Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News National

487 Indians deported again:শীঘ্ৰে আৰু ৪৮৭ ভাৰতীয়ক বহিষ্কাৰ

ৰাষ্ট্ৰীয় সুৰক্ষা অভিযান হোৱাৰ বাবে হয়তো প্রত্যর্পণত সামৰিক বিমান ব্যৱহাৰ : মিশ্রি, পূৰ্বৰ প্ৰত্যর্পণসমূহৰ পৰা কিছু পৰিমাণে পৃথক: সংবাদমেলত জনালে বৈদেশিক সচিবে

publisher by publisher
February 8, 2025
in News, International
Reading Time: 3 mins read
0
Colombia returned, India welcomed:কলম্বিয়াই উভতালে, ভাৰতে আদৰিলে !
1
SHARES
13
VIEWS
ShareShareShareShare

487 Indians deported again:

শীঘ্রে আৰু চাৰি শতাধিক ভাৰতীয়ক বহিষ্কাৰ কৰিব মার্কিন প্রশাসনে। আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বসবাস কৰি থকা ৪৮৭জন ভাৰতীয় লোকৰ তালিকা প্রস্তুত কৰি ভাৰত চৰকাৰলৈ প্রেৰণ কৰিছে ড’নাল্ড ট্রাম্প প্রশাসনে। এখন সংবাদমেলত এই কথা প্রকাশ কৰে ভাৰতৰ বৈদেশিক সচিব বিক্রম মিশ্রিয়ে।

ADVERTISEMENT

অলপতে এখন মার্কিন সামৰিক বিমানে হাতে-ভৰিয়ে বান্ধি শতাধিক ভাৰতীয়ক আনি অমৃতসৰত নমাই থৈ যোৱাক লৈ দেশৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা অবৈধ ভাৰতীয় নাগৰিকক প্রত্যর্পণ সম্পর্কত এখন সংবাদমেলত বৈদেশিক সচিব মিশ্রিয়ে কয়, ‘৪৮৭ ভাৰতীয় নাগৰিকক বহিষ্কাৰৰ চূড়ান্ত নির্দেশ জাৰি হোৱাৰ বিষয়ে আমাক মার্কিন প্রশাসনে জনাইছে। কিমান ভাৰতীয় নাগৰিকক বিতাড়ন কৰিব সেই সম্পর্কত আমি কিছু তথ্য পাইছো।

RelatedPosts

Immigration Policy of US:আমেৰিকাত মুকলি হ’ব ‘গোল্ড কাৰ্ড’!

Trump’s policies in the UK:ব্ৰিটেইনত ট্ৰাম্পৰ নীতি !

Colombia returned, India welcomed:কলম্বিয়াই উভতালে, ভাৰতে আদৰিলে !

ইয়াৰ ভিত্তিত আমি কাম-কাজ আগবঢ়াই আছো।’ উল্লেখ্য যে বিৰোধীয়ে কালি সংসদত মার্কিন প্ৰশাসনৰ দ্বাৰা হাতে-ভৰিয়ে বান্ধি শতাধিক ভাৰতীয় নাগৰিক প্রত্যর্পিত হোৱা ঘটনাক লৈ উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। তেতিয়া বিৰোধীৰ মুখ বন্ধ কৰিবলৈ গৈ বৈদেশিক মন্ত্রী ড° এছ জয়শংকৰে কয় যে মার্কিন প্রশাসনে এইবাৰেই নহয়, পূর্বেও অবৈধভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰত বাস কৰা ভাৰতীয় লোকক বহিষ্কাৰ কৰিছে। তদুপৰি এইবাৰ কেৱল ভাৰতৰ লোকেই নহয়, দেশখনত অবৈধভারে বাস কৰা বিশ্বৰ আন বিভিন্ন দেশৰ লোককো বহিষ্কাৰ কৰিছে।

