Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Brain Rot:সাৱধান ! সামাজিক মাধ্যমে সৃষ্টি কৰিছে ‘মগজুৰ পচন’

স্ক্র'ল, ৰীলতে জীৱন সীমিত হৈছে ! ব্ৰেইন ৰট'ক ২০২৪ৰ 'বৰ্ষৰ শব্দ' আখ্যা দিলে অক্সফ'ডে

publisher by publisher
December 31, 2024
in News
Reading Time: 2 mins read
0
Brain Rot:সাৱধান ! সামাজিক মাধ্যমে সৃষ্টি কৰিছে ‘মগজুৰ পচন’
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

পৱিত্ৰ গংগাত নাওত বিৰিয়ানি পাৰ্টি!

পশ্চিম এছিয়া যুদ্ধৰ মাজত বিভ্ৰান্তিকৰ পোষ্ট: ইউএইত ১৯ ভাৰতীয়ৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা

Brain Rot:

আপুনি নিজৰ অজ্ঞাতসাৰে এনে এখন জগতত প্রবেশ কৰিছে নেকি, য’ত ‘স্কু’ল’, ৰীল’ আদিতেই জীৱন আৰম্ভ হৈছে আৰু শেষো হৈছে। অথবা এনে অৱস্থা আপোনাৰ শিশু বা কিশোৰ সন্তানৰ আচৰণত লক্ষ্য কৰিছে নেকি? হঠাৎ ধুমুহাৰ বেগেৰে আহি সকলোৰে জীৱনত প্রবেশ কৰা ফেচবুকৰ দৰে সামাজিক মাধ্যমসমূহে এক বুজনসংখ্যক লোকৰ চিন্তা-ভাৱনাক গ্রাস কৰা বুলি বিশ্বজুৰি চর্চা হৈছে।

ADVERTISEMENT

এনে কাৰণতে অলপতে অষ্ট্ৰেলিয়া চৰকাৰে ১৬ বছৰৰ তলৰ ল’ৰা-ছোৱালীৰ বাবে ফেচবুক নিষিদ্ধ কৰিছে। বহুতে মানি লৈছে যে মাধ্যমৰ যেনেদৰে কেতবোৰ উপকাৰিতা আছে, ঠিক তেনেদৰে ইয়াৰ দ্বাৰা হ’ব পৰা ক্ষতিও অনেক। ফেচবুকৰ দৰে সামাজিক মাধ্যমত জানিবলগীয়া বা জ্ঞানবর্ধক কথা বা তথ্য প্ৰচাৰ হ’লেও তাৰ দ্বাৰা কিমানজন উপকৃত হৈছে সেয়াও বিচাৰ্যৰ বিষয়। অথবা আপুনি বা আপোনাৰ সন্তানে এনে তথ্যক বৌদ্ধিক উৎকর্ষ সাধন অথবা জীৱন পৰিচালিত কৰা নতুবা প্রায়োগিক ক্ষেত্রত ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছে নে? এনে প্রশ্নও গুৰুত্বপূর্ণ।

সেয়া যিয়েই নহওক, শেহতীয়া এক অধ্যয়নত পোহৰলৈ অহা অনুসৰি দিনটোৰ বহু সময় বা সাৰে থকা সময়ছোৱা হাতত থকা ফোনটোত সামাজিক মাধ্যমত অন্তহীনভাৱে আঙুলি বোলাই (স্ক্র’ল কৰি) সময় পাৰ কৰে সেইসকলৰ মগজুৰ এক ধৰণৰ ‘পচন’ আৰম্ভ হয়। বিশেষকৈ যিসকলে ম’বাইল ফোনটোৰ স্ক্ৰীণত অন্তহীনভারে আঙুলি বোলাই তথা ফোনটোত বহু কথা পঢ়িও সংশ্লিষ্ট বিষয়বস্তুৰ জ্ঞান বা তথ্য আহৰণ কৰিবলৈ সক্ষম নহয়, তেনে লোক এনে বিপদৰ সম্মুখীন হোৱাৰ আশংকা অধিক।

