Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apcc:কংগ্রেছে ছেটেলাইট মানচিত্র সাজু কৰিছে ৰাজ্যৰ এটা পৰিয়ালৰ সম্পত্তিৰ

৩০ দিনৰ ভিতৰত প্ৰতিবেদন দাখিলৰ নিৰ্দেশ, ৰিপুন বৰাৰ নেতৃত্বত ছজনীয়া সমিতি গঠন এআইচিচিৰ

publisher by publisher
December 13, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Apcc:কংগ্রেছে ছেটেলাইট মানচিত্র সাজু কৰিছে ৰাজ্যৰ এটা পৰিয়ালৰ সম্পত্তিৰ
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:জনতাৰ কণ্ঠস্থ হৈ থিয় দিয়াৰ প্রতিশ্রুতিৰে সামাজিক মাধ্যমত বিশেষ পোষ্ট গৌৰৱ গগৈৰ

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

পুনৰ নিৰ্ধাৰিত বিধানসভা আৰু লোকসভা সমষ্টিত নির্বাচনত বিজয়ী হ’ব পৰাকৈ নিৰ্ণায়ক ভূমিকা লোৱা সম্প্রদায়-গোষ্ঠীৰ হিচাপ উলিওৱাৰ লগতে জনগাঁথনিৰ ৰেহৰূপ, সমষ্টি পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা কৌশল আদিকে ধৰি সকলো দিশ পৰ্যালোচনাৰ সিদ্ধান্ত গ্রহণ কৰিছে কংগ্ৰেছে। অহা ২০২৬ৰ বিধানসভা নিৰ্বাচনৰ প্রতি লক্ষ্য ৰাখি আজি ইয়াৰ বাবে এখন ছজনীয়া সমিতি গঠন কৰে প্ৰদেশ কংগ্ৰেছে।

ADVERTISEMENT

নির্বাচনলৈ প্রায় ডেৰ বছৰ বাকী থাকিলেও কংগ্ৰেছে এইবাৰ পূৰ্বতকৈ আগতীয়াকৈ প্রক্রিয়া আৰম্ভ কৰাৰ ৰণকৌশল গ্রহণ কৰিছে। তাৰে অংশৰূপে অসম প্রদেশ কংগ্ৰেছ কমিটীৰ প্রাক্তন সভাপতি ৰিপুন বৰাক অধ্যক্ষ আৰু গৱেষণা বিভাগৰ অধ্যক্ষ ড° নেত্ৰ ৰঞ্জনক আহ্বায়ক ৰূপে লৈ গঠন কৰা সমিতিখনৰ সদস্য কেইজন হ’ল জ্যেষ্ঠ অধিবক্তা হাফিজ ৰছিদ আহমেদ চৌধুৰী, প্রাক্তন বিধায়ক দুর্গা ভূমিজ, প্রদেশ কংগ্ৰেছৰ সেৱা দলৰ অধ্যক্ষ দীপ বায়ন আৰু হাৰুণ ইউছুফ।

এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ ভাৰপ্ৰাপ্ত জিতেন্দ্র নাথ সিঙে স্বাক্ষৰ কৰা এই সম্পর্কীয় নির্দেশনাটোত উল্লেখ কৰা হৈছে যে এই সমিতিয়ে বিগত ২০০২ৰ পূৰ্বে সমষ্টি পুনৰ নিৰ্ধাৰণ আয়োগৰ অধীনত কোনবোৰ বিষয়ক ভিত্তি কৰি সমষ্টি পুনৰ গঠনৰ প্রক্রিয়া চলাইছিল। ইয়াৰ লগতে ভাৰতৰ নিৰ্বাচন আয়োগৰ অধীনত ২০২৩ত অসমত যি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰা হয়, তাৰ বাবে কোনবোৰ বিষয়ক আধাৰ হিচাপে লোৱা হয়, সেয়াও বিশ্লেষণ কৰিব।

এই সমিতিয়ে প্রতিটো বিধানসভা সমষ্টিৰ জাতি-সম্প্রদায় আৰু ধৰ্মৰ ভিত্তিত ২০২১ৰ আগৰ পৰিৱেশ আৰু সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছৰ পৰিৱেশৰ জনগাঁথনি ভিত্তিক তুলনামূলক অধ্যয়নো কৰিব লাগিব। এই সংক্রান্ততে বিধানসভা আৰু লোকসভা সমষ্টিবোৰৰ কোনটোত কোন সম্প্রদায়ে নির্বাচনত জয়লাভৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্রহণ কৰিব, সেয়াও সমিতিখনে নির্ধাৰণ কৰিব লাগিব। তাৰ সমান্তৰালভাৱে সমষ্টি পুনৰ নিৰ্ধাৰণৰ পূৰ্বৰ আৰু পাছৰ পৰিৱেশতো নির্ণায়ক ভূমিকা লোৱা সম্প্ৰদায়ৰ বিশ্লেষণ আগবঢ়াব লাগিব এই সমিতিয়ে।

