Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Assam Book Fair:নিজম পৰিল খানাপাৰাৰ অসম গ্ৰন্থমেলাৰ বাকৰি

বিভিন্ন প্ৰতিযোগিতাত কোনে কোনে লাভ কৰিলে বঁটা

publisher by publisher
January 8, 2025
in India, News
Reading Time: 2 mins read
0
Assam Book Fair:নিজম পৰিল খানাপাৰাৰ অসম গ্ৰন্থমেলাৰ বাকৰি
2
SHARES
23
VIEWS
ShareShareShareShare

Assam Book Fair:

১২ দিনীয়া বৰ্ণিল কাৰ্যসূচীৰে খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত অনুষ্ঠিত অসম গ্ৰন্থমেলা, গুৱাহাটীৰ মঙলবাৰে সামৰণি পৰে ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই যৌথভাৱে আয়োজিত চতুৰ্থ অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় কলা কেন্দ্ৰৰ সচিব তথা শৈক্ষিক মুৰব্বী ড॰ সচ্ছিদানন্দ যোশীয়ে অংশগ্ৰহণ কৰি গ্ৰন্থমেলাৰ পৰিৱেশ দেখি আপ্লুত হৈ পৰে ৷

ADVERTISEMENT

b2লগতে তেওঁ ভাষণত কয়, ‘গ্ৰন্থমেলা মানেই জ্ঞানৰ পেৰা মুকলি কৰি দিয়া স্থান ৷ গ্ৰন্থমেলাত বিভিন্ন ভাষাৰ কিতাপ পোৱা যায় ৷ ইয়াৰ জৰিয়তে ভাষিক সমাজৰ মাজত সম্প্ৰীতিৰ সেতু নিৰ্মাণ হয় ৷’ তেওঁ লগতে কয় যে অসমীয়া ভাষাই ধ্ৰুপদীৰ মৰ্যাদা লাভ কৰাটো গৌৰৱৰ বিষয়৷ মাতৃভাষাৰ উত্তৰণ মানেই জাতিৰ উত্তৰণ বুলি তেওঁ মন্তব্য কৰি পুনৰ কয়, ‘নিজৰ ঠাইৰ বাহিৰত কাৰোবাৰ মুখত মাতৃভাষা শুনিলে মন আনন্দৰে ভৰি উঠে ৷

RelatedPosts

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

khanapara:খানাপাৰা খেলপথাৰত জন আক্রোশ মহিলা সমদল

Guwahati :মহানগৰীত দেহ ব্যৱসায়ৰ ৰমৰমীয়া ‘এছক’ৰ্ট ছাৰ্ভিচ’, ১৮ যুৱতী চিনাক্ত

b3মাতৃভাষাই সকলোকে একত্ৰিত কৰি ৰাখে৷ এয়া মাতৃভাষাৰ মহত্ত্ব ৷’ দেশৰ মাটিয়েই আমাৰ মাতৃ বুলি তেওঁ উল্লেখ কৰি কয় যে ভাৰতবৰ্ষত পৃথিৱীৰ সবাতোকৈ অধিক প্ৰাচীন পাণ্ডুলিপি আছে ৷ ইয়াৰ দ্বাৰা আমাৰ হেজাৰ বছৰীয়া সভ্যতাৰ বিষয়ে জানিব পৰা যায় বুলি তেওঁ কয় ৷ গ্ৰন্থই এটা প্ৰজন্মৰ পৰা আন এটা প্ৰজন্মলৈ জ্ঞান কঢ়িয়াই নিয়ে বুলি ড॰ যোশীয়ে ভাষণত উল্লেখ কৰাৰ লগতে এটি চিন্তা উদ্দীপক কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে ৷

b4অনুষ্ঠানত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ ননীগোপাল মহন্তই কয় যে গ্ৰন্থ মানুহৰ সৰ্বোত্তম বিশ্বাসী বন্ধু৷ কিতাপে মানুহৰ মনৰ দুৱাৰ মুকলি কৰে ৷ সুস্থ সমাজ এখন গঢ়াত গ্ৰন্থৰ ভূমিকা অপৰিসীম বুলি তেওঁ উল্লেখ কৰে৷ একেদৰে সভাখন সঞ্চালনা কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহাই গ্ৰন্থৰ প্ৰতি মানুহৰ আগ্ৰহ দেখি আনন্দ লগা বুলি মন্তব্য কৰি গ্ৰন্থমেলাত বহু লেখক-সাহিত্যিক, গুণী-জ্ঞানী ব্যক্তিৰ সমাৱেশ ঘটিলে বুলি কয় ৷

b5অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই আদৰণি ভাষণ প্ৰদান কৰা অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সাধাৰণ সম্পাদক হৰেন কলিতা প্ৰমুখ্যে আন আন বিষয়ববীয়াসকল উপস্থিত থাকে৷ উল্লেখ্য যে শিল্পী তন্ময়ী বৰাই শাস্ত্ৰীয় নৃত্যৰ আধাৰত পৰিৱেশন কৰা এটা শিৱ বন্দনাৰে অসম গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানৰ আৰম্ভ হয় ৷

