Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

    নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Investment in the stock Market Increased Assamese:শ্বেয়াৰ বজাৰত বিনিয়োগ বৃদ্ধি অসমীয়াৰ

শ্বেয়াৰ বজাৰত ৩২ লক্ষাধিকৰ বিনিয়োগ, বেংকত জমাৰ পৰিৱৰ্তে ষ্টক মার্কেটত বিনিয়োগ, এবছৰতে ৯০ হেজাৰ নতুন বিনিয়োগকাৰীৰে নেছনেল ষ্টক এক্সচেঞ্জত অসমৰ ডিমেট একাউন্ট ৩২,৪৬,৩৫৬লৈ বৃদ্ধি, অসমৰ বিনিয়োগলৈ আগ্রহী পুঁজিপতি 

publisher by publisher
January 1, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Investment in the stock Market Increased Assamese:শ্বেয়াৰ বজাৰত বিনিয়োগ বৃদ্ধি অসমীয়াৰ
4
SHARES
39
VIEWS
ShareShareShareShare

RelatedPosts

দৈনিক মাত্র ৪৫ টকা খৰচত মাহিলি ৪০ হেজাৰ টকাৰ ৰিটাৰ্ণ

China-US Tariff Understanding: একেদিনাই ১২০০ পইণ্টৰ পতন ঘটিল ছেনছেক্সৰ

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Investment in the stock Market Increased Assamese:

দেশৰ শ্বেয়াৰ বজাৰত ক্ৰমাৎ বৃদ্ধি পাবলৈ ধৰিছে অসমৰ বিনিয়োগৰাকীৰ সংখ্যা। যোৱা ২৯ ডিচেম্বৰ পর্যন্ত এনএছইত পঞ্জীয়নকৃত অসমৰ বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে অভিলেখসংখ্যক ৩২ লাখ ৪৬ হেজাৰ ৩৫৬ জনলৈ।

ADVERTISEMENT

দেশৰ আন কে’বাখনো আগশাৰীৰ ৰাজ্যক চেৰ পেলাই শ্বেয়াৰ বজাৰত অসমৰ বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধিয়ে স্বাভাৱিকতে দেশৰ উদ্যোগ-বাণিজ্য গোষ্ঠীসমূহৰ বাবে অসম হৈ পৰিছে আকৰ্ষণৰ অন্যতম কেন্দ্র।

নেচনেল ষ্টক এক্সচেঞ্জ (এনএছই)ৰ তথ্য মতে, অসমত ৩২.৪৬ লাখ পঞ্জীয়নকৃত বিনিয়োগকাৰী থকাৰ সূত্রে প্রতিদিনে শ্বেয়াৰ বজাৰত নিঃসন্দেহে শ্বেয়াৰ বজাৰত অসমত অংশগ্রহণকৰাৰীৰ সংখ্যা বৃদ্ধিৰ এই হাবে ৰাজ্যখনৰ অর্থনীতিলে কঢ়িয়াই আনিছে আশাৰ খবৰ।

এনএছইৰ এক সূত্ৰই প্ৰকাশ কৰা তথ্য মতে, দেশৰ প্ৰতিখন ৰাজ্যতে শ্বেয়াৰ বজাৰত বিনিয়োগকাৰীৰ সংখ্যা অধিক যদিও এনে ডিমেট একাউন্টসমূহ ব্যৱহাৰকাৰীৰ সক্রিয়তা তুলনামূলকভাবে যথেষ্ট কম। ইয়াৰ বিপৰীতে অসমৰ পৰা শ্বেয়াৰ বজাৰত নতুনকৈ ভূমুকি মৰা বিনিয়োগকাৰীসকলৰ সক্রিয়তা অত্যধিক। শ্বেয়াৰ বজাৰৰ দৈনন্দিন উত্থান পতনৰ স’তে খোজ মিলাই সুযোগৰ অপেক্ষাত ৰোৱা অসমৰ বিনিয়োগকাৰীসকলে স্বাভাবিকতে তুলনামূলকভাবে অধিক মুনাফা অর্জন কৰিবলৈ সক্ষম হৈছে।

এনএছইয়ে প্রকাশ কৰা শেহতীয়া তালিকা মতে, ৰাষ্ট্রীয় শ্বেয়াৰ বজাৰত বিগত বৰ্ষত সবাতোকৈ অধিক সংখ্যক নতুন একক বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পাইছে সমগ্র উত্তৰ- পূর্বাঞ্চলতে। এই তালিকাখনত ১৪,৮১৯ জনবে মিজোৰাম শীৰ্ষত থাকিলেও অসমবো একক বিনিয়োগকাৰীৰ সংখ্যা অভাৱনীয় হাৰত বৃদ্ধি পোৱাৰ তথ্য সদৰী কৰিছে।

