Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Bhupen kumer Bora:ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক

বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

publisher by publisher
February 19, 2025
in India, Assam, News
Reading Time: 1 min read
0
Bhupen kumer Bora:ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক
2
SHARES
18
VIEWS
ShareShareShareShare

 Bhupen kumer Bora:

ৰাজ্যৰ অৰ্থনীতি থানবান হৈ পৰা এক জটিল পৰিস্থিতিত মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰি তৰুণ গগৈয়ে অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিৱেশ সুস্থ কৰি তুলিছিল। মুখ্যমন্ত্ৰী হিচাপে তৰুণ গগৈৰ দক্ষতা সন্দৰ্ভত কোনেও প্ৰশ্ন উত্থাপন কৰা নাছিল যদিও শেহতীয়াকৈ অসম লোকসেৱা আয়োগৰ নিযুক্তি সন্দৰ্ভত অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনৰ কেইটামান পৃষ্ঠাক কেন্দ্ৰ কৰি কংগ্ৰেছ দল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক যিদৰে সমালোচনা কৰা হৈছে সেয়া দেখি মই হতচকিত হৈ পৰিছো।

ADVERTISEMENT

মোৰ আজি এনেকুৱা লাগিছে যে ৰাজনীতি নকৰা হ’লেই ভাল আছিল। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন কুমাৰ বৰাই আজি পুৱাৰ ভাগত সাংবাদিকৰে হোৱা বাৰ্তালাপত এইদৰে কয়। বৰাই কয়, ৰাজনৈতিক উদ্দেশ্যেপ্ৰণোদিতভাৱে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি দলৰ ৰাজ্যিক সভাপতিয়ে স্বৰ্গগামী হোৱা এজন ব্যক্তিক অহেতুক বিতৰ্কলৈ টানি আনিছে। এয়া অসমীয়া পৰম্পৰাৰ বিৰোধী আৰু ভগৱানে ইয়াৰ বিচাৰ কৰিব। অসম লোকসেৱা আয়োগৰ অধ্যক্ষ ৰাকেশ পালক আয়োগৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়াৰ ক্ষেত্ৰত তিনিজন কেবিনেট মন্ত্ৰীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। তাৰ ভিতৰত এজন বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু দুজন বিজেপি দলতেই আছে। বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত কিন্তু তেওঁলোকৰ নাম উল্লেখ নাই। ৯০০ পৃষ্ঠাৰ এখন প্ৰতিবেদন পুংখানুপুংখ বিশ্লেষণ নকৰাকৈ এটা মাত্ৰ ৫০২ নম্বৰ পৃষ্ঠাত থকা সাক্ষীৰ কেতবোৰ ভাষ্যক লৈ অসমত এটা হৈ-চৈৰ সৃৃষ্টি কৰা হৈছে। এই সাক্ষীজনৰ কেলেংকাৰীৰ অন্যতম খলনায়ক আছিল। তেওঁৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ’ল সেয়া উল্লেখ নাই।

RelatedPosts

Gaurav gogoi special speech in Loksabha:লোকসভাত সংবিধানৰ ১৩১ সংখ্যক সংশোধনী বিৰোধীতাৰে কি কৈছিল সাংসদ গৌৰৱ গগৈয়ে

Gaurav Gogoi Special Comment:বটদ্ৰৱা থানত মুখ্যমন্ত্ৰীয়ে শপত লোৱাৰ প্ৰত্যাহ্বান গ্ৰহণ গৌৰৱ গগৈৰ

Pawan Khera Pressmeet in Barpeta:বৰপেটা প্ৰেছ ক্লাৱত এআইচিচিৰ মিডিয়া বিভাগৰ অধ্যক্ষ পৱন খেৰাৰ গুৰুত্বপূৰ্ণ সংবাদমেল

