Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ভগৱান শ্ৰীকৃষ্ণৰ গুণানুকীৰ্তনৰে মুখৰিত ৰাজ্যৰ সত্ৰ–নামঘৰ

    ISROয়ে গঢ়িলে আন এক অভিলেখ

    ISROয়ে গঢ়িলে আন এক অভিলেখ

    মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    মহানগৰীৰ বোন্দাজানত নিশা অঘটন

    ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা ন দিন পাছত জীৱিত উদ্ধাৰ দুই শ্ৰমিক

    নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bipul Barman’s Book Launch:ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ “এছিয়ান গেমছত অসমৰ খেলুৱৈ” গ্ৰন্থ উন্মোচন

publisher by publisher
October 4, 2023
in Assam, City, Crime, India
Reading Time: 1 min read
0
Bipul Barman’s Book Launch:ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ “এছিয়ান গেমছত অসমৰ খেলুৱৈ” গ্ৰন্থ উন্মোচন
3
SHARES
26
VIEWS
ShareShareShareShare

RelatedPosts

Pranay Bordoloi:আফ্ৰিকা মহাদেশৰ সৰ্বোচ্চ শিখৰ কিলিমাঞ্জাৰো আৰোহণকাৰী প্ৰণয় বৰদলৈক দল- সংগঠনৰ সম্বৰ্ধনা

Heroin seized in Guwahati:সৰিয়হৰ ডুলিতে ভূত !

Artificial flood in Jorabat:এজাক মুষলধাৰ বৰষুণত ডুব গ’ল যোৰাবাট

ভোগেশ্বৰ বৰুৱাৰ :

জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনৰ পঞ্চমখন গ্ৰন্থ “এছিয়ান গেমছত অসমৰ খেলুৱৈ” বুধবাৰে উন্মোচন কৰা হয়। চীনৰ হংজাওত চলি থকা উনবিংশতিতম এছিয়ান গেমছৰ মাজতে গুৱাহাটীৰ হোটেল গেটৱে গেন্ডৱেৰত এক গাম্ভিৰ্য্যপূৰ্ণ অনুষ্ঠানত উন্মোচিত হয় বিপুল বৰ্মনে লিখা ক্ৰীড়া গ্ৰন্থ খন।

ADVERTISEMENT

১৯৫১ চনৰ পৰা আৰম্ভ হোৱা এছিয়ান গেমছত ২০১৮ চন পৰ্যন্ত অসমৰ ১৯ গৰাকী খেলুৱৈয়ে অংশ গ্ৰহণ কৰিছিল। ভোগেশ্বৰ বৰুৱাৰ পৰা হিমা দাসলৈ মুঠ ১৯ গৰাকী এছিয়ান গেমছৰ খেলুৱৈৰ জীৱন কাহিনী লৈ যুগুত কৰা সংকলনটো বুধবাৰে আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক বিজয়ী শ্বুটাৰ জয়দ্বীপ দাস আৰু ১৯৮২ চনৰ এছিয়ান গেমছৰ খেলুৱৈ তৈয়বুন নিছাই।

অনুষ্ঠানটোত অতিথি হিচাপে উপস্থিত আছিল বিশিষ্ট ক্ৰীড়া সংগঠক ড: বিষ্ণুৰাম নুনিছা, ক্ৰীড়া সাংবাদিক জয়ন্ত কুমাৰ দাস, পাৰ্থ চক্ৰৱৰ্তী, পুলিন সাহা, বিশিষ্ট কাৰ্টুনিষ্ট প্ৰদীপ নাথ আৰু সফল চাইক্লিষ্ট প্ৰতিভু দত্ত।

আটাইকেইজন অতিথিয়ে ক্ৰীড়া সাংবাদিক বিপুল বৰ্মনক ভূয়সী প্ৰশংসা কৰে। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিপুল বৰ্মন উত্তৰ পূৰ্বাঞ্চলৰ মহান অলিম্পিয়ান সকল, হিমালয়ান স্কৰপিঅন বাইচুং ভূটীয়া, পূৰ্বোত্তৰৰ অৰ্জুন, অসমৰ পৰম্পৰাগত ক্ৰীড়া সংৰক্ষন প্ৰকাশ পাইছিল।

বুধবাৰৰ উদ্ধোধনী সমাৰোহটো ৰাজ্যিক পৰ্য্যায়ৰ পৰামৰ্শদাতা সমিটি, ছাত্ৰ আৰু যুৱ কল্যাণ, অসম চৰকাৰৰ দ্বাৰা আয়োজন কৰা হৈছিল। এছিয়ান গেমছত অসমৰ খেলুৱৈ শীৰ্ষক ক্ৰীড়া গ্ৰন্থখন এঞ্জেল পাব্লিকেচনে প্ৰকাশ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Bipul Barman's Book LaunchGuwahatiHotel Gateway
publisher

publisher

Related Posts

ISROয়ে গঢ়িলে আন এক অভিলেখ
India

ISROয়ে গঢ়িলে আন এক অভিলেখ

September 4, 2026
মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী
Assam

মহানগৰীৰ হাতীগাঁও আৰক্ষীৰ জালত কুখ্যাত চাইবাৰ অপৰাধী

September 4, 2026
মহানগৰীৰ বোন্দাজানত নিশা অঘটন
Assam

মহানগৰীৰ বোন্দাজানত নিশা অঘটন

September 4, 2026
নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে
India

নেপালৰ বানপীড়িতলৈ ১০ হেজাৰ টকা দান কৰিলে তামিলনাডুৰ এজন ভিক্ষাৰীয়ে

September 3, 2026
Delhi: দিল্লীৰ প্ৰাক্তন মন্ত্ৰী তথা আপ নেতা সত্যেন্দ্ৰ জৈনৰ জামিন মঞ্জুৰ
Crime

Husband and wife dismissed from their Jobs:ঔষধ পৰিদৰ্শক হিচাপে কাৰ্যৰত পতি-পত্নীক চাকৰিৰ পৰা বৰ্খাস্ত

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d