Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত

    Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ

    Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

    Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

    NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

    Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Cardamom : ইলাচি খেতিৰে বছৰি ১৪ লাখ টকা উপাৰ্জন কৰিছে এইজন খেতিয়কে

publisher by publisher
October 25, 2022
in Food, India, News
Reading Time: 1 min read
0
Cardamom : ইলাচি খেতিৰে বছৰি ১৪ লাখ টকা উপাৰ্জন কৰিছে এইজন খেতিয়কে
5
SHARES
49
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

Cardamom :

ভাৰতীয় খাদ্য সম্ভাৰৰ অন্যতম এবিধ সুগন্ধি মচলা হৈছে ইলাচি । যথেষ্ট মূল্যযুক্ত এইবিধ মচলাৰ খেতি কৰি এজন খেতিয়কে স্বাৱলম্বীতাৰ পথ সূচনা কৰিছে । বছৰি ১৪ লাখ টকা উপাৰ্জন কৰি বহু খেতিয়কলৈ আনিছে আশাৰ বতৰা ।

ADVERTISEMENT

ইলাচি খেতিৰে সফলতাৰ মুখ দেখা এই খেতিয়কজন হৈছে যশোৰ জিলাৰ বেনাপোলেৰ শ্বাহজাহান । তেওঁৰ বাগানত উৎপাদন কৰা এই ইলাচিৰ চাহিদা ইমানেই বাঢ়িছে যে , বৰ্তমান তেওঁ বিদেশলৈও ইলাচিৰ ৰপ্তানি আৰম্ভ কৰিছে । শ্বাহজাহান বেনাপোল ইউনিয়নৰ নাৰায়ণপুৰ গ্ৰামৰ বাসিন্দা ।

কেনেকৈ তেওঁ আৰম্ভ কৰিলে এই ইলাচি খেতি ?
২০১৬ চনত প্ৰথমবাৰলৈ তেওঁ ইলাচিৰ গুটি সংগ্ৰহ কৰিছিল । এই গুটিৰে তেওঁ এই ইলাচিৰ খেতি আৰম্ভ কৰে । তেওঁৰ বাগানৰ উৎপাদনশীলতা দেখি বহুবাৰ কৃষি ও মচলা ইষ্টিটিউটৰ কৰ্ম-কৰ্তা উপস্থিত হৈ ইলাচিৰ বাগানখন পৰিদৰ্শন কৰে। বৰ্তমান শ্বাহজাহানে দেশৰ বিভিন্ন ৰাজ্যলৈ ইলাচিৰ ৰপ্তানি কৰি বহু অৰ্থ উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ।

আমাৰ দেশত ইলাচিৰ বহু উপকাৰী গুণ আছে বুলি গণ্য কৰা হয় । এই ইলাচিৰ খেতি কৰিবলৈ অন্য খেতিৰ দৰে বহু মাটিৰো প্ৰয়োজন নাই লগতে বহু শ্ৰমিকৰো দৰকাৰ নহয় । অন্য মচলাৰ খেতিৰ তুলনাত খৰচো কম হয় । কিন্তু এই খেতিত লাভৰ বাবে কিছু সময় অপেক্ষা কৰিব লগা হয় ।

সহজে বেয়া নোহোৱা ইলাচিৰ এই গুণৰ বাবেও অন্য দেশলৈ ৰপ্তানি কৰাত সুবিধা হয় । যদি এই খেতি বৃহৎ আকাৰত কৰিব পৰা যায় ,তেন্তে এই খেতিৰ যোগেদি বহু নিবনুৱাক সংস্থাপন কৰাৰো সুবিধা আছে ।

এইক্ষেতত শ্বাহজাহানে কয় যে, এক একৰ মাটিত এই ইলাচি খেতি কৰিবলৈ প্ৰায় ৬ লাখ টকা খৰচ হয় । পাঁচ বছৰৰ পিছত এই এক একৰ মাটিৰ ইলাচি খেতিৰ পৰা প্ৰায় ১৫ কেজি পৰ্যন্ত ফল লাভ কৰিব পাৰে । যাৰ বজাৰমূল্য প্ৰায় ২০ লাখ টকা ।

উল্লেখ্য যে, এজোপা ইলাচি গছে ৩০ বছৰ পৰ্যন্ত ফল দিয়ে । তেওঁ আৰু কয় যে , এই ইলাচি গছে যেন দ্ৰুত গতিত ফল দিয়ে । ফল ধৰাৰ পূৰ্বেই পুৰণা ফল বিক্ৰী কৰি বহুখিনি লাভ পাবলৈ সক্ষম হৈছো । এই পৰ্যন্ত মই ইলাচি বিক্ৰী কৰি পাঁচ লাখ টকা উপাৰ্জন কৰিছো ।
উল্লেখ্য যে , শ্বাহজাহানে বৰ্তমান সকলো খৰচ বাদ দি বছৰি ১৪ লাখ টকা উপাৰ্জন কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CardamomindiasahjahanSpices
publisher

publisher

Related Posts

২০২৪ৰ পৰাই নতুন প্ৰজন্মৰ নাম অন্তর্ভুক্ত হোৱা নাই ভোটাৰ তালিকাত
India

September 25, 2026
Cabinet meeting in Dispur:এইবাৰ দুৰ্গা পূজাত চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব ৫ দিনলৈ বন্ধ
Assam

September 24, 2026
Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা
Assam

Tinsukia:ডিজিটেল কৃষিৰ চমকৰ আঁৰত গাঁও প্ৰধানৰ তেজৰ চেকুৰা

September 24, 2026
Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ
International

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

September 24, 2026
NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ
International

NASA discovers the smallest planet in the universe:বিশ্বব্ৰহ্মাণ্ডৰ সৰ্বকনিষ্ঠ গ্ৰহৰ সন্ধান লাভ ‘নাছা’ৰ

September 24, 2026
Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি
Assam

Tezpur:তদন্ত কৰি দোষীক গ্ৰেপ্তাৰৰ দাবী, প্রয়োজনত ন্যায়ালয়ৰ দ্বাৰস্থ হোৱাৰ সকীয়নি

September 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d