Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়

    স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

    ৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

    Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

জৈৱিক পদ্ধতিৰে বিভিন্ন শাক-পাচলিৰ কৃষিকৰ্ম ,বৰহোলাৰ শিক্ষিত যুৱক ধ্ৰুৱজ্যোতি সোণোৱালৰ স্বাৱলম্বীতাৰ নিদৰ্শন

publisher by publisher
August 29, 2022
in Assam, India, News
Reading Time: 1 min read
0
জৈৱিক পদ্ধতিৰে বিভিন্ন শাক-পাচলিৰ কৃষিকৰ্ম ,বৰহোলাৰ শিক্ষিত যুৱক ধ্ৰুৱজ্যোতি সোণোৱালৰ স্বাৱলম্বীতাৰ নিদৰ্শন
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Bhaona Acting Workshop:সৰুকছাৰীত ১৫ দিনীয়া ভাওনা অভিনয়-বায়ন কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন

CBI probe into Avinash Investment Trading App fraud in Barhola:বৰহোলাত অবিনাশ ইনভেষ্টমেন্ট ট্রেডিং এপৰ প্ৰৱঞ্চনাৰ তদন্ত চিবিআইৰ

Ghagrapar:ঘগ্ৰাপাৰৰ-দতৰাৰ শিক্ষিত যুৱক পংকজ বুজৰবৰুৱাৰ ফাষ্টফুডৰ ব্যৱসায়ৰে স্বাৱলম্বীতাৰ এক নিৰ্দশন

যি সময়ত আমাৰ অত্যাৱশ্যকীয় শাক-পাচলিসমূহত অত্যাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগৰ ফলত স্বাস্থ্যৰ প্ৰতি ভাবুকি স্বৰূপ হৈ পৰিছে তেনে সময়তে সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে পাচলি উৎপাদন কৰি এক আদৰ্শ দেখুৱালৈ সক্ষম হৈছে বৰহোলাৰ এগৰাকী শিক্ষিত যুৱক ধ্ৰুৱজোতি সোণোৱালে। উদ্যমী যুৱক ধ্ৰুৱজ্যোতি সোণোৱালৰ সম্পূৰ্ণ নিজা প্ৰচেষ্টাত অসম নাগালেণ্ড সীমান্তৱৰ্তী বেকাজান অঞ্চলৰ বিশাল কৃষিভূমিত গঢ়ি তুলিছে এই ফাৰ্মখন। দাংবডি, টিঁয়হ, গোমধান আদি বিভিন্ন শাক-পাচলিৰে বৰ্তমান ভৰি পৰিছে ফাৰ্মখন। সম্পূৰ্ণ জৈৱিকভাৱে উৎপাদিত পাচলিসমূহ বজাৰত উচিত মূল্যত বিক্ৰীৰো ব্যৱস্থা কৰিছে যুৱকজনে। ইয়াৰ জৰিয়তে ধ্ৰুৱজ্যোতি সোণোৱালে স্বাৱলম্বীতাৰ এক সুন্দৰ নিদৰ্শন দেখুৱাবলৈ সক্ষম হৈছে ।

ADVERTISEMENT

উল্লেখ্য যে গণিতত স্নাতক ডিগ্ৰীধাৰী এজন যুৱক ধ্ৰুৱজ্যোতি সোণোৱাল। চাকৰি বিচাৰি একাংশ নিবনুৱাই হাহাকাৰ কৰি থকাৰ বিপৰীতে এইগৰাকী উদ্যমী যুৱকে এখন কৃষি ফাৰ্মেৰে নিজক সংস্থাপিত কৰি সুন্দৰ নিদৰ্শন দেখুৱাইছে। ফাৰ্মখনৰ পৰা বৰ্তমান বছৰি কেইবা লক্ষাধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে ধ্ৰুৱজ্যোতি সোণোৱালে। কিন্তু ৰাজ্য চৰকাৰৰ কোনো কৃষি আঁচনিৰ সুবিধা আজিকোপতি লাভ নকৰিলে ধ্ৰুৱজ্যোতিৰ দৰে উদ্যমী যুৱ কৃষকে। তথাপিও নিজা কষ্ট, পৰিশ্ৰমৰ বলত কৃষিকৰ্মক কিছু লাভাম্বিত কৰি তুলিছে ধ্ৰুৱজ্যোতিয়ে। এই কৃষি বিপ্লৱৰ সন্দৰ্ভত জানিবলৈ বিচৰাত ধ্ৰুৱজোতিয়ে সংবাদ মাধ্যমৰ আগত কয় যে আজি কালি যুৱ প্ৰজন্মই খেতি কৰাৰ ইচ্ছাই নকৰে। কিন্তু অলপ কষ্ট কৰিলে কৃষিকৰ্মৰ দ্বাৰাও ভাল অৰ্থ উপাৰ্জন কৰিব পাৰি ।

ৰাজ্যৰ মেৰুদণ্ডস্বৰূপ ক্ষুদ্ৰ কৃষকসকল চৰকাৰী কৃষি আঁচনিৰ পৰা বছৰি বঞ্চিত হৈ অহা ঘটনা অতি দুৰ্ভাগ্যজনক। ৰাজ্যৰ নিবনুৱা যুৱকসকলৰ স্বনিয়োজনৰ ক্ষেত্ৰত চৰকাৰে উচিতভাৱে গুৰুত্ব আৰোপ কৰিলে কৃষিকৰ্মৰ প্ৰতি আগ্ৰহী প্ৰতিজন যুৱক যথেষ্ট উপকৃত হ’ব বুলি আশা প্ৰকাশ কৰাৰ লগতে গ্ৰামাঞ্চলৰ ক্ষুদ্ৰ কৃষক ৰাইজ উপকৃত হোৱাকৈ এখন উচিত বজাৰ গঢ় দিয়াৰ বাবে চৰকাৰক অলপ গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায় ধ্ৰুৱজোতি সোণোৱালে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: borholaeducated youth
publisher

publisher

Related Posts

পাঁচ হেজাৰ টকাৰ সামগ্ৰীৰ বিপৰীতে ৩৯ হেজাৰ টকা আদায়
Assam

October 1, 2026
স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য
Assam

স্থাপন নোহোৱা বহিঃৰাজ্যৰ শিক্ষানুষ্ঠানৰ পৰা ডিগ্ৰী সংগ্ৰহৰ তথ্য

October 1, 2026
৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে
Assam

৩০ৰো অধিক গোচৰত ত্রাহি মধুসূদন সুঁৱৰিছে উত্তৰ কামপীঠ মহাবিদ্যালয়ে

October 1, 2026
Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ
Assam

Guwahati:মহানগৰীৰ কৃষি সঞ্চালকালয়ত ৰক্তাক্ত মৃতদেহ উদ্ধাৰ

October 1, 2026
বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d