Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ

    বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

    কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

    মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

    দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

    যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জাত-পাতৰ নামত তামিলনাডুৰ এখন জিলাত এবছৰতে সংঘটিত হ’ল ২৪০ টা হত্যাকাণ্ড

publisher by publisher
August 27, 2025
in India, News
Reading Time: 1 min read
0
জাত-পাতৰ নামত তামিলনাডুৰ এখন জিলাত এবছৰতে সংঘটিত হ’ল ২৪০ টা হত্যাকাণ্ড
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

দেশত আক্ৰমণ কৰাৰ ষড়যন্ত্ৰ তামিলনাডু আৰু পশ্চিমবঙ্গত আঠ জন আটক

ডেৰশৰো অধিক ডিগ্ৰী আহৰণ কৰা এজন অধ্যাপকৰ বিস্ময়কৰ কাহিনী

তামিলনাডুত প্ৰচণ্ড বৰষুণৰ পূৰ্বাভাস, ৰেড এলাৰ্ট জাৰি!

Tamilnadu:✒️দেশৰ ভিতৰত অন্যতম ধনী ৰাজ্য হ’লেও তামিলনাডুত ঠাই বিশেষে জাত-পাতৰ বিচাৰ প্ৰৱল হৈয়ে আছে। আনকি মাথোঁ এবছৰতে ৰাজ্যখনৰ তিৰুনেলভেলি জিলাত জাত-পাতৰ নামত ২৪০ টা হত্যাকাণ্ড সংঘটিত হৈছে।

ADVERTISEMENT

স্বাভাৱিকতে ইয়ে ৰাজ্যখনত জাত-পাতৰ নামত কেনে নাৰকীয় পৰিৱেশ বিৰাজ কৰিছে তাৰ আভাস স্পষ্ট কৰিছে। জাত-পাতৰ নামত হোৱা এনে হত্যা-হিংসাক লৈ উদ্বিগ্ন হৈ উঠি অসবর্ণ বা আন্তঃধর্মীয় বিবাহৰ বাবে নিজৰ কার্যালয় মুকলি কৰিছে চিপিএমে।

দক্ষিণৰ ৰাজ্যখনত বাঁওদলটোৰ স্থিতি বিশেষ শক্তিশালী নহ’লেও সাম্প্রতিক পৰিৱেশক লৈ দলে এনে সিদ্ধান্ত গ্রহণ কৰিছে। এই সম্পৰ্কত চিপিএমৰ ৰাজ্যিক সম্পাদক পি ষন্মগমে কয় যে অসবর্ণ বা আন্তঃধর্মীয় বিবাহপাশত আবদ্ধ হ’বলৈ সিদ্ধান্ত লোৱা প্রেমিক-প্রেমিকাসকলে ইচ্ছা কৰিলে দলৰ কাৰ্যালয়ত বিবাহপাশত আবদ্ধ হ’ব পাৰিব।

দলে লক্ষ্য কৰিছে যে বিগত কিছু বছৰৰ পৰা তামিলনাডুত জাত-পাতৰ নামত হত্যা-হিংসাৰ ঘটনা বৃদ্ধি পাইছে। বিশেষকৈ তিরুনেলভেলি জিলাৰ পৰিৱেশ অধিক উদ্বেগজনক। মাথোঁ এবছৰৰ ভিতৰতে জাত-পাতৰ নামত ২৪০ টা হত্যাকাণ্ডৰ ঘটনা সংঘটিত হৈছে।

যোৱা এক-ডেৰ বছৰত জিলাখনৰ পৰিস্থিতিৰ শোচনীয় অৱনতি ঘটে। সম্প্রতি এই জিলাত চিপিএমে অসবর্ণ বা আন্তঃধর্মীয় বিবাহৰ বাবে এটা কার্যালয় মুকলি কৰিছে। দলৰ এই কাৰ্যালয়ত নিম্ন বৰ্ণৰ পাত্র-পাত্রীয়ে উচ্চবৰ্ণৰ পাত্র-পাত্ৰীৰ স’তে বিবাহপাশত আবদ্ধ হ’ব পাৰিব।

আৰম্ভণি অৱস্থাত দলৰ এই কার্যালয় একাংশই ভাঙি পেলায় বুলিও চিপিএমৰ ৰাজ্যিক সম্পাদক যন্মগমে সদৰী কৰিছে। তৎসত্ত্বেও হতাশ নহৈ দলে অসবর্ণ বিবাহৰ বাবে এই কার্যালয় মুকলি ৰখা বুলি চিপিএম নেতাজনে জনায়। এই সম্পর্কত তেওঁ কয়,’তিৰুনেলভেলিত আমাৰ কাৰ্যালয় এগৰাকী কন্যাৰ ঘৰৰ মানুহে ভাঙি চুৰমাৰ কৰিছিল। তৎসত্ত্বেও আমি পিছুৱাই নাহিলো। তাৰ পাছতে আমি সিদ্ধান্ত ল’লো যে সমগ্র ৰাজ্যত এনে ধৰণৰ বিবাহ আমি সম্পন্ন কৰাম। অন্যথা বর্ণবাদৰ বিৰুদ্ধে যুদ্ধ কৰা নহ’ব।’

