Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

গুৱাহাটীত বিক্ৰী হোৱা মাছত ধৰা পৰিছে বিষাক্ত ধাতুৰ উপস্থিতি

publisher by publisher
January 10, 2026
in Assam, News
Reading Time: 1 min read
0
গুৱাহাটীত বিক্ৰী হোৱা মাছত ধৰা পৰিছে বিষাক্ত ধাতুৰ উপস্থিতি
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Fish:✒️বহু অসমীয়াৰে দুবেলা দুসাঁজত মাছ থাকে। অসমীয়া খাদ্যৰো অন্যতম উপাচাৰ হৈছে মাছ। তৎসত্ত্বেও মাছৰ নামত গুৱাহাটীবাসীয়ে কি খাইছে, সেয়া সম্প্রতি পোহৰলৈ আহিছে। ‘পেহলে ইণ্ডিয়া ফাউণ্ডেছন’ শীর্ষক এক সংস্থাই চলোৱা এক গৱেষণাত পোহৰলৈ আহিছে যে গুৱাহাটীৰ বজাৰত সচৰাচৰ বিক্ৰী হোৱা বিভিন্ন প্ৰজাতিৰ মাছত বিষাক্ত ধাতুৰ উপস্থিতি ধৰা পৰিছে।

ADVERTISEMENT

গধুৰ ধাতু বা ‘হেভী মেটেল’ৰূপে জনাজাত এনে এবিধ ধাতু হ’ল সীহ। উক্ত সংস্থাৰ গৱেষণা অনুসৰি, প্ৰায় সকলোৰে প্রিয় ভাঙোন, নাৰ, বৰিয়লা আদিত এনে বিষাক্ত ধাতুৰ উপস্থিতি ধৰা পৰিছে। এনে প্রজাতিৰ মাছৰ দামো অধিক নোহোৱাত বহুতে দুবেলা সুসাঁজৰ বাবে এনে মাছ ক্রয় কৰে। ফলত স্বাস্থ্যৰ বাবে মাছ উপকাৰী হ’লেও বিষাক্ত ধাতুযুক্ত এনে মাছে স্বাস্থ্যৰ কেনে ক্ষতি কৰে, সেয়া সহজে অনুমেয়। অর্থাৎ এক ধৰণৰ ধীৰ বিহ ভক্ষণ কৰি থকাৰ দৰে অৱস্থাৰ সৃষ্টি হৈছে।

উক্ত সংস্থাৰ গৱেষণা অনুসৰি, তেওঁলোকে গুৱাহাটীৰ বজাৰৰ পৰা সংগ্ৰহ কৰা ভাঙোন মাছৰ নমুনাত নিৰাপদ মাত্ৰাতকৈ অধিক পৰিমাণত সীহব উপস্থিতি পোৱা গৈছে। একে অৱস্থাই নাৰ আৰু বৰিয়লাৰ ক্ষেত্ৰতো দেখা গৈছে। উক্ত সংস্থাটোৱে সংগ্রহ কৰা মাছৰ নমুনাসমূহত আছেনিকৰ উপস্থিতিও ধৰা পৰিছে। স্বাভাবিকতে এনে মাছ খাদ্যৰ স’তে গ্ৰহণ কৰিলে শৰীৰত বিষাক্ত ধাতু জমা হ’বলৈ ধৰি স্বাস্থ্যৰ বৃহৎ ক্ষতিসাধন কৰাৰ আশংকা থাকে। আশ্চর্যজনক যে বজাৰত বিনা বাধাই এনে মাছ বিক্ৰী হৈ থকাৰ পাছতো ৰাজহুৱা স্বাস্থ্য ব্যৱস্থাৰ চকুত পৰা নাই।

