Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon Theft:নগাঁও ইটাচালি আৰক্ষীৰ জালত দুই গভাইত চোৰ

    AGP:জন্ম শতবাৰ্ষিকীত সুধাকণ্ঠ, ভাৰতৰত্ন ড° ভুপেন হাজৰিকাক সশ্ৰদ্ধ সোঁৱৰণ অগপৰ

    Jagiroad:জাগীৰোডৰ টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত চোৰৰ হাতোৰা

    Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

    TMC:নগাঁও উপ-নিৰ্বাচনৰ বাবে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ নাম ঘোষণা

    দেশীয় প্ৰযুক্তিৰ বুলেট ট্ৰেইন কেতিয়া চলিব ভাৰতত?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

সুস্বাস্থ্যৰ বাবে প্ৰাণ খুলি হাঁহক

publisher by publisher
February 21, 2021
in Lifestyle
Reading Time: 1 min read
0
সুস্বাস্থ্যৰ বাবে প্ৰাণ খুলি হাঁহক
5
SHARES
48
VIEWS
ShareShareShareShare

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

১৫ মিনিট এই ব্যায়াম কৰিলেই কমিব পেটৰ চৰ্বি 

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

হাঁহিয়ে স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্রহণ কৰে শেহতীয়াভাৱে গৱেষকসকলে এইবুলি মন্তব্য আগবঢ়াইছে যে যিসকলে প্রাণ খুলি হাঁহে তেওঁলােকৰ বিভিন্ন ৰােগ প্রতিৰােধ হােৱাটো সম্ভৱ হয়। সকলােৱে হাঁহে, অথচ এই হাঁহিৰ মূল্য কিমান, সেয়া ভাবি নাচায়। বাস্তৱ জীৱনতাে যিসকল ব্যক্তিয়ে হাঁহি-ধেমালিৰে কামত ব্যস্ত হৈ থাকে তেওঁলােকৰ ক্লান্তিবােধাে তুলনামূলকভাৱে কম বুলি গৱেষকসকলে মন্তব্য আগবঢ়াইছে।

ADVERTISEMENT

প্রাণ খুলি হাঁহিব জনা লােকৰ বেমাৰ-আজাৰাে কম। শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সলৈকে হাঁহিৰ ভূমিকা অপৰিসীম। শেহতীয়াভাৱে গৱেষকসকলে হাঁহিৰ ওপৰত বিভিন্ন ধৰণৰ গৱেষণা কৰি নিশ্চিত হৈছে যে মানুহে যিমানেই স্ফুর্তিত থাকে বা হাঁহি-ধেমালি কৰি সময় কটায়, তেওঁলােকৰ জীৱনলৈ বার্ধক্য পলমকৈ নামি আহে। হাঁহিলে মানসিকভাৱেও সুস্থ হৈ থকা দেখা যায়। অর্থাৎ মানসিক ভাৰসাম্য ৰক্ষা হয়।

মানুহে যিকোনাে সময়ত নাহহে। কিছুমান বিশেষ মুহূর্ততহে হাঁহে। অৱশ্যে এই মুহূর্তসমূহ কেতিয়া সৃষ্টি হয় সেয়া পূর্বানুমান কৰাটো অসম্ভৱ। মগজুত থকা ছেব্রিাম নতুবা কর্টেক্সক মটৰ কর্টেক্স আৰু ছেন্সৰি কর্টেক্সত ভগাব পাৰি। মটৰ কর্টেক্সে বহিঃমুখী স্নায়ুসমূহৰ জৰিয়তে শৰীৰৰ বিভিন্ন অংশলৈ বিভিন্ন নির্দেশ বা বার্তা প্ৰেৰণ কৰে। ভাষা আৰু দিশ স্থিতিৰ বেলিকা ইয়েই নিয়ন্ত্রণ কৰে।

