Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক

    Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

    Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

    West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

    Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

    বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Boroland Sports Meet 3.0:বড়োলেণ্ড ক্ৰীড়া সন্মিলন ৩.০ উদ্বোধন

ক্ৰীড়া এতিয়া কেৰিয়াৰ গঢ়াৰ মাধ্যম: প্ৰমোদ বড়ো

publisher by publisher
January 20, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Boroland Sports Meet 3.0:বড়োলেণ্ড ক্ৰীড়া সন্মিলন ৩.০ উদ্বোধন
1
SHARES
13
VIEWS
ShareShareShareShare

Boroland Sports Meet 3.0:

বিটিচি প্ৰধান প্ৰমোদ বড়োৱে আজি কোকৰাঝাৰৰ ছাই ষ্টেডিয়ামত বড়োলেণ্ড ক্ৰীড়া সভাৰ তৃতীয় সংস্কৰণৰ উদ্বোধনী কৰে।বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ উদ্যোগত বিটিআৰৰ চহকী ক্ৰীড়া সংস্কৃতিৰ ভৱিষ্যৎ প্ৰজন্মৰ বাবে ৩ দিনীয়া বডোলেণ্ড ক্ৰীড়া মিট 2025ত ফুটবল, ভলীবল, কাবাডী, আৰ্চাৰী, এথলেটিকছ, থলুৱা ক্ৰীড়া আৰু পেৰা ক্ৰীড়া শাখাত বিটিআৰৰ যুৱক – যুৱতীসকলে অংশগ্ৰহণ কৰিব।

ADVERTISEMENT

সভাত ভাষণ দি বিটিচিৰ মুৰব্বী প্ৰমোদ বড়োৱে ব্যক্তি আৰু অঞ্চল উভয়ৰে সামগ্ৰিক বিকাশত ক্ৰীড়াৰ গুৰুত্বপূৰ্ণ ভূমিকাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ক্ৰীড়াবিদৰ জীৱনত অনুশাসনৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰাৰ লগতে কয় যে এসময়ত মূলতঃ শাৰীৰিক ব্যায়াম আৰু মনোৰঞ্জনৰ উৎস হিচাপে দেখা ক্ৰীড়া এতিয়া কেৰিয়াৰ গঢ়াৰ সুযোগলৈ বিকশিত হৈছে।

RelatedPosts

UPPL Candidate List Announced:এনডিএলৈ অপেক্ষা নকৰি ইউপিপিএলৰ সাতজনীয়া প্ৰথমখন তালিকা প্রকাশ

PM Visit Guwahati:দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Pm Modi Assam Visit:১৩ মাৰ্চত পুনৰ দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী

kok2অঞ্চলটোৰ ক্ৰীড়া খণ্ডত আন্তঃগাঁথনিৰ ক্ষেত্ৰত থকা প্ৰত্যাহ্বানসমূহৰ কথা স্বীকাৰ কৰি বিটিচিৰ মুৰব্বী গৰাকীয়ে সমগ্ৰ বিটিআৰত ক্ৰীড়াৰ সুবিধাসমূহ শক্তিশালী কৰাৰ বাবে পৰিষদৰ দায়বদ্ধতাক ব্যক্ত কৰে। তেওঁ ঘোষণা কৰে যে অঞ্চলটোত ক্ৰীড়াৰ বিকাশৰ বাবে বড়োলেণ্ড ক্ৰীড়া নীতিৰ খচৰা প্ৰস্তুত কৰা হব। লগতে ৫ কোটি টকাকৈ বিনিয়োগেৰে বাক্সা আৰু কোকৰাঝাৰত ৫০০ জন থাকিব পৰা ক্ষমতাসম্পন্ন হোষ্টেল নিৰ্মাণৰ পৰিকল্পনাও কৰা হ‍্যেছে। তদুপৰি তেওঁ কয় যে শীঘ্ৰেই ওদালগুৰিত এখন ক্ৰীড়া একাডেমীৰ স্থাপনৰ কাম আৰম্ভ কৰা হ’ব।
kok3

সভাত বিটিচিৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য দাওবৈছা বড়োকে ধৰি কাৰ্যবাহী সদস্য সজল সিং, ১৩৫ নং পদাতিক বেটেলিয়ন (টেৰিটৰিয়েল আৰ্মি)ৰ কমাণ্ডিং অফিচাৰ কৰ্ণেল গৌৰৱ নেগী; কোকৰাঝাৰ পৌৰ নিগমৰ অধ্যক্ষ প্ৰতিভা ব্ৰহ্ম; তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী লগতে অন্যান্য সন্মানীয় বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Boroland Sports Meet 3.0KokrajharPramod BodoSai Stadium
publisher

publisher

Related Posts

Nagaon shocking robbery Incident update::নগাঁৱৰ মৰিকলঙৰ ডকাইতি কাণ্ডৰ মাষ্টাৰমাইণ্ড উমৰ আলীক আটক, আটক কুখ্যাত ডকাইত মিন্টু হুছেইনক
News

April 26, 2026
Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা
International

Attack on US President Donald Trump:মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্রাম্পলৈ গুলীচালনা

April 26, 2026
Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা
News

Tragic road accident in Guwahati:নিশা মহানগৰীৰ ৰাজপথত ৰাজ্য কঁপাই যোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা

April 26, 2026
West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !
News

West Bengal Assembly Election2026:মমতাক আকাশৰ পৰা ‘বোমাবর্ষণ’ বিজেপিৰ !

April 26, 2026
Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ
News

Golokganj :গোলকগঞ্জৰ অসম-বংগ সীমান্তত অব্যাহত আছে চোৰাংকৈ গো সৰবৰাহ

April 26, 2026
বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক
News

বিশ্বজুৰি খাদ্য সংকটৰ অশনি সংকেত: অনাহাৰত ২৬.৬ কোটি লোক

April 25, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d