Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা

    Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ

    কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী  কৰি তুলিছে নিৰাপত্তা !

    পাক সেনাবাহিনীৰ ওপৰত পুনৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ ! নিহত ১৪ জন জোৱান

    Gamkharu:কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু উৎসৱ

    Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    তিনিটা উপায়েৰে ঘৰতে কৰক পেডিকিউৰ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

“অন্য দেশ হোৱা হ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ’লহেতেন”: মোহন ভাগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

"অন্য দেশ হোৱা হ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ'লহেতেন": মোহন ভাগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

publisher by publisher
January 15, 2025
in Politics, National, News
Reading Time: 2 mins read
0
মোহন ভাগৱতক তীব্ৰ সমালোচনা ৰাহুল গান্ধীৰ

1
SHARES
9
VIEWS
ShareShareShareShare

‘ভাৰত ১৯৪৭ চনত স্বাধীন হোৱা নাছিল । অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোতহে ভাৰতে প্ৰকৃত স্বাধীনতা দিৱস হিচাপে উদযাপন কৰিব লাগে ।’আৰ এছ এছৰ মুৰব্বী মোহন ভাগৱতৰ এই মন্তব্যৰ পিছতে আক্ৰমণাত্মক হৈ পৰে কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী ।

ADVERTISEMENT

বুধবাৰে কংগ্ৰেছৰ নতুন মুখ্য কাৰ্যালয় ইন্দিৰা গান্ধী ভৱনৰ উদ্বোধনী অনুষ্ঠানত ভাষণ দি ৰাহুল গান্ধীয়ে কয় যে ভাগৱতৰ এই মন্তব্য ‘দেশদ্ৰোহী’। অন্য দেশ হোৱা হ’লে তেওঁক গ্ৰেপ্তাৰ কৰা হ’লহেতেন । মোহন ভাগৱতৰ এই মন্তব্যৰ বাবে বিচাৰ কৰা হ’লহেতেন।

RelatedPosts

Amrit Snan:কংগ্ৰেছ দুই শীৰ্ষ নেতাই মহাকুম্ভত কৰিব অমৃত স্নান !

Union Minister Sarbananda Sonowal:মন্ত্রী সর্বানন্দ সোণোৱালে বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ অসংসদীয় আচৰণক কৰে তীব্র সমালোচনা

RSS Believes Women Should Stay At Home:Rahul Gandhi: টেক্সাছ বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰী আৰু প্ৰবাসী ভাৰতীয়ৰে মতবিনিময় অনুষ্ঠানত ৰাহুল গান্ধী

গান্ধীয়ে লগতে কয়, “আমি এটা নিৰ্দিষ্ট সময়ত এটা নতুন মুখ্য কাৰ্যালয় লাভ কৰিছো। ভাগৱতে কয় যে, সংবিধান আমাৰ স্বাধীনতাৰ প্ৰতীক নাছিল। মোহন ভাগৱতে স্বাধীনতা আন্দোলনৰ বিষয়ে কি ভাবে, সংবিধানৰ বিষয়ে কি ভাবে সেয়া প্ৰতি দুই বা তিনি দিনৰ ভিতৰত দেশবাসীক জনোৱাৰ ধৃষ্টতা কৰিছে । তেওঁ যি কৈছে সেয়া দেশদ্ৰোহী, এই সংবিধান অবৈধ, তেওঁ কৈছে যে ব্ৰিটিছৰ বিৰুদ্ধে যুঁজিবলৈ কৰা সকলোবোৰ অবৈধ আছিল আৰু তেওঁ এইটো ৰাজহুৱাভাৱে কোৱাৰ ধৃষ্টতা কৰিছে ।”

