Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

There are serious allegations of violations of election rules in Asom Sahitya Sabha:নির্বাচনী প্রক্রিয়াক লৈ সাহিত্য সভাৰ মজিয়াতে ক্ষোভৰ বহিঃপ্রকাশ

প্রধান সম্পাদকলৈ লিখা পত্রত নির্বাচনী বিধি উলংঘাৰ গুৰুতৰ অভিযোগ উত্থাপন

publisher by publisher
November 20, 2024
in India, Assam, News
Reading Time: 2 mins read
0
There are serious allegations of violations of election rules in Asom Sahitya Sabha:নির্বাচনী প্রক্রিয়াক লৈ সাহিত্য সভাৰ মজিয়াতে ক্ষোভৰ বহিঃপ্রকাশ
1
SHARES
14
VIEWS
ShareShareShareShare

There are serious allegations of violations of election rules in Asom Sahitya Sabha:

সভাপতি আৰু প্ৰধান সম্পাদক নির্বাচনক লৈ অসম সাহিত্য সভাত অব্যাহত থকা তীব্র বিতর্কই এইবাৰ যেন নতুন ৰূপ ধাৰণ কৰিছে। বিশেষকৈ প্রধান সম্পাদক নির্বাচনক লৈ এইবাৰ সভাৰ মজিয়াতে মুকলি বিদ্রোহ আৰম্ভ হৈছে। তাৰেই আনুষ্ঠানিক ৰূপ দিয়ে অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ কৰ্ণধাৰ সমিতিৰ প্ৰাক্তন সদস্য তথা বৰ্তমানৰ তথ্য-চিত্র কোষৰ আহ্বায়ক নুৰুল চুলতানে।

ADVERTISEMENT

জাতীয় অনুষ্ঠানটোৰ কেন্দ্ৰীয় সমিতিৰ জ্যেষ্ঠ বিষয়ববীয়াজনে অসম সাহিত্য সভা বৰ্তমান কিদৰে চলিছে, আগন্তুক দিনত কি হ’বলৈ গৈ আছে আৰু ইয়াৰ অন্তৰালত কোন কোন জড়িত আছে, তাকে লৈ সৰৱ হয়। বর্তমান অব্যাহত থকা নির্বাচনী প্ৰক্ৰিয়াৰ অন্তৰালত গভীৰ ষড়যন্ত্র থকা বুলি অভিযোগ কৰি চুলতানে সমালোচনাৰ লক্ষ্য কৰি লয় প্রধান সম্পাদক ড: উপেন্দ্রজিৎ শর্মাক।

RelatedPosts

Asom Sahitya Sabha:হাৱাজানত অসম সাহিত্য সভাৰ ‘কেন্দ্ৰীয় সাহিত্য দিৱস’ উদযাপন

Asom sahitya Sabha:অসম সাহিত্য সভাৰ প্ৰতিনিধি সভাত উত্তপ্ত পৰিস্থিতি

Asom Sahitya Sabha: জুবিন গাৰ্গলৈ মৰণোত্তৰভাবে ভাৰত ৰত্ন প্ৰদানৰ দাবীৰে প্ৰধানমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসম সাহিত্য সভাৰ

আনহাতে, সভাত বর্তমান অচলাৱস্থা বিৰাজ কৰা বুলি মন্তব্য কৰি চুলতানে ইয়াৰ কাৰণ সভাপতি, উপ- সভাপতি আৰু প্রধান সম্পাদকৰ মাজত কোনো সমন্বয় নথকা বুলি কয়। প্রধান সম্পাদক বাছনিক লৈ বর্তমান যি নির্বাচনী প্ৰক্ৰিয়া আৰম্ভ হৈছে তাৰ অন্তৰালত বহু ন্যস্তস্বার্থ জড়িত বিষয় থকা বুলিও উল্লেখ কৰি চুলতানে ভোটদান কৰিবলগীয়া শাখা সভা সমিতিসমূহকো এই ক্ষেত্ৰত নিজৰ দায়বদ্ধতা প্রকাশ কৰিবলৈ আহ্বান জনাইছে। সমান্তৰালভাৱে ৰাইজৰ মনৰ কথাক গুৰুত্ব দি ড° উপেন্দ্রজিৎ শর্মাক নির্বাচনী সকলো কামৰ পৰা আঁতৰি থাকিবলৈ আহ্বান জনায়। নির্বাচনতো স্বচ্ছ আৰু নিৰপেক্ষ হোৱাৰ স্বাৰ্থতে ড° শর্মাক নির্বাচনী কামৰ পৰা আঁতৰি থাকিবলৈ তেওঁ পৰামৰ্শ দিয়ে।