তথ্য মতে, অসমৰ এনে কেতবোৰ অঞ্চলৰ পৰা ষ্টক মার্কেটলৈ বিনিয়োগৰ আমদানি ঘটিছে, যিসমূহ অঞ্চল পৰম্পৰাগতভৱে শ্বেয়াৰ বজাৰৰ লগত কোনো ধৰণে সংপৃক্ত নহয়। অথচ এনে ভিতৰুৱা অঞ্চলসমূহৰ পৰাও শ্বেয়াৰ বজাৰলৈ বিনিয়োগৰ সোঁত বোৱা পৰিলক্ষিত হৈছে এনএছইৰ তথ্য মতে, বিনিয়োগকাৰীসকলৰ পানকাৰ্ডৰ তথ্যৰ ভিত্তিত উন্মোচিত হৈছে অতি ভিতৰুৱা অঞ্চলৰ পৰা নিয়মীয়াকৈ হোৱা বিনিয়োগৰ গুৰুত্বপূর্ণ দিশ।

লক্ষ্যণীয় যে ২০২১৩ নেছনেল ষ্টক এক্সেঞ্জত বিনিয়োগৰ দিশেৰে দেশৰ শীৰ্ষৰ ১০ খন জিলাৰ তালিকাত স্থান পাইছিল অসমৰ বৰপেটা জিলাই। জিলাখনত বিনিয়োগকাৰীৰ হাৰ আছিল ০.৮ শতাংশ। এনএছইব সূত্ৰটোৰ মতে, প্রকৃততে ক’ভিডসৃষ্ট পৰিৱেশৰ সময়ত দেশৰ আন স্থানৰ লগতে অসমতো ঘৰতে বহি অনলাইনৰ জৰিয়তে বিনিয়োগৰ ধাৰণাই গা কৰি উঠিছিল।

পর্যায়ক্রমে দিনক দিনে বৃদ্ধি পাইছিল ৰাজ্যখনত শ্বেয়াৰ বজাৰত বিনিয়োগৰ জনপ্রিয়তা। বেংকত ধন জমা কৰি থোৱাৰ পৰিৱৰ্তে শ্বেয়াৰ বজাৰৰ বিনিয়োগৰ দ্বাৰা অধিক লাভৱান্বিত হোৱাৰ দিশটোৰ প্ৰতি লক্ষ্য ৰাখি অসমত ক্রমাৎ ঊর্ধ্বমুখী হৈছিল শ্বেয়াৰ বজাৰত বিনিয়োগৰ হাৰ।

তথ্য মতে, অসমত শেহতীয়াকৈ বৃদ্ধি পোৱা বিনিয়োগকাৰীৰ ভিতৰত আছে মাহিলি হিচাপত দৰমহা লাভ কৰা বৃহৎসংখ্যক চৰকাৰী বেচৰকাৰী কৰ্মচাৰী।

পৰিসংখ্যা মতে, ডিচেম্বৰ পর্যন্ত সমগ্র দেশত শ্বেয়াৰ বজাৰৰ ডিমেট একাউণ্টৰ সংখ্যাই ১১ কোটি অতিক্রম কৰিছে। ডিমেট একাউন্ট হ’ল বেংকৰ একাউণ্টৰ দৰেই গ্রাহকৰ নামত থকা এটা ডিজিটেল একাউন্ট। যাৰ জৰিয়তে শ্বেয়াৰ আৰু ছিকিউৰিটী ইলেক্ট্রনিক মাধ্যমত ক্ৰয় কৰিব পাৰে বিনিয়োগকাৰীয়ে। সংখ্যাৰ দিশেৰে সমগ্র দেশতে ডিমেট একাউন্টধাৰী বিনিয়োগকাৰীৰ সংখ্যা বৃদ্ধি পালেও বিশ্বৰ আগশাৰীৰ কিছুসংখ্যক ৰাষ্ট্ৰৰ তুলনাত ভাৰতৰ এই সংখ্যা তেনেই নগণ্য।

দেশৰ মুঠ জনসংখ্যাৰ হিচাপত মাথোঁ তিনি শতাংশ ভাৰতীয় পৰিয়ালেহে ষ্টক মার্কেটত সক্রিয়তাৰে বিনিয়োগ অব্যাহত ৰাখিছে। ইয়াব বিপৰীতে আমেৰিকাত ৫৫ শতাংশ, ব্রিটেইনত ৩৩. শতাংশ আৰু চুবুৰীয়া ৰাষ্ট্র চীনত ১৩ শতাংশ পৰিয়ালৰে আছে শ্বেয়াৰ বজাৰৰ ডিমেট একাউন্ট।

লক্ষ্যণীয় যে দেশৰ আন ৰাজ্যৰ লগতে অসমৰো এক বৃহৎসংখ্যক লোকে শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিবলৈ হঠাতে আগ্রহী হোৱাৰ আঁৰত আছে কেতবোৰ বিশেষ কাৰক। ভাৰতীয় বিত্তীয় ক্ষেত্ৰখনত ষ্টক মার্কেটত ধন বিনিয়োগ কৰাটো নিৰাপদ বিনিয়োগ নহয় যদিও শ্বেয়াৰ বজাৰত বিনিয়োগৰ জৰিয়তে লাভ কৰা আকর্ষণীয় লভ্যাংশৰ বাবে বৃদ্ধি পাইছে বিনিয়োগকাৰীৰ সংখ্যা।

