Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

যোগীঘোপাৰ পৰা বাংলাদেশলৈ ১১০ মেট্রিক টন কয়লা সামগ্ৰীৰ সৈতে ৰাওনা হোৱা এমভি পদ্ম নেভিগেচন-২ জাহাজ আৰু শিলৰ চিপৰ সৈতে ৰাওনা হোৱা এমভি ত্রিশূল জাহাজৰ ফ্লেগ্‌-অফ সোণোৱালৰ, ভাৰত, ভূটান আৰু বাংলাদেশৰ মাজত ত্রিপাক্ষিক বাণিজ্য বৃদ্ধিৰ বাবে যোগীঘোপাৰ এই নতুন টার্মিনেল পূব ভাৰতৰ লজিষ্টিক খণ্ডৰ বাবে এক মাইলৰ খুঁটি": সর্বানন্দ সোণোৱাল

publisher by publisher
February 18, 2025
in India, Assam, News
Reading Time: 2 mins read
0
2
SHARES
18
VIEWS
ShareShareShareShare

Inland water transport terminal opened at Jogighopa:

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জলপথ খণ্ডত এক নতুন দিগন্তৰ সূচনাৰে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেলৰ শুভ উদ্বোধন কৰি অনুষ্ঠানটো উপলক্ষে কেন্দ্রীয় কেবিনেট মন্ত্ৰীগৰাকীয়ে যোগীঘোপাৰ পৰা বাংলাদেশলৈ শিলৰ চিপৰ সৈতে জাহাজ এমভি ত্রিশূল আৰু ১১০ মেট্রিক টন কয়লাযুক্ত বাৰ্জ অজয় আৰু দীক্ষুৰ সৈতে এমভি পদ্ম নেভিগেচন-২জাহাজৰ ফ্লেগ্‌-অফ কৰে।

ADVERTISEMENT

sonowal main২০২১ চনৰ ফেব্ৰুৱাৰী মাহত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উক্ত টার্মিনেলৰ আধাৰশিলা স্থাপন কৰিছিল। টার্মিনেলটোৰ কৌশলগত গুৰুত্ব আছে কিয়নো ই ভূটানৰ গেলেফুৰ পৰা ৯১ কিমি দূৰত্বত, বাংলাদেশ সীমান্তৰ পৰা ১০৮ কিমি আৰু গুৱাহাটীৰ পৰা ১৪৭ কিমি দূৰত্বত অৱস্থিত। ই বাংলাদেশ আৰু ভূটানৰ সৈতে আমাৰ দেশৰ দ্বিপাক্ষিক বাণিজ্যিক সম্পর্ক অধিক শক্তিশালী কৰাত অৰিহণা যোগাব। ২০২৭ বর্ষলৈ এই টার্মিনেলে বছৰি ১.১ নিযুত টন কাৰ্গ পৰিচালনা কৰিব বুলি আশা কৰা হৈছে।

RelatedPosts

Drugs Seized in Jogighopa:যোগীঘোপাত আৰক্ষীৰ জালত ড্রাগছসহ কুখ্যাত সৰবৰাহকাৰী

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

Sarbananda Sonowal Wall Painting in Dibrugarh:আজিৰে পৰা আৰম্ভ ৰাজ্যজুৰি বিজেপিৰ দেৱাল লিখন অভিযান

বাংলাদেশ, নেপাল, ভূটান, ম্যানমাৰ আদিৰ দৰে চুবুৰীয়া দেশসমূহৰ সৈতে কৌশলগত আঞ্চলিক প্রকল্প আৰু চুক্তিৰ জৰিয়তে ভাৰতে বর্ধিত আঞ্চলিক বাণিজ্য আৰু নিৰৱচ্ছিন্ন পৰিবহণ সংযোগৰ সুবিধাৰ বাবে নিজকে এক গুৰুত্বপূৰ্ণ জলপথ প্ৰৱেশদ্বাৰ হিচাপে প্ৰতিষ্ঠা কৰিছে আৰু এনেদৰেই দক্ষিণ এছিয়াৰ সামগ্রিক বিকাশ আৰু একত্ৰিকৰণত অৰিহণা যোগাইছে, লগতে অঞ্চলটোৰ অর্থনৈতিক বিকাশত এক নতুন গতি দিছে। ৮২ কোটিতকৈও অধিক ব্যয়েৰে নিৰ্মিত যোগীঘোপা টার্মিনেলত এটা আৰচিচি জেটি আছে যাৰ সামগ্ৰী পৰিচালনাৰ বাবে বৈদ্যুতিক স্তৰৰ লুফিং ক্ৰেইনৰ সৈতে ব্যৱস্থা আছে। টার্মিনেলটোত প্রশাসনিক ভৱন, শুল্ক কার্যালয় ভৱন, ইমিগ্রেচন কার্যালয়, ট্রাক পার্কিং এলেকা, ১১০০ বর্গমিটাৰৰ আৱৰা ষ্ট’ৰেজ এলেকা আৰু পাৱাৰ বেক আপৰ সৈতে ১১,০০০ বর্গমিটাৰৰ মুকলি ষ্ট’ৰেজৰ দৰে আন্তঃগাঁথনিমূলক সুবিধাও আছে।

