Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

গুলেইন-বেৰী চিণ্ড্ৰমত মহাৰাষ্ট্ৰত মৃত আৰু দু’জন !

publisher by publisher
January 31, 2025
in India, Health
Reading Time: 1 min read
0
গুলেইন-বেৰী চিণ্ড্ৰমত মহাৰাষ্ট্ৰত মৃত আৰু দু’জন !
1
SHARES
14
VIEWS
ShareShareShareShare
গুলেইন-বেৰী চিণ্ড্ৰমত মহাৰাষ্ট্ৰত মৃত আৰু দু’জন !
বিৰল স্নায়ু ৰোগত সংক্রমণ সকলোতকৈ অধিক পুনেত
শুকুৰবাৰে মহাৰাষ্ট্ৰত গুইলেইন-বেৰী চিণ্ড্ৰম (জিবিএছ)ত আক্ৰান্ত হৈ দুজন লোকৰ মৃত্যু ।
এজন পুনেৰ এজন বাসিন্দা। দ্বিতীয়জন পিম্পৰী চিঞ্চৱাডৰ। এই স্নায়ু সমস্যাৰ বাবে এই পৰ্যন্ত মহাৰাষ্ট্ৰত চাৰিজন লোকে প্ৰাণ হেৰুৱাইছে।

Capture 60প্ৰশাসনৰ মতে, পিম্পৰী চিঞ্চৱাডত এজন ২৬ বছৰীয়া আক্ৰান্তৰ মৃত্যু হয়। জিবিএছ সংক্ৰমণ সকলোতকৈ মহাৰাষ্ট্ৰৰ পুনেত সৰ্বাধিক ।

ADVERTISEMENT

এতিয়ালৈকে তাত ১৩০ জন আক্ৰান্ত পোৱা গৈছে। ৰাজ্যৰ স্বাস্থ্য বিভাগে যোৱা কিছুদিনৰ পৰা ঘটনা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ২৪ জানুৱাৰীত ৰাজ্য স্বাস্থ্য স্বাস্থ্য বিভাগে ২৪ জানুৱাৰীত ৰেপিড ৰেচপন্স টিম (আৰআৰটি) গঠন কৰে ।

RelatedPosts

No Content Available

গোটটোৰ সদস্যসকলে সতৰ্ক কৰিবলৈ ঘৰে ঘৰে গৈ সকীয়াই দিয়ে । দলটোৱে পুনে পৌৰ নিগমৰ (পিএমচি) অধীনত প্ৰায় ১,৯৪৩ টা ঘৰ পৰিদৰ্শন কৰে।

চিঞ্চৱাৰ পৌৰ নিগমৰ অধীনত, ১,৭৫০ টা ঘৰ নিৰীক্ষণ কৰা হৈছে।

চিকিৎসকে জনোৱা মতে, শিশুৰ লগতে যুৱক-যুৱতীও জিবিএছ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হ’ব পাৰে।

কিন্তু তেওঁলোকৰ মতে এই সংক্ৰমণ মহামাৰী হোৱাৰ সম্ভাৱনা কম। এই ৰোগত কি হয়? চিকিৎসকে কয় যে জিবিএছ হৈছে এক বিৰল ‘অটোইম্যুন ডিছঅৰ্ডাৰ’।

এই ৰোগত শৰীৰৰ নিজৰ ৰোগ প্ৰতিৰোধ ক্ষমতাই নিজৰ স্নায়ুতন্ত্ৰক আক্ৰমণ কৰে। পুনেৰ কৰ্তৃপক্ষৰ মতে, গুইলেন-বেৰী চিণ্ড্ৰোম ৰোগত আক্ৰান্ত লোকৰ ক্ষেত্ৰত ডায়েৰিয়া, পেটৰ বিষ, জ্বৰ, বমি আদি লক্ষণ দেখা দিয়ে।

এই ৰোগৰ কোনো লক্ষণ দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱাটো প্ৰয়োজনীয়।

চিকিৎসকসকলে এইটোও জনাই যে এই সংক্ৰমণৰ ফলত পেশীৰ দুৰ্বলতা হয়। হাত আৰু ভৰি জঠৰ হৈ পৰে। কিছুমান লোকৰ উশাহ লোৱাত কষ্ট হ’বলৈ আৰম্ভ হয়।

এই ভাইৰাছে ৰোগীৰ শ্বাস-প্ৰশ্বাসতন্ত্ৰত বাহ সাজে। নাক, ডিঙি, মুখত সংক্ৰমণ হয়। কিছুমানৰ ‘ফেচিয়েল পেৰালিচিছ’ হয়, বহুতৰ ‘ৰেছপিৰটৰি পেৰালিচিছ’ও হয়। ৰোগীক ভেন্টিলেশন পৰ্যন্ত ৰাখিব লগীয়া হয়। কিন্তু সঠিক সময়ত চিকিৎসা আৰম্ভ কৰিলে ৰোগী সম্পূৰ্ণৰূপে সুস্থ হৈ উঠে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: গুলেইন-বেৰীমহাৰাষ্ট্ৰ
publisher

publisher

Related Posts

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d