Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বাগসাৰ খাৰিজা বিজনীত অবৈধ কুৱেৰীৰ শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ

দীৰ্ঘদিন ধৰি কাটাঝাৰ-কাহিতামা পথেৰে অব্যাহত আছে অবৈধ শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম্য

publisher by publisher
November 12, 2021
in Assam, India, News
Reading Time: 1 min read
0
বাগসাৰ খাৰিজা বিজনীত অবৈধ কুৱেৰীৰ শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

Akhil gogoi. Protest:চৰকাৰৰ বিৰুদ্ধে অনশনত বহিল অখিল গগৈ

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

বাগসাৰ শালবাৰীৰ খাৰিজা বিজনীত অবৈধভাৱে শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ বিৰুদ্ধে ৰাইজৰ প্ৰতিবাদ ৷ দীৰ্ঘদিন ধৰি কাটাঝাৰ-কাহিতামা পথটোৰে শিল-বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম্য অব্যাহত আছিল ৷ যাৰ বাবে বিপদ নামি আহিছিল পথটোৰ বেঁকী নৈৰ ওপৰত থকা দূৰ্বল পকী দলঙখনলৈ ৷ দলঙখন দুৰ্বল হৈ পৰাৰ বাবে গধুৰ যানবাহনৰ চলাচলত নিষেধাজ্ঞা প্ৰদান কৰিছিল পি ডব্লিউ ডি কৰ্তৃপক্ষই ৷‌ তাৰ পাছতো একাংশ দুষ্ট চক্ৰই উক্ত দুৰ্বল দলঙখনেৰে অবৈধ শিল-বালি মহলৰ পৰা অত্যাধিক বোজাৰ শিলবালি কঢ়িয়াই আহিছিল ৷

ADVERTISEMENT

বিয়াগোম বন বিভাগৰ উপৰিও প্ৰশাসনৰ চকুত ধুলি দি অব্যাহত ৰখা এনে কৰ্মকাণ্ড দেখি হতচকিত হৈ পৰে স্থানীয় ৰাইজ ৷ যাৰ পৰিপ্ৰেক্ষিতত অঞ্চলটোৰ ৰাইজে আজি ওলাই আহি অবৈধভাৱে চলা শিল-বালি ভৰ্তি ট্ৰেক্টৰসমূহৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি অবৈধ কুৱেৰী বন্ধ কৰিব লাগে, বনবিভাগ হায় হায়, অসম চৰকাৰ হায় হায়, অবৈধ কুৱেৰী বন্ধ কৰক, অসম পুলিচ হায় হায় আদি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে ৷

স্থানীয় ৰাইজে অতিশীঘ্ৰে অবৈধ কুৱেৰী আৰু ট্ৰেক্টৰৰ লগতে অন্যান্য শিল-বালি কঢ়িওৱা বাহন চলাচল বন্ধ কৰিব লাগে বুলি দাবী উত্থাপন কৰি কয় যে অবৈধভাৱে খান্দি উলিওৱা কুৱেৰীৰ বাবে ইতিমধ্যে বৃহত্তৰ অঞ্চলটোৰ বহু কেইখন গাঁৱৰ ৰাইজে বেঁকী নদীৰ খহনীয়াত সৰ্বোচ্চ হেৰুৱাব লগা হৈছে ৷ বৰ্তমানো বহু পৰিয়ালৰ ভেটি-মাটি খহনীয়াৰ কবলত পৰি নিঃশেষ হোৱাৰ উপক্ৰম হৈছে ৷ ৰাইজৰ অভিযোগ, অবৈধভাৱে চলাচল কৰা ট্ৰেক্টৰসমূহৰ স’তে বনবিভাগৰ নিশ্চয় গোপন বুজাবুজি আছে নহ’লে আজি এনেকুৱা এটা পৰ্যায় আহি নপৰিলেহেঁতেন ৷

প্ৰতিটো দিনতেই অব্যাহত আছে বেঁকীৰ খহনীয়া ৷ অবৈধ কুৱেৰী খননৰ লগত জড়িত বহুতেই আকৌ অঞ্চলটোৰ নামী-দামী মানুহৰ কথা কৈ সৰ্বসাধাৰণক ভীতিগ্ৰস্ত কৰি আহিছে ৷ অসাধুভাৱে এচামে দলংখনৰ কথা নাভাবি চলাচল অব্যাহত ৰাখিছে গধুৰ যানবাহনৰ ৷ দলংখনৰ ক্ষতি হ’লে এই বৃহত্তৰ খাৰিজা বিজনী অঞ্চলৰ ৰাইজৰ বাৰুকৈয়ে অসুবিধাৰ সৃষ্টি হ’ব ৷ পূৰ্বে কে’বাবাৰো বনবিভাগৰ লগতে বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত আবেদন নিবেদন কৰা হৈছিল যদিও কেৱল ফলক আঁৰিয়ে বিভাগে দ্বায়িত্ব সামৰি থৈছে ৷

দুৰ্বল দলংখনৰ ওপৰেৰে বৰ্তমানো চাৰিৰ পৰা ছয় চিএম পৰ্যন্ত শিল-বালি কঢ়িওৱা কাৰ্য অব্যাহত ৰাখিছে ৷ ৰাইজৰ দাবী, অচিৰেই এই খননকাৰ্য বন্ধ হ’ব লাগে অন্যথা চৰকাৰ বিৰোধী ভিন্ন জংঘী আন্দোলনৰ কাৰ্যসূচী হাতত লোৱা হ’ব ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BagsaBijniProtest
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d