ইফালে, শিশুৰ দিন উপলক্ষে যোৱা পাঁচ জানুৱাৰীত গ্ৰন্থমেলাৰ বাকৰিত অনুষ্ঠিত চিত্ৰাংকন আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ বঁটাসমূহ আজি সামৰণি অনুষ্ঠানত বিতৰণ কৰা হয়৷ চিত্ৰাংকন প্ৰতিযোগিতাৰ ‘ক’ শাখাত বিকিৰাজ কাশ্যপে প্ৰথম, অদ্‌ভিক বিজিতে দ্বিতীয়, নিবিড় ৰাজবংশীয়ে তৃতীয় আৰু উদগনি বঁটা লাভ কৰে ভাৰ্গৱী ৰাজবংশী, হৃয়ান কলিতা আৰু নিনাদ ছেত্ৰীয়ে ৷ ‘খ’ শাখাত মানস প্ৰতীম ডেকাই প্ৰথম, নিৰ্জুমন বৰাই দ্বিতীয়, আৰু আফ্ৰিনে তৃতীয় আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে অভিজ্ঞান শৰ্মা, তৃষ্ণা নাথ আৰু নিভৃতি পাঠকে ৷ একেদৰে ‘গ’ শাখাত এনি কাশ্যপে প্ৰথম, নিষ্ঠা প্ৰিয়ম শৰ্মাই দ্বিতীয়, মুক্তিস্নাতা বৰ্মনে তৃতীয় আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে শিল্পা বৰা, চিন্ময় দাস আৰু ধৃতিমা ডেকাই ৷

b6আনহাতে, কবিতা আবৃত্তি প্ৰতিযোগিতাৰ ‘ক’ শাখাত পূৱাঞ্চী দাসে প্ৰথম, প্ৰীতিষা কাশ্যপ, শ্ৰুতি মাধুৰ্যই যুটীয়াভাৱে দ্বিতীয়, ৰাগিনী কাশ্যপ, মঞ্জিতা হাজৰিকাই যুটীয়াভাৱে তৃতীয় আৰু উদগনি বঁটা লাভ কৰে ক্ৰমে অক্ষিতা কাশ্যপ, শ্ৰেয়াংশ্ৰী ডি এম শইকীয়া আৰু আত্মিষা প্ৰজ্ঞা হাজৰিকাই৷ ‘খ’ শাখাত বকুল প্ৰাণ ভূঞাই প্ৰথম, ৰিয়া ভট্টাচাৰ্যই দ্বিতীয়, গাৰ্গী কাশ্যপে তৃতীয়, উদগনি বঁটা লাভ কৰে ক্ৰমে হিমজ্যোতি কুমাৰ, অংশ্ৰুতা লক্ষ্মী গোস্বামী আৰু মূর্চনা শৰ্মাই ৷

উল্লেখ্য যে সাংস্কৃতিক প্ৰতিযোগিতাত বিদ্যালয় শাখাত কাহিলিপাৰাৰ নৰ্থ ইষ্ট পাব্লিক স্কুলে প্ৰথম, বৰ্ষাপাৰাৰ ছাউথ পইণ্ট স্কুল আৰু লখৰাৰ এনপিএছ ইণ্টাৰনেচনেল স্কুলে যুটীয়াভাৱে দ্বিতীয়, বিষ্ণু পথৰ শংকৰদেৱ বিদ্যা নিকেতনে তৃতীয় আৰু মালিগাঁৱৰ নীলাচল জাতীয় বিদ্যালয়ে চতুৰ্থ স্থান লাভ কৰে ৷ মহাবিদ্যালয় শাখাত সন্দিকৈ ছোৱালী মহাবিদ্যালয়ে প্ৰথম, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ে দ্বিতীয়, কটন বিশ্ববিদ্যালয়ে তৃতীয় আৰু মিৰ্জাৰ নেমকেয়াৰ শৈক্ষিক প্ৰতিষ্ঠানে চতুৰ্থ স্থান লাভ কৰিছে ৷

b7বটা বিতৰণী সভাত নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য ড: সমুদ্ৰগুপ্ত কাশ্যপ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ প্ৰাক্তন সভাপতি অজিত বৰ্মন আদিয়ে অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে গ্ৰন্থমেলাত আন আন গ্ৰন্থসমূহৰ উপৰি ৰেখা আৰু বনলতা প্ৰকাশনৰ তথা সাহিত্যিক মনীষা শৰ্মাৰ ‘ভেম’ আৰু ‘হাতী আৰু ফান্দী’ উপন্যাস দুখনে গ্ৰন্থপ্ৰেমীৰ সঁহাৰি লাভ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam Book fair 2025GuwahatiKhanapara Veterinary Playground
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d