Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

    আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

    ‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

    ‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

    গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

    যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা

publisher by publisher
December 24, 2024
in India, Assam, News
Reading Time: 2 mins read
0
State Bjp Pressmeet :কংগ্ৰেছৰ আম্বেদকাৰ যাত্রা নাটকবাজী হে মাথো,কংগ্ৰেছে দশক দশক জুৰি আম্বেদকাৰক অবমাননাহে কৰিছিল: ভবেশ কলিতা
1
SHARES
12
VIEWS
ShareShareShareShare

State Bjp Pressmeet :

শেহতীয়াকৈ লোকসভাৰ সদ্যসমাপ্ত অধিবেশনৰ সময়ৰ পৰা আজি পৰ্য্যন্ত কংগ্ৰেছ দলৰ নেতা সকলে ভাৰতীয় জনতা পার্টি আৰু কেন্দ্ৰীয় গৃহ মন্ত্রী অমিত শ্বাহক আক্রমন কৰি সংবিধান প্রনেতা বি আৰ আম্বেদকাৰ সন্দৰ্ভত যি অভিযোগ উত্থাপন কৰি আহিছে সেয়া সম্পূর্ণ ৰূপে ভিত্তিহীন। দশক দশক ধৰি কংগ্ৰেছৰ আমোলত সংবিধান প্রনেতা গৰাকীক মাথো অৱমাননা কৰিহে অহিছিল। শেহতীয়া কৈ কংগ্ৰেছে দেশজুৰি ৰূপায়ন কৰা আম্বেদকাৰ যাত্রা দলটোৰ নাটকবাজী হে মাথো” | এই বক্তব্য ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ।

ADVERTISEMENT

আজি ৰাজ্যিক বিজেপিৰ বশিষ্ঠস্থিত অটল বিহাৰী বাজপেয়ী ভৱনত অনুষ্ঠিত হোৱা এখন সংবাদমেলত সভাপতি কলিতাই কয় যে কংগ্রেছ দলে ১৯৫২ চনৰ সাধাৰণ নিৰ্বাচনত আৰু ১৯৫৪ চনৰ উপ-নির্বাচনত সংবিধান প্রনেতা বি আৰ আম্বেদকাৰক হৰুৱাবৰ কাৰণে ষড়যন্ত্ৰ কৰি তেখেতক অৱমাননা কৰে, আনকি কংগ্ৰেছৰ এনে স্থিতিৰ বাবে আম্বেদকাৰে কেন্দ্ৰীয় চৰকাৰৰ আইন মন্ত্ৰীৰ পদৰ পৰাও পদত্যাগ কৰিবলৈ বাধ্য হৈছিল।

RelatedPosts

Atal Bihari Vajpayee 100 Birth Anniversary:মহানগৰীৰ অটল বিহাৰী বাজপেয়ী ভৱনত সুশাসন দিৱস

State Bjp Pressmeet :অসম চুক্তিৰ ৬ নং দফা ৰূপায়ণক ৰাজ্যিক বিজেপিৰ আদৰণি

State Bjp Chief Sporkperson Pressmeet:ভূপেন বৰা-দেৱব্ৰত শইকীয়াৰ সংবাদ মেল সন্দৰ্ভত বিজেপিৰ প্ৰতিক্রিয়া

সংসদৰ পৰম্পৰা অনুসাৰে যিকোনো এগৰাকী মন্ত্রী পদত্যাগৰ পিছত সংসদত তেখেতৰ বক্তব্য উপস্থাপন কৰিবলৈ দিয়াতো এক প্ৰকাৰৰ নিয়ম। কিন্তু আম্বেদকাৰৰ ক্ষেত্ৰত কংগ্ৰেছ নেতৃত্বৰ ষড়যন্ত্র ইমানেই তীব্র আছিল যে আম্বেদকাৰক পদত্যাগৰ পিছত নিজৰ বক্তব্যও সংসদত প্রকাশ কৰিব দিয়া নাছিল।

