Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

External Affairs Minister S Jaishankar speaks in Parliament on the deportation of Indian immigrants from the US:‘নতুন একো নাই’, আমেৰিকাৰ পৰা ভাৰতীয়সকলক বহিস্কাৰক লৈ সংসদত কি ক’লে জয়শংকৰে

publisher by publisher
February 6, 2025
in India, National, News
Reading Time: 2 mins read
0
External Affairs Minister S Jaishankar speaks in Parliament on the deportation of Indian immigrants from the US:‘নতুন একো নাই’, আমেৰিকাৰ পৰা ভাৰতীয়সকলক বহিস্কাৰক লৈ সংসদত কি ক’লে জয়শংকৰে
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

এজনো কেবিনেট মন্ত্রী উপস্থিত নথকাত ১০ মিনিট স্থগিত ৰাজ্যসভা

সংসদৰ ভিতৰতে বিৰোধীৰ গণতান্ত্রিক প্রতিবাদত বাধা চিআইএছএফৰ জোৱানৰ

4 distinguished persons nominated by the President to The Rajya Sabha:ৰাষ্ট্ৰপতিৰ দ্বাৰা ৰাজ্যসভালৈ মনোনীত ৪ গৰাকী বিশিষ্ট ব্যক্তিক

External Affairs Minister S.Jaishankar speaks in Parliament on the deportation of Indian immigrants from the US:

আমেৰিকাৰ পৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীসকলক বহিস্কাৰ কৰাৰ বিষয়টো সংসদত সৃষ্টি হৈছে বিতৰ্ক । অৱশেষত, বিৰোধীৰ প্ৰতিবাদৰ সন্মুখীন হৈ ৰাজ্যসভাত মুখ খুলিলে বৈদেশিক পৰিক্ৰমা মন্ত্ৰীএছ জয়শংকৰে । তেওঁ জনালে ,”আমেৰিকাৰ পৰা প্ৰত্যাৰ্পণ নতুন কথা নহয়। এইটো ২০০৯ চনৰ পৰা হৈ আহিছে। “

ADVERTISEMENT

ওলোটাই কংগ্ৰেছৰ সাংসদ ৰণদীপ সুৰজেৱালাই প্ৰশ্ন কৰে, “চৰকাৰে জানিছিলনে নে ১০৪ জন ভাৰতীয়ক হেণ্ডকাফ আৰু ভৰিত শিকলি লগাই ৪০ ঘণ্টা ধৰি বিমানত উঠাই দেশলৈ ঘূৰাই পঠিওৱা হৈছে ?”

আমেৰিকাৰ সামৰিক বিমান চি-১৭ গ্ল’বমাষ্টাৰত হাতত হেণ্ড কাফ আৰু ভৰিত শিকলি পিন্ধাই ভাৰতলৈ ঘূৰাই পঠোৱাৰ ঘটনাক লৈ উত্তাল হৈ পৰে সংসদ ।

এই পৰিস্থিতিত জয়শংকৰে কয়, “যদি কোনো নাগৰিকে অবৈধভাৱে বহিঃৰাজ্যত বাস কৰা বুলি প্ৰমাণিত হয়, তেন্তে তেওঁলোকক ঘূৰাই লোৱাটো সকলো দেশৰ কৰ্তব্য।” লগতে তেওঁ কয় ,“হেণ্ডকাফিং আমেৰিকাৰ নিয়ম।” কিন্তু মহিলা আৰু শিশুসকলক হেণ্ডকাফ লগোৱা হোৱা নাই । শৌচাগাৰলৈ যোৱাৰ সময়ত আনসকলকো হেণ্ডকাফ খুলি দিয়া হয়।”

একে সময়তে জয়শংকৰে কয় যে নথি-পত্ৰ অবিহনে ভাৰতীয়ক আমেৰিকালৈ পঠোৱাত জড়িত চক্ৰৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব মোডী প্ৰশাসনে।

তাৰ পাছত জয়শংকৰলৈ প্ৰশ্ন কৰিবলৈ অনুমতি বিচাৰিছিল কংগ্ৰেছৰ সাংসদ ৰণদীপ সুৰজেৱালাই । যেতিয়া জগদীপ ধনখৰে তেওঁক অনুমতি দিয়ে, তেওঁ সুধে, “চৰকাৰে জানিছিলনে যে ১৯ গৰাকী মহিলা আৰু শিশুসহ ১০৪ জন ভাৰতীয়ক হেণ্ডকাফ লগাই ৪০ ঘন্টা বিমানত উঠাই ভাৰতলৈ ঘূৰাই পঠিয়াই দিয়া হৈছে?”

উগ্ৰপন্থীৰ দৰে তেওঁলোকক এনেদৰে ঘূৰাই অনাৰ বিষয়ে চৰকাৰে জানে নেকি? তাত কিমান জন ভাৰতীয় এনে দৰে ডিটেনচন কেম্পত আবদ্ধ হৈ আছে?” একে সময়তে তেওঁ কলম্বিয়াৰ উদাহৰণ দাঙি ধৰি সুধিলে যে , যদি কলম্বিয়াই নিজৰ দেশৰ পৰা আমেৰিকালৈ যোৱা অনুপ্ৰৱেশকাৰীৰ উভতি অহাৰ বিষয়ে ৰঙা চকু দেখুৱাব পাৰে, তেন্তে মোডী চৰকাৰে কিয় নোৱাৰিলে?

প্ৰসংগক্ৰমে ৰাজনৈতিক বিশেষজ্ঞসকলে আমেৰিকাৰ পৰা ভাৰতীয় অনুপ্ৰৱেশকাৰীক ঘূৰাই পঠোৱাৰ ক্ষেত্ৰত মোডী চৰকাৰৰ ভূমিকাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ মতে, ভাৰতীয়ক কেনেদৰে উভতাই পঠোৱা হৈছে সেই বিষয়ে কেন্দ্ৰ সচেতন হোৱা উচিত।

মোডীয়ে ৰিপাব্লিকান নেতাজনক ‘নমস্তে ট্ৰাম্প’ৰ দৰে অনুষ্ঠানৰে দেশলৈ স্বাগতম জনাইছে। আকৌ, মোডীৰ সৈতে দেশত ‘হাউডি মোডী’ হৈছে। মোডী-ট্ৰাম্প বন্ধুত্ব সকলোৱে জানে। ট্ৰাম্পৰ কাৰ্যালয়ত বহি এনে পদক্ষেপ লোৱাৰ পাছতো মোডী চৰকাৰে কিয় মাত মাতি থকা নাই, প্ৰশ্ন উত্থাপিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: deportationEA Minister S.Jaishankar speaksIndian immigrantsRajya Sabha
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d