শেহতীয়াভাৱে বিশ্বত এনে লোকৰ সংখ্যা বৃদ্ধি পাইছে। সেয়েহে অক্সফ’র্ড ইউনিভার্চিটা প্রেছে ‘ব্রেইন ৰট (মগজুৰ পচন) শব্দ দুটাক চলিত ২০২৪ৰ বৰ্ষটোৰ শব্দ আখ্যা দিছে। ছটা শব্দৰ চূড়ান্ত তালিকাৰ পৰা এই শব্দ দুটাক বৰ্ষটোৰ শব্দৰূপে অক্সফ’র্ড ইউনিভার্চিটী প্রেছে বাছনি কৰে। উক্ত তালিকাৰ শব্দ ছটাৰ মাজৰ পৰা ব্রেইন ৰ’ট শব্দ দুটাক ৩৭ হেজাৰ লোকৰ ভোটৰ ভিত্তিত অক্সফ’র্ড ইউনিভাৰ্চিটী প্ৰেছে বৰ্ষটোৰ শব্দৰূপে বাছনি কৰে।

শব্দ দুটাৰ সংজ্ঞা আগবঢ়াই অক্সফ’র্ডে কয় যে অধিক তথ্য (তুচ্ছ বা প্রত্যাহ্বানহীন) আহৰণ (বিশেষকৈ অনলাইনৰ পৰা)- এ এজন ব্যক্তিৰ মানসিক বা বৌদ্ধক অৱস্থাৰ অৱনতি ঘটাব পাৰে বুলি ধৰি লোৱা অৱস্থাক এই শব্দ দুটাৰ জৰিয়তে সুচোৱা হয়। অৱশ্যে চিকিৎসা বিজ্ঞানে বর্তমানলৈ অপ্রয়োজনীয় তথা গুৰুত্বহীন তথ্য সংগ্রহ (অনলাইনতে হওক বা আন মাধ্যমৰ পৰাই হওক) ৰ পৰা হ’ব পৰা সমস্যাক অক্সফ’র্ডে মগজুৰ পচন আখ্যা দিলেও চিকিৎসা বিজ্ঞানে ইয়াক স্বীকৃতি প্রদান কৰা নাই।

তৎসত্ত্বেও একাংশ বিশেষজ্ঞই মতপোষণ কৰিছে যে এই ‘মগজুৰ পচন’ দৰাচলতে উদ্বেগজনক। বিৰক্তিবোধ দূৰ কৰিবলৈ বহুজনে ম’বাইল ফোনটোৰে আশ্রয় লয় যদিও বর্তমানলৈ উপলব্ধ চিকিৎসা বিজ্ঞানৰ পৰীক্ষা-নিৰীক্ষাৰ তথ্যই এই অভ্যাস উদ্বেগৰ বিষয় বুলি মন্তব্য কৰিছে কে অপুৰূপ চক্রৱর্তী নামৰ মনোবিজ্ঞানীজনে। সামাজিক মাধ্যমত স্ক্ৰ’ল কৰি থকাটোৱে এজন ব্যক্তিৰ কেনেদৰে ক্ষতি কৰিব পাৰে তাৰ ব্যাখ্যা আগবঢ়াই মনোবিজ্ঞানীজনে কয়, ‘আপুনি সামাজিক মাধ্যমত ন ছেকেণ্ড সময়ৰ এটা ৰীল চোৱাৰ পাছত স্ক্ৰ’ল কৰে তেন্তে নতুন কথা সংযোজিত আন ৰীল দেখিবলৈ পাব। ইয়ে আপোনাক নতুন উদ্দীপনা যোগাব। ইয়ে আপোনাৰ ড’পামাইন হৰম’নৰ ক্ষৰণ ঘটাব।