নির্দেশনাটোত সমষ্টি পুনৰ নিৰ্ধাৰণত যদি কোনো অনিয়ম হৈছিল, তাৰো নির্দিষ্ট ৰূপত উল্লেখ কৰাৰ লগতে সেই সন্দৰ্ভত কংগ্ৰেছৰ কৰণীয় কি হ’ব তাৰো পৰামৰ্শ দিয়াৰ কথা উল্লেখ কৰা হৈছে। জনগাঁথনি সলনি হোৱা বিধানসভা সমষ্টিবোৰত বিভিন্ন জাতি-সম্প্রদায় আৰু ধৰ্মৰ লোকৰ স্বাৰ্থ ৰক্ষাৰ বাবে ২০২৬ৰ নিৰ্বাচনত কংগ্ৰেছে কি ধৰণৰ পৰামৰ্শ লোৱা উচিত, সেই পৰামৰ্শও সমিতিক দিবলৈ কোৱা হৈছে। আজিৰ পৰা ৩০ দিনৰ ভিতৰত সমিতিখনক এআইচিচিৰ সাধাৰণ সম্পাদক তথা অসমৰ ভাৰপ্ৰাপ্ত সিঙৰ হাতত প্রতিবেদন দাখিলৰো সময়সীমা ধার্য কৰি দিয়া হৈছে।

# মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ ছেটেলাইট মানচিত্র সাজু কংগ্ৰেছৰ

ইপিনে, ৰাজীৱ ভৱনত দলীয় এক অনুষ্ঠানৰ পাছত সভাপতি ভূপেন বৰাই দাবী কৰে যে ২০২৬ত অসমত তেওঁলোকে চৰকাৰ গঠন কৰিবই। চৰকাৰ গঠনৰ পাছতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ কেলেংকাৰি উদ্‌ঘাটনৰ বাবে বিশেষ তদন্তকাৰী গোট (এছআইটি) গঠন কৰিব। বৰাই কয়, ‘এটা পৰিয়ালৰ ইমান সম্পত্তি বৃদ্ধি হৈ আছে ! অসমত ৰিজ’ৰ্ট, বাগান, স্কুল এইবোৰ কাৰ? আমাৰ হাতত প্রতিটো সম্পত্তিৰ ছেটেলাইট মেপ আছে। ২০২৬ত আমি চৰকাৰ কৰিম আৰু এছআইটিৰ দ্বাৰা ইয়াৰ তদন্ত হ’ব। আমি তালিকা সাজু কৰি আছে।

প্রতিটো নয়া পইচাৰ হিচাপ এছআইটিৰ আগত দিব লাগিব।’ অৱশ্যে বৰাই পৰিয়ালটোৰ নাম উল্লেখ নকৰিলেও পূর্বে কৈ অহাৰ দৰে ইয়াৰ দ্বাৰা মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালকে ইংগিত কৰিছে, সেয়া স্পষ্ট। তদুপৰি বৰাই কয় যে অসমত ৩২ লাখ নিবনুৱা আছে। ইয়াৰে কিমানক হিমন্ত বিশ্ব শর্মাই সংস্থাপন দিব ? চালকৰ চাকৰি কিমান দিব বুলিও প্রশ্ন কৰে। ইয়াৰ লগতে তেওঁ কয়, ‘অসমৰ ৰাইজৰ মৌলিক সমস্যা তল পেলাবলৈ বিজেপি চৰকাৰে সদায় চেষ্টা কৰি আছে।

তাৰ বাবে বিজেপিয়ে জাতিটোক শ্রুতলিপিও দিব বিচাৰে। বিজেপিৰ শ্রুতলিপিত আমি কোনেও চলিব নালাগে। আমাৰ ওপৰত মনস্তাত্ত্বিক চাপ সৃষ্টিৰ চেষ্টা কৰিছে। আমি সেই চাপত নপৰো। চুপাৰি-কয়লা ছিণ্ডিকেটৰ নামত কেৱল লুটিছে। এটা পৰিয়ালৰ ইমান সম্পত্তি কেনেকৈ বৃদ্ধি হৈ আছে? ইয়াৰ তদন্ত হ’বই লাগিব।’

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APCCFormation Six Member CommitteeSETELLITE Drawaing
publisher

publisher

Related Posts

Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা
Assam

September 2, 2026
পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!
News

পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

September 2, 2026
১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত
International

১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

September 2, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

September 2, 2026
ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ
India

ইথানল প্ৰস্তুতৰ পৰিণতিত দেশত ধাৰাবাহিকভাৱে মূল্যবৃদ্ধি হৈছে কণীৰ

September 2, 2026
২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ
Entertainment

২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

September 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d