Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

    সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

    মুখ্যমন্ত্ৰীৰ আশ্বাসতে ৰ’ল যোৰহাটবাসীৰ বহু আকাংক্ষিত জুবিন উদ্যান

    চোৰাং চুপাৰিৰ বেহা-পৰিবহণৰ নামত বৃহৎ অবৈধ লেনদেন, অসম-পশ্চিমবংগৰ ১৬ স্থানত ইডি

    Asian Games 2026:এছিয়ান গেমছত স্বর্ণপদক লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    শ্বেয়াৰ বজাৰত ভয়াৱহ স্খলন অব্যাহত, একেদিনাই ন লাখ কোটি টকা উধাও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Supply department failed to crack down on middlemen:মধ্যভোগী উৎখাতত ব্যৰ্থ যোগান বিভাগ

শস্য বিক্ৰীৰ বাবে পঞ্জীয়নভুক্ত কৃষকৰ মাত্ৰ ৫৬ শতাংশৰ পৰাহে ক্ৰয়' ২০২৩-২৪ধাৰ্য লক্ষ্য ৭,৪৯,৪০০মেট্ৰিক টনৰ বিপৰীতে ক্ৰয় মাত্ৰ ৩,৯৪,১৪৬ মেট্ৰিক টন

samimsultana by samimsultana
November 2, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Supply department failed to crack down on middlemen:মধ্যভোগী উৎখাতত ব্যৰ্থ যোগান বিভাগ
2
SHARES
18
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Supply department failed to crack down on middlemen:

নিজৰেই আঁচনি ৰূপায়ণত অসম চৰকাৰৰ যোগান বিভাগ ব্যর্থ হোৱাৰ অন্যতম উদাহৰণ হৈ ৰ’ব ন্যূনতম সমর্থিত মূল্য (এমএছপি)ত ধান ক্রয় ব্যৱস্থা। এই আঁচনিখন ৰূপায়ণৰ পৰা বিগত বৰ্ষলৈকে অসম চৰকাৰে সফলতাৰ মুখ দেখা নাই। বিফলতাৰ সেই ধাৰাবাহিকতা অৱশেষত ২০২৩-২৪ বর্ষতো বাহাল থাকিল।

ADVERTISEMENT

তাৎপর্যপূর্ণ বিষয় এয়ে যে চৰকাৰে ধান বিক্ৰীৰ বাবে নাম পঞ্জীয়ন কৰা কৃষকসকলকে আজিলৈকে আঁচনিখনত সহযোগিতাৰ বাবে উৎসাহিত কৰিব নোৱাৰিলে। এনে ক্ষেত্ৰত ধান ক্ৰয়ৰ পৰিমাণ এমএছপিয়ে বৃদ্ধি কৰা সত্ত্বেও শেহতীয়া বিত্তীয় বর্ষটোত তথৈবচ হৈয়ে থাকিল। শস্য বিক্ৰীৰ বাবে নাম পঞ্জীয়ন কৰা অসমৰ কৃষকৰ সংখ্যা হ’ল ৭০,১৩৬ গৰাকী। তাৰে মাত্র ৩৯,৫৭৭ গৰাকীৰ পৰাহে ২০২৩-২৪ বিত্তীয় বর্ষত ধান ক্রয় কৰিবলৈ সক্ষম হয়। অর্থাৎ গড় হিচাপত মাত্র ৫৬ শতাংশৰ পৰাহে ধান ক্রয় কৰাটো সম্ভৱ হয়। অথচ কৃষকসকলক উৎসাহিত কৰিবলৈকে এইবাৰ প্ৰতি কুইণ্টল ধানৰ এমএছপি ধার্য কৰা হৈছিল ২৯,১৮৩ টকা।

আনহাতে, ধান ক্রয়ৰ লক্ষ্য লোৱা হৈছিল ৭,৪৯,৪০০ মেট্রিক টন। ইয়াৰে মাত্র ৫৪ শতাংশ অর্থাৎ ৩,৯৪,১৪৬ মেট্রিক টন ধানহে ক্রয় কৰাটো সম্ভব হয়। বিত্তীয় বর্ষটোত দুটা পর্যায়ত ধান ক্ৰয় কৰি নিৰ্ধাৰিত পৰিমাণ স্পৰ্শ কৰিব বিচৰা হৈছিল। সেই অনুসৰি, প্ৰথমতে যোৱা ডিচেম্বৰৰ পৰা জুনলৈ আৰু দ্বিতীয় পর্যায়ত জুলাইৰ পৰা ছেপ্টেম্বৰলৈ ধান ক্ৰয় কৰা হয়।

লক্ষ্যণীয় যে বাৰম্বাৰ লক্ষ্য পূৰণত ব্যর্থ হোৱাৰ বাবে এইবাৰ ধান ক্ৰয়ৰ লক্ষ্য নির্ধাৰিত পৰিমাণো হ্রাস কৰা হৈছিল। ইয়াৰ পূৰ্বে লক্ষ্য নির্ধাৰিত পৰিমাণ আছিল ১০ লাখ মেট্রিক টন। এইবাৰ সেই পৰিমাণ প্রায় ৭.৫০ লাখ টনলৈ হ্রাস কৰা হয়। তদুপৰি ক্ৰয় সংস্থাৰ সংখ্যাও ছটাৰ পৰা চাৰিটা কৰা হয়। তৎসত্ত্বেও লক্ষ্য পূৰণ নোহোৱাটো অত্যন্ত দুর্ভাগ্যজনক ৰূপে পৰিগণিত হৈছে।

