Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Apsc Scam:চৰকাৰৰ গাফিলতিৰ বাবে ন্যায়িক আয়োগৰ দ্বাৰা অভিযুক্ত হৈও চাকৰি ঘূৰাই পালে ১৮জনকৈ বিষয়াই

এপিএছচি কেলেংকাৰিত দিছপুৰৰ লজ্জাজনক স্বৰূপ ওলাল,শৰ্মা আয়োগৰ প্ৰতিবেদন দুবছৰে আইনগতভাৱে গৃহীতই নহ'ল

publisher by publisher
February 8, 2025
in India, Assam, Crime, News
Reading Time: 1 min read
0
Apsc Scam:চৰকাৰৰ গাফিলতিৰ বাবে ন্যায়িক আয়োগৰ দ্বাৰা অভিযুক্ত হৈও চাকৰি ঘূৰাই পালে ১৮জনকৈ বিষয়াই
1
SHARES
14
VIEWS
ShareShareShareShare

Apsc Scam:

অসম লোকসেৱা আয়োগ (এপিএছচি)ত ৰাকেশ পালৰ আমোলত সংঘটিত বিয়াগোম কেলেংকাৰিৰ তদন্তৰ নামত ৰাজ্য চৰকাৰৰ লজ্জাজনক স্বৰূপ আকৌ এবাৰ ওলাই পৰিল। চৰকাৰৰ চূড়ান্ত গাফিলতি তথা একাংশ দুর্নীতিগ্রস্তক সুৰক্ষা প্ৰদানৰ নিকৃষ্ট ভূমিকাৰ বাবেই নিলম্বিত হৈ থকা এজন এজনকৈ অভিযুক্তই গেচৰটোৰ পৰা কে’বাটাও ধাৰাত সকাহ লাভ কৰি পুনৰ চাকৰিত যোগদানৰ সুযোগ লাভ কৰিছে।

ADVERTISEMENT

শুক্ৰবাৰে তেনে ১৮ জন বিষয়াই এই সকাহ লাভ কৰে; অথচ সেইসকলে ব্যাপক জালিয়াতি তথা বক্রপথৰে এপিএছচিৰ জৰিয়তে অসম অসামৰিক সেৱা, অসম আৰক্ষী সেৱা আৰু অন্যান্য সহযোগী সেৱাত নিযুক্তি পাবলৈ সক্ষম হৈছিল। আৰক্ষীৰ উপৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ ন্যায়িক তদন্ত আয়োগেও সেইসকল নিযুক্তিপ্রাপ্তৰ জালিয়াতি প্রমাণ কৰি অভিযুক্তৰূপে প্রতিপন্ন কৰিছিল। তাৰ ফলত চাকৰিৰ পৰাও নিলম্বিত হয়।

RelatedPosts

Guwahati High Court rejected bail of Pawan Khera:কংগ্ৰেছ নেতা পৱন খেড়াৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

Guwahati High Court:পৱন খেৰাৰ আবেদনৰ ৰায় সংৰক্ষিত ৰাখিলে উচ্চ ন্যায়ালয়ে

Pawan Khera:অগ্রিম জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেড়া

ৰাজ্য চৰকাৰেই বৃহৎ ঢাক-ঢোল বজাই গঠন কৰা ন্যায়িক তদন্ত আয়োগে নিজৰ দায়িত্ব পালন কৰি ২০২২ৰ দুই এপ্ৰিলতে তদন্তৰ প্ৰতিবেদন চৰকাৰক দাখিল কৰিছিল। সেই প্রতিবেদনৰ ভিত্তিত চৰকাৰে অভিযুক্তসকলক চাকৰিৰ পৰা নিলম্বিত কৰাৰ উপৰি বিভাগীয় তদন্তও ঘোষণা কৰিছিল; কিন্তু আশ্চৰ্যকৰভাৱে তদন্তৰ সেই প্রতিবেদন চৰকাৰৰ হৈ নুঠিল। চৰকাৰে প্ৰতিবেদনখন কেৱল গ্রহণহে কৰিছিল। তাৰ পাছত আইন অনুসৰি যে নিজৰ সম্পত্তি হিচাপে চৰকাৰে প্ৰতিবেদনখন গ্রহণ কৰিব লাগে, তাক আজিলৈকে ৰহস্যজনকভাৱে উপেক্ষা কৰি থাকিল। আইনগতভাৱে নিজৰ সম্পত্তি হিচাপে গ্রহণীয় হ’বলৈ প্রতিবেদনখন ‘কমিছন অৱ ইনকুৱাৰী এক্ট-১৯৫২’ৰ অধীনত বিধানসভাত দাখিল কৰিব লাগে।

বিধানসভাই গ্রহণ কৰিলেহে সেইখন আইনগতভাৱে চৰকাৰৰ সম্পত্তি হৈ পৰে; কিন্তু কি কাৰণত চৰকাৰে প্ৰতিবেদনখন অদ্যাপি বিধানসভাত উত্থাপন নকৰিলে, সেয়া এক ডাঙৰ প্ৰশ্ন। চৰকাৰৰ এনে ন্যস্তস্বার্থ জড়িত গাফিলতিৰ সুযোগতে ইয়াৰ পূৰ্বে দুজন অভিযুক্তই পুনৰ চাকৰিত যোগ দিয়াৰ সুযোগ লাভকৰিছিল। আজি একেলগে ১৮ জনক একেটা কাৰণতে গুৱাহাটী উচ্চ ন্যায়ালয়ে সকাহ প্রদান কৰে। ন্যায়ালয়ৰ এই সকাহৰ ফলত অভিযুক্তকেইজনক অসম সেৱা বিধি অনুসৰি কৈফিয়ৎ তলব কৰা আৰু বিভাগীয় তদন্ত কৰাৰ নির্দেশনাও মূল্যহীন হৈ পৰিল বুলি ন্যায়াধীশ অৰুণ দেৱচৌধুৰীয়ে আজি দিয়া নির্দেশটোত স্পষ্ট কৰি দিয়া হৈছে।

সকাহ লাভ কৰা কেইজন হ’ল- নন্দিনী কাকতি, কল্যাণ কুমাৰ দাস, ৰুমিৰ টিমুংপি, ফারুক আহমেদ, কুল প্রদীপ ভট্টাচার্য, হিতেশ মজুমদাৰ, দীপাংকৰ দত্ত লহকৰ, চক্ৰধৰ ডেকা, ধ্ৰুৱজ্যোতি হাতীবৰুৱা, নিতুমণি দাস, আকাশী দুৱৰা, সৌৰভপ্ৰাণ শৰ্মা, পুষ্কল গগৈ, মৃদুল হাজৰিকা, নীলাঞ্জন গগৈ, বিকাশ শর্মা, অনলজ্যোতি দাস আৰু ধীৰাজ কুমাৰ জৈন।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ACS OFFICERAps OfficerAPSC ScamGUWAHATI HIGH COURT
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d