সাধাৰণতে ছেক্সৰি কর্টেক্স ছেৰিব্ৰমৰ পেলাইটেল, টেম্পৰেল আৰু অক্সিপিটেল অংশ তিনিটাত বিস্তাৰিত হৈ থাকে। ই শৰীৰৰ বিভিন্ন অংশৰ পৰা যিকোনাে সংকেত গ্রহণ কৰে। শব্দ বিশ্লেষণ, শিক্ষা, ভাষা, স্মৃতি, ভাবানুভূতি আদি পর্যবেক্ষণ কৰে ছেৰি কর্টেক্সে। আনহাতে হিপ্প’কেম্পাছে স্মৃতি সংৰক্ষণ কৰি ৰাখে আৰু সমান্তৰালভাৱে স্মৃতি সৃষ্টিও কৰে। শৰীৰৰ বিভিন্ন অংশৰ পৰা ছেৰি পদ্ধতিৰে যিকোনাে তথ্য মগজুলৈ আহে আৰু এই তথ্যৰ পৰা প্রয়ােজনীয়খিনি সংৰক্ষণ কৰি ৰাখে।

কিছুমান স্নায়ুকোষে স্মৃতি সংৰক্ষণ কৰি ৰাখে যদিও যেতিয়ালৈকে হিপ্প’কেম্পাছৰ স’তে জড়িত নহয়, তেতিয়ালৈকে ই অকলশৰীয়াকৈ একো বিষয় মনত পেলাব নােৱাৰে। যেতিয়া আগতে সংঘটিত ঘটনা বা হাঁহি উঠা কথাবােৰ মনত পৰে তেতিয়া কেতিয়াবা অকলশৰীয়াকৈ থাকিলেও হাঁহি উঠা দেখা যায়। যিবােৰ কথা মানসপটৰ পৰা চিৰদিনৰ বাবে মচ খায় সেইবােৰক লৈ কেতিয়াও হাঁহি মুঠে।

মনস্তত্ত্ববিদ আৰু মস্তিষ্ককেন্দ্রিক গৱেষকসকলে এইবুলি মন্তব্য আগবঢ়াইছে যে হাঁহিয়ে মানুহৰ সহ্য শক্তি বৃদ্ধি কৰে। শাৰীৰিক স্বাস্থ্যৰ উন্নতি সাধনৰ ক্ষেত্ৰতাে ইয়াৰ প্ৰভাৱ যথেষ্ট মনকৰিবলগীয়া। বৌদ্ধিক উৎকর্ষ সাধনতাে ইয়াৰ প্ৰভাৱ বেছি বুলি কোৱা হয়। স্মৃতিশক্তি সতেজ কৰি ৰখাৰ বিষয়েও গৱেষকসকলে মন্তব্য আগবঢ়াইছে। যিসকল লােকে বেছিকৈ হাঁহে তেওঁলােকৰ ৰক্তচাপ স্বাভাৱিক হৈ থাকে।

অর্থাৎ হাঁহিয়ে চাপ হ্রাস কৰে। হাঁহিলে ষ্ট্ৰেছ হৰম’নৰ বৃদ্ধি নহয়। সেইবাবে মানসিক চাপাে কম হােৱা দেখা যায়। হাঁহিয়ে মাংসপেশীৰ সঞ্চালন স্বাভাৱিক কৰি তােলে আৰু বহুতাে সংক্রমণ প্রতিৰােধক হিচাপেও থিয় দিয়ে। ইয়াৰ উপৰি শৰীৰৰ বাবে ক্ষতিকাৰক এন্টিবডিসমূহে প্ৰতিৰােধ কৰে। আজিকালি প্ৰায়ভাগ লােকে কম-বেছি পৰিমাণে টেনছনৰ চিকাৰ হয়।

আধুনিক জীৱনশৈলীৰ স’তে খাপ খাবলৈ প্রতিযােগিতাত অৱতীর্ণ হ’বলগীয়া হয় আৰু যিমানেই প্রতিযােগিতাৰ মাজত সােমাই পৰে সিমানে টেনছনৰ চিকাৰ হয়। যেতিয়া মানুহে প্রাণখুলি হাঁহে, তেতিয়া কিছু পৰিমাণে টেনছনমুক্ত হােৱাটো খাটাং। টেনছন থাকিলে মানুহে প্রাণ খুলি হাঁহিব নােৱাৰে।

