Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Farmer purchase helicopters to apply fertilizers to their fields:খেতি পথাৰত সাৰ-ঔষধ প্রয়োগ কৰিবলৈ হেলিকপ্টাৰ ক্ৰয় কৃষকৰ

বেংকৰ চাকৰি এৰি জালুকৰ খেতি কৰা ৰাজাৰামৰ প্ৰেৰণাদায়ী কাহিনী

publisher by publisher
December 29, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Farmer purchase helicopters to apply fertilizers to their fields:খেতি পথাৰত সাৰ-ঔষধ প্রয়োগ কৰিবলৈ হেলিকপ্টাৰ ক্ৰয় কৃষকৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

বিজাপুৰত নিৰাপত্তা বাহিনীৰ স’তে সংঘর্ষ

Farmer purchase helicopters to apply fertilizers to their fields:

মানুহজনৰ নাম ড: ৰাজাৰাম ত্রিপাঠী, পেছাত এজন কৃষক। আন দহজন খেতিয়কৰ দৰে ৰাজাৰাম ত্রিপাঠীয়েও নিজৰ খেতিডৰালৈ চাই সেউজ, লহপহ ভৱিষ্যতৰ সপোন দেখিছিল। সফল কৃষক হোৱাৰ লক্ষ্যৰ বাবেই তেওঁ নিজৰ লাখটকীয়া দৰমহাৰ বেংকৰ চাকৰি এৰি দেহৰ ঘাম পানী কৰি কেৱল কৃষিকর্মতে নিজকে নিয়োজিত ৰাখিছিল। সেই ৰাজাৰামেই আজি নিজৰ কষ্ট আৰু সাধনাৰ বলত দেশৰ শ্রেষ্ঠ কৃষক হিচাপে পৰিচয় গঢ়িবলৈ সমর্থ হৈছে।

ADVERTISEMENT

ভাৰত চৰকাৰৰ কৃষি আৰু খাদ্য পৰিষদ আৰু কৃষি মন্ত্রণালয়ৰ পৰা তেওঁ তিনিবাৰকৈ দেশৰ শ্রেষ্ঠ কৃষকৰ সম্মান লাভ কৰিছে। কেৱল সিমানেই নহয়, দেশৰ আটাইতকৈ ধনী কৃষকসকলৰ তালিকাৰ শীর্ষস্থানত থকা কৃষকসকলৰ ভিতৰত অন্যতম হিচাপে চিহিন্ত হৈছে চত্তীছগড়ৰ এই কৃষকজন।

চত্তীছগড়ৰ বাস্তাৰৰ বাসিন্দা ৰাজাৰাম ত্রিপাঠীৰ ককাদেউতাক এজন পৰিশ্রমী কৃষক আছিল। তেওঁৰ দেউতাকেও শিক্ষকতাৰ সমান্তৰালভাৱে বহু বিঘা মাটিত শাক-পাচলিৰ খেতি কৰিছিল। সেই সূত্রে শৈশৱৰ পৰাই খেতি পথাৰৰ স’তে চিনাকি আছিল ৰাজাৰাম। উত্তৰাধিকাৰীসূত্রে ৰাজাৰামে খেতি মাটিৰ লগতে পাইছিল পথাৰৰ প্ৰতি তীব্র মোহ।

বর্তমান তেওঁৰ তিনিখনকৈ কৃষিফার্ম আছে যাৰ মুঠ মাটিকালি ১০০০ একৰতকৈও বেছি। ৰাজাৰামে জানিবলৈ দিয়া মতে, তেওঁৰ কৃষি ফার্মখনত ৪০০টা পৰিয়ালে কাম কৰি আছে। দেশৰ এইগৰাকী ধনী কৃষকৰ উপাৰ্জনৰ প্ৰধান উৎস হৈছে জালকৰ খেতি।

নিজৰ অধিকাংশ কৃষিভূমিতেই তেওঁ জালুকৰ খেতি কৰিছে। ৰাজাৰামে জালুকৰ খেতি কৰিবলৈ বা জালুক গছবোৰ বগাই যাবলৈ যিবিলাক গছ ৰোপণ কৰিছে সেইবোৰ অতি মূল্যবান গছ। তেওঁ জালুক বগাবৰ বাবে অস্ট্রেলিয়ান চেণ্ডন নামৰ মূল্যবান গছবিধ ৰোপণ কৰিছে, যি গছৰ কাঠৰ মূল্য আন্তঃৰাষ্ট্ৰীয় বজাৰত অতি বেছি।

আনহাতে, নিজৰ ফাৰ্মত উৎপাদিত জালুক আদিৰ পেকেজিঙৰ বাবেও তেওঁৰ নিজঃ ইন্ডাস্ট্রি আছে।ৰাজাৰামে জানিবলৈ দিয়া মতে, সম্পূর্ণ জৈৱিকভাৱে এই খেতি কৰা বাবে আন্তঃৰাষ্ট্ৰীয় বজাৰত তেওঁৰ ফার্মত উৎপাদিত জালুকৰ বিশেষ চাহিদা আছে।

জানি আচৰিত হ’ব, ৰাজাৰামে জালুকৰ লগতে অন্যান্য ওষধি উদ্ভিদৰ খেতিৰ পৰা উপাৰ্জন কৰা ধনেৰে অলপতে এখন হেলিকপ্টাৰ ক্রয় কৰিছে। চাৰিখন আসনযুক্ত,সাত কোটিটকীয়া হেলিকপ্টাৰখন অৱশ্যে তেওঁ নিজৰ ভ্ৰমণৰ উদ্দেশ্যে নহয়, খেতি পথাৰত সাৰ আৰু ঔষধ ছাঁটিয়াবলৈহে ক্রয় কৰিছে।

তেওঁ কয় যে ইংলণ্ড আৰু জার্মানীত হেলিকপ্টাৰৰ জৰিয়তে ঔষধ আৰু সাৰ স্ত্ৰেৰ বাবে হেলিকপ্টাৰ ব্যৱহাৰ কৰা দেখিয়েই তেওঁ এই হেলিকপ্টাৰখন ক্রয় কৰাৰ সিদ্ধান্ত লয়। কৃষি পথাৰত সাৰ -ঔষধ প্রয়োগৰ লগতে অন্য এটা কাৰণতো তেওঁ হেলিকপ্টাৰখন ক্রয় কৰিছে বুলি জানিবলৈ দিয়ে। তেওঁকয় যে নৱপ্ৰজন্মৰ মাজত খেতিৰ প্রতি যাতে ইতিবাচক মনোভাৱ গঢ় লৈ উঠে, সেই উদ্দেশ্য লৈও হেলিকপ্টাৰখন ক্রয় কৰা হৈছে। সম্প্রতি তেওঁ হেলিকপ্টাৰ চালনাৰ প্রশিক্ষণ লৈ এই কামতো সিদ্ধহস্ত হৈ উঠিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ChhatishgarhDrRajaram TripathiGarlic CultivationRich Farmer
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d