সীহে কেনেদৰে স্বাস্থ্যৰ ক্ষতি কৰে

স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে, শৰীৰৰ ভিতৰত সীহে প্ৰৱেশ কৰাৰ পাছত দেহত জমা হ’বলৈ ধৰে। কাৰণ সীহ শৰীৰে নিঃশেষ কৰিব নোৱাৰে। তাৰ পৰিৱৰ্তে সেই ধাতু হাড় আৰু দেহৰ গুৰুত্বপূর্ণ অংগসমূহত স্থায়ীভাৱে জমা হ’বলৈ ধৰে। আনকি এনেদৰে দশকৰ পাছত দশক ধৰি শৰীৰত জমা হৈ থাকিব পাৰে। সীহে স্বাস্থ্যৰ প্ৰচুৰ ক্ষতিসাধন কৰে। বিশেষকৈ শিশুৰ অধিক ক্ষতিসাধন কৰে।

আনকি তেনেই কম পৰিমাণৰ সীহো শৰীৰৰ ভিতৰলৈ গ’লে শিশুৰ বুদ্ধিমত্তা (আইকিউ) হ্রাস কৰিব পাৰে। ফলত এনে শিশু জ্ঞান আহৰণত পিছপৰি ৰ’ব পাৰে। তদুপৰি সীহৰ বিষক্রিয়াত আক্রান্ত শিশুৰ আচৰণো স্বাভাবিক নহয়। একেদৰে গৰ্ভৱতী মহিলা, কেঁচুৱা আৰু ৰুগীয়া ব্যক্তিৰ স্বাস্থ্যৰ অৱস্থাও সীহৰ বিষক্রিয়াই অধিক শোচনীয় কৰিব পাৰে। অৱশ্যে কেবল এনে লোকেই নহয়, আন প্রাপ্তবয়স্ক লোকৰো ক্ষতিসাধন কৰে সীহৰ বিষক্রিয়াই।

দীর্ঘদিন ধৰি শৰীৰত সীহ জমা হৈ থাকিলে বৃক্ক বিকল হ’ব পাৰে। এনে ব্যক্তিৰ ৰক্তচাপো বৃদ্ধি পাব পাৰে আৰু জন্মগত জ্ঞান আহৰণ ক্ষমতা হ্রাস পায়। উক্ত সংস্থাই আঙুলিয়াই দিছে যে বহু বছৰ ধৰি কৰ্তৃপক্ষৰ অৱহেলাই মাছৰ ক্ষেত্ৰত এনে সমস্যাৰ সৃষ্টি কৰিছে। সংস্থাটোৰ মতে, গুৱাহাটীৰ একালৰ জলাহ ভূমিসমূহ সম্প্রতি আৱৰ্জনাৰ স্থলীত পৰিণত হৈছে। এই সমূহত ঔদ্যোগিক বর্জিত পদার্থও জমা হ’বলৈ ধৰিছে। কাৰণ এনেবোৰ দিশৰ প্ৰতি লক্ষ্য ৰাখিবলৈ চৰকাৰী কৰ্তৃপক্ষৰ সদিচ্ছাৰ অভাৱ। পৰিণতিত বিষাক্ত ধাতুযুক্ত মাছেই বহুতে নিয়মীয়াভাবে খাই থাকিবলগীয়া হৈছে।

উক্ত সংস্থাৰ মতে, পৌৰ নিগমে জাবৰ-জোঁথৰ পেলোৱা স্থানৰ পৰা মহানগৰীৰ প্ৰধান জল উৎসসমূহত আৱৰ্জনা মিহলি হৈ আছে। এই চাপ খাদ্য-শৃংখলত প্ৰৱেশ কৰিছে। ইয়াৰ ক্ৰিয়া সম্প্রতি সমগ্র মহানগৰীৰ মাছৰ বজাৰসমূহত দেখা গৈছে। এই ক্ষেত্রত সবাতোকৈ উদ্বেগজনক দিশটো হ’ল যে বহুতে সচৰাচৰ খোৱা মাছৰ বিভিন্ন প্রজাতিত উচ্চ পৰিমাণত সীহৰ উপস্থিতি ধৰা পৰিছে।