প্ৰায়ভাগ লােকৰে বিভিন্ন ৰােগৰ উৎস হ’ল টেনছন। হাইপাৰ টেনছনৰ পৰা আৰম্ভ কৰি ডায়েবেটিছলৈ সকলােৰে মূল কাৰণ হ’ল টেনছন। সেয়েহে এনেবােৰ ৰােগৰ পৰা পৰিত্ৰাণ পাবলৈ হ’লে টেনছনমুক্ত হৈ থকাটো নিতান্ত প্রয়ােজনীয় বিষয়। ৰক্তচাপ বৃদ্ধি হােৱা মানে হৃদযন্ত্র, বৃক্ক, যকৃত আৰু মগজুৰ বিভিন্ন অংশত ৰস সঞ্চালন স্বাভাৱিকভাৱে নােহােৱা। ৰক্তচাপ বৃদ্ধি পালে ধমনীসমূহ সংকুচিত হ’বলৈ ধৰে।

সংকুচিত হােৱাৰ ফলত ধমনীসমূহৰ মাজেদি তেজ স্বাভাৱিক পৰিমাণে চলাচল কৰিব নােৱাৰে। বৃক্কলৈ ৰক্ত সঞ্চালন নহলে প্রস্রাৱৰ সমস্যাই দেখা দিব পাৰে। আনকি সংক্রমণৰ বাবে ৰেনেল ফেইলিউৰ আদি হােৱাৰাে আশংকা নুই কৰিব নােৱাৰি। কার্বন মনােক্সাইডবােৰে পৰিপূৰ্ণ পৰিৱেশত হাওঁফাওঁৰ কার্য স্বাভাৱিক কৰি ৰাখিবলৈ হাঁহিক মহৌষধ বুলি ক’ব পাৰি। ডিপ্ৰেছন বা হতাশাত ভােগা লােকসকলে কোনাে লােকৰে লগত সহজভাৱে কথা-বতৰা হ’ব নােৱাৰে অথবা হাঁহিব নােৱাৰে।

যদিহে বেছি দিন এনেদৰে মানসিকভাৱে।দুর্বল হৈ হতাশাত ভুগিবলগীয়া হয়, তেতিয়াহ’লে পৰৱৰ্তী সময়ত মানসিক ভাৰসাম্যহীন অৱস্থা এটাৰ সৃষ্টি হােৱাটো নুই কৰিব নােৱাৰি। এনে ব্যক্তিক যদি হাঁহিৰ পৰিৱেশৰ মাজত ৰখাটো সম্ভৱ হয়, তেতিয়াহ’লে তেওঁৰ হতাশা বহুলাংশে নােহােৱা হ’ব ।

হাঁহিক হৃদৰােগৰ মহৌষধ বুলি কোৱা হয়। যদিও সাধাৰণ দৃষ্টিভংগীত হৃদযন্ত্রৰ স’তে হাঁহিৰ বিশেষ সম্পর্ক নাই তথাপি গৱেকসকলে শেহতীয়াভাৱে দুয়ােবিধৰ মাজত সম্পর্ক বিচাৰি উলিয়াবলৈ সক্ষম হৈছে। ঔষধতকৈ হাঁহিয়েহে হৃদৰােগীক সুস্থ কৰি তুলিব পাৰে। হাস্যকৰ পৰিৱেশে ধমনীৰ কার্যক্ষমতাত সুপ্ৰভাৱ পেলায়। পাঁচ মিনিট হাঁহিলে প্রায় ১২ ঘণ্টা সময় মনটো প্রফুল্লিত হৈ থাকে।