উল্লেখ্য যে ২০২৩-২৪ বিত্তীয় বৰ্ষত যোৱা ৩০ ছেপ্টেম্বৰলৈ অসম খাদ্য আৰু অসামৰিক যোগান নিগম লিমিটেডে দুটা পর্যায়ত লক্ষ্য নির্ধাৰিত ৫,৩৭,৬৬০ মেট্রিক টনৰ বিপৰীতে ৩,৩৯,০০৪.০২ মেট্রিক টন ধান ক্রয় কৰিবলৈ সক্ষম হয়। নিগমে প্রথম পর্যায়ত ২,৭১,০৬১.০২ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ৬৭,৯৪৩ মেট্রিক টন ধান ক্রয় কৰে।

আনহাতে, অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে দুয়োটা পৰ্যায়ত ১০ হেজাৰ মেট্রিক টনৰ বিপৰীতে ৫,৩৬১.৭৮ মেট্রিক টন ধান ক্রয় কৰে। প্ৰথম পৰ্যায়ত অসম ৰাজ্যিক কৃষি বিপণন পৰিষদে ৩,৫০৩.৭৮ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ১,৮৫৮ মেট্রিক টন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হয়।

আন এটা সংস্থা ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ ধান ক্রয় লক্ষ্য আছিল ৮০ হেজাৰ মেট্রিক টন। অতি দুর্ভাগ্যজনকভাৱে নিগমে মাত্র ১৩,২৬৭.২৪ মেট্রিক টন ধানহে ক্ৰয় কৰিবলৈ সক্ষম হয়। খাদ্য নিগমে প্রথম পর্যায়ত ১২,১০০.২৪ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ১,১৬৭ মেট্রিক টন ধান ক্রয় কৰে। চতুৰ্থটো সংস্থা ৰাষ্ট্ৰীয় কৃষি সমবায় বিতৰণ ফেডাৰেছন (নাফেড) ৰ ধান ক্ৰয়ৰ লক্ষ্য আছিল ১,১৬,৮০০ মেট্রিক টন।

ইয়াৰ বিপৰীতে কেন্দ্রীয় সংস্থাটোৱে ক্ৰয় কৰিবলৈ সক্ষম হোৱা ধানৰ পৰিমাণ হ’ল ৩৬,৫২৩.৪৮ মেট্রিক টন। সংস্থাটোৱে প্রথম পর্যায়ত ২৮,২৭২.৫১ মেট্রিক টন আৰু দ্বিতীয় পর্যায়ত ৮,২৫০.৯৮ মেট্রিক টন ধান ক্রয় কৰে। কেৱল যে এমএছপি বৃদ্ধিৰ জৰিয়তে কৃষকৰ উপকাৰ সাধন কৰিব পাৰি, সেয়া নহয়। এই কথাটো অসমৰ ক্ষেত্ৰতে প্রমাণিত হৈছে।

কৃষকক সজাগ কৰা, মধ্যভোগী-দালালৰ পৰিৱৰ্তে উচিত মূল্যত চৰকাৰক ধান বিক্রী কৰা আদিৰ প্ৰতি আকৰ্ষিত কৰিবলৈ চৰকাৰ যে চূড়ান্ত ব্যর্থ হৈছে, এয়াই তাৰ প্ৰমাণ। একে সময়তে এইটোও স্পষ্ট হৈছে যে চৰকাৰে এমএছপিৰ পৰিমাণ বৃদ্ধি কৰিলেও ৰাজ্যত মধ্যভোগী-দালালৰ দদপনি পূর্ণমাত্রাই চলি আছে; অথচ উচ্চ পৰিমাণৰ এমএছপিত কৃষকৰ পৰা ধান ক্ৰয়ৰ আঁচনিখনৰ লক্ষ্যই হ’ল দুখীয়া কৃষকক সকাহ দিবলৈ মধ্যভোগী-দালালক উৎখাত কৰা। ইয়াতেই চৰম ব্যৰ্থ হৈছে ৰাজ্য চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান বিভাগ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Govtcrack down on middlemenMsp Paddy ProcurementSupply department failed
samimsultana

samimsultana

Related Posts

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা
International

আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

October 2, 2026
জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ
Assam

জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

October 2, 2026
শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ
Assam

শিলচৰৰ এম্বুলেঞ্চ কাণ্ডৰ পাছত মুখ্যমন্ত্ৰীৰ কনভয় হ্ৰাসৰ নিৰ্দেশ

October 2, 2026
সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ
Assam

সমগ্র শিক্ষাই লাভ কৰা ৮১,৭৭২টা কামৰ মাত্র ২৮,৮৭৫টাহে সম্পূর্ণ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d