Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

    যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

    কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

    জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

    বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ

    State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

    Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Brain Rot:সাৱধান ! সামাজিক মাধ্যমে সৃষ্টি কৰিছে ‘মগজুৰ পচন’

স্ক্র'ল, ৰীলতে জীৱন সীমিত হৈছে ! ব্ৰেইন ৰট'ক ২০২৪ৰ 'বৰ্ষৰ শব্দ' আখ্যা দিলে অক্সফ'ডে

publisher by publisher
December 31, 2024
in News
Reading Time: 2 mins read
0
Brain Rot:সাৱধান ! সামাজিক মাধ্যমে সৃষ্টি কৰিছে ‘মগজুৰ পচন’
1
SHARES
6
VIEWS
ShareShareShareShare

Brain Rot:

আপুনি নিজৰ অজ্ঞাতসাৰে এনে এখন জগতত প্রবেশ কৰিছে নেকি, য’ত ‘স্কু’ল’, ৰীল’ আদিতেই জীৱন আৰম্ভ হৈছে আৰু শেষো হৈছে। অথবা এনে অৱস্থা আপোনাৰ শিশু বা কিশোৰ সন্তানৰ আচৰণত লক্ষ্য কৰিছে নেকি? হঠাৎ ধুমুহাৰ বেগেৰে আহি সকলোৰে জীৱনত প্রবেশ কৰা ফেচবুকৰ দৰে সামাজিক মাধ্যমসমূহে এক বুজনসংখ্যক লোকৰ চিন্তা-ভাৱনাক গ্রাস কৰা বুলি বিশ্বজুৰি চর্চা হৈছে।

ADVERTISEMENT

এনে কাৰণতে অলপতে অষ্ট্ৰেলিয়া চৰকাৰে ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে ফেচবুক নিষিদ্ধ কৰিছে। বহুতে মানি লৈছে যে মাধ্যমৰ যেনেদৰে কেতবোৰ উপকাৰিতা আছে, ঠিক তেনেদৰে ইয়াৰ দ্বাৰা হ’ব পৰা ক্ষতিও অনেক। ফেচবুকৰ দৰে সামাজিক মাধ্যমত জানিবলগীয়া বা জ্ঞানবর্ধক কথা বা তথ্য প্ৰচাৰ হ’লেও তাৰ দ্বাৰা কিমানজন উপকৃত হৈছে সেয়াও বিচাৰ্যৰ বিষয়। অথবা আপুনি বা আপোনাৰ সন্তানে এনে তথ্যক বৌদ্ধিক উৎকর্ষ সাধন অথবা জীৱন পৰিচালিত কৰা নতুবা প্রায়োগিক ক্ষেত্রত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে নে? এনে প্রশ্নও গুৰুত্বপূর্ণ।

RelatedPosts

Jorhat Flyover:যোৰহাটৰ এ টি ৰোডৰ উৰণীয়া সেতুক লৈ দুই জনপ্রতিনিধিৰ পত্র যুদ্ধ

Harry Potter in Mahakumbha:এইবাৰ মহাকুম্ভত হেৰী প’টাৰ !

Controversial post by Bangladesh advisor:চুবুৰীয়া বাংলাদেশৰ মৰসাহ

সেয়া যিয়েই নহওক, শেহতীয়া এক অধ্যয়নত পোহৰলৈ অহা অনুসৰি দিনটোৰ বহু সময় বা সাৰে থকা সময়ছোৱা হাতত থকা ফোনটোত সামাজিক মাধ্যমত অন্তহীনভাৱে আঙুলি বোলাই (স্ক্র’ল কৰি) সময় পাৰ কৰে সেইসকলৰ মগজুৰ এক ধৰণৰ ‘পচন’ আৰম্ভ হয়। বিশেষকৈ যিসকলে ম’বাইল ফোনটোৰ স্ক্ৰীণত অন্তহীনভারে আঙুলি বোলাই তথা ফোনটোত বহু কথা পঢ়িও সংশ্লিষ্ট বিষয়বস্তুৰ জ্ঞান বা তথ্য আহৰণ কৰিবলৈ সক্ষম নহয়, তেনে লোক এনে বিপদৰ সম্মুখীন হোৱাৰ আশংকা অধিক।

