Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Allegations of fraud:নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হ’বলৈ জালিয়াতিৰ আশ্ৰয়ৰ অভিযোগ অগপ নেতা ড:তপন দাসৰ বিৰুদ্ধে

    ফুকেট বিমানবন্দৰত বিপত্তি: কথমপি ৰক্ষা ১৩০ৰো অধিক যাত্ৰী

    Diesel exports from NRL to Bangladesh:মধ্য প্ৰাচ্যৰ যুদ্ধৰ প্ৰভাৱ পৰিল বাংলাদেশত !

    All India police atheletic championship :৭৪ সংখ‍্যক All-India Police Athleticsত সোণৰ পদকেৰে উজ্জ্বলি উঠিল অসমৰ লং জাম্পাৰ ৰিম্পী বুঢ়াগোহাঁই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Tamil Nadu মূচল ষ্টেচনত হিন্দী নাম, শিক্ষা নীতিৰ বিৰুদ্ধে ভাষা আন্দোলনত জ্বলিছে তামিলনাডু

samimsultana by samimsultana
February 24, 2025
in India
Reading Time: 1 min read
0
Tamil Nadu মূচল ষ্টেচনত হিন্দী নাম, শিক্ষা নীতিৰ বিৰুদ্ধে ভাষা আন্দোলনত জ্বলিছে তামিলনাডু
1
SHARES
13
VIEWS
ShareShareShareShare

Tamil Nadu মূচল ষ্টেচনত হিন্দী নাম, শিক্ষা নীতিৰ বিৰুদ্ধে ভাষা আন্দোলনত জ্বলিছে তামিলনাডু

তামিলনাডু জ্বলিছে ভাষা আন্দোলনৰ জুই । ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ নামত হিন্দীক বলপূৰ্বক কৰি লিখাৰ অভিযোগ মুখ্যমন্ত্ৰী ষ্টেলিনৰ।

ADVERTISEMENT

এই পৰিস্থিতিৰ মাজতে ‘হিন্দী হাথাও’ নীতিৰ অধীনত তামিলনাডুৰ ষ্টেচনৰ পৰা হিন্দীত লিখা আখৰ আঁতৰাই দিয়া হ’ল।

RelatedPosts

দেশত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ তামিলনাডু আৰু পশ্চিমবঙ্গত আঠ জন আটক

ডেৰশৰো অধিক ডিগ্ৰী আহৰণ কৰা এজন অধ্যাপকৰ বিস্ময়কৰ কাহিনী

জাত-পাতৰ নামত তামিলনাডুৰ এখন জিলাত এবছৰতে সংঘটিত হ’ল ২৪০ টা হত্যাকাণ্ড

দেওবাৰে তামিলনাডুৰ কইম্বাটুৰৰ পলাচী ষ্টেচনত ক’লা চিয়াঁহীৰে হিন্দীত লিখা নাম মোহাৰিলে ডিএমকেৰ সদস্যসকলে।

আনহাতে ষ্টেলিনে সকীয়াই দিয়ে যে কেন্দ্ৰই ১০ হেজাৰ কোটি টকা দিলেও ৰাজ্যখনত ৰাষ্ট্ৰীয় শিক্ষা নীতি কাৰ্যকৰী কৰা নহ’ব।

কেন্দ্ৰৰ ৰাষ্ট্ৰীয় শিক্ষা নীতি অনুসৰি শিক্ষা ব্যৱস্থাত তিনিটা ভাষাৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে। তামিলনাডুৰ ক্ষেত্ৰত সেয়া হ’ল তামিল, হিন্দী আৰু ইংৰাজী।

ষ্টেলিন চৰকাৰে এই নীতিৰ ওপৰত আপত্তি জনাই। তেওঁ কয়, “কেন্দ্ৰই দুই হেজাৰ কোটি টকাৰ পৰিৱৰ্তে ১০হেজাৰ কোটি টকা দিলেও মই এই পাপ নকৰো।এই নীতিত স্বাক্ষৰ কৰিলে তামিল সমাজখন ২০০০ বছৰ পিছুৱাই যাব।”

ষ্টেলিনে লগতে কয়, “দ্ৰাবিড় আন্দোলনে ৮৫ বছৰ ধৰি তামিল ভাষাৰ সুৰক্ষাৰ বাবে যুঁজ দি আহিছে। বিগত ৭৫ বছৰত হিন্দী আগ্ৰাসনৰ বাবে ভাৰতত ৫২টা ভাষা নোহোৱা হৈ গৈছে। কেৱল হিন্দীয়ে ২৫টা ভাষা ধ্বংস কৰিছে। শিক্ষা আৰু স্বাস্থ্য আমাৰ ৰাজ্যৰ দুটা চকু। ইয়াত ৰাষ্ট্ৰীয় শিক্ষা। ইয়াত ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে হিন্দী আৰোপ কৰাটো গ্ৰহণ নকৰোঁ। ”

বিগত বুধবাৰে ষ্টেলিনৰ পুত্ৰ উদয়নিধিয়ে হিন্দীৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰে। কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনৰ ওপৰত শিক্ষা নীতি জাপি দিয়াৰ অভিযোগ উত্থাপন কৰি তেওঁ কয়, ‘হিন্দী ভাষাই উত্তৰ ৰাজ্যৰ কেইবাটাও স্থানীয় ভাষা ধ্বংস কৰি পেলাইছে। ৰাজস্থানী, হৰিয়ানৱী, ভোজপুৰী আদি বহু ভাষা শেষ কৰি তাত হিন্দী স্থানীয় ভাষা হৈ পৰিছে ।যদি তামিলনাডুত এই ভাষা ৰূপায়ণ কৰা হয়, তেন্তে তামিল ভাষাও ধ্বংস হ’ব।”

প্ৰয়োজন হ’লে তামিলনাডুও ভাষা যুদ্ধৰ বাবে সাজু বুলিও জনাই উপমুখ্যমন্ত্ৰীয়ে । তীব্ৰ বিৰোধিতাৰ মাজতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে পাল পাতিয়ে ষ্টেলিনলৈ এখন পত্ৰ লিখে।

পত্ৰখনত উল্লেখ আছে যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে কোনো ভাষা জাপি দিয়া হোৱা নাই। কিন্তু কিছুমান ক্ষেত্ৰত বিদেশী ভাষাৰ ওপৰত অতিৰিক্ত নিৰ্ভৰশীলতা দেখা যায়। ফলস্বৰুপে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ ভাষাৰ গভীৰতালৈ যাব পৰা নাই।

ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে ভাষা নিৰ্বাচনৰ স্বাধীনতা লাভ কৰিব। নিজৰ পছন্দৰ ভাষাত পঢ়া-শুনা আগবঢ়াই নিব পাৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: TAMIL NADU
samimsultana

samimsultana

Related Posts

ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ
India

March 11, 2026
পশ্চিম এছিয়াৰ সংঘাত: আৱদ্ধ ভাৰতীয়সকলৰ বাবে বিশেষ বিমান চলাব এয়াৰ ইণ্ডিয়া আৰু ইণ্ডিগ

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

আকস্মিক জটিল সংকট!
India

আকস্মিক জটিল সংকট!

March 11, 2026
নিয়ন্ত্ৰণ হেৰুৱাই উল্টি গ’ল BMW, ৰাজস্থানত পথ দুৰ্ঘটনাত মৃত্যু শাকুন গ্ৰুপৰ এমডিৰ

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d