Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ‘অপাৰেচন সিন্দূৰ’কলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ স’তে আলোচনা প্ৰধানৰ!

    Cricketar Rohit Sarma meets Maharashtra CM :টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সৌজন্যতামূলক সাক্ষাৎ ৰোহিত শৰ্মাৰ

    Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

    অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

    GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

    ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    মানিমুনি শাকৰ গুণ

    মানিমুনি শাকৰ গুণ

    অৱশেষত প্ৰকাশ পালে জাপানীজ দীৰ্ঘায়ু ৰহস্য! 

    ফোন আসক্তিৰ বাবে আপোনাৰ সন্তানৰ আচৰণ সলনি হৈছে?

    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Fish:মাছ-মাংসতে বহিঃৰাজ্যলৈ কমেও দুশকোটি

অসমীয়াৰ এদিনৰ ভোগালীত ধনী হ'ল কোন ?, অসমৰ সম্ভাৱনীয়তা আৱদ্ধ হৈ ৰৈছে কেৱল নথিপত্ৰতে, মাছৰ আমদানিতে সর্বাধিক ধন পশ্চিমবংগ-অন্ধ্রপ্রদেশলৈ

publisher by publisher
January 16, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Fish:মাছ-মাংসতে বহিঃৰাজ্যলৈ কমেও দুশকোটি
1
SHARES
11
VIEWS
ShareShareShareShare

Fish:

অসমীয়াই উলহ-মালহেৰে উদ্যাপন কৰিলে ভোগালী বিহু। এই সময়ত চহা অসমীয়াৰ ভঁৰাল সোণগুটিৰে ভৰি পৰে। ভোগৰ অন্যান্য সামগ্রীও উভৈনদী হৈ পৰে। এনেদৰেই সূচনা হৈছিল কৃষিভিত্তিক উৎসৱ ভোগালী বিহুৰ। সেই অসমীয়াই এতিয়া উদ্যাপন কৰা ভোগালী বিহুৰ নামত বহিঃৰাজ্যলৈ হোৰাহোৰে ওলাই গৈছে কোটি কোটি টকা।

ADVERTISEMENT

সকলো থাকিও একো নথকাৰ দৰে হৈছে। আত্মনিৰ্ভৰশীল হোৱাৰ দিশত বহু পিছপৰি থকা ৰাজ্যই সেয়েহে ভোগালীৰ ভোগ কৰিবলৈও এতিয়া আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। চৰকাৰৰ আত্মনিৰ্ভৰ অসম গঢ়াৰ ধ্বনিও এনেদৰে ধোঁৱাচাঙত উঠিছে।

RelatedPosts

আমেৰিকাত প্ৰবাসী অসমীয়াৰ ভোগালী বিহু

Bhugali Fish:পুনৰ অসমীয়াৰ পদূলিত ভোগালীঃ ৰাজ্যজুৰি প্ৰস্তুতি তুংগতঃস্বনিৰ্ভৰশীলতাৰ দাবীৰ বিপৰীতে বহিঃৰাজ্যৰ মাছেৰে ভৰিছে অসম

Politics bye bye: বিদায় ৰাজনীতি !

এইবাৰৰ ভোগালী বিহুত অসমে ভোগৰ বিভিন্ন খাদ্য সম্ভাৰ আমদানিৰ বিনিময়ত আদায় দিছে কমেও দুশ কোটি টকা। ইয়াৰে অকল মাছৰ নামতে আধা ধন ব্যয় হয়। ভোগালী বিহুত মাছৰ চাহিদা সর্বাধিক হয়। অসমৰ চাহিদা পূৰণ কৰিবলৈ দেশৰ কে’বাখনো ৰাজ্যৰ পৰা দুহেজাৰ মেট্রিক টনৰো অধিক মাছ আমদানি কৰা হয়। অথচ ৰাজ্যত মাছ উৎপাদনৰ প্ৰচুৰ

সুবিধা আছে। উদাহৰণ স্বৰূপে চৰকাৰৰ তথ্য অনুসৰি অসমত বিল আছে ২,০৭২ খন। ইয়াৰে ১৮৬ খন বিল পঞ্জীয়নভুক্ত। এইসমূহ মীন উন্নয়ন নিগম আৰু ৰাজহ বিভাগৰ অধীনত পঞ্জীয়ন হৈ আহিছে। ইয়াৰ বিপৰীতে ডেৰ হেজাৰৰো অধিক
বিলৰ পঞ্জীয়ন নাই। সেইবোৰত কিদৰে আৰু কিমান পৰিমাণৰ মাছ উৎপাদন চলি আহিছে তাৰ আনুষ্ঠানিক তথ্য নাই।