brain 2শেহতীয়াভাৱে বিশ্বত এনে লোকৰ সংখ্যা বৃদ্ধি পাইছে। সেয়েহে অক্সফ’র্ড ইউনিভার্চিটা প্রেছে ‘ব্রেইন ৰট (মগজুৰ পচন) শব্দ দুটাক চলিত ২০২৪ৰ বৰ্ষটোৰ শব্দ আখ্যা দিছে। ছটা শব্দৰ চূড়ান্ত তালিকাৰ পৰা এই শব্দ দুটাক বৰ্ষটোৰ শব্দৰূপে অক্সফ’র্ড ইউনিভার্চিটী প্রেছে বাছনি কৰে। উক্ত তালিকাৰ শব্দ ছটাৰ মাজৰ পৰা ব্রেইন ৰ’ট শব্দ দুটাক ৩৭ হেজাৰ লোকৰ ভোটৰ ভিত্তিত অক্সফ’র্ড ইউনিভাৰ্চিটী প্ৰেছে বৰ্ষটোৰ শব্দৰূপে বাছনি কৰে।

শব্দ দুটাৰ সংজ্ঞা আগবঢ়াই অক্সফ’র্ডে কয় যে অধিক তথ্য (তুচ্ছ বা প্রত্যাহ্বানহীন) আহৰণ (বিশেষকৈ অনলাইনৰ পৰা)- এ এজন ব্যক্তিৰ মানসিক বা বৌদ্ধক অৱস্থাৰ অৱনতি ঘটাব পাৰে বুলি ধৰি লোৱা অৱস্থাক এই শব্দ দুটাৰ জৰিয়তে সুচোৱা হয়। অৱশ্যে চিকিৎসা বিজ্ঞানে বর্তমানলৈ অপ্রয়োজনীয় তথা গুৰুত্বহীন তথ্য সংগ্রহ (অনলাইনতে হওক বা আন মাধ্যমৰ পৰাই হওক) ৰ পৰা হ’ব পৰা সমস্যাক অক্সফ’র্ডে মগজুৰ পচন আখ্যা দিলেও চিকিৎসা বিজ্ঞানে ইয়াক স্বীকৃতি প্রদান কৰা নাই।

তৎসত্ত্বেও একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে যে এই ‘মগজুৰ পচন’ দৰাচলতে উদ্বেগজনক। বিৰক্তিবোধ দূৰ কৰিবলৈ বহুজনে ম’বাইল ফোনটোৰে আশ্রয় লয় যদিও বর্তমানলৈ উপলব্ধ চিকিৎসা বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ তথ্যই এই অভ্যাস উদ্বেগৰ বিষয় বুলি মন্তব্য কৰিছে কে অপুৰূপ চক্রৱর্তী নামৰ মনোবিজ্ঞানীজনে। সামাজিক মাধ্যমত স্ক্ৰ’ল কৰি থকাটোৱে এজন ব্যক্তিৰ কেনেদৰে ক্ষতি কৰিব পাৰে তাৰ ব্যাখ্যা আগবঢ়াই মনোবিজ্ঞানীজনে কয়, ‘আপুনি সামাজিক মাধ্যমত ন ছেকেণ্ড সময়ৰ এটা ৰীল চোৱাৰ পাছত স্ক্ৰ’ল কৰে তেন্তে নতুন কথা সংযোজিত আন ৰীল দেখিবলৈ পাব। ইয়ে আপোনাক নতুন উদ্দীপনা যোগাব। ইয়ে আপোনাৰ ড’পামাইন হৰম’নৰ ক্ষৰণ ঘটাব।

আৰু যদি আপুনি দীঘলীয়া কালৰ বাবে এনে কৰিবলৈ লয় সিয়ে মূৰকত আপোনাৰ সন্তুষ্টি অনুভৱ হ্রাস কৰিব পাৰে।’ আনহাতে, মনস্তাত্ত্বিক দৃষ্টিভংগীৰ ফালৰ পৰা ব্রেইন ৰ’ট বা মগজুৰ পচন শব্দ দুটাক নেতিবাচক বুলি ধৰা হয়। অৱশ্যে বহু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে এই শব্দ দুটাক ইতিবাচক শব্দৰূপে গ্রহণ কৰে। এনে এজন ২১ বছৰীয়া ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কয়, ‘মই ম’বাইল ফোনত স্ক্ৰ’ল কৰি ইন্টাৰনেট চোৱা কার্যক ব্রেইন যোগ বুলিহে ধৰো। উপৰা-উপৰিকৈ তথ্য আহিলেও মই ভাল অনুভৱ কৰো। মই ইনস্টাগ্রাম বা তেনে আন ছাইট কেৱল চাওহে। কোনো তথ্য সংগ্রহ নকৰো। মই পুনৰাবৃত্তি কৰি চাওঁ।’