৩ বছৰ পূৰ্বে দাখিল কৰা প্ৰতিবেদনখন ইমানদিন গাপ দি ৰাখি হঠাৎ নিৰ্বাচনলৈ এবছৰ থকা সময়ত গ্ৰহণ কৰি নিউজ চেনেলৰ যোগেদি এটা মাত্ৰ পৃষ্ঠা প্ৰকাশ কৰি প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈক বদনামী কৰাৰ ষড়যন্ত্ৰ কৰা হৈছে। উমৰাংছুৰ কয়লা খনিত শ্ৰমিকৰ মৃত্যু হোৱা বিষয়টো তল পেলাবলৈ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালৰ পৰ্বতসম দুৰ্নীতিৰ লগত জড়িত বুলি অভিযোগ উত্থাপন হোৱাৰ সময়তে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কয়লা ছিণ্ডিকেটৰ লগত জড়িত বুলি গম পোৱাৰ পিছত ইছ্যু ডাইভাৰ্ট কৰিবলৈ বুলি এইদৰে বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদন ব্যৱহাৰ কৰা হৈছে। বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পত্তিৰ এখন তালিকা ইতিমধ্যে ৰাজহুৱা কৰি থৈছে। সেই তালিকাখন সত্য নে সেয়া অসমৰ ৰাইজে জানে। কিন্তু প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পত্নী ডলী গগৈৰ নামত চাহ বাগিছা, ৰিজ’ৰ্ট, প্ৰাইভেট স্কুল, টিভি চেনেল, বাতৰি কাকত ক্ৰয় কৰিব নোৱৰা বাবে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অপৰাধ হ’ল নেকি বুলি প্ৰশ্ন কৰে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক্ষুৰধাৰ সমালোচনা কৰি বৰাই কয় যে যিজন ব্যক্তিৰ আঙুলিত ধৰি হিমন্ত বিশ্ব শৰ্মাই ৰাজনীতিৰ স্বৰ্গসুখ লাভ কৰিলে সেইজন ব্যক্তিক মৃত্যুৰ ৬ বছৰৰ পিছত বদনামী কৰাৰ বাবে ষড়যন্ত্ৰ কৰিলে। অসমৰ সংস্কৃতিত এনে ঘটনা আগতে ঘটা নাই আৰু ইয়াৰ বাবে ভগৱানেও হিমন্ত বিশ্ব শৰ্মাক ক্ষমা নকৰে বুলি তেওঁ উল্লেখ কৰে। ৰাই দুখ প্ৰকাশ কৰি কয়, যিজন তৰুণ গগৈয়ে ব্যক্তিগত স্কুল নিৰ্মাণ নকৰি ৰাজহুৱা ষ্টেডিয়াম নিৰ্মাণ কৰিলে, হাতত বন্দুক লোৱা মানুহক দেশৰ ৰাষ্ট্ৰীয় পতকাক চেল্যুট কৰিবলৈ শিকালে, ভাঙি যাবলৈ ধৰা অসমৰ অৰ্থনীতিক স্থিৰতা প্ৰদান কৰিলে, ৰাষ্ট্ৰীয় ক্ৰীড়া অনুষ্ঠিত কৰিব পৰা আন্তঃগাথঁনি সৃষ্টি কৰিলে, সেইজন ব্যক্তিক নিজস্ব ৰাজনৈতিক স্বাৰ্থত মৃত্যুৰ পিছতো খেদি ফুৰাতো বেদনাদায়ক।

ইয়াৰোপৰি অসম বিজেপিৰ সভাপতি দিলীপ শইকীয়াই প্ৰয়াত তৰুণ গগৈক দুৰ্নীতিৰ চৰ্দাৰ আছিল বুলি কৰা মন্তব্যক সমালোচনা কৰি বৰাই কয় যে, সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈয়ে যদি দুৰ্নীতিৰ চৰ্দাৰ আছিল তেন্তে সেই সময়ৰ বিজেপিৰ সভাপতি সৰ্বানন্দ সোণোৱালে কিয় গগৈৰ বিৰুদ্ধে তদন্তৰ দাবী নকৰি সেই সময়ৰ কংগ্ৰেছৰ প্ৰতাপী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক দুৰ্নীতিৰ চৰ্দাৰ বুলি কিতাপ প্ৰকাশ কৰিছিল? বৰাই তাৎপৰ্যপূৰ্ণ ভাবে মন্তব্য কৰি কয় যে দিলীপ শইকীয়াই এতিয়া সৰ্বানন্দ সোণোৱালৰ বিপক্ষে কৈছে নে হিমন্তৰ শ্ৰুতলিপি মতে কৈছে সেয়া অসমৰ ৰাইজে বিচাৰ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APCCAPSC ScambHUPEN BORA Reaction
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d