অৱশ্যে বিৰোধীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা ভাৰতীয় নাগৰিকক শিকলিৰে হাত-ভৰি বান্ধি সামৰিক বিমানত তুলি প্রত্যর্পণ কৰা কাৰ্যৰহে বিৰোধিতা কৰিছে। অবৈধ নাগৰিকৰ প্ৰত্যর্পণৰ বিৰোধিতা কৰা নাই। কালি কাৰ্যতঃ বৈদেশিক মন্ত্রী ড° জয়শংকৰে বিৰোধীৰ মূল আপত্তিৰ দিশটো এৰাই চলে। অৱশ্যে আজি সংবাদমেলত বৈদেশিক সচিব মিশ্রিয়ে কয়, ‘এই বিশেষ প্রত্যর্পণ পূৰ্বৰ প্রত্যর্পণসমূহৰ পৰা কিছু পৰিমাণে পৃথক। মার্কিন যুক্তৰাষ্ট্ৰ ব্যৱস্থাতে এই প্রত্যর্পণক এক ৰাষ্ট্ৰীয় সুৰক্ষা অভিযানৰূপে ব্যাখ্যা কৰা হৈছে।

ইয়াৰ পৰিপ্ৰেক্ষিতত হয়তো তেওঁলোকে প্রত্যর্পণৰ বাবে এখন সামৰিক বিমান ব্যৱহাৰ কৰিলে।’ লক্ষ্যণীয় যে দুদিন পূর্বে মার্কিন সামৰিক বাহিনীৰ এখন চি-১৭ বিমানত তুলি দুর্ধর্ষ অপৰাধীৰ দৰে অনা শতাধিক ভাৰতীয় লোক ভাৰতৰ ভূমিত উপস্থিত হোৱাৰ পাছতহে তেওঁলোকৰ হাত-ভৰিৰ পৰা শিকলি খুলি দিয়ে তেওঁলোকক পহৰা দি অহা মার্কিন বাহিনীয়ে। অৱশ্যে প্রথম অৱস্থাত এই ভাৰতীয় লোকসকলক বিমানত হাত-ভৰি বান্ধি অনা হৈছিল নে নাই, তাক লৈ বিভ্রান্তিৰো সৃষ্টি হয়। কিছু সময়ৰ পাছত এই বিভ্রান্তি দূৰ কৰে মার্কিন সীমান্ত টহলদাৰী (ইউএছবিপি)ৰ মুৰব্বী মাইকেল ডব্লিউ বেংকছে।

দেশখনৰ পৰা শতাধিক ভাৰতীয় নাগৰিকক কেনেদৰে বহিষ্কাৰ কৰা হ’ল, তাৰ স্পষ্ট আভাস দি বেংকছে সামাজিক মাধ্যম ‘এক্স’ত এটা ২৪ ছেকেণ্ড সময়ৰ ভিডিঅ’ আপলোড কৰে। এই ভিডিঅ’ত প্রত্যর্পিত লোকসকলক কাৰাবন্দীৰ দৰে দেখা গৈছে। তেওঁলোকক পহৰাৰ মাজত নি মার্কিন সৈন্যই সামৰিক বিমানখনত তোলে। ভিডিঅ’টোত দেশখনত বাস কৰা অবৈধ নাগৰিকসকলৰ প্ৰতি কঠোৰ হুংকাৰ দি মার্কিন সীমান্ত টহলদাৰীৰ মুৰব্বীজনে কয়, ‘যদি আপুনি অবৈধভারে সীমা পাৰ হয়, তেন্তে আপোনাক আঁতৰোৱা হ’ব।’ এই সতর্কবাণীৰ লগতে তেওঁ ‘সফলতাৰে ভাৰতলৈ অবৈধ বিদেশী ঘূৰাই পঠিওৱা হ’ল। সামৰিক পৰিবহণ ব্যৱহাৰ কৰি কৰা এই প্রত্যর্পণেই হৈছে সবাতোকৈ দীর্ঘ দূৰত্বৰ প্ৰত্যর্পণ’ বুলি কোৱাও ভিডিঅ’টোত শুনিবলৈ পোৱা গৈছে।

