Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Pressmeet Addressing Bjp Sporkperson Anil Antony:পশ্চিম বংগৰ মহিলা চিকিৎসকৰ বলাৎকাৰ আৰু নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাহুল গান্ধী নিমাত কিয় ?

প্রশ্ন বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্র অনিল এন্থনীৰ

publisher by publisher
August 16, 2024
in Uncategorized
Reading Time: 2 mins read
0
Pressmeet Addressing Bjp Sporkperson Anil Antony:পশ্চিম বংগৰ মহিলা চিকিৎসকৰ বলাৎকাৰ আৰু নৃশংস হত্যাকাণ্ডৰ সন্দৰ্ভত ৰাহুল গান্ধী নিমাত কিয় ?
3
SHARES
30
VIEWS
ShareShareShareShare

RelatedPosts

CP Parthasarathi Mahanta Pressmeet:জেহাদী বিৰুদ্ধে অসম আৰক্ষীৰ অপাৰেচন প্ৰতিঘাতকলৈ সংবাদমেল সম্বোধন চিপি ড:পাৰ্থ সাৰথি মহন্ত

Dhaka will take similar steps in India:অনুপ্ৰৱেশকাৰীক ওভতাই পঠিওৱাৰ ভাৰতৰ অনুৰূপ পদক্ষেপ ল’ব ঢাকাই

India-Pakistan War:ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ আক্রমণত নিহত ৩৫-৪০ পাক সেনা

Pressmeet Addressing Bjp Sporkperson Anil Antony:

নিজকে নিজে জন নায়ক হিচাপে জাহিৰ কৰা কংগ্ৰেছৰ নেতা ৰাহুল গান্ধীয়ে পশ্চিম বংগৰ স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়নৰত মহিলা চিকিৎসকক দুর্বৃত্তই দলবদ্ধ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ বৰ্বৰ ঘটনাৰ সন্দৰ্ভত কিয় নিষ্ক্রীয় ভূমিকা গ্রহণ কৰিছে তথা সততে দেশৰ বিভিন্ন ঘটনাস্থলীত ৰাজনৈতিক পৰ্যটকৰ দৰে ঘটনাস্থলীলৈ যোৱা কংগ্রেছ নেতাজনে পশ্চিম বংগৰ চিকিৎসকক নৃশংস হত্যা কৰা স্থানলৈ আজিকোপতিও যাবলৈ কিয় সাহস কৰা নাই বুলি প্রশ্ন কৰে ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় মুখপাত্র অনিল এন্থনীয়ে।

ADVERTISEMENT

আজি গুৱাহাটী বশিষ্ঠস্থিত বিজেপিৰ অসম প্ৰদেশৰ মুখ্য কার্যালয়ত এখন সংবাদ মেল সম্বোধন কৰি ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে পশ্চিম বংগৰ চৰকাৰৰ মুৰব্বী মমতা বেনাৰ্জীকো চোকা সমালোচনা কৰে। উল্লেখ্য যে যোৱা তেৰটা বছৰ পশ্চিম বংগত কংগ্রেছ সহযোগী তৃণমূল কংগ্ৰেছৰ নেত্রী মমতা বেনাৰ্জীৰ নেতৃত্বৰ চৰকাৰৰ দিনত ৰাজ্যখনৰ জনসাধাৰণ সুৰক্ষিত নহয় আৰু মহিলাৰ ওপৰত নিৰৱিচ্ছিন্নভাৱে বিভিন্ন বৰ্বৰ ঘটনা সংঘটিত হৈ আহিছে যদিও মমতা চৰকাৰে চকু মুদা কুলিৰ দৰে ভাও ধৰি দুৰ্বত্তসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই।

অন্যহাতেদি মহিলা চিকিৎসকৰ দলৱদ্ধ ধৰ্ষণ আৰু নৃশংস হত্যাৰ ঘটনাই পাছত তৎকালীনভাবে মমতা চৰকাৰে দুৰ্বত্ত সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ নকৰাৰ ফলত দুর্বৃত্ত সকলে ঘটনাস্থলীৰ পৰা সাক্ষ্য প্রমাণ সমূহ নষ্ট কৰিবলৈ সুবিধা পালে। আশ্চার্যজনকভাবে চিকিৎসক গৰাকীৰ অভিভাৱকক মৃতদেহ ঘটনাৰ তিনি ঘণ্টাৰ পাছতহে চাবলৈ দিয়া হৈছিল আৰু ঘটনাটোক আত্মহত্যাৰ ঘটনা বুলি পশ্চিম বংগৰ আৰক্ষীৰ সহযোগত চিকিৎসালয় কতৃপক্ষই প্রতিষ্ঠা কৰিবলৈ চেষ্টা কৰিছিল। মুখপাত্ৰ গৰাকীয়ে লগতে কয় পশ্চিম বংগৰ চৰকাৰে একাংশ দোষীক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে চেষ্টা কৰে।

সেয়েহে বিজেপিয়ে মমতা চৰকাৰ আৰু দুর্বৃত্ত সকলৰ মাজত সম্পক থকা বুলি বিভিন্ন সময়ত অভিযোগ উত্থাপিত কৰিছে। আৰ জি কাৰ, মেডিকেল কলেজৰ স্নাতকোত্তৰ মহলাৰ এগৰাকী মহিলা চিকিৎসক দলৱদ্ধ ধৰ্ষণ আৰু নৃশংস হত্যাকাণ্ডৰ অনুসন্ধান কৰিবৰ বাবে ইতিমধ্যে কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাক অর্পণ কৰিছে আৰু সংস্থাটোৰ অনুসন্ধানত সকলো ধৰণৰ তথ্য তথা ঘটনাৰ লগত জড়িত থকা লোক সকলৰ সন্দৰ্ভত সকলো তথ্য পোহৰলৈ আহিব বুলি নেতাজনে মতপোষণ কৰে।

আজিৰ সংবাদ মেলত যুৱনেতা তথা ৰাজ্যিক বিজেপিৰ মুখ্য মুখপাত্র মনোজ বৰুৱা আৰু ৰাজ্যিক সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত থাকি সংবাদিক সকলক সম্বোধিত কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bjp Sporkperson Anil AntonyPressmeet AddressingState BJP Headquarters
publisher

publisher

Related Posts

Uncategorized

SuomiVeto mobiilisovellus: nopea pääsy ja sujuva pelikokemus

August 20, 2026

Pin-Up Casino в 2026 году: какие бонусы и акции доступны для игроков

August 20, 2026
Uncategorized

Pin Up казино: что нового в играх с живыми дилерами в 2026 году

August 20, 2026
Uncategorized

Pin Up Bet: promociones exclusivas que no puedes perderte este año

August 19, 2026
Uncategorized

Тоглоомын шинэ туршлага: Pinco casino-д яаж амжилттай тоглох вэ?

August 19, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d