ঘাটি চাহিদাৰ বাবেই ভোগালী বিহু উদ্যাপন কৰিবলৈ অসমীয়াই অনুপ্রদেশ, বিহাৰ আৰু পশ্চিমবংগৰ মাছ উৎপাদক তথা ব্যৱসায়ীৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হয়। ফলস্বৰূপে অসমৰ পৰা বহিঃৰাজ্যলৈ এশ কোটিৰো অধিক টকা ওলাই যায়।

আনহাতে, অসমলৈ মূলতঃ অন্ধ্রপ্রদেশৰ পৰা কণীৰ আমদানি হয়। তদুপৰি কৰ্ণাটকৰ পৰাও কণী ৰাজ্যলৈ আহে। ভোগালী বিহুত চাহিদা পূৰাবলৈ বৃহৎ সংখ্যক ট্রাক কণী অসমলৈ আমদানি কৰা হয়। ইয়াৰ ফলত অসমৰ পৰা কমেও ১২ কোটি টকা আন ৰাজ্যলৈ ওলাই যায়।

ভোগালী বিহুত বিবিধ প্ৰকাৰৰ মাংসৰ চাহিদাও বৃদ্ধি পায়। অসমত চাহিদাৰ বিপৰীতে ছাগলী, হাঁহ, কুকুৰা আৰু গাহৰিৰ মাংস বহু কম পৰিমাণত উৎপাদন হয়। অসমলৈ হাৰিয়ানা, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা নিয়মীয়াভাৱে হাঁহ, কুকুৰা আৰু গাহৰি আমদানি হয়। বৈধ তথা অবৈধভাৱে এই সামগ্ৰীবোৰৰ যোগান অসমলৈ ঘটি আহিছে।

অসমত চাহিদাৰ বিপৰীতে ছাগলীৰ মাংসৰ যোগান ৩০ শতাংশ, হাঁহ-কুকুৰাৰ ৪০ শতাংশ আৰু গাহৰিৰ মাংসৰ যোগান ৪০ শতাংশ কম। পশুপালন বিভাগৰ তথ্য অনুসৰি ভোগালী বিহুৰ নামত ৰাজ্যলৈ আমদানি হোৱা ছাগলী, হাঁহ, কুকুৰা আৰু গাহৰিৰ নামত এক বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ ওলাই যায়। এই পৰিমাণ সামগ্রিকভাৱে বহুকোটি টকা হোৱাটো নিশ্চিত বুলি সূত্রটোৱে উল্লেখ কৰে।

এনেদৰে ভোগৰ উপাচাৰ তথা মাছ-মাংস আৰু কণী আদিৰ বাবদ ভোগালী বিহুৰ সময়ত কমেও দুশ কোটি টকা ৰাজ্যৰ পৰা বাহিৰলৈ ওলাই যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে। একাংশৰ মতে, যুৱ শক্তি উৎপাদনমুখী কামত নিয়োজিত হ’লেই অসম মাছ-মাংস আদি উৎপাদনত আত্মনিৰ্ভৰশীল হ’ব পাৰিব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fishঅসমভোগালী বিহুমাছ উৎপাদন
publisher

publisher

Related Posts

‘অপাৰেচন সিন্দূৰ’কলৈ ৰাষ্ট্ৰপতি মুৰ্মুৰ স’তে আলোচনা প্ৰধানৰ!
India

May 14, 2025
Cricketar Rohit Sarma meets Maharashtra CM :টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সৌজন্যতামূলক সাক্ষাৎ ৰোহিত শৰ্মাৰ
India

Cricketar Rohit Sarma meets Maharashtra CM :টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ পাছতেই মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীক সৌজন্যতামূলক সাক্ষাৎ ৰোহিত শৰ্মাৰ

May 14, 2025
Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ
News

Orang National Park:বৃহস্পতিবাৰৰ পৰা বন্ধ হ’ব ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ

May 14, 2025
অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া
News

অপাৰেচন সিন্দূৰক লৈ অপপ্ৰচাৰ! ভাৰতে ব্লক কৰিলে চীনৰ আৰু তুৰ্কীৰ মিডিয়া

May 14, 2025
GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !
India

GMC Parking free:১ জুনৰ পৰা গুৱাহাটীত পাৰ্কিং ফ্রী !

May 14, 2025
ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 
News

ট্ৰাম্পৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া! আমেৰিকাৰ সামগ্ৰীৰ ওপৰত অতিৰিক্ত শুল্ক আৰোপ কৰাৰ কথা বিবেচনা দিল্লীৰ 

May 14, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d