Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘বানমুক্ত গুৱাহাটী’ ৰ নামত চলিল কোটি কোটি টকাৰ লুণ্ঠন ! 

    বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা

    Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

    প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

    বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

    Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Syndicate of Boulder and sand in Odalguri-Baksa:বন-পৰিবহণ বিষয়াৰ চক্ৰই চলাইছে ওদালগুৰি-বাগসাত শিল-বালিৰ ছিণ্ডিকেট

চৰকাৰে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ, এখন নথিত ২০-২৫খন ডাম্পাৰে কঢ়িয়াই শিল-বালি

publisher by publisher
December 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Syndicate of Boulder and sand in Odalguri-Baksa:বন-পৰিবহণ বিষয়াৰ চক্ৰই চলাইছে ওদালগুৰি-বাগসাত শিল-বালিৰ ছিণ্ডিকেট
1
SHARES
8
VIEWS
ShareShareShareShare

Syndicate of Boulder and sand in Odalguri-Baksa:

শিল-বালিৰ বৃহৎ ছিণ্ডিকেট। বন আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়াৰে বুজাবুজি কৰি এক বৃহৎ চক্ৰই ৰাজ্যৰ বিভিন্ন প্রান্তলৈ অবৈধভাবে সৰবৰাহ কৰিছে ডাম্পাৰে ডাম্পাৰে শিল-বালি। ফলত কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে।

ADVERTISEMENT

অভিযোগ অনুসৰি, ওদালগুৰি আৰু বাগসাৰ কে’বাখনো নদীত অবাধ হাৰত শিল বালি খনন অব্যাহত ৰাখিছে এই বৃহৎ চক্রটোৱে। এই শিল-বালি দৈনিক কমেও পাঁচশ ডাম্পাৰে ৰাজ্যৰ বিভিন্ন প্রান্তললৈ সৰবৰাহ কৰে। নামমাত্ৰ ৰাজহ আদায় দি একাংশ বন আৰু পৰিবহণ বিষয়াবে অবৈধ বুজাবুজিৰে চক্ৰটোৱে এই অসাধু ব্যৱসায় অব্যাহত ৰাখিছে। অভিযোগ উঠিছে যে জিলা দুখনৰ কে’বাখনো নদীৰ পৰা দৈনিক ১২ হেজাৰ ঘনমিটাৰ শিল সংগ্ৰহ কৰা হৈছে যদিও মাত্র দুশ ঘনমিটাৰ শিলৰহে ৰয়েল্টি আদায় দিয়া হৈছে।

RelatedPosts

National Road Safety Week In Guwahati:ৰাষ্ট্ৰীয় পথ সুৰক্ষা সপ্তাহ উপলক্ষে ʼমাই ভাৰতʼ নেহেৰু যুৱ কেন্দ্ৰৰ সজাগতা কাৰ্যসূচী

 Syndicate of Boulder and sand in Odalguri-Baksa:বন-পৰিবহণ বিষয়াৰ চক্ৰই চলাইছে ওদালগুৰি-বাগসাত শিল-বালিৰ ছিণ্ডিকেট

At least 10 hills destroyed in Guwahati Pamohi:পামহিত ধূলিসাৎ কমেও ১০ খন পাহাৰ !

ফলত চৰকাৰে দৈনিক বহু লাখ টকাৰ ৰাজহ হেৰুৱাই আহিছে। সমান্তৰালভাৱে উক্ত স্থানৰ পৰা দৈনিক দুশখন শিলভর্তি ডাম্পাৰ বাইহাটা চাৰিআলি হৈ কামৰূপলৈ আহে। এই ডাম্পাৰসমূহে ৩০ মেট্রিকটন ওজন কঢ়িয়াই আনিব পাৰে যদিও প্রতিখন ডাম্পাৰে অতিৰিক্ত বোজাই কৰি ৫০ মেট্রিক টন পর্যন্ত শিল কঢ়িয়াই আনে; কিন্তু এইসমূহ দেখিও নেদেখা ভাও ধৰে পৰিবহণ আৰু বন বিভাগৰ বিষয়াই।