যেতিয়া মনত আনন্দ লাগে বা বেছিকৈ হাঁহে তেতিয়া ধমনী প্ৰসাৰিত হয় আৰু মনত দুখ লাগিলে অথবা হতাশাত ভুগিলে ধমনীসমূহ সংকুচিত হয়। ধমনীসমূহ সংকুচিত হলে হৃদযন্ত্ৰলৈ ৰক্ত সঞ্চালন স্বাভাৱিক হােৱাত ব্যাঘাত জন্মে। গতিকে হাঁহিলে হৃদযন্ত্র কার্যক্ষমতা স্বাভাৱিক হৈ থাকে বুলি নিশ্চয়কৈ ক’ব পাৰি। মগজুৰ পৰা ১২ ডাল স্নায়ু শৰীৰৰ সোঁফালে আৰু ১২ ডাল স্নায়ু শৰীৰৰ বাওঁফালে যায়।

এই স্নায়ুসমূহে মুখ আৰু ডিঙিৰ মাংসপেশীসমূহ কার্যক্ষম কৰি তােলে। হাঁহিলে গালৰ মাংসপেশীসমূহে বিপৰীত ক্রিয়া কৰা দেখা যায়। এইবােৰে সাত নম্বৰ স্নায়ুডালে নিয়ন্ত্রণ কৰে। সাধাৰণতে মগজুৰ ফ্রন্টেল ল’বে হাঁহিৰ ক্ষেত্ৰত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰে। পৰিৱেশৰ লগত মানুহে যিটো প্রতিক্রিয়া কৰে, সেইক্ষেত্ৰত এই অংশটোৱে গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰা দেখা যায়। মগজুৰ দুয়ােফালে থকা সাত নম্বৰ স্নায়ুডাল আৰু পৰিৱেশৰ মাজত সংযােগ স্থাপন হলে হাঁহিৰ সৃষ্টি হয়।

ষ্ট্রোকত আক্রান্ত ব্যক্তিয়েও হাঁহি মৰাৰ ক্ষেত্ৰত কোনাে ধৰণৰ সমস্যাৰ উদ্ভৱ নহয়। বিষ নিৰাময়ৰ ক্ষেত্ৰতাে হাঁহিৰ ভূমিকা বিশেষ মন কৰিবলগীয়া। মানুহে কিমান সময় হাঁহিব লাগে, সেই সম্পর্কে কোনাে নির্দিষ্ট সময় নাই। অৱশ্যে অনবৰতে হাঁহি থাকিলেও শৰীৰৰ ক্ষতি হ’ব পাৰে। বিশেষকৈ হার্নিয়াত আক্রান্তসকলে এইক্ষেত্ৰত সতর্কতা অৱলম্বন কৰা উচিত। গৰ্ভৱতী মহিলাসকলেও হঁহাৰ ক্ষেত্ৰত সতর্কতা অৱলম্বন নকৰিলে বিষাদ হ’ব পাৰে। আজিকালি বিভিন্ন ঠাইত ‘লাফিং ক্লাব’গঢ়ি উঠিছে। হাঁহিও যে ব্যায়াম সেয়া লাফিং ক্লাব’ৰ পৰাই বুজিব পাৰি।

মানুহে হাঁহিবলৈ পৰিৱেশৰ প্রয়ােজন হয় আৰু কিছুমান পৰিৱেশ নিজেই সৃষ্টি কৰি ল’ব লাগিব। কিছুমান মানুহে আনক দেখুৱাই হাঁহে যদিও দৰাচলতে তেওঁলােকে অন্তৰৰ পৰা এই কার্য সম্পাদন নকৰে। আনক দেখাকৈ হাঁহে অথচ অন্তত এনে প্ৰৱণতা নাই, তেনে অৱস্থাটোক চিকিৎসা বিজ্ঞানত কোৱা হয় লাফিং ডিপ্রেছন। ‘লাফিং ক্লাব’ৰ দ্বাৰা এনে লােক লাভান্বিত হ’ব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BenefitsExerciselaughter
publisher

publisher

Related Posts

সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে
Lifestyle

September 6, 2026
পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী
Lifestyle

পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

September 4, 2026
ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ
Lifestyle

ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

September 4, 2026
হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক
Lifestyle

হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

September 4, 2026
সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে
Lifestyle

সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

September 3, 2026
ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?
Lifestyle

ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

August 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d