sonowal 2অনুষ্ঠানত ভূটানৰ বাণিজ্য আৰু নিয়োগ মন্ত্রী লিয়ংপ’ নামগ্যাল দর্জী, অসম চৰকাৰৰ মন্ত্ৰীসকল- ৰণজিৎ কুমাৰ দাস, বিমল বড়া, যোগেন মহন, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ ফণীভূষণ চৌধুৰী, ধুবুৰী লোকসভা সমষ্টিৰ সাংসদ ৰকিবুল হুছেইন, দক্ষিণ অভয়াপুৰীৰ বিধায়ক প্রদীপ সৰকাৰ, ভাৰতীয় আভ্যন্তৰীণ জলপথ প্ৰাধিকৰণৰ অধ্যক্ষ বিজয় কুমাৰৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ভাষণ প্রসংগত কয়, “জলপথৰ সঠিক ব্যৱহাৰে এখন ৰাষ্ট্ৰক শক্তিশালী কৰি তুলিব পাৰে। দেশৰ মাননীয় প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই ২০১৪ চনৰ পৰাই কৈ আহিছে যে পৰিবহণৰ আন্তঃগাঁথনি বৃদ্ধি অবিহনে দেশৰ ৰূপান্তৰ অসম্ভৱ। এই যাতায়াত ব্যৱস্থাক উন্নত কৰাৰ বাবে যোগীঘোপাত মাল্টিম’ডেল লজিষ্টিক পার্ক স্থাপনৰ দৰে অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হৈছে। লজিষ্টিক খৰচ কমাবৰ নিমিত্তে আটাইতকৈ ব্যয়সাপেক্ষ মাধ্যমটোৱেই হৈছে জলপথ। উদাহৰণস্বৰূপে- যি ১ টন সামগ্ৰী ট্ৰাকৰ জৰিয়তে স্থানান্তৰ কৰিবলৈ ২০০ টকা লাগে, ৰে’লপথৰ জৰিয়তে ১.৫০ টকা লাগে, জলপথৰ জৰিয়তে স্থানান্তৰিত কৰিবলৈ মাত্র ৬০ পইচাৰ প্ৰয়োজন। ২০২১ চনত মোদী চৰকাৰে গ্ৰহণ কৰা ৰাষ্ট্ৰীয় লজিষ্টিক নীতিৰ লক্ষ্যই আছিল এই খৰচ ১৪%-ৰ পৰা ৮%-লৈ হ্রাস কৰা।

ইয়াৰ জৰিয়তে দেশৰ অৰ্থনীতিত ধনাত্মক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ২০১৪ চনৰ আগলৈকে অর্থনৈতিক ক্ষেত্ৰত যিখন দেশে পৃথিৱীৰ একাদশ স্থানত আছিল, আজি মাত্র ১০ বছৰৰ ভিতৰতে পঞ্চম স্থান লাভ কৰিবলৈ সক্ষম হ’ল। মোদী ডাঙৰীয়াই চলিত কাৰ্যকালৰ ভিতৰত ভাৰতক বিশ্বৰ অৰ্থনীতিৰ ক্ষেত্ৰখনত তৃতীয় স্থানলৈ উন্নীত কৰাৰ লক্ষ্য আগত ৰাখিছে। আমাৰ এই যাত্ৰাত সৰ্বস্তৰৰ ৰাইজ সহযোগী হ’ব লাগিব। কাৰণ এতিয়া আৰু পূৰ্বৰ দৰে ৰাজতন্ত্ৰ চলি থকা নাই। এয়া গণতন্ত্ৰৰ অমৃত কাল। নদী হৈছে সভ্যতাৰ জননী। পৃথিৱীৰ বহু ৰাষ্ট্ৰ নদী তথা সমুদ্রক কেন্দ্ৰ কৰিয়ে গঢ়ি উঠিছে। আমিও ব্রহ্মপুত্র নদক লৈ গর্ববোধ কৰোঁ।

