Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Shocking murder in Gitanagar:অপৰাধীৰ নগৰলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ

নিশা মহানগৰীৰ মহিলাক হানি- খুঁচি হত্যা

publisher by publisher
November 19, 2024
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Shocking murder in Gitanagar:অপৰাধীৰ নগৰলৈ পৰ্যবেশিত গুৱাহাটী মহানগৰ
1
SHARES
5
VIEWS
ShareShareShareShare

Shocking murder in Gitanagar:

ইটোৰ পাছত সিটোকৈ সংঘটিত হৈছে অপৰাধজনিত ঘটনা। ক্ৰমাৎ গুৱাহাটী পৰ্যবেশিত হৈছে অপৰাধীৰ মহানগৰীলৈ ৷ কৰবাত যদি চিলনী চোৰ,আন কৰবাত আকৌ চোৰৰ চাফাই অভিযান ৷ তাৰ সমান্তৰালভাৱে সংঘটিত হৈছে লোমহৰ্ষক হত্যাকাণ্ড ৷ অপৰাধীৰ টিঘিলঘিলনীত সন্ত্ৰস্ত হৈছে মহানাগৰিক ৷ নিৰাপত্তাহীনতাত মহানগৰবাসী ৷ স্মাৰ্ট আৰক্ষীৰ ওপৰত আস্থা হেৰুৱাইছে ৰাইজে। এনেবোৰ ঘটনা ক্ৰমৰ মাজতে যোৱা নিশা পুনৰ সংঘটিত হ’ল আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড |

ADVERTISEMENT

পুনৰ এক নৃশংস হত্যাকাণ্ডই জোকাৰি গ’ল মহানগৰ ৷ গীতানগৰ আৰক্ষী থানাৰ অন্তৰ্গত ভাস্কৰ নগৰত যোৱা নিশা সংঘটিত হয় এক নৃশংস হত্যাকাণ্ডৰ ঘটনা। একেটা পৰিয়ালৰ দুগৰাকী বোৱাৰীৰ মাজত সূত্রপাত হোৱা সংঘাতে তীব্র ৰূপ ধাৰণ কৰাৰ পাছত এগৰাকীয়ে আন গৰাকীক কেঁচিৰে আক্ৰমণ কৰি হত্যা কৰে।

RelatedPosts

Shocking Murder in Dhakuakhana:ঢকুৱাখনাৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ নতুনমূৰ

Female Examinee Detained:স্বাস্থ্য বিভাগৰ প্ৰশ্ন কাকত ফাদিলৰ মাষ্টাৰ মাইণ্ড আটক

Car theft : নগালেণ্ডৰ পৰা উদ্ধাৰ চুৰি গাড়ী

ঘটনাত জড়িত থকাৰ অভিযোগত হাচিনা বেগম নামৰ মহিলা গৰাকীক গ্ৰেপ্তাৰ কৰা হৈছে বুলি গীতানগৰ আৰক্ষীয়ে সদৰী কৰিছে। আনহাতে, আক্রমণত মৃত্যুক আঁকোৱালি লোৱা নাজমা খাতুন নামৰ মহিলাগৰাকীৰ মৃতদেহ আৰক্ষীয়ে উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে।

উল্লেখ্য যে ভুক্তভোগী আৰু অভিযুক্ত মহিলা দুগৰাকী একেটা পৰিয়ালৰে বোৱাৰী। প্রাথমিক তদন্তত আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, ভাস্কৰ নগৰৰ দুই নম্বৰ উপ-পথৰ এটা গৃহত মাতৃৰ স’তে দুই পুত্ৰ-বোৱাৰীয়ে বাস কৰিছিল। ইয়াৰে মৃত মহিলাগৰাকী পৰিয়ালটোৰ জ্যেষ্ঠ পুত্ৰ আকলি আলীৰ পত্নী।

কর্মসূত্রে আলী বহিঃৰাজ্যত থাকে। আনহাতে, অভিযুক্ত ধৃত মহিলাগৰাকী কনিষ্ঠ পুত্ৰৰ পত্নী। এই দুই বোৱাৰীৰ মাজত প্ৰায়ে কাজিয়াৰ সূত্রপাত হয় বুলি স্থানীয় লোকে আৰক্ষীৰ আগত সদৰী কৰিছে। আজিও কোনো কথাক লৈ দুয়োৰে মাজত কাজিয়াৰ সূত্রপাত হৈছিল। ইয়াৰ পাছতে নিশা প্রায় ৭-৪০ বজাত ঘৰৰ সমীপৰ পথত নাজমা পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকে। তেজেৰে লুতুৰি-পুতুৰি হৈ পৰি থকা মৃতদেহটো দেখাৰ লগে লগে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে।

ঘটনাস্থলীত ততাতৈয়াকৈ শীর্ষ বিষয়াসহ আৰক্ষী, চিআইডি আৰু ফৰেনচিকৰ দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে তদন্ত আৰম্ভ কৰে। ইয়াৰ পাছতে আৰক্ষীয়ে হাচিনা বেগমক সোধপোছ কৰাৰ পাছতে এই হত্যাকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

উল্লেখ্য যে ধৃত হাচিনাই এখন কেঁচিৰে হানি-খুঁচি নাজমাক হত্যা কৰা বুলি প্রাথমিক তদন্তৰ ভিত্তিত আৰক্ষীয়ে সন্দেহ কৰিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gitanagar policeMurder womenOne Women ArrestedShocking Murder
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d