Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Uttar Pradesh এতিয়াৰ পৰা উত্তৰ প্ৰদেশত উপলব্ধ হ’ব ডেৰ পেগৰ সুৰাৰ বটল

publisher by publisher
February 8, 2025
in India, National
Reading Time: 1 min read
0
Uttar Pradesh  এতিয়াৰ পৰা উত্তৰ প্ৰদেশত উপলব্ধ হ’ব ডেৰ পেগৰ সুৰাৰ বটল
1
SHARES
12
VIEWS
ShareShareShareShare

Uttar Pradesh

এতিয়াৰ পৰা উত্তৰ প্ৰদেশত উপলব্ধ হ’ব ডেৰ পেগৰ সুৰাৰ বটল

সুৰাপায়ী সকলৰ বাবে ভাল খবৰ। এতিয়াৰে পৰা উত্তৰ প্ৰদেশত উপলব্ধ হ’ব ডেৰ পেগ সুৰাৰ বটল । সুৰা আৰু ভাং বিক্ৰীৰ বাবেও আৰম্ভ কৰা হ’ব ই-লাইচেন্স ব্যৱস্থা।

ADVERTISEMENT

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ কেবিনেটে ২০২৫-২৬ বিত্তীয় বৰ্ষৰ নতুন আবকাৰী নীতিত অনুমোদন জনাইছে। এই ব্যৱস্থাপনা অতি সোনকালে কাৰ্যকৰী কৰা হ’ব।

RelatedPosts

উত্তৰপ্ৰদেশত প্ৰবল ধুমুহা-বজ্ৰপাতৰ তাণ্ডৱ: ৪৮ ঘণ্টাত ২৪ জনৰ মৃত্যু, বহু আহত

বিয়াৰ আনন্দত ‘ডিজে’ৰ তাণ্ডৱ, উচ্চ শব্দত ১৪০টা কুকুৰাৰ মৃত্যু

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

মূলতঃ বিষাক্ত সুৰাৰ বিক্ৰী বন্ধ কৰিবলৈ যোগী চৰকাৰে এই নতুন নীতি ৰূপায়ণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

তথ্য অনুসৰি,যোগীয়ে বুধবাৰে নিশা কেবিনেট বৈঠক আহ্বান কৰিছে। তাত ৰাজ্যখনৰ আবকাৰী আইনৰ সংস্কাৰৰ ওপৰত যথেষ্ট আলোচনা হয়।

বৈঠকৰ পাছতে বৃহস্পতিবাৰে উত্তৰ প্ৰদেশৰ আবকাৰী মন্ত্ৰী নীতিন আগৰৱালে কয় যে এতিয়াৰ পৰা বজাৰত ৬০ মিলি (এক পেগ) আৰু ৯০ মিলি (ডেৰ পেগ) সুৰাৰ বটল উপলব্ধ হ’ব। ৯০ মিলি বিদেশী সুৰাৰ বটলও উপলব্ধ হ’ব। এতিয়াৰ পৰা কাঁচৰ বটলত আৰু পোৱা নাযাব দেশী সুৰা।

ইয়াক টেট্ৰা পেকত বিক্ৰী কৰা হ’ব। এইটো বাধ্যতামূলক। ভেজাল বা বিষাক্ত সুৰাৰ বিক্ৰী প্ৰতিহত কৰিবলৈ চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

ইয়াৰ উপৰিও নীতিন আগৰৱালাই কয় যে যোৱা সাত বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে উত্তৰ প্ৰদেশৰ সকলো দেশী-বিদেশী সুৰা আৰু সুৰাৰ দোকানক ই-লটাৰী ব্যৱস্থাৰ জৰিয়তে আবণ্টন দিয়া হ’ব।

নতুন নিয়ম অনুসৰি এজন আবেদনকাৰীয়ে মাত্ৰ এখন আবেদন প্ৰ-পত্ৰহে জমা দিব পাৰিব। ৰাজ্যজুৰি কোনো ব্যৱসায়ীয়ে দুখনতকৈ অধিক ভাং বা সুৰাৰ দোকান দিব নোৱাৰিব। বিদেশী সুৰা, বিয়েৰ, ৱাইন আদি খুচুৰা বিক্ৰীৰ বাবে মুকলি হ’ব এই দোকানখন।

নিৰ্ধাৰিত বিদেশী সুৰা আৰু বিয়েৰ বিক্ৰীৰ বাবে কোনো অতিৰিক্ত অনুজ্ঞাপত্ৰ মাচুল লোৱা নহ’ব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: adityanathUP CM Yogi AdityanathUttar Pradesh
publisher

publisher

Related Posts

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ
India

তামিলনাডুত নতুন ৰাজনৈতিক ঢৌ

May 4, 2026
বিজয় উৎসৱৰ প্ৰস্তুতিত ব্যস্ত বিজেপি মুখ্য কাৰ্যালয়

WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি
National

WB Election Result:পশ্চিমবংগত নিশ্চিত বিজয়ৰ দিশে অগ্ৰসৰ বিজেপি

May 4, 2026
১,২৬৩ জোপা গছে শুহি ল’লে ১০,১৪৩ টন কার্বন-ডাই-অক্সাইড

May 3, 2026
আঠশ কিলোমিটাৰ বাট খোজকাঢ়ি অৰণ্যত প্ৰৱেশ ঢেঁকীয়াপতীয়া বাঘৰ

বিশ্বজুৰি ইন্ধন সংকটৰ প্ৰভাৱ,বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্যত বৃহৎ বৃদ্ধি
News

দুমাহে এসাঁজ খাই এসাঁজ নোখোৱাকৈ থাকিবলগীয়া হৈছে ছাত্ৰাৱাসৰ আৱাসী

May 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d