Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Sports

Delhi Cricket Match:দিল্লীত অনুষ্ঠিত হোৱা ৰঞ্জী খেল চাবলৈ ষ্টেডিয়ামৰ বাহিৰত ভিৰ অনুৰাগীৰ !

দৰ্শকৰ লৰাঢপৰাত আহত বহুজন ,১২ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ উভতিল বিৰাট কোহলি,মহাকুম্ভৰ মৌনী অমাৱস্যা সদৃশ ঘটনা হোৱাৰ পৰা ৰক্ষা পৰিল অৰুণ জেটলী ষ্টেডিয়াম

publisher by publisher
January 30, 2025
in India, News, Sports
Reading Time: 3 mins read
0
Delhi Cricket Match:দিল্লীত অনুষ্ঠিত হোৱা ৰঞ্জী খেল চাবলৈ ষ্টেডিয়ামৰ বাহিৰত  ভিৰ অনুৰাগীৰ !
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

দিল্লীত গৰমৰ প্ৰকোপ , উত্তৰ-পশ্চিম ভাৰতত তাপপ্ৰবাহৰ সতর্কতা জাৰি

Delhi Cricket Match:

সুদীৰ্ঘ ১২ বছৰৰ পাছত ঘৰুৱা ক্ৰিকেটলৈ উভতিল ক্ৰিকেটষ্টাৰ বিৰাট কোহলি। ঘৰুৱা দল দিল্লীৰ হৈ ৰঞ্জি ট্ৰফীৰ মেচ খেলিছে তাৰকা বেটছমেন গৰাকীয়ে। দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত অনুষ্ঠিত হৈছে মেচখন। ষ্টেডিয়ামত তেওঁক স্বচক্ষে চাবলৈ বাহিৰত প্ৰচণ্ড ভিৰ। খেল পথাৰত সোমাবলৈ লাইনত লাগিল হুলস্থুল – হুৱাদুৱা৷ পদপিষ্ট হৈ আহত হয় বহু দৰ্শক ৷

ADVERTISEMENT

উল্লেখ্য যে কুম্ভ মেলাত পদপিষ্ট হৈ মৃত্যু হয় ৩০ জন লোকৰ । দিল্লীৰ ৰঞ্জী মেচখনৰ এই পৰিস্থিতিয়ে এক বৃহৎ দুৰ্ঘটনা পৰা যেন ৰক্ষা পৰিল ৷

দিল্লী ক্ৰিকেট সন্থাই এই মেচখন উপভোগ কৰিব পৰাকৈ যাতে অধিক লোকে কোহলীৰ খেলখন চাব পাৰে তাৰ বাবে টিকটৰ ব্যৱস্থা কৰা নাছিল। ফলত পুৱা ৮ বজাৰ পৰা ষ্টেডিয়ামৰ বাহিৰত ৰাইজ গোট খাবলৈ আৰম্ভ কৰে। দৰ্শকৰ বাবে খেলপথাৰত প্ৰৱেশ কৰিবলৈ তিনিখন গেট ব্যৱহাৰ কৰা হৈছিল।

ইয়াৰে এখন গেটৰ বাহিৰত দৰ্শকৰ প্ৰচণ্ড ভিৰ হয় ৷ পুৱা ৯ বজাত গেট খোলে। টিকট নথকাৰ বাবে সকলোৱে আগতেই খেলপথাৰত প্ৰৱেশ কৰি ভাল আসনত বহিবলৈ লৰাঢপৰা কৰিছিল ৷ যাৰবাবে এক হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয় ৷

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, বহু লোকে ষ্টেডিয়ামৰ প্ৰৱেশদ্বাৰত সোমাবলৈ দীঘলীয়া শাৰীপাতি থকা অৱস্থাতে কোনো লোকে লাইন ভাঙি প্ৰৱেশৰ চেষ্টা কৰে ৷ ফলস্বৰূপে লাইনত শাৰীপাতি থকা বহুলোক মাটিত বাগৰি পৰে ৷ ইয়াৰে একাংশৰ তেওঁলোকৰ গাৰ ওপৰেৰে অতিক্ৰম কৰি ষ্টেডিয়ামৰ ভিতৰত প্ৰৱেশ কৰে ৷ উল্লেখ্য যে মাটিত বাগৰি পৰাৰ ভিতৰত আছিল কণমানি শিশু ৷

এক হুলস্থূলৰ পৰিবেশৰ মাজতে আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় যদিও এই ঘটনাত বহুজন আহত হয় ৷ আনকি আহত হয় এজন নিৰাপত্তাৰক্ষী ৷ ইয়াৰ মাজতে আৰক্ষীয়ে পৰিবেশ শান্ত কৰাৰ উদ্যোগ লোৱাত একাংশ উদণ্ড দৰ্শক ক্ষুব্ধ হৈ দুই এখন আৰক্ষীৰ বাইক ভাঙি লণ্ডভণ্ড কৰে। এনে লৰাঢপৰাত বহু দৰ্শকৰ জোতা- চেণ্ডেল বাহিৰত পৰিত্যক্ত অৱস্থাত পৰি ৰয় ৷