লোকসভাৰ বিৰোধী দলপতিগৰাকীয়ে লগতে উল্লেখ কৰে যে, ‘১৯৪৭ চনত ভাৰতে স্বাধীনতা লাভ কৰা নাছিল বুলি কোৱাটো প্ৰতিজন ভাৰতীয়ৰ বাবে অপমান । আমাৰ এতিয়া এই টুলুঙা কথা শুনাৰ সময় বন্ধ হ’ব লাগে । এওঁলোকে কেৱল ভাটৌৰ দৰে কথা ক’বলৈ জানে আৰু টুলুঙা কথা চিঞৰি চিঞৰি কব পাৰে ।’

সোমবাৰে মোহন ভাগৱতে ইন্দোৰত এক সমাৱেশক সম্বোধন কৰি তেওঁ কয় যে, “অযোধ্যাত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটো “প্ৰতিষ্ঠা দ্বাদাশী” হিচাপে উদযাপন কৰা উচিত কিয়নো এই দিনটোক ভাৰতৰ “প্ৰকৃত স্বাধীনতাৰ” দিন হিচাপে চিহ্নিত কৰা হয়। শতিকা ধৰি শত্ৰুৰ আক্ৰমণৰ সন্মুখীন হোৱা ভাৰতে সেইদিনা ইয়াৰ প্ৰকৃত স্বাধীনতা প্ৰত্যক্ষ কৰিছিল। আমাৰ স্বাধীনতা আছিল, কিন্তু ইয়াক প্ৰতিষ্ঠা কৰা হোৱা নাছিল। ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰতে ৰাজনৈতিক স্বাধীনতা লাভ কৰিছিল, আমি এখন সংবিধানো আনিছিলো । কিন্তু দেশখন ইয়াৰ চেতনাৰে চলা নাছিল। আমি কেনেকৈ স্বীকাৰ কৰিব পাৰোঁ যে, দেশবাসীৰ সপোন পূৰণ হৈছে? আমাৰ স্ব(আত্ম) হৈছে ৰাম, কৃষ্ণ আৰু শিৱ। তেওঁলোক কেৱল উপাসনা কৰা ভক্তসকলৰ বাবে নহয় । ৰামে উত্তৰৰ পৰা দক্ষিণলৈ, কৃষ্ণক পূবৰ পৰা পশ্চিমলৈ আৰু শিৱ ভাৰতৰ প্ৰতিটো চুকে-কোনে সংযোগ কৰে।”

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mohan BhagwatRahul GandhiRahul Gandhi Slams Mohan Bhagwatঅযোধ্যাৰ ৰাম মন্দিৰইন্দিৰা গান্ধী ভৱনমোহন ভাগৱতলোকসভাৰ বিৰোধী দলৰ নেতাৰাহুল গান্ধী
publisher

publisher

Related Posts

Information And broadcasting:কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ বিশেষ নির্দেশনা
India

May 9, 2025
Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ
News

Thief Arrested:বশিষ্ঠ আৰক্ষীৰ অভিযানত আটক দুই গভাইত চোৰ

May 9, 2025
কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী  কৰি তুলিছে নিৰাপত্তা !
India

কুতুব মিনাৰৰ পৰা লালকিল্লালৈকে দিল্লীৰ ঐতিহাসিক স্থানসমূহত অধিক শক্তিশালী কৰি তুলিছে নিৰাপত্তা !

May 9, 2025
পাক সেনাবাহিনীৰ ওপৰত পুনৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ ! নিহত ১৪ জন জোৱান
News

পাক সেনাবাহিনীৰ ওপৰত পুনৰ আক্ৰমণ বেলুচ বিদ্ৰোহীৰ ! নিহত ১৪ জন জোৱান

May 9, 2025
Gamkharu:কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু উৎসৱ
News

Gamkharu:কাকী কেন্দ্ৰীয় গামখাৰু ৰঙালী বিহু উৎসৱ উদযাপন সমিতিয়ে বাতিল কৰিলে বিহু উৎসৱ

May 9, 2025
Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত
News

Ghagrapar: ঘগ্রাপাৰ-তামুলপুৰ পথৰ আল্লিয়া চ’কত পুখুৰী সদৃশ গাত

May 9, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d