আনকি সংবিধান প্রনেতা আম্বেদকাৰৰ পদত্যাগ পত্রখনো কংগ্রেছে ৰাজহুৱা কৰা নাছিল। এই ধৰণে কংগ্ৰেছ দলক তীব্র ভাবে সমালোচনা কৰি সভাপতি কলিতাই শেহতীয়াকৈ অসমতো কংগ্ৰেছ নেতা গৌৰব গগৈ, ৰকিবুল হুছেইন, প্রদ্যুৎ বৰদলৈ, ভূপেন বৰাকে ধৰি বিভিন্ন জনে আম্বেদকাৰ অৱমাননা কৰা অভিযোগ উত্থাপন কৰা কাৰ্য্যক বাতোলতাৰ হে নামান্তৰ বুলি অভিহিত কৰে।

দলৰ মুখ্য মুখপাত্র মনোজ বৰুৱাই আঁতধৰা সংবাদমেল খনত সভাপতি কলিতাই কংগ্ৰেছৰ এনে ষড়যন্ত্রই অসমৰ তথা দেশৰ জনসাধাৰণক বিভ্রান্ত কৰিব নোৱাৰে বুলি স্পষ্ট কৰি দিয়ে। আনকি সংবিধান প্রনেতা আম্বেদকাৰক ভাৰতৰত্ন প্ৰদানৰ কথা উল্লেখ কৰি সভাপতি কলিতাই কয় যে ১৯৮৯ চনত ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত ৰাষ্ট্ৰীয় মৰ্চাৰ চৰকাৰত হে আম্বেদকাৰক ভাৰতৰত্ন প্রদান কৰা হৈছিল।

ইয়াৰ পূৰ্বে সংবিধান প্রনেতা গৰাকীক সর্বোচ্চ সন্মান প্রদান কৰাৰ ক্ষেত্ৰত কংগ্রেছ দলে কোনো পদক্ষেপ গ্রহণ কৰা নাছিল। যিখিনি সময়ত বিমানবন্দৰ, ৰাজপথ, চিকিৎসালয়, উচ্চ শিক্ষাৰ কেন্দ্ৰ সমূহ সেই সকলোবোৰ গান্ধী, নেহেৰুৰ নামত উচৰ্গা কৰা হৈছিল তেখেতসকলৰ তেতিয়া আম্বেদকাৰলৈ মনত পৰা নাছিল বুলি ভবেশ কলিতাই উল্লেখ কৰে। সেয়েহে আজিৰ সময়ত কংগ্ৰেছে আম্বেদকাৰৰ নামত কৰা ক্ৰন্দনক ঘৰিয়ালৰ চকুপানি বুলি কলিতাই অভিহিত কৰে আৰু এনেধৰণৰ কুৎসাৰতনা আৰু ভিত্তিহীন অভিযোগ উত্থাপনৰ পৰা বিৰত থাকিবলৈ কংগ্ৰেছক বিজেপিৰ ৰাজ্যিক সভাপতি গৰাকীয়ে সকীয়াই দিয়ে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Addressing Bhabesh KalitaAtal Bihari Vajpayee BhawanChief Sporksperson Manoj BaruahState Bjp Pressmeet
publisher

publisher

Related Posts

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 
News

শ্ৰীলংকাত ভয়ংকৰ দুৰ্ঘটনা! 

May 11, 2025
আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !
India

আন্তঃৰাষ্ট্ৰীয় মঞ্চত পাকিস্তানৰ বিৰূদ্ধে ভাৰতৰ বৃহৎ পদক্ষেপ !

May 11, 2025
‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ
India

‘মধ্যস্থতা বিচৰা নাই , পাক অধিকৃত কাশ্মীৰ ঘূৰোৱাৰ লক্ষ্য’, ট্রাম্পৰ প্রস্তাৱক নাকচ কৰি কঠোৰ বার্তা ভাৰতৰ

May 11, 2025
‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’
India

‘গুলীচালনা কৰিলে, প্ৰত্যুত্তৰ দিয়া হ’ব’

May 11, 2025
গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু
News

গোটেই নিশা গাজাত ইজৰাইলৰ আক্ৰমণ ! শিশু আৰু মহিলাকে ধৰি ১০ জন লোকৰ মৃত্যু

May 11, 2025
যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !
India

যুদ্ধ বিৰতিৰ মাজতে পাঞ্জাৱত উদ্ধাৰ বিপুল পৰিমাণৰ অস্ত্র-শস্ত্ৰ !

May 11, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d