আনহাতে পৰিস্থিতি অনিয়ন্ত্ৰিত হৈ পৰাত প্ৰৱেশদ্বাৰৰ দায়িত্বত থকা লোকে দ্বাৰ খুলি দিয়ে ৷ তাৰ পিছতে হুহুৱাই সোমাই যায় দৰ্শক ৷ ইপিনে আহত দৰ্শকক চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে ঘটনাস্থলীত উপস্থিত হয় চিকিৎসক ৷

ষ্টেডিয়ামৰ বাহিৰত থকা দৰ্শকে খেল উপভোগ কৰিবৰ স্থাপন কৰা হৈছিল বৃহাদাকাৰ এলচিডি ৷ খেল আৰম্ভ হোৱাৰ পিছত দৰ্শকৰ উন্মাদনা বাঢ়ি গ’ল। প্ৰতিবাৰেই বিশাল পৰ্দাত কোহলীক দেখুওৱা হৈছিল ৷

উল্লেখ্যযোগ্য ষ্টেডিয়ামৰ ভিতৰতো সংঘটিত হয় আন এক অনাকাংক্ষিত ঘটনা ৷ দিল্লীয়ে প্ৰথমে বেটিং কৰিছে।  খেলপথাৰৰ স্লিপত থিয় হৈ থকা কোহলীক স্পৰ্শ কৰিবলৈ খেলপথাৰত ভিতৰত সোমাই পৰে এজন যুৱক। প্ৰথমে যুৱকজনে কোহলীক প্ৰণাম কৰিলে। অৱশ্যে নিৰাপত্তাৰক্ষীয়ে তেওঁক বাহিৰলৈ লৈ গ’ল। এই ঘটনাৰ পিছত ক্ৰীছৰ বাহিৰত নিৰাপত্তাৰক্ষী কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হয়৷ এই ঘটনা যাতে দ্বিতীয়বাৰৰ বাবে নহয় তাৰ বাবে আয়োজক সমিতিয়ে সাৱধানতা অৱলম্বন কৰে।

মনকৰিবলগীয়া যে ছসপ্তাহ জোৰা কাৰ্যসূচীৰে উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ থকা পবিত্ৰ মহাকুম্ভ মেলাৰ বুধবাৰৰ মৌনি আমাৱস্যা উপলক্ষে ‘শ্বাহী স্নান’ৰ সময়ত ঠেলাহেঁচা তথা পদপিষ্ট হৈ কমেও ৪০ জন পূন্যাৰ্থীৰ প্ৰাণহানি ঘটনাৰ লগতে আন বহু সংখ্যক আহত হয়।

উল্লেখ্য যে প্ৰয়াগৰাজৰ মহাকুম্ভ মেলা দৰ্শন কৰিবৰ বাবে মঙলবাৰে পুৱাৰে পৰা তীৰ্থযাত্ৰীৰ ভিৰ বৃদ্ধি পাবলৈ ধৰে। ৰাতিটো আগবাঢ়ি যোৱাৰ লগে লগে ভিৰ বাঢ়িবলৈ ধৰিলে। নিশা ১২ বজাৰ পিছত ভিৰৰ ছবিখন সলনি হ’বলৈ ধৰিলে। বুধবাৰে ৰাতিপুৱা ২ বজাৰ পিছত ক্ৰমাৎ পৰিস্থিতি অনিয়ন্ত্ৰীত হৈ পৰে । প্ৰশাসনে ভাবিছিল যে তীৰ্থযাত্ৰী আহিব, গা ধুব আৰু তাৰ পিছত উভতি যাব। কিন্তু গা ধোৱাৰ পাছতো বহু তীৰ্থযাত্ৰী সংগমস্থলীৰ আশে-পাশে থাকি গ’ল। বহুতে জিৰনী ল’বলৈ প্লাষ্টিকৰ কঠ মাটিত পাৰি শুই আছিল ।

আনহাতে ইয়াৰ মাজতে আকৌ পুৱা ২ বজাৰ পিছত বহু তীৰ্থযাত্ৰীয়ে বেৰিকেড ভাঙি আগবাঢ়ি যাবলৈ চেষ্টা কৰে। বহু লোকে বেৰিকেডৰ ওপৰেৰে যাবলৈ শুই থকা তীৰ্থযাত্ৰীসকলৰ ওপৰেৰে লৰাঢপৰা কৰি দৌৰি যায়৷ ফলত সংঘটিত হয় শোকাৱহ ঘটনা ৷ পদপিষ্ট ঘটনাত এতিয়ালৈকে আনুষ্ঠানিকভাৱে ৪০ জন লোকৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰা হৈছে। যদিও আন সূত্ৰই মৃত্যুৰ সংখ্যা অধিক বুলি কয়।

এই ধৰণৰ অনুৰূপ পৰিস্থিতি দিল্লীতো হ’ব পাৰিলেহেঁতেন ৷ অৱশ্যে দিল্লী আৰক্ষী প্ৰশাসনে অতি তৎপৰতাৰে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Arun Jaitley StadiumDELHIRanjit Trophy CricketVirat Kohli
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d