Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Digital Arrest Gang Arrested In Guwahati:মহানগৰীত উৎখাত বৃহৎ চাইবাৰ অপৰাধী চক্ৰ

ডিজিটেল এৰেষ্টৰ ভাবুকিৰে কে'বা কোটি টকা সংগ্ৰহ, চেন্নাইত ৰজু হোৱা গোচৰত তামিলনাডু আৰক্ষীৰ অভিযান

publisher by publisher
November 29, 2024
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Digital Arrest Gang Arrested In Guwahati:মহানগৰীত উৎখাত বৃহৎ চাইবাৰ অপৰাধী চক্ৰ
2
SHARES
24
VIEWS
ShareShareShareShare

Digital Arrest Gang Arrested In Guwahati:

আপুনি যদি অৱসৰ প্ৰাপ্ত বিষয়া বা ব্যৱসায়ী হয় ৷ তেন্তে এতিয়াৰ পৰা ম’বাইলত অহা অচিন ফোন কল ৰিচিভ কৰিব যাওঁতে হওক সাৱধান ৷ অন্যাৰ্থাই আপুনি সন্মুখীন হ’ব পাৰে সম্ভাব্য বিপদৰ ৷

অচিন কণ্ঠৰ পৰা অহা ফোনে আপোনাৰ বিৰুদ্ধে চিবিআই বা আৰক্ষীত গোচৰ ৰজু হোৱা বুলি কৈ নিজকে আৰক্ষী বুলি পৰিচয় দি এই গোচৰৰ পৰা সকাহ পাবলৈ আপোনাক ব্লেকমেইল কৰি দাবী কৰিব শকত পৰিমাণ ধন ৷ অৰ্থাৎ চাইবাৰ অপৰাধত নতুন সংযোজন ডিজিটেল এৰেষ্ট ৷ ডিজিটেল এৰেষ্টৰ ভয়াৱহ জাল মেলা এটা চাইবাৰ অপৰাধী চক্ৰক গুৱাহাটীত উৎখাত কৰিবলৈ সক্ষম হয় গুৱাহাটী আৰু তামিলনাডু আৰক্ষীয়ে।

ADVERTISEMENT

চেন্নাইত ৰজু হোৱা গোচৰৰ সন্দৰ্ভত তামিলনাডুৰ এটা আৰক্ষী দলে গুৱাহাটী আৰক্ষীৰ সহযোগত মহানগৰীৰ অনিল নগৰৰ এটা ফ্লেটত অৰ্তকিতে অভিযান চলাই চাৰিজন চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত যুৱক কেইজন হ’ল ধ্ৰুৱজ্যোতি মজুমদাৰ,প্ৰশান্ত গিৰি,নিশান্ত নেৱাৰ, প্ৰাঞ্জল হাজৰিকা ৷ তেওঁলোকৰ পৰা জব্দ কৰে লেপটপ, হাৰ্ডডিক্,কম্পিউটাৰ,কে’বা খনো ছিমকাৰ্ড,কে’বাটাও ম’বাইল সহ কেতবোৰ আপত্তিজনক নথিপত্ৰ।

RelatedPosts

Cattle Seized in Khanapara:মহানগৰীৰ খানাপাৰাত আৰক্ষীৰ জালত গো-ভর্তি বাহন

Spa Salon:মহানগৰীত স্পা-চেলুনৰ জৰিয়তে চলিছে মানৱ সৰবৰাহ

Jorhat:ডিজিটেল এৰেষ্টৰ কৱলত সৰ্বস্বান্ত জেএমচিএইছৰ চিকিৎসক প্ৰৱঞ্চকে লুটিলে ৪৯ লাখ টকা

উল্লেখ্য যে,গোটেই ঘটনাটো পোহৰলৈ আহে ১৯ নৱেম্বৰত জাগীৰোডত গ্ৰেপ্তাৰ হোৱা পার্থ প্রতীম বৰাই জেৰাত দিয়া স্বীকাৰোক্তিত ৷ চাইবাৰ অপৰাধী চক্ৰটোৱে পার্থ প্রতীম বৰাৰ বেংক একাউন্টৰ জৰিয়তে লেনদেন কৰিছিল ৩ কোটি ৮৮ লাখ টকা ৷ একেদৰে মৰিগাঁৱৰ এটা প্ৰতিষ্ঠানৰ কাৰেণ্ট বেংক একাউন্টোও ব্যৱহাৰ কৰিছিল। পানবজাৰ থানাত ৰখা চাৰি চাইবাৰ অপৰাধীক ইতিমধ্যে আজি চেন্নাই আৰক্ষী দলটোৱে টেনজিট ৰিমাণ্ডত লৈছে ৷

crime 2মনকৰিবলগীয়া যে, চাইবাৰ অপৰাধী চক্ৰটোৱে গুৱাহাটীৰ পৰাই চেন্নাই সহ দেশৰ বিভিন্ন স্থানৰ বিভিন্ন জনলৈ ডিজিটেল এৰেষ্টৰ জাল পেলাইছিল ৷ কিন্ত এশ গৰু মাৰিলে বাঘৰো মৰণ লেখীয়াকৈ চাইবাৰ অপৰাধী চক্ৰটো অৱশেষত আৰক্ষীৰ জালত পৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Digital Arrest GangFour Person ArrestedGuwahati PoliceTamilnadu Police
publisher

publisher

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d