প্রধান সম্পাদক ড° শৰ্মাক সম্বোধন কৰি লিখা এখন পত্রত চুলতানে উল্লেখ কৰে যে প্ৰধান সম্পাদকৰ দৰে গুৰু গম্ভীৰ পদবী লাভ কৰাৰ পাছৰে পৰা ড° শৰ্মাৰ ভিতৰৰ কুটিলতাপূর্ণ মানুহজন ওলাই পৰে। তেনে কুটিল চক্ৰান্তৰ বলি উপ-সভাপতি ডাঃ গিৰিশ সন্দিকৈ হোৱা বুলিও পত্ৰখনত উল্লেখ কৰিছে। সভাপতি হোৱাৰ লক্ষ্য আগত ৰাখি কাম কৰি থকা বুলি ড° শৰ্মাৰ বিৰুদ্ধে অভিযোগ কৰা চুলতানে পত্ৰখনত লিখে এনেদৰে, ‘ডাঃ সন্দিকৈক নিঃশেষ কৰাৰ পাছত এইবাৰ আপুনি কাক বধৰ পৰিকল্পনা ৰচিছে, যাৰ বাবে সভাৰ কাম-কাজ কৰিবলৈ ছুটী ল’ব নোৱৰা মানুহজনে জিলাই জিলাই এতিয়া অবৈধভাবে সাংগো-পাংগ লগত লৈ বেলট বিতৰণ কৰি ফুৰিছে।

এই ছেগতে নির্বাচনী সমিতিৰ পৰা জানিব খুজিছো আপোনালোকে সভাত চাহ-তামোল খাই (মাননি লৈছে নে নাজানো; কিন্তু দিয়াৰ পৰম্পৰা আছে) ড° উপেন্দ্ৰজিৎ শৰ্মাৰ কথাত চকু মুদি আছে। ড° শর্মা, এই নির্বাচনটোত আপুনি যিমান তৎপৰতা দেখুৱাইছে, যোৱা ২২ টা মাহৰ এমাহো যদি সক্রিয়তা দেখুৱালেহেঁতেন, তেন্তে আমি আজি লিখিব লগা নহ’লহেঁতেন। সভাপতি মহোদয়ৰো কৌশলী স্থিতি ধৰা পৰি গৈছে। আপোনাৰ সন্মতি বা স্বাক্ষৰ নোহোৱাকৈ প্রধান সম্পাদকে কেনেকৈ – বেলট নিব।’

প্রসংগক্রমে চুলতানে কয় যে ড° শর্মাই প্রধান সম্পাদক হৈ থকাৰ পাছত উপ-সভাপতি হ’ব আৰু তাৰ পাছত সভাপতি হ’ব। এয়া তেওঁৰ পৰিকল্পনা। সভাপতি আৰু প্রধান সম্পাদকৰ মাজত অৰিয়া-অৰি চলাৰ ফলত অসম সাহিত্য সভাৰ ক্ষতি হৈছে বুলিও মন্তব্য কৰা চুলতানে পত্ৰখনত আন এক বিষয়ো উল্লেখ কৰে। সেই অনুসৰি উল্লেখ কৰা হৈছে এনেদৰে, ‘ভাষা গৌৰৱ আঁচনিৰ কোটি টকা জমা দিয়াৰ পাছতো অৰিয়া-অৰি কৰি দুবছৰত এখনো গ্রন্থ প্ৰকাশ কৰিব নোৱাৰিলে। সভাপতিৰ গ্ৰন্থ প্ৰকাশৰ দক্ষতা আছে, অথচ তেওঁৰ পৰামৰ্শ গ্রহণ অথবা শুনাৰ ইচ্ছা নকৰিলে।

৯০ লাখ টকাৰ গ্ৰন্থ প্ৰকাশৰ লেখক/সম্পাদক, কিতাপৰ নামৰ তালিকাখন অনুগ্ৰহ কৰি এবাৰ ৰাজহুৱা কৰিবচোন।’ ড° শৰ্মাই শাখা সাহিত্য সভাৰ ক্ষেত্ৰতো জালিয়াতি সংঘটিত কৰাৰ এক ইংগিত পত্ৰখনত দিয়া হৈছে। এই ক্ষেত্রত লিখা হৈছে এনেদৰে, ‘ধুবুৰী আপোনাৰ চাকৰি কৰা ঠাই, মানে জিলা। ধুবুৰীত ৬৫ টা ভোট থকা মানে স্বীকৃত শাখা আছে। আপোনাৰ সাহস আছে যদি সেই সভাবোৰৰ কাৰ্যনিৰ্বাহকখনৰ ভিডিঅ’ ৰেকর্ডিং কৰাওক, যিখন সভাত আগন্তুক সভাপতি, উপ-সভাপতি আৰু প্ৰধান সম্পাদকৰ বাবে বেলট পেপাৰত ভোট দিব। যদি নোৱাৰে পইচা মই দিম।

আপুনিও মোৰ লগত ওলাব, সন্মানিত কেইটামান শাখাৰ বাদে বাকী ধুবুৰীৰ শাখাবোৰৰ ওপৰত এখন তথ্যচিত্র বনাম।’ সময়ে কাকো ক্ষমা নকৰে বুলি সকীয়নি দি চুলতানে পত্রখনত প্রধান সম্পাদক ড° শৰ্মাক প্ৰত্যাহ্বানো জনায় এনেদৰে, ‘এনেদৰে লিখাৰ বাবে মোলৈ এখন কৈফিয়ৎ তলবৰ পত্ৰ আপুনি দিব। পত্র পোৱাৰ পিছদিনাই মুখত ক’লা কাপোৰ, ক’লা চোলা পিন্ধি সাহিত্য সভাৰ কাৰ্যালয়ত, নির্বাচনী সমিতিৰ বিষয়ববীয়াৰ ঘৰৰ পদূলিত আৰু ধুবুৰীৰ বি এন কলেজৰ গেটৰ মুখত ওলামগৈ দেই।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Sahitya Sabhaserious allegations of violations of election rules
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d