ইয়াৰ লগে লগে স্পষ্ট হয় যে এই শতাধিক ভাৰতীয় লোকক মার্কিন প্রশাসনে শিকলিৰে হাত-ভৰি বান্ধি সামৰিক বিমানত তুলি ভাৰতলৈ বিতাড়ন কৰাৰ অভিযোগ সত্য। আনহাতে, এক হিচাপ অনুসৰি এই শতাধিক ভাৰতীয়ক সামৰিক বিমানত তুলি প্রত্যর্পণৰ বাবদ মার্কিন প্রশাসনৰ চাৰি কোটি টকা ব্যয় হয়। এই প্রসংগত একাংশই সামাজিক মাধ্যমত মন্তব্য কৰিছে যে এই প্রত্যর্পণ ব্যয়ৰ ধন মার্কিন প্রশাসনে ভাৰত চৰকাৰৰ পৰা উলিয়াই নিব। লক্ষ্যণীয় যে ভাৰতে সামৰিক বিমানত বিতাড়ন কৰিলেও স্বদেশৰ নাগৰিকক আদৰি ল’লেও একাংশ দেশে এনে নির্মম প্রত্যর্পণ ব্যৱস্থাৰ বিৰোধিতা কৰিছে।

এনে এখন দেশ হ’ল লেটিন আমেৰিকাৰ কলম্বিয়া। যোৱা ২৬ জানুৱাৰীত দুখন মার্কিন সামৰিক বিমানে কলম্বিয়াৰ অনুপ্ৰৱেশকাৰীক লৈ দেশখনলৈ উৰা মাৰে যদিও কলম্বিয়া চৰকাৰে বিমান দুখনক দেশখনৰ ভূখণ্ডত অৱতৰণৰ অনুমতি নিদি ঘূৰাই পঠিয়ায়। মার্কিন প্রশাসনে ভাৰতৰ উপৰি গুৱাটেমালা, পেক আৰু হণ্ডুৰাছৰো অনুপ্ৰৱেশকাৰী প্রত্যর্পণ কৰিছে। আনহাতে, কালি সংসদত বৈদেশিক মন্ত্রী জয়শংকৰে জনায় যে আমেৰিকা যুক্তৰাষ্ট্ৰত অবৈধভাৱে বাস কৰা ৫৩০জন ভাৰতীয় লোকক ২০১২ত মার্কিন প্রশাসনে বিতাড়ন কৰে।

এই সংখ্যা ২০১৯ত দুহেজাৰৰো অধিকলৈ বৃদ্ধি পায় বুলি বৈদেশিক মন্ত্ৰীয়ে সদৰী কৰে। অবৈধ চলন-ফুৰন কাৰ্য অনুৎসাহিত কৰাটো সকলোৰে সামূহিক স্বার্থজড়িত বিষয়ৰূপে গ্রহণ কৰিব লাগে বুলি মন্তব্য কৰি তেওঁ লগতে কয়, ‘আইনগত চলন-ফুৰনত উৎসাহিত কৰা আৰু অবৈধ চাল-চলন অনুৎসাহিত কৰাটো আমাৰ সামুহিক স্বাৰ্থৰ বিষয়। বিদেশত অবৈধভাবে বাস কৰা লোকক সংশ্লিষ্ট দেশে ঘূৰাই ল’ব লাগে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ দ্বাৰা প্রত্যর্পণ প্রক্রিয়া নতুন নহয়, বহু বছৰ ধৰি এই ব্যৱস্থা দেশখনত আছে। এই নীতি কেৱল এখন দেশৰ ক্ষেত্ৰত প্রযোজ্য হোৱা নাই। অনুপ্ৰৱেশকাৰীৰ ওপৰত অভিযানৰ প্ৰতি আমাৰ দৃষ্টি নিবদ্ধ হোৱা উচিত।’ অৱশ্যে তেওঁ এই বুলিও কয়, ‘প্রত্যর্পিতসকলক যাতে দুর্ব্যৱহাৰ নকৰে তাৰ বাবে আমি মার্কিন প্রশাসনৰ স’তে আলোচনা চলাই আছো।’ লগতে তেওঁ কয় যে মার্কিন প্রশাসনে প্রত্যর্পিতসকলৰ মাজৰ মহিলা আৰু শিশুসকলক বিমানৰ ভিতৰত হাত-ভৰিত শিকলি লগোৱা নাছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: deported againForein Minister S jaishankarIndian MigrantUs Govt
publisher

publisher

Related Posts

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা
News

ইৰাণ-আমেৰিকাৰ মাজত নতুন কূটনৈতিক তৎপৰতা, উত্তেজনা হ্ৰাসৰ সম্ভাৱনা

April 27, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d