Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

    জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Syndicate of Boulder and sand in Odalguri-Baksa:বন-পৰিবহণ বিষয়াৰ চক্ৰই চলাইছে ওদালগুৰি-বাগসাত শিল-বালিৰ ছিণ্ডিকেট

চৰকাৰে হেৰুৱাইছে কোটি কোটি টকাৰ ৰাজহ, এখন নথিত ২০-২৫খন ডাম্পাৰে কঢ়িয়াই শিল-বালি

publisher by publisher
December 29, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Syndicate of Boulder and sand in Odalguri-Baksa:বন-পৰিবহণ বিষয়াৰ চক্ৰই চলাইছে ওদালগুৰি-বাগসাত শিল-বালিৰ ছিণ্ডিকেট
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Wild Elephant: ৰঙাপৰাৰ টেঙাবিলত বন্যহস্তীৰ বিচৰণ

Illegal sand smuggling in Barhola:বৰহোলা চহৰৰ মাজেৰে অবৈধ বালি কঢ়িওৱা ট্ৰেক্টৰৰ দৌৰাত্ম্য

Rapido:ৰেপিড’ চলোৱা সকলৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা

Syndicate of Boulder and sand in Odalguri-Baksa:

শিল-বালিৰ বৃহৎ ছিণ্ডিকেট। বন আৰু পৰিবহণ বিভাগৰ একাংশ বিষয়াৰে বুজাবুজি কৰি এক বৃহৎ চক্ৰই ৰাজ্যৰ বিভিন্ন প্রান্তলৈ অবৈধভাবে সৰবৰাহ কৰিছে ডাম্পাৰে ডাম্পাৰে শিল-বালি। ফলত কোটি কোটি টকাৰ ৰাজহ হেৰুৱাইছে চৰকাৰে।

ADVERTISEMENT

অভিযোগ অনুসৰি, ওদালগুৰি আৰু বাগসাৰ কে’বাখনো নদীত অবাধ হাৰত শিল বালি খনন অব্যাহত ৰাখিছে এই বৃহৎ চক্রটোৱে। এই শিল-বালি দৈনিক কমেও পাঁচশ ডাম্পাৰে ৰাজ্যৰ বিভিন্ন প্রান্তললৈ সৰবৰাহ কৰে। নামমাত্ৰ ৰাজহ আদায় দি একাংশ বন আৰু পৰিবহণ বিষয়াবে অবৈধ বুজাবুজিৰে চক্ৰটোৱে এই অসাধু ব্যৱসায় অব্যাহত ৰাখিছে। অভিযোগ উঠিছে যে জিলা দুখনৰ কে’বাখনো নদীৰ পৰা দৈনিক ১২ হেজাৰ ঘনমিটাৰ শিল সংগ্ৰহ কৰা হৈছে যদিও মাত্র দুশ ঘনমিটাৰ শিলৰহে ৰয়েল্টি আদায় দিয়া হৈছে।

ফলত চৰকাৰে দৈনিক বহু লাখ টকাৰ ৰাজহ হেৰুৱাই আহিছে। সমান্তৰালভাৱে উক্ত স্থানৰ পৰা দৈনিক দুশখন শিলভর্তি ডাম্পাৰ বাইহাটা চাৰিআলি হৈ কামৰূপলৈ আহে। এই ডাম্পাৰসমূহে ৩০ মেট্রিকটন ওজন কঢ়িয়াই আনিব পাৰে যদিও প্রতিখন ডাম্পাৰে অতিৰিক্ত বোজাই কৰি ৫০ মেট্রিক টন পর্যন্ত শিল কঢ়িয়াই আনে; কিন্তু এইসমূহ দেখিও নেদেখা ভাও ধৰে পৰিবহণ আৰু বন বিভাগৰ বিষয়াই।

উল্লেখ্য যে নিশা হ’লেই লানি নিছিঙ্গা শিলভর্তি ডাম্পাৰে ৰাজপথত কিদৰে সন্ত্রাস চলাই আহিছে, সেয়া সকলোৰে জ্ঞাত। অত্যধিক বোজাই কৰি অহা এনে ডাম্পাৰৰ খুন্দাত ইতিমধ্যে কিমানজনে মৃত্যুক আঁকোৱালি লৈছে, তাৰ সীমা সংখ্যা নাই। বন বিভাগক ‘মেনেজ’ কৰি এই চক্ৰটোৱে অবৈধভাৱে শিল খনন কৰি অতিৰিক্ত বোজাই কৰি কে’বাখনো জিলালৈ সৰবৰাহ অব্যাহত ৰাখিছে যদিও সংশ্লিষ্ট জিলাসমূহৰ পৰিবহণ বিভাগৰ এইসমূহ ডাম্পাৰ চকুত নপৰা বিষয়টোৱে লুণ্ঠনৰাজৰ স্বৰূপ উদঙাই দিছে।

লগতে অভিযোগ উঠিছে যে উঠিছে যে ছিণ্ডিকেট চক্ৰই এখন ডাম্পাৰৰ নামত সংগ্ৰহ কৰা ট্রেনজিট পাছ (টিপি)ৰ জৰিয়তে ২০-২৫খন ডাম্পাৰ পাৰ কৰি নিয়ে। এজন ডিএফঅ’ আৰু এজন জিলা পৰিবহণ বিষয়াৰ পৃষ্ঠপোষকতাতে চক্রটোৱে ওদালগুৰি, বাত্সা আৰু কামৰূপ জিলাত এই শিল-বালিৰ ছিণ্ডিকেট চলাই থকাৰ অভিযোগ উঠিছে। শেহতীয়াকৈ স্থানীয় দুই-তিনিজন বন বিষয়া (ৰেঞ্জাৰ)ই অবৈধভাৱে শিল-বালি কঢ়িয়াই অনা ডাম্পাৰসমূহৰ বিৰুদ্ধে অভিযান চলাবলৈ প্রস্তুতি চলাইছিল যদিও এইক্ষেত্রত বাধাদান কৰি সংশ্লিষ্টসকলক ভাবুকিহে প্রদান কৰিছে এজন পৰিবহণ বিষয়াই।

এইদৰে এতিয়া ৰাজ্য চৰকাৰে কোটি কোটি টকাৰ ৰাজহ হেৰুৱালগীয়া হৈছে যদিও সকলো দেখিও চৰকাৰৰ বৰমূৰীয়াসকলে মৌনতা অৱলম্বন কৰাৰ আঁৰৰ ৰহস্য ৰাইজে নুবুজাকৈ থকা নাই।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Forest Dept.Assam Transport DeptBoulder and sandOdalguri-BaksaSyndicate
publisher

publisher

Related Posts

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে
International

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

September 6, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d