Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

চিআৰপিএফ গুৱাহাটী আৰু সমীপৱৰ্তী কাৰ্যালয় পৰিদৰ্শন  সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ

publisher by publisher
February 19, 2025
in India
Reading Time: 1 min read
0
চিআৰপিএফ গুৱাহাটী আৰু সমীপৱৰ্তী কাৰ্যালয় পৰিদৰ্শন  সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ
4
SHARES
40
VIEWS
ShareShareShareShare

চিআৰপিএফ গুৱাহাটী আৰু সমীপৱৰ্তী কাৰ্যালয় পৰিদৰ্শন  সঞ্চালকপ্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙৰ

কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ নৱনিযুক্ত সঞ্চালক প্ৰধান শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে ১৭ আৰু ১৮ ফেব্ৰুৱাৰী, ২০২৫ত গ্ৰুপ চেণ্টাৰ চিআৰপিএফ গুৱাহাটী আৰু ইয়াৰ সমীপৱৰ্তী কাৰ্যালয়সমূহ পৰিদৰ্শন কৰে।

ADVERTISEMENT

RelatedPosts

No Content Available

তেওঁৰ ভ্ৰমণকালত শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙক কোৱাৰ্টাৰ গাৰ্ডত অভিবাদন জনোৱা হয়। ইয়াৰ পিছতে জিচি শ্বহীদ স্মাৰকৰ লগতে দেশৰ সেৱাত প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলক সিঙে শ্ৰদ্ধাঞ্জলি জনায়। জিচি চিআৰপিএফ গুৱাহাটীৰ ডিআইজি শ্ৰী মানস ৰঞ্জনে সঞ্চালক প্ৰধানগৰাকীক অসম, মেঘালয় আৰু মিজোৰামৰ শ্বহীদসকলৰ বিষয়ে অৱগত কৰে।

সৈনিক সন্মিলনৰ সময়ত কৰ্মচাৰীসকলক উদ্দেশ্যি দিয়া ভাষণত সঞ্চালক প্ৰধানগৰাকীয়ে বাহিনীটোক অধিক উচ্চতালৈ উন্নীত কৰিবলৈ নিষ্ঠা আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ বিষয়া, কৰ্মচাৰী, বীৰ নাৰী আৰু প্ৰবীণ সৈনিকসকলৰ সৈতেও মত বিনিময় কৰাৰ লগতে  তেওঁলোকৰ সমস্যাৰাজি মনোযোগেৰে শুনি সেইবোৰ সমাধানৰ আশ্বাস দিয়ে। জি চি চিআৰপিএফ গুৱাহাটীত অনুষ্ঠিত এক সম্বৰ্ধনা অনুষ্ঠানত শ্ৰী সিঙে বাহিনীটোৰ প্ৰতি ব্যতিক্ৰমী অৱদান আগবঢ়োৱা সৈনিকসকলক সম্বৰ্ধনা জনায়।

WhatsAppImage2025 02 19at7.28.34PM(1)NTNT

উলুবাৰীৰ পিএইচকিউত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান, অসম আৰক্ষী আৰু চিআৰপিএফৰ জ্যেষ্ঠ বিষয়া আৰু কমাণ্ডেণ্টৰ সৈতে এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয় সঞ্চালক প্ৰধান সিং। বৈঠকত তেওঁলোকে গুৰুত্বপূৰ্ণ কাৰ্যকৰী বিষয়সমূহৰ ওপৰত আলোচনা কৰে। তদুপৰি শ্ৰী জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে উত্তৰ-পূৰ্বাঞ্চলৰ কাৰ্যালয় পৰিদৰ্শন কৰি উত্তৰপূব মণ্ডলৰ অতিৰিক্ত সঞ্চালক প্ৰধান শ্ৰী ৰাজা শ্ৰীবাস্তৱ আৰু এনইএছৰ মুখ্য কাৰ্যালয়ৰ আই জি শ্ৰী দানেশ ৰাণাক সাক্ষাৎ কৰি উত্তৰ-পূব মণ্ডলত কাৰ্য্যকলাপৰ ফলপ্ৰসূ ৰূপায়ণ শক্তিশালী কৰাৰ লগতে বৃদ্ধিৰ কৌশল সম্পৰ্কে আলোচনা কৰে।

WhatsAppImage2025 02 19at7.28.34PMPOK2

চিডব্লিউএৰ সভানেত্ৰী শ্ৰীমতী অনামিকা সিঙে আৰচিডব্লিউএ গুৱাহাটী ভ্ৰমণ কৰি এফডব্লিউচিৰ কৰ্মচাৰী, তেওঁলোকৰ পৰিয়াল আৰু মণ্টেছৰী ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে। আৰচিডব্লিউএ গুৱাহাটীৰ মুৰব্বী শ্ৰীমতী সোমা মুখাৰ্জীয়ে সভাপতিগৰাকীক চিনাকি কৰাই দিয়ে। শ্ৰীমতী সিঙে আৰচিডব্লিউএ গুৱাহাটীত মহিলা কৰ্মচাৰী আৰু পৰিয়ালৰ সৈতে জড়িত হৈ তেওঁলোকৰ সমস্যাৰাজি মনোযোগেৰে শুনি আৰু তেওঁলোকক সম্পূৰ্ণ সহায়ৰ আশ্বাস দিয়ে। তেওঁ মণ্টেছৰী স্কুলৰ শিশুসকলকো সাক্ষাৎ কৰে, য’ত সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। তেওঁলোকৰ অৱদানক স্বীকৃতি দিবলৈ তেওঁ এফডব্লিউচিৰ শ্ৰেষ্ঠ কৰ্মচাৰী আৰু অসাধাৰণ প্ৰদৰ্শন কৰা শিশুসকলক সম্বৰ্ধনা জনোৱাৰ লগতে উপহাৰ প্ৰদান কৰি তেওঁলোকৰ উৎসাহ আৰু মনোবল বৃদ্ধি কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: চিআৰপিএফ
publisher

publisher

Related Posts

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

কাইলৈ ব্রিটেইনত নিলাম হ’ব জয়পুৰৰ ঐতিহাসিক ‘ছুপাৰ কম্পিউটাৰ’

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !
India

গুজৰাটত ভয়ংকৰ হত্যাকাণ্ড !

April 27, 2026
২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d