Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 

    সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

    CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

    সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

    BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    বার্ধক্যক বাধা দিয়ে ‘ডি’ ভিটামিনে, ৰোগ প্ৰতিৰোধতো থাকে ভূমিকা

    উপকাৰী বুলি ভুলটো মুখত প্ৰয়োগ নকৰিব এই সমূহ উপাদান! 

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Politics

Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো

তদন্ত হোৱাৰ কথা জনালে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে

publisher by publisher
February 7, 2025
in India, News, Politics
Reading Time: 2 mins read
0
Arvind Kejriwal:প্রার্থী ক্ৰয় কৰাৰ অভিযোগ আপৰ,ওলোটাই অভিযোগ বিজেপিৰো
1
SHARES
12
VIEWS
ShareShareShareShare

Arvind Kejriwal:

বিজেপিয়ে প্ৰাৰ্থী ক্ৰয় কৰিবলৈ চেষ্টা কৰিছে ! আম আদমী পাৰ্টিৰ (আপ) মুৰব্বী অৰবিন্দ কেজৰিৱালৰ অভিযোগে বিধানসভা নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে দিল্লীৰ ৰাজনীতিত এক আলোড়নৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

ইয়াৰ মাজতে দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰ ভি কে ছাক্সেনাই বিষয়টোৰ তদন্তৰ অনুমতি প্ৰদান কৰিছে। তেওঁ কয় যে নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে উত্থাপিত অভিযোগসমূহ নিশ্চিতভাৱে তদন্তৰ যোগ্য। সংশ্লিষ্ট কৰ্তৃপক্ষই অভিযোগ সমূহৰ তদন্ত কৰিব লাগে। দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেজৰিৱালে বৃহস্পতিবাৰে বিজেপিৰ বিৰুদ্ধে ভোট গণনাৰ আগতেই তেওঁৰ দল বিভাজনৰ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে।

RelatedPosts

57.7% voter turnout in Delhi at 5 p.m:দিল্লীত ৫ বজালৈকে ভোটদানৰ হাৰ ৫৭.৭ শতাংশ

Delhi assembly Election:বুধবাৰে দিল্লী বিধানসভা নিৰ্বাচন

7 Aam Aadmi Party MLAs quit party ahead: দিল্লী বিধানসভা নিৰ্বাচনৰ পাঁচ দিন পূর্বেই আপত অঘটন

আপৰ ‘সম্ভাৱ্য বিজয়ী’ প্ৰাৰ্থীৰ স’তে যোগাযোগ কৰিবলৈ আৰম্ভ কৰিছে। দল সলনি কৰিবলৈ সকলোকে ১৫ কোটি টকাৰ উৎকোচ দিয়া হৈছে ! আপৰ মুৰব্বী গৰাকীয়ে অভিযোগ কৰি কয় যে, “আমাৰ দলৰ ১৬ জন প্ৰাৰ্থীক ফোন কৰি কোৱা হৈছে যে তেওঁলোকে বিজেপিত যোগদান কৰিলে ১৫ কোটি টকা দিয়া হ’ব। তাৰ লগে লগে পাব মন্ত্ৰীৰ পদ ।”

কেৱল কেজৰিৱালেই নহয়, তেওঁৰ দলৰ সদস্যসকলেও একে অভিযোগ ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰে। তেওঁলোকে দাবী কৰে যে তেওঁলোকক টকাৰ লোভ দি দল সলনি কৰাৰ প্ৰস্তাৱ দিয়া হৈছে । বিজেপিয়ে পোনপটীয়াকৈ অস্বীকাৰ কৰিলে আপৰ এই অভিযোগ। কেজৰিৱালে অভিযোগ কৰিছে যে পদ্ম শিবিৰে দিল্লীত আপৰ পৰাজয় হ’ব বুলি দাবী কৰিছে।

আপ নেতাৰ অভিযোগৰ কথা উল্লেখ কৰি শুকুৰবাৰে বিজেপিৰ দিল্লী ৰাজ্যিক সভাপতি বীৰেন্দ্ৰ সাচদেৱে কয় যে ,আমি নিৰপেক্ষ সংখ্যাগৰিষ্ঠতা লাভ কৰিম। আন দলৰ বিধায়কক সহায়ৰ প্ৰয়োজন নাথাকিব।’ কেৱল সেয়াই নহয়, আপৰ এনে প্ৰচাৰে তেওঁলোকৰ দলক বদনাম কৰা বুলিও অভিযোগ উত্থাপন কৰে বিজেপিয়ে।

নিৰ্বাচনৰ ফলাফলৰ পূৰ্বে বিজেপিৰ ভাবমূৰ্তি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে আপে! ইয়াৰ পাছতে দিল্লীৰ ৰাজ্যপালে বিষয়টোৰ তদন্তৰ অনুমোদন জনায় । বুধবাৰে দিল্লী বিধানসভাৰ ৭০ খন আসনৰ বাবে ভোটদান অনুষ্ঠিত হয়। আয়োগৰ মতে, ৬০.৪২ শতাংশ ভোট দান কৰা হৈছে ।

যদিও দুয়োটা শিবিৰে শনিবাৰে গণনাৰ আগতে বিজয় দাবী কৰে , বেছিভাগ এক্সিট প’লে ভৱিষ্যতবাণী কৰে যে বিজেপিয়ে আপৰ স্থান ল’ব। অৱশ্যে এক্সিট প’লৰ ভৱিষ্যতবাণী হওক বা দিল্লীত তৃতীয়বাৰৰ বাবে আপে চৰকাৰ গঠন কৰিব নে নাই, সেইয়া শনিবাৰে ভোট গণনাৰ পাছতহে স্পষ্ট হ’ব।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arvind KejriwalDelhi Assembly electionDelhi Lieutenant GovernorV.K. Saxena
publisher

publisher

Related Posts

পাকিস্তানৰ হৈ চোৰাংচোৱাগিৰি! মুম্বাইৰ পৰা গ্ৰেপ্তাৰ অভিযন্তা 
India

May 30, 2025
সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 
India

সন্দেহজনক লেনদেন! ৰামদেৱৰ পতঞ্জলিলৈ কেন্দ্ৰৰ জাননী, 

May 30, 2025
CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে
News

CM Himanta Viswa Sarma:মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ পূর্বে কোনবোৰ অৰ্হতা পৰীক্ষা কৰা হ’ব জনালে মুখ্যমন্ত্রীয়ে

May 30, 2025
সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!
India

সীমান্ত পাৰ হৈ পুনৰ ভাৰতত প্ৰৱেশ কৰাৰ চেষ্টা!

May 30, 2025
BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !
News

BTC: বিটিচিত দ্রুত সলনি ৰাজনৈতিক সমীকৰণ !

May 30, 2025
ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 
India

ফটকা কাৰখানাত ভয়াবহ বিস্ফোৰণ! 

May 30, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d