sonowal 1ব্ৰহ্মপুত্ৰ আমাৰ বাবে আপদ নহয়, সম্পদহে। অতদিনে ব্ৰহ্মপুত্ৰৰ সম্ভাৱনীয়তাক অৱজ্ঞা কৰি অহা হৈছিল বাবে ইয়াৰ উচিত ব্যৱহাৰ কৰা হোৱা নাছিল। যোগীঘোপাৰ মাল্টিম’ডেল লজিষ্টিক পাৰ্কৰ ফলত আমাৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশৰ লগত আমাৰ সম্বন্ধ সুদৃঢ় হ’ব। ব্ৰহ্মপুত্ৰৰ সহায়ত আজি আমি ভাৰত-বাংলাদেশ প্রট’কল জলপথেৰে ভাৰতৰ বিভিন্ন উপকূলীয় বন্দৰ তথা আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈও যাব পাৰোঁ। ইয়াৰ বাবে ‘ৰাষ্ট্ৰীয় ভেচেল নীতি’ প্ৰস্তুত কৰা হৈছে, যাৰ ফলত অনুজ্ঞাপত্ৰৰ বাবে পূৰ্বৰ দৰে প্ৰতিখন ৰাজ্যতে বাধাৰ সন্মুখীন হ’ব নালাগে। এতিয়া এখন ৰাষ্ট্ৰীয় অনুজ্ঞাপত্ৰৰে দেশৰ সকলোবোৰ জলপথত বাধাহীনভাৱে চলাচল কৰিব পৰা যাব। কেৱল মালবাহী জাহাজেই নহয় যাত্রীবাহী জাহাজৰো চলাচল ইয়াৰ জৰিয়তে সুগম কৰা হৈছে। বিশ্বৰ আটাইতকৈ দীঘলীয়া নদী ক্রুজ- গংগা আৰু ব্ৰহ্মপুত্ৰ সংযোগী এমভি গংগা বিলাস ইয়াৰ এক সফল উদাহৰণ।”

“উত্তৰ-পূৰ্বাঞ্চলত ৰাষ্ট্ৰীয় জলপথ-২ অর্থাৎ ব্রহ্মপুত্রক কেন্দ্ৰ কৰি ব্যাপক বিকাশ অব্যাহত আছে। পাণ্ডুত জাহাজ মেৰামতি সুবিধা, বগীবিল টার্মিনেলৰ উন্নয়ন, পাণ্ডুৰ সৈতে যাতায়াত সংযোগ আদি বিভিন্ন প্রকল্প বৰ্তমান উন্নয়নৰ বিভিন্ন পর্যায়ত আছে। উত্তৰ-পূবৰ জলপথৰ বিকাশৰ বাবে বৃহৎ বিনিয়োগৰ পৰিকল্পনা কৰা হৈছে, যিয়ে অর্থনৈতিক বিকাশ আৰু সমৃদ্ধিত যথেষ্ট অৰিহণা যোগাব। যোগীঘোপাৰ নতুন আইডব্লিউটি টার্মিনেলৰ কাৰ্যকৰীকৰণ এই দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে পৰিগণিত হৈছে।”, কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি কয়।

sonowal 4আভ্যন্তৰীণ জলপথ পৰিবহণ খণ্ডত যোৱা এটা দশকত বাণিজ্য আৰু পৰিবহণৰ ক্ষেত্ৰত অভূতপূর্ব বৃদ্ধি পৰিলক্ষিত হৈছে। কাৰ্যকৰী ৰাষ্ট্ৰীয় জলপথৰ সংখ্যা ৭৬৭% বৃদ্ধি হৈছে, ৰাষ্ট্ৰীয় জলপথত পৰিচালনা কৰা কাৰ্গৰ পৰিমাণ ৭২৭% বৃদ্ধি হৈছে, আভ্যন্তৰীণ জলপথৰ বাবে বাজেট আবণ্টন ৮৬০% বৃদ্ধিৰ সৈতে মাল্টিম’ডেল টার্মিনেলত ৬২% অভূতপূর্ব বৃদ্ধি হৈছে। নদী ক্রুজ টার্মিনেলত ৬২% অভূতপূর্ব বৃদ্ধি হৈছে। নদী ক্ৰুজ জাহাজৰ সংখ্যা ২০১৩-১৪ বৰ্ষত ৩ৰ পৰা ২০২৩-২৪ বর্ষত ২৫লৈ বৃদ্ধি পাইছে। নদীৰে যাত্ৰা কৰা যাত্ৰীসকলৰ সুবিধার্থে গুৱাহাটীত এটা বিশ্বমানৰ নদী ক্‌রুজ টার্মিনেল বিকশিত কৰা হৈছে। ইয়াৰ উপৰি, শিলঘাট, বিশ্বনাথ ঘাট, নিমাতী আৰু গুঁইজান ঘাটত ৪টা নদী ক্ৰুজ টার্মিনেলৰ বিকাশ কৰি থকা হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Inland water transport terminal openedJogighopaUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d