত যদি চিলনী চোৰ,আন কৰবাত আকৌ চোৰৰ চাফাই অভিযান ৷ তাৰ সমান্তৰালভাৱে সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ৷ অপৰাধীৰ টিঘিলঘিলনীত সন্ত্ৰস্ত হৈছে মহানাগৰিক ৷ নিৰাপত্তাহীনতাত মহানগৰবাসী ৷ স্মাৰ্ট আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাইছে ৰাইজে। এনেবোৰ ঘটনা ক্ৰমৰ মাজতে যোৱা নিশা পুনৰ সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড |

ADVERTISEMENT

পুনৰ এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল মহানগৰ ৷ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাস্কৰ নগৰত যোৱা নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। একেটা পৰিয়ালৰ দুগৰাকী বোৱাৰীৰ মাজত সূত্রপাত হোৱা সংঘাতে তীব্র ৰূপ ধাৰণ কৰাৰ পাছত এগৰাকীয়ে আন গৰাকীক কেঁচিৰে আক্ৰমণ কৰি হত্যা কৰে।

RelatedPosts

Shocking murder in Guwahati: মহানগৰীত সংঘটিত হত্যাকাণ্ডত চাঞ্চল্য

Guwahati murder: গুৱাহাটী মহানগৰীত পুনৰ লোমহৰ্ষক হত্যাকাণ্ড

Shocking Murder in Dhakuakhana:ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুনমূৰ

ঘটনাত জড়িত থকাৰ অভিযোগত হাচিনা বেগম নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি গীতানগৰ আৰক্ষীয়ে সদৰী কৰিছে। আনহাতে, আক্রমণত মৃত্যুক আঁকোৱালি লোৱা নাজমা খাতুন নামৰ মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে ভুক্তভোগী আৰু অভিযুক্ত মহিলা দুগৰাকী একেটা পৰিয়ালৰে বোৱাৰী। প্রাথমিক তদন্তত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, ভাস্কৰ নগৰৰ দুই নম্বৰ উপ-পথৰ এটা গৃহত মাতৃৰ স’তে দুই পুত্ৰ-বোৱাৰীয়ে বাস কৰিছিল। ইয়াৰে মৃত মহিলাগৰাকী পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰ আকলি আলীৰ পত্নী।

কর্মসূত্রে আলী বহিঃৰাজ্যত থাকে। আনহাতে, অভিযুক্ত ধৃত মহিলাগৰাকী কনিষ্ঠ পুত্ৰৰ পত্নী। এই দুই বোৱাৰীৰ মাজত প্ৰায়ে কাজিয়াৰ সূত্রপাত হয় বুলি স্থানীয় লোকে আৰক্ষীৰ আগত সদৰী কৰিছে। আজিও কোনো কথাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হৈছিল। ইয়াৰ পাছতে নিশা প্রায় ৭-৪০ বজাত ঘৰৰ সমীপৰ পথত নাজমা পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা মৃতদেহটো দেখাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত ততাতৈয়াকৈ শীর্ষ বিষয়াসহ আৰক্ষী, চিআইডি আৰু ফৰেনচিকৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে হাচিনা বেগমক সোধপোছ কৰাৰ পাছতে এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ধৃত হাচিনাই এখন কেঁচিৰে হানি-খুঁচি নাজমাক হত্যা কৰা বুলি প্রাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে সন্দেহ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gitanagar policeMurder womenOne Women ArrestedShocking Murder
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d