কেনেদৰে এই সমস্যাৰ সমাধান কৰিব পাৰি

পেহলে ইণ্ডিয়া ফাউণ্ডেছনে আঙুলিয়াই দিছে যে মাছৰ পেটলৈ বিষাক্ত ধাতু প্ৰতিৰোধৰ বাবে এক নিৰীক্ষণ আৰু গবেষণা ব্যবস্থা গঢ়ি তুলিব লাগিব। ইয়াৰ জৰিয়তে সমগ্ৰ ৰাজ্যৰ নদীসমূহ, জলভূমিসমূহ আৰু বজাৰৰ অধ্যয়ন কৰি বিষাক্ত ধাতুৰ উপস্থিতিৰ চেহেৰা বুজ ল’ব লাগিব। স্বাভাৱিকতে এই কাম সুসমন্বয়ৰে আৰু দ্রুততাৰে কৰিব লাগিব।

কাৰণ সমগ্র বিষয়টোৱেই জনস্বাস্থ্যৰ স’তে জড়িত। তদুপৰি খাদ্য সুৰক্ষা আৰু নিয়ন্ত্ৰণৰ ক্ষেত্ৰতো অধিক কার্যকৰী পদক্ষেপ গ্রহণ কৰিব লাগিব। বজাৰসমূহত বিক্ৰী হোৱা মাছৰ নিয়মীয়া পৰীক্ষণ সম্পন্ন কৰিব লাগিব। একেদৰে পৰিয়ালসমূহলৈ স্পষ্ট জাননী জাৰি কৰিব লাগিব। এনে জাননীত শিশু আৰু গৰ্ভৱতী মহিলাসকলৰ প্ৰতি বিশেষ দৃষ্টি ৰাখিব লাগিব।

এই সমস্যা নিৰাময়ৰ বাবে প্ৰদূষণ নিয়ন্ত্রণতো গুৰুত্ব আৰোপ কৰিবলৈ সংস্থাটোৱে পৰামৰ্শ আগবঢ়াইছে। প্রদূষণ নিয়ন্ত্ৰণৰ ক্ষেত্ৰ অপৰিশোধিত ঔদ্যোগিক আৱৰ্জনা যাতে নদী, পুখুৰী, বিল আদিত মিহলি হ’ব নোৱাৰে, তাৰ প্ৰতি দৃষ্টি ৰাখিব লাগিব। কেবল সেয়াই নহয়, পৰিৱেশৰ পুনৰীক্ষণৰ বাবে এক স্বতন্ত্র ব্যবস্থা গঢ়ি তুলিব লাগিব। এই সংস্থাক পৰিদৰ্শন, নমুনা সংগ্রহ আৰু পৰীক্ষণ আদি কার্য সম্পাদনৰ দায়িত্ব দিব লাগিব।

স্থানীয়ভাবে উপলব্ধ মাছ বিষাক্ত হোৱাৰ পৰা ৰক্ষা পৰাৰ ক্ষেত্ৰত ভিয়েটনাম, ফিলিপিন্‌ছ, বাংলাদেশ আদিয়ে গ্রহণ কৰা ব্যৱস্থা লক্ষ্য কৰিব লাগিব। উল্লেখ্য যে বাংলাদেশে মাছ আৰু মাছজাত সামগ্ৰীৰ বাবে এক ৰাষ্ট্ৰীয় অবশিষ্ট নিয়ন্ত্রণ কর্মসূচী ৰূপায়ণ কৰি আছে। একেদৰে ভিয়েটনামে উপকূল অঞ্চলত বাস কৰা লোকসকলৰ ধাতু বিষক্রিয়া নিয়মীয়াভাৱে পৰীক্ষা কৰে। অনুৰূপ ধৰেণ ফিলিপিনছে মীন কৰ্ষণৰ বাবে এক ৰাষ্ট্ৰীয় অৱশিষ্ট নিৰীক্ষণ কর্মসূচী ৰূপায়ণ কৰি আছে।

উল্লেখ্য যে ভাৰততো সামুদ্রিক উৎপাদিত সামগ্রী ৰপ্তানি উন্নয়ন প্ৰাধিকৰণ নামৰ এটা সংস্থা আছে যদিও এই সংস্থাই কেৱল বপ্তানিকৃত মাছকহে গুৰুত্ব আৰোপ কৰে। সংস্থাটোৱে স্থানীয় বজাৰত বিক্ৰী হোৱা মাছৰ ক্ষেত্ৰত পৰীক্ষণৰ ব্যৱস্থা নকৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamFish
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d