আৰু যদি আপুনি দীঘলীয়া কালৰ বাবে এনে কৰিবলৈ লয় সিয়ে মূৰকত আপোনাৰ সন্তুষ্টি অনুভৱ হ্রাস কৰিব পাৰে।’ আনহাতে, মনস্তাত্ত্বিক দৃষ্টিভংগীৰ ফালৰ পৰা ব্রেইন ৰ’ট বা মগজুৰ পচন শব্দ দুটাক নেতিবাচক বুলি ধৰা হয়। অৱশ্যে বহু ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে এই শব্দ দুটাক ইতিবাচক শব্দৰূপে গ্রহণ কৰে। এনে এজন ২১ বছৰীয়া ইণ্টাৰনেট ব্যৱহাৰকাৰীয়ে কয়, ‘মই ম’বাইল ফোনত স্ক্ৰ’ল কৰি ইন্টাৰনেট চোৱা কার্যক ব্রেইন যোগ বুলিহে ধৰো। উপৰা-উপৰিকৈ তথ্য আহিলেও মই ভাল অনুভৱ কৰো। মই ইনস্টাগ্রাম বা তেনে আন ছাইট কেৱল চাওহে। কোনো তথ্য সংগ্রহ নকৰো। মই পুনৰাবৃত্তি কৰি চাওঁ।’

অৱশ্যে একাংশৰ এনে মন্তব্যৰ কাৰণ তেওঁলোক ইণ্টাৰনেট আসক্তি (এডিকচন) ৰ ফল বুলি একাংশ মনোবিজ্ঞানীয়ে ক’ব বিচাৰে। এনে মনোবিজ্ঞানীসকলৰ মতে, সকলোৱে ইণ্টাৰনেট অথবা ম’বাইল ফোন চোৱাৰ সময় ঠিক কৰি লোৱা উচিত। ইণ্টাৰনেট চাই থকাটোক অভ্যাস নহয়, আচৰণহে বুলি এনে মনোবিজ্ঞানী সকলে আখ্যা দিছে ।

ম’বাইল ফোনৰ স্ক্ৰীণত স্ক্ৰ’ল কৰি কৰি ঘূৰাই-পকাই চাই থকাটোরে সন্তুষ্টি প্রদান কৰি বিৰক্তি দূৰ কৰে বুলি ধাৰণা কৰাটো অভ্যাস নহয়, এক আচৰণহে বুলি উল্লেখ কৰি এজন মনোবিজ্ঞানীয়ে কয়, ‘ড’পামাইন ক্ষৰণ কেৱল ম’বাইল ফোন চোৱাৰ ফলতে নহয়, আন কোনো অভ্যাসগত কামেও ড’পামাইনৰ ক্ষৰণ ঘটাব পাৰে। উদাহৰণস্বৰূপে আন কোনো শাৰীৰিক কাম-কাজ বা নৃত্য, যোগ চর্চা আদিয়েও ড’পামাইনৰ ক্ষৰণ ঘটাব পাৰে। এনে অভ্যাসে ম’বাইল ফোনৰ স্ক্ৰীণত স্কু’ল কৰি বহু সময় পাৰ কৰাৰ আচৰণো দূৰ কৰিব পাৰে।’

উল্লেখ্য যে ড’পামাইন হৈছে এক নিউৰ ট্রান্সমিটাৰ আৰু ৰাসায়নিক বার্তাবাহক। ইয়ে মানুহক চাল-চলন, কোনো কাম কৰিবলৈ উৎসাহ- উদ্দীপনা যোগায়। দৰাচলতে এই ড’পামাইন হৰম’নে মানুহৰ মনত এক সুখানুভূতিৰ সৃষ্টি কৰে। কাৰণ ইয়ে মনত সন্তুষ্টি আৰু উৎসাহ-উদ্দীপনা যোগায়। মগজুত ড’পামাইনৰ তেতিয়াই ক্ষৰণ ঘটে, যেতিয়া এজন ব্যক্তিয়ে নিজৰ মনে বিচৰা বা উপযোগ্য কাম কৰিবলৈ পায়। সেয়েহে বহুতে সামাজিক মাধ্যম ব্যৱহাৰৰ ফলতো মগজুত ড’পামাইনৰ ক্ষৰণ ঘটে বুলি কয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Brain RotDecomposition Of BrainOxford UniversityReelSocial MediaStral
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d