Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

Donald Trump:হাতত হেণ্ডকাফ, ভৰিত শিকলি লগোৱাৰ অভিযোগ !

কি দৰে আমেৰিকাৰ পৰা উভতিলে ১০৪ ভাৰতীয় ?

publisher by publisher
February 6, 2025
in National, News
Reading Time: 1 min read
0
Donald Trump:হাতত হেণ্ডকাফ, ভৰিত শিকলি লগোৱাৰ অভিযোগ !
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

এইচ১বি ভিছাৰ মাচুল ৯০ লাখ টকা অতিৰিক্ত বৃদ্ধিৰ প্ৰস্তাৱ ট্রাম্প প্ৰশাসনৰ

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

Donald Trump:হাতত হেণ্ডকাফ, ভৰিত শিকলি লগোৱাৰ অভিযোগ!

প্ৰথম পৰ্যায়ত ১০৪ জন অবৈধ ভাৰতীয় বাসিন্দাক আমেৰিকাৰ পৰা ঘূৰাই পঠিওৱা হৈছে। ইয়াৰে কিছুলোক পঞ্জাৱৰ, কোনোবা গুজৰাটৰ, কোনোবা মহাৰাষ্ট্ৰৰ। পঞ্জাৱৰ গুৰদাসপুৰ জিলাৰ হৰদোৰৱাল গাঁৱৰ বাসিন্দা জছপাল সিংও তাৰ ভিতৰত অন্যতম।

ADVERTISEMENT

দীঘলীয়া যাত্ৰাৰ পাছত বুধবাৰে তেওঁলোকৰ বিমানখন পঞ্জাৱৰ অমৃতসৰত অৱতৰণ কৰে । বাটত কেনেকুৱা আছিল তেওঁলোক অভিজ্ঞতা ? কোন দিশে গৈ পাইছিল আমেৰিকা জনালে জছপাল সিঙে।

জছপালৰ অভিযোগ অনুসৰি , তেঁওলোকক হাতত হেণ্ডকাফ, ভৰিত শিকলি দি অমৃতসৰলৈ অনা হৈছিল । বিমানবন্দৰত অৱতৰণ কৰাৰ পাছত, তেওঁলোকক এই বন্ধনৰ পৰা মুকলি কৰা হয়। কেৱল ইয়াতে শেষ নহয়, ইয়াৰ পাছত, ভাৰততো তেঁওলোকৰ এক পৰ্যায়ৰ জেৰা চলে।

অবৈধ অনুপ্ৰৱেশকাৰীসকলে অতীতত কোনো অপৰাধমূলক কাম কৰিছিল নে নাই জানিবলৈ পঞ্জাৱ আৰক্ষীকে ধৰি বিভিন্ন চোৰাংচোৱা সংস্থাৰ অনুসন্ধানকাৰীসকলক বিমানবন্দৰৰ টাৰ্মিনেল ভৱনৰ ভিতৰত নিয়োজিত কৰা হয়। এনেদৰেই আমেৰিকাৰ পৰা ঘৰলৈ উভতি অহা দীঘলীয়া যাত্ৰাৰ সমাপ্তি ঘটে।

বয়স ৩৬ । জছপালে যোৱা বছৰ জুলাইত এজন ট্ৰেভেল এজেণ্টৰ দ্বাৰা বিদেশলৈ যোৱাৰ সপোনলৈ আমেৰিকাত ভৰি দিছিল। তেওঁক প্ৰতিশ্ৰুতি দিয়া হৈছিল যে সকলো নিয়ম অনুসৰণ কৰি তেওঁক আইনী পথৰ জৰিয়তে প্ৰেৰণ কৰা হ’ব। চুক্তিটো আছিল ৩০ লাখ টকাৰ । জছপালেৰে প্ৰথমে ব্ৰাজিলত উপস্থিত হয়। তাত গৈ পাই প্ৰথমে জছপালে জানিব পাৰিলে যে তেওঁৰ ভিছা বৈধ নহয়। এজেণ্টজনে তেওঁক প্ৰতাৰণা কৰিছে । ব্ৰাজিলত ছয় মাহ থকাৰ পাছত, জছপালে অবৈধভাৱে সীমান্ত অতিক্ৰম কৰি আমেৰিকাত উপস্থিত হয়। তেওঁক আমেৰিকাৰ বৰ্ডাৰ পেট্ৰ’ল বাহিনীৰ হাতত ধৰা পৰে। তেতিয়াৰ পৰাই তেওঁ নামত ‘অবৈধ অনুপ্ৰৱেশকাৰী’ৰ পৰিচয় যোগ কৰা হ’ল।

#১০৪ জন ভাৰতীয়ৰ মাজৰ এজন হৰবিন্দৰ সিঙে কেনেকৈ আমেৰিকাত উপস্থিত হ’ল ?

১০৪ ভাৰতীয়ৰ সদস্য হৰবিন্দৰ সিং কোন বাটেৰে আমেৰিকা পালেগৈ? তেওঁৰ ভাষাত “আমি সঠিক পথত আগবাঢ়িছো বুলি ভাবিছিলো।” মইও বহুত টকা খৰচ কৰিলোঁ। টকা ধাৰলৈ ল’বলগীয়া হ’ল৷ কাটাৰ, ব্ৰাজিল, পেৰু, কলম্বিয়া – বিভিন্ন দেশ পাৰ হৈ মেক্সিকো পালোগৈ ।

তাৰ পৰা, সীমান্ত পাৰ হৈ আমেৰিকা । অৰণ্যৰ মাজত, খোজকাঢ়ি পৰ্বতবোৰ পাৰ হৈ। আমাৰ কিছুমান সঙ্গীয়ে পানামাৰ জংঘলত প্ৰাণ পৰ্যন্ত হেৰুৱালে, কিছুমান পৰ্বতৰ পৰা পৰিলে । কেতিয়াবা খাবলৈ পাইছিলো, কেতিয়াবা নাই । অৱশেষত আমেৰিকাত উপস্থিত হ’লো। “

বুধবাৰে আবেলি অমৃতসৰৰ শ্ৰী গুৰু ৰামদাসজী বিমানবন্দৰত প্ৰব্ৰজনকাৰীসকলক কঢ়িয়াই নিয়া আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ এখন চি-১৭ বিমান অৱতৰণ কৰে। বিমানখনে মঙলবাৰে টেক্সাচৰ পৰা উৰা মাৰিছিল। এই অবৈধ অনুপ্ৰৱেশকাৰীসকলৰ ভিতৰত, ২৫ গৰাকী মহিলা আৰু ১২ জন শিশু আছে ।

তেওঁলোকৰ ভিতৰত আটাইতকৈ কনিষ্ঠজন চাৰি বছৰীয়া। অৱশ্যে, নতুন দিল্লীয়ে অবৈধ বাসিন্দা হিচাপে চিনাক্ত কৰা লোকসকলৰ সঠিক নথিপত্ৰ বিচাৰিছে। তেওঁলোকৰ নাগৰিকত্ব নিশ্চিত হোৱাৰ পাছতহে তেওঁলোকক ভাৰতত গ্ৰহণ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: DONALD TRUMPশিকলিহেণ্ডকাফ
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d