Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Fish:মাছ-মাংসতে বহিঃৰাজ্যলৈ কমেও দুশকোটি

অসমীয়াৰ এদিনৰ ভোগালীত ধনী হ'ল কোন ?, অসমৰ সম্ভাৱনীয়তা আৱদ্ধ হৈ ৰৈছে কেৱল নথিপত্ৰতে, মাছৰ আমদানিতে সর্বাধিক ধন পশ্চিমবংগ-অন্ধ্রপ্রদেশলৈ

publisher by publisher
January 16, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Fish:মাছ-মাংসতে বহিঃৰাজ্যলৈ কমেও দুশকোটি
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

গুৱাহাটীত বিক্ৰী হোৱা মাছত ধৰা পৰিছে বিষাক্ত ধাতুৰ উপস্থিতি

৩২ কোটি টকাত বিক্রী হ’ল এটা মাছ

Chabua Accident:চাবুৱাৰ জেৰাইগাঁৱত ৰাজপথত পথচাৰীৰ হেতাওপৰা !

Fish:

অসমীয়াই উলহ-মালহেৰে উদ্যাপন কৰিলে ভোগালী বিহু। এই সময়ত চহা অসমীয়াৰ ভঁৰাল সোণগুটিৰে ভৰি পৰে। ভোগৰ অন্যান্য সামগ্রীও উভৈনদী হৈ পৰে। এনেদৰেই সূচনা হৈছিল কৃষিভিত্তিক উৎসৱ ভোগালী বিহুৰ। সেই অসমীয়াই এতিয়া উদ্যাপন কৰা ভোগালী বিহুৰ নামত বহিঃৰাজ্যলৈ হোৰাহোৰে ওলাই গৈছে কোটি কোটি টকা।

ADVERTISEMENT

সকলো থাকিও একো নথকাৰ দৰে হৈছে। আত্মনিৰ্ভৰশীল হোৱাৰ দিশত বহু পিছপৰি থকা ৰাজ্যই সেয়েহে ভোগালীৰ ভোগ কৰিবলৈও এতিয়া আন ৰাজ্যৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হৈছে। চৰকাৰৰ আত্মনিৰ্ভৰ অসম গঢ়াৰ ধ্বনিও এনেদৰে ধোঁৱাচাঙত উঠিছে।

এইবাৰৰ ভোগালী বিহুত অসমে ভোগৰ বিভিন্ন খাদ্য সম্ভাৰ আমদানিৰ বিনিময়ত আদায় দিছে কমেও দুশ কোটি টকা। ইয়াৰে অকল মাছৰ নামতে আধা ধন ব্যয় হয়। ভোগালী বিহুত মাছৰ চাহিদা সর্বাধিক হয়। অসমৰ চাহিদা পূৰণ কৰিবলৈ দেশৰ কে’বাখনো ৰাজ্যৰ পৰা দুহেজাৰ মেট্রিক টনৰো অধিক মাছ আমদানি কৰা হয়। অথচ ৰাজ্যত মাছ উৎপাদনৰ প্ৰচুৰ

সুবিধা আছে। উদাহৰণ স্বৰূপে চৰকাৰৰ তথ্য অনুসৰি অসমত বিল আছে ২,০৭২ খন। ইয়াৰে ১৮৬ খন বিল পঞ্জীয়নভুক্ত। এইসমূহ মীন উন্নয়ন নিগম আৰু ৰাজহ বিভাগৰ অধীনত পঞ্জীয়ন হৈ আহিছে। ইয়াৰ বিপৰীতে ডেৰ হেজাৰৰো অধিক
বিলৰ পঞ্জীয়ন নাই। সেইবোৰত কিদৰে আৰু কিমান পৰিমাণৰ মাছ উৎপাদন চলি আহিছে তাৰ আনুষ্ঠানিক তথ্য নাই।

ঘাটি চাহিদাৰ বাবেই ভোগালী বিহু উদ্যাপন কৰিবলৈ অসমীয়াই অনুপ্রদেশ, বিহাৰ আৰু পশ্চিমবংগৰ মাছ উৎপাদক তথা ব্যৱসায়ীৰ ওপৰত নিৰ্ভৰ কৰিবলৈ বাধ্য হয়। ফলস্বৰূপে অসমৰ পৰা বহিঃৰাজ্যলৈ এশ কোটিৰো অধিক টকা ওলাই যায়।

আনহাতে, অসমলৈ মূলতঃ অন্ধ্রপ্রদেশৰ পৰা কণীৰ আমদানি হয়। তদুপৰি কৰ্ণাটকৰ পৰাও কণী ৰাজ্যলৈ আহে। ভোগালী বিহুত চাহিদা পূৰাবলৈ বৃহৎ সংখ্যক ট্রাক কণী অসমলৈ আমদানি কৰা হয়। ইয়াৰ ফলত অসমৰ পৰা কমেও ১২ কোটি টকা আন ৰাজ্যলৈ ওলাই যায়।

ভোগালী বিহুত বিবিধ প্ৰকাৰৰ মাংসৰ চাহিদাও বৃদ্ধি পায়। অসমত চাহিদাৰ বিপৰীতে ছাগলী, হাঁহ, কুকুৰা আৰু গাহৰিৰ মাংস বহু কম পৰিমাণত উৎপাদন হয়। অসমলৈ হাৰিয়ানা, পশ্চিমবংগ আদি ৰাজ্যৰ পৰা নিয়মীয়াভাৱে হাঁহ, কুকুৰা আৰু গাহৰি আমদানি হয়। বৈধ তথা অবৈধভাৱে এই সামগ্ৰীবোৰৰ যোগান অসমলৈ ঘটি আহিছে।

অসমত চাহিদাৰ বিপৰীতে ছাগলীৰ মাংসৰ যোগান ৩০ শতাংশ, হাঁহ-কুকুৰাৰ ৪০ শতাংশ আৰু গাহৰিৰ মাংসৰ যোগান ৪০ শতাংশ কম। পশুপালন বিভাগৰ তথ্য অনুসৰি ভোগালী বিহুৰ নামত ৰাজ্যলৈ আমদানি হোৱা ছাগলী, হাঁহ, কুকুৰা আৰু গাহৰিৰ নামত এক বৃহৎ পৰিমাণৰ ধন বহিঃৰাজ্যলৈ ওলাই যায়। এই পৰিমাণ সামগ্রিকভাৱে বহুকোটি টকা হোৱাটো নিশ্চিত বুলি সূত্রটোৱে উল্লেখ কৰে।

এনেদৰে ভোগৰ উপাচাৰ তথা মাছ-মাংস আৰু কণী আদিৰ বাবদ ভোগালী বিহুৰ সময়ত কমেও দুশ কোটি টকা ৰাজ্যৰ পৰা বাহিৰলৈ ওলাই যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈছে। একাংশৰ মতে, যুৱ শক্তি উৎপাদনমুখী কামত নিয়োজিত হ’লেই অসম মাছ-মাংস আদি উৎপাদনত আত্মনিৰ্ভৰশীল হ’ব পাৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fishঅসমভোগালী বিহুমাছ উৎপাদন
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d