Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Singer Monali Thakur Rushed To HospitaL as The Struhggles To Breatthe During Live Performance:সংগীতানুষ্ঠানত হঠাৎ অসুস্থ কণ্ঠশিল্পী মনালী ঠাকুৰ

উত্তৰ বংগৰ এক সংগীতানুষ্ঠানত অসুস্থ বলীউডৰ জনপ্ৰিয় কন্ঠশিল্পী গৰাকী, শ্বাহ-প্ৰশ্বাস লোৱাত অসুবিধা মনালীৰ, নিশাই ভৰ্তি কৰা হয় চিকিৎসালয়ত, বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত মনালী 

publisher by publisher
January 23, 2025
in News, India
Reading Time: 2 mins read
0
Singer Monali Thakur Rushed To HospitaL as The Struhggles To Breatthe During Live Performance:সংগীতানুষ্ঠানত হঠাৎ অসুস্থ কণ্ঠশিল্পী মনালী ঠাকুৰ
1
SHARES
11
VIEWS
ShareShareShareShare

Singer Monali Thakur Rushed To Hospital as The Struhggles To Breathe During Performance:

বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী মনালী ঠাকুৰ হঠাতে অসুস্থ ৷ উত্তৰবংগৰ এক সংগীতানুষ্ঠানত যোৱা নিশা সংগীত পৰিবেশন কৰি থকা অৱস্থাত শ্বাহ-প্ৰশ্বাস লোৱাত অসুবিধা হয় মনালীৰ ৷যাৰবাবে অনুষ্ঠান আধাতে সামৰি ততাতৈয়াকৈ মনালীক ভৰ্তি কৰা হয় দিনহাটা মহকুমা অসামৰিক চিকিৎসালয়ত ৷

ADVERTISEMENT

উল্লেখ্য যে উত্তৰবংগৰ দিনহাটা মহোৎসৱৰ সাংস্কৃতিক সন্ধিয়াত গীত পৰিৱেশন কৰি আছিল সাৱাৰ লুন আৰু মহ মহ কে ধাগেৰ দৰে হিট গীতৰ বাবে পৰিচিত জনপ্ৰিয় প্লেবেক গায়িকা গৰাকীয়ে ৷

RelatedPosts

No Content Available

আনহাতে মনালীৰ দিনহাটা হাস্পতালৰ পৰা উন্নত চিকিৎসাৰ বাবে মনালী ঠাকুৰক এম্বুলেন্সেৰে কোচবিহাৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ বতৰ্মান চিকিৎসালয় খনৰ বিশেষজ্ঞ চিকিৎসকৰ নিৰীক্ষণত ৰখা হৈছে কন্ঠশিল্পী গৰাকীক ৷ মনালী ঠাকুৰে এতিয়ালৈকে ছ’চিয়েল মিডিয়াত কোনো স্বাস্থ্য আপডেট শ্বেয়াৰ কৰা নাই ।

উল্লেখ্য যে,কেইসপ্তাহমানৰ পূৰ্বে মনালীয়ে এক ঘটনাৰ বাবে বাতৰি শিৰোনাম দখল কৰিছিল ৷ বাৰাণসীত তেওঁ সংগীত পৰিৱেশন কৰি থকা অৱস্থাত হঠাতে সংগীতানুষ্ঠান বন্ধ কৰি দিয়ে ৷ তেওঁৰ অভিযোগ মঞ্চৰ ব্যৱস্থাপনাত ব্যাপক আসোঁৱাহ আছে ৷ ইয়াৰ বাবে হয়তো তেওঁৰ গোৰোহাৰ আঘাত হোৱাৰ আশংকা কৰে ৷ সেইবাবেই তেওঁ হঠাতে অনুষ্ঠান সামৰিব লগীয়া হোৱা বাবে উপস্থিত শ্ৰোতা – অনুৰাগীৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে ৷

ইপিনে সংগীতানুষ্ঠান হঠাতে বন্ধ কৰি দিয়া সন্দৰ্ভত ইতিমধ্যে এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছিল য’ত স্বয়ং মনালীয়ে কৈছিল , “মোৰ টিম আৰু মই ইয়াত অনুষ্ঠান পৰিৱেশন কৰিবলৈ ইমানেই উৎসাহিত হৈছিলো যদিও পিছত কেতবোৰ কাৰণত মই ক্ষুন্ন আৰু হতাশ হৈছো। মঞ্চৰ আন্তঃগাঁথনি আৰু ইয়াৰ অৱস্থানৰ দায়িত্ব আয়োজক কমিটিৰ ৷ আনকি মই গীত গাই থকা সময়ত গীতৰ তালে তালে নৃত্য কৰি থকা শিল্পী সকলে অনিয়ন্ত্ৰীত হৈ পৰিছিল ৷ তেওঁ লোক মোৰ কাষ চাপি আহিছিল ৷ মই মোৰ ভৰিৰ গোৰোহাত আঘাত হ’ব পৰাৰ আশংকা কৰিছিলোঁ ৷ এই সন্দৰ্ভত সোৱৰাই দিয়াও হৈছিল ৷

কণ্ঠ শিল্পী গৰাকীয়ে লগতে কয়, মোৰ গীত শুনিবৰ বাবে অগণন শ্ৰোতা আৰু অনুৰাগীৰ সমবেত হৈছিল সংগীতানুষ্ঠান খনত ৷ এনে প্ৰেক্ষাপটত মই আয়োজকৰ এনে অৰাজকতাৰ বাবে ৰাইজক কৈছিলো,’মই আপোনালোক সকলোৰে প্ৰতি জবাবদিহি, আৰু আপোনালোক মোৰ বাবে আহে, নহয়নে? গতিকে, এই সকলোবোৰৰ বাবে আপুনি মোক জবাবদিহি কৰিব। মই আন্তৰিকতাৰে ক্ষমা বিচাৰিছো যে আমি এই অনুষ্ঠানটো বন্ধ কৰিব লাগিব, কিন্তু মই নিশ্চিতভাৱে উভতি আহিম অচিৰেই । আৰু আশাকৰোঁ ইয়াতকৈ বহুত ভাল অনুষ্ঠান আপোনালোকক দিব পাৰিম। গতিকে, আমাক ক্ষমা কৰিব।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Rushed To HospitalSinger Monali ThakurStruhggles To Breathe During Performance
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d