উল্লেখ্য যে নিশা হ’লেই লানি নিছিঙ্গা শিলভর্তি ডাম্পাৰে ৰাজপথত কিদৰে সন্ত্রাস চলাই আহিছে, সেয়া সকলোৰে জ্ঞাত। অত্যধিক বোজাই কৰি অহা এনে ডাম্পাৰৰ খুন্দাত ইতিমধ্যে কিমানজনে মৃত্যুক আঁকোৱালি লৈছে, তাৰ সীমা সংখ্যা নাই। বন বিভাগক ‘মেনেজ’ কৰি এই চক্ৰটোৱে অবৈধভাৱে শিল খনন কৰি অতিৰিক্ত বোজাই কৰি কে’বাখনো জিলালৈ সৰবৰাহ অব্যাহত ৰাখিছে যদিও সংশ্লিষ্ট জিলাসমূহৰ পৰিবহণ বিভাগৰ এইসমূহ ডাম্পাৰ চকুত নপৰা বিষয়টোৱে লুণ্ঠনৰাজৰ স্বৰূপ উদঙাই দিছে।

লগতে অভিযোগ উঠিছে যে উঠিছে যে ছিণ্ডিকেট চক্ৰই এখন ডাম্পাৰৰ নামত সংগ্ৰহ কৰা ট্রেনজিট পাছ (টিপি)ৰ জৰিয়তে ২০-২৫খন ডাম্পাৰ পাৰ কৰি নিয়ে। এজন ডিএফঅ’ আৰু এজন জিলা পৰিবহণ বিষয়াৰ পৃষ্ঠপোষকতাতে চক্রটোৱে ওদালগুৰি, বাত্সা আৰু কামৰূপ জিলাত এই শিল-বালিৰ ছিণ্ডিকেট চলাই থকাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ স্থানীয় দুই-তিনিজন বন বিষয়া (ৰেঞ্জাৰ)ই অবৈধভাৱে শিল-বালি কঢ়িয়াই অনা ডাম্পাৰসমূহৰ বিৰুদ্ধে অভিযান চলাবলৈ প্রস্তুতি চলাইছিল যদিও এইক্ষেত্রত বাধাদান কৰি সংশ্লিষ্টসকলক ভাবুকিহে প্রদান কৰিছে এজন পৰিবহণ বিষয়াই।

এইদৰে এতিয়া ৰাজ্য চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱালগীয়া হৈছে যদিও সকলো দেখিও চৰকাৰৰ বৰমূৰীয়াসকলে মৌনতা অৱলম্বন কৰাৰ আঁৰৰ ৰহস্য ৰাইজে নুবুজাকৈ থকা নাই।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Forest Dept.Assam Transport DeptBoulder and sandOdalguri-BaksaSyndicate
publisher

publisher

Related Posts

‘বানমুক্ত গুৱাহাটী’ ৰ নামত চলিল কোটি কোটি টকাৰ লুণ্ঠন ! 
News

June 1, 2025
বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা, কেৰেলাৰ বিদ্যালয়ত জাৰি নতুন নিৰ্দেশনা
India

May 31, 2025
Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ
News

Gaurav Gogoi :প্ৰদেশ কংগ্ৰেছৰ সভাপতি দায়িত্ব লাভ কৰাৰ পিচত যোৰহাট উপস্থিত গৌৰৱ গগৈ

May 31, 2025
প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 
India

প্রয়াত ভাৰতৰ ‘টাইগাৰ মেন’ বাল্মীক থাপাৰ 

May 31, 2025
বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 
India

বিপদসীমাৰ ওপৰত তিস্তা, ধাৰাষাৰ বৰষুণৰ ফলত উত্তৰ ছিকিমত জাৰি ৰেড এলাৰ্ট 

May 31, 2025
Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ
India

Flood : ধাৰাসাৰ বৃষ্টিপাতৰ ফলত উফন্দি উঠিছে ৰাজ্যৰ নৈ- উপনৈ

May 31, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d