উল্লেখ্য যে সম্প্রতি দেশব মুদ্রাস্ফীতিৰ হাৰ হ’ল ৭.৫ শতাংশ। সেই সূত্রে কোনো লোকে বেংকত ধন ফিক্সড ডিপ’জিট কৰিলেও মুদ্রাস্ফীতিৰ হাৰৰ ওপৰত নিৰ্ভৰ কৰি লাভ কৰে ১.৮৫ শতাংশৰ পৰা ৬.৯৫ শতাংশ পর্যন্ত সুতৰ হাৰ। এই হাৰ মুদ্রাস্ফীতিৰ তুলনাত যিহেতু কম সেয়েহে বিনিয়োগকাৰীয়ে প্ৰকাৰান্তৰে লোকচান ভৰিবলগীয়াহে হয়।

ইয়াৰ বিপৰীতে ষ্টক মার্কেটত যিহেতু মূল্যমান হ্রাস বৃদ্ধি হয়। সেয়েহে বিনিয়োগকাৰীয়ে নিজৰ পছন্দ মতে অধিক সূতৰ হাৰত ধন বিনিয়োগৰ সুবিধা পায়।

দেশৰ শ্বেয়াৰ বজাৰত সম্প্রতি অধিক সংখ্যক বিনিয়োগেৰে শীৰ্ষত আছে ৰাজস্থান, উত্তৰ প্রদেশ, পশ্চিমবংগ, চত্তিছগড়ৰ দৰে কেইখনমান ৰাজ্য। অবশ্যে এই তালিকা কেৱল বৃহৎ ৰাজ্যসমূহৰ ক্ষেত্ৰতহে। তুলনামূলকভাবে ক্ষুদ্র ৰাজ্যসমূহৰ ভিতৰত আজিৰ তাৰিখত শ্বেয়াৰ বজাৰত সবাতোকৈ সম্ভাবনাময় ৰাজ্যৰূপে চিহ্নিত কৰা হৈছে অসমক। অসমৰ পাছতে আছে ত্ৰিপুৰা, মণিপুৰ আৰু অৰুণাচল প্রদেশ।

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনে শ্বেয়াৰ বজাৰত আগবঢ়োৱা অৰিহণাৰ হাৰ হ’ল ২.৭ শতাংশ। তুলনামূলকভাবে ক্ষুদ্র ৰাজ্য অসমৰ পৰা বিনিয়োগকাৰীৰ সংখ্যা দ্রুতগতিত ঊর্ধ্বমুখী হ’ব ধৰাৰ-প্রতিষ্ঠানে শ্বেয়াৰ বজাৰৰ জৰিয়তে নিজৰ অংশ বিক্ৰী কৰি মূল ধন গোটাইছে তেনে প্রতিষ্ঠানসমূহৰ বাবে শেহতীয়াকৈ হটস্পট হৈ পৰিছে অসমৰ বিনিয়োগকাৰীসকল।

দেশত শ্বেয়াৰ বজাৰত অসমৰ বিনিয়োগকাৰীৰ ব্যাপক হাৰৰ অংশগ্রহণ স্বাভাবিকতে অসমৰ অর্থনীতিৰ বাবে এক আশাপ্রদ দিশ। যিহেতু অসমত থকা ৰাষ্ট্রীয়কৃত বাণিজ্যিক বেংকসমূহত অসমবাসীয়ে জমা কৰা ধনৰ অধিকাংশ ধনেই বেংকসমূহে বহিঃৰাজ্যত বিনিয়োগ কৰে, সেই সূত্রে অসমৰ আৰ্থিক উন্নতিৰ গতি বাধাগ্রস্ত হয়।

সেই সময়তে ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত লোকসকলে অতিৰিক্ত সময় ব্যৱহাৰ কৰি শ্বেয়াৰ বজাৰত ধন বিনিয়োগেৰে অধিক হাৰত মুনাফা অর্জন কৰাটো ৰাজ্যৰ অর্থনীতি-সামাজিক ক্ষেত্ৰৰ বিকাশৰ বাবে এক ইতিবাচক দিশৰূপে গণ্য কৰা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Increased Assamese InvestorInvestmentStock Market
publisher

publisher

Related Posts

নেপালত প্ৰকৃতিৰ ৰুদ্ৰমূৰ্তি, ধাৰাসাৰ বৰষুণ-ভূমিস্খলনত ৭২ ঘণ্টাত প্ৰায় ১৪ জনৰ মৃত্যু
International

September 27, 2026
পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’
Entertainment

পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

September 27, 2026
ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই
International

ছিৰিয়াৰ পৰা নিয়া ৩৬ প্রাচীন শিল্পকর্ম ওভতালে আমেৰিকাই

September 27, 2026
মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!
India

মেঘে দুভাগত বিভক্ত কৰিছে ভাৰতক!

September 27, 2026
জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক
India

জ্ঞানেশ কাণ্ডই অধিক ওচৰ চপালে বিৰোধীক

September 27, 2026
নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল
Assam

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d