অৱশ্যে একাংশৰ এনে মন্তব্যৰ কাৰণ তেওঁলোক ইণ্টাৰনেট আসক্তি (এডিকচন) ৰ ফল বুলি একাংশ মনোবিজ্ঞানীয়ে ক’ব বিচাৰে। এনে মনোবিজ্ঞানীসকলৰ মতে, সকলোৱে ইণ্টাৰনেট অথবা ম’বাইল ফোন চোৱাৰ সময় ঠিক কৰি লোৱা উচিত। ইণ্টাৰনেট চাই থকাটোক অভ্যাস নহয়, আচৰণহে বুলি এনে মনোবিজ্ঞানী সকলে আখ্যা দিছে ।

ম’বাইল ফোনৰ স্ক্ৰীণত স্ক্ৰ’ল কৰি কৰি ঘূৰাই-পকাই চাই থকাটোরে সন্তুষ্টি প্রদান কৰি বিৰক্তি দূৰ কৰে বুলি ধাৰণা কৰাটো অভ্যাস নহয়, এক আচৰণহে বুলি উল্লেখ কৰি এজন মনোবিজ্ঞানীয়ে কয়, ‘ড’পামাইন ক্ষৰণ কেৱল ম’বাইল ফোন চোৱাৰ ফলতে নহয়, আন কোনো অভ্যাসগত কামেও ড’পামাইনৰ ক্ষৰণ ঘটাব পাৰে। উদাহৰণস্বৰূপে আন কোনো শাৰীৰিক কাম-কাজ বা নৃত্য, যোগ চর্চা আদিয়েও ড’পামাইনৰ ক্ষৰণ ঘটাব পাৰে। এনে অভ্যাসে ম’বাইল ফোনৰ স্ক্ৰীণত স্কু’ল কৰি বহু সময় পাৰ কৰাৰ আচৰণো দূৰ কৰিব পাৰে।’

উল্লেখ্য যে ড’পামাইন হৈছে এক নিউৰ ট্রান্সমিটাৰ আৰু ৰাসায়নিক বার্তাবাহক। ইয়ে মানুহক চাল-চলন, কোনো কাম কৰিবলৈ উৎসাহ- উদ্দীপনা যোগায়। দৰাচলতে এই ড’পামাইন হৰম’নে মানুহৰ মনত এক সুখানুভূতিৰ সৃষ্টি কৰে। কাৰণ ইয়ে মনত সন্তুষ্টি আৰু উৎসাহ-উদ্দীপনা যোগায়। মগজুত ড’পামাইনৰ তেতিয়াই ক্ষৰণ ঘটে, যেতিয়া এজন ব্যক্তিয়ে নিজৰ মনে বিচৰা বা উপযোগ্য কাম কৰিবলৈ পায়। সেয়েহে বহুতে সামাজিক মাধ্যম ব্যৱহাৰৰ ফলতো মগজুত ড’পামাইনৰ ক্ষৰণ ঘটে বুলি কয়।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Brain RotDecomposition Of BrainOxford UniversityReelSocial MediaStral
publisher

publisher

Related Posts

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান
India

আকৌ দেশৰ বাবে শ্বহীদ হ’ল এজন জোৱান

May 9, 2025
যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 
India

যুদ্ধৰ বাবে দুদিনৰ বাবে বন্ধ থাকিব নেকি ATM? জানি লওক সবিশেষ 

May 9, 2025
কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা
India

কেৰালাত পুনৰ নিপাহ ভাইৰাছ, এইবাৰ আক্ৰান্ত ৪২ বছৰীয়া এগৰাকী মহিলা

May 9, 2025
জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা
India

জৰুৰীকালীন অৱস্থাত ক্ষমতা প্ৰয়োগ কৰক, ভাৰত-পাকিস্তানৰ উত্তেজনাৰ মাজতে শ্বাহৰ বাৰ্তা

May 9, 2025
বাজপেয়ী ভৱন-ৰাজীৱ ভৱনত শীৰ্ষ নেতৃত্বৰ সাক্ষাৎ বিচাৰি পাৰ্থিত্ব প্রত্যাশী-সমর্থকৰ ভিৰ
News

State Bjp President Dilip Saikia:ড: হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিত ৰাজ্যিক বিজেপিৰ অভিনন্দন

May 9, 2025
Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ
News

Debabrata Saikia:ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা পুঁজিলৈ ৩০ হাজাৰ টকা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d