উল্লেখ্য যে তামিলনাডুৰ শাসকীয় ডিএমকে নেতৃত্বাধীন মৰ্চাৰ অন্যতম অংশীদাৰ হৈছে চিপিএম। ৰাজ্যখনত উদ্বেগজনকভাবে বৃদ্ধি পোৱা জাত-পাতকেন্দ্রিক হত্যা-হিংসাক লৈ দলে উদ্বেগ প্রকাশ কৰি মুখ্যমন্ত্রী এম কে ষ্টেলিনকো ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে।

ইতিমধ্যে ৰাজ্যখনৰ বাঁওদলসমূহে বিধানসভাত আইন প্রণয়ন কৰি এনে নাৰকীয় কাণ্ড প্ৰতিৰোধ কৰিবলৈ দাবী উত্থাপন কৰিছে। উল্লেখ্য যে পৰিসংখ্যা অনুসৰি বিগত এক-ডেৰ বছৰত জাত-পাতৰ নামত তামিলনাডুত যিমান হিংসাৰ ঘটনা সংঘটিত হৈছে তাৰ অধিকাংশই হৈছে প্রেম-প্রণয় আৰু বিবাহকেন্দ্রিক।

এনে হিংসাত কাৰোবাৰ পাত্ৰীৰ মৃত্যু হৈছে বা কাৰোবাৰ পাত্ৰ হত্যাৰ বলি হৈছে। গতিকে চিপিএমে বিবাহৰ বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। ইপিনে, দলৰ তামিলনাডু ৰাজ্যিক শাখাই গ্ৰহণ কৰা এনে ব্যৱস্থাই পশ্চিমবংগ চিপিএমতো প্রভাৱ পেলোৱাৰ সম্ভাৱনা বৃদ্ধি পাইছে। বহুতে চর্চা কৰে যে পশ্চিমবংগত ধৰ্মান্তৰকৰণ ঘটনা অব্যাহত আছে।

আন্তঃধর্মীয় বিবাহৰ ক্ষেত্ৰত দলীয় ব্যৱস্থা গ্রহণ কৰিব নেকি বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত চিপিএমৰ পশ্চিমবংগৰ ৰাজ্যিক সমিতিৰ সম্পাদক তথা পলিটব্যুৰ’ৰ সদস্য মহম্মদ ছেলিমে কয় যে এনে কাৰ্যৰ বাবে তেওঁলোকৰ দলৰ দুৱাৰ সদায়ে মুকলি আছে।

এই সম্পর্কত তেওঁ লগতে কয়, ‘বিয়া বিষয়টো সামাজিক বিষয়। দলৰ কাৰ্যালয়ত মানুহৰ বাবে কাম কৰা হয়। গতিকে আমাৰ কাৰ্যালয় বিবাহৰ বাবে ব্যৱহাৰ হ’ব পাৰে। কোনো বাধা নাই।’ এই সম্পর্কত তেওঁ লগতে কয় যে কিছু বছৰ পূর্বে দলে মেদিনীপুৰত শাওণ মাহৰ জলযাত্ৰীসকলৰ বাবে এটা কার্যালয় মুকলি কৰিছিল। জলযাত্রীসকলে এই কার্যালয়ত বিশ্রাম কৰিছিল। তেওঁলোকক সহায় কৰাৰ কাৰণ আছিল জলযাত্রীসকলো মানুহ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: TAMIL NADU
publisher

publisher

Related Posts

লাডাখ ভাৰতৰ অবিচ্ছেদ্য অংগ, এয়াই সত্য: চীনক প্ৰত্যুত্তৰ নতুন দিল্লীৰ
India

October 14, 2026
বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব
India

বিআইটি মেছৰাৰ পৰা অভিযান্ত্ৰিক বিদ্যাত পিএইচডি অৰ্জন আৰতি মাহাতোৰ, গাঁৱৰ প্ৰথম মহিলা হিচাপে গঢ়িলে কৃতিত্ব

October 14, 2026
কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত
India

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ এল মুৰগনৰ, ৰাজ্যসভাৰ সদস্য পদো ত্যাগৰ সিদ্ধান্ত

October 14, 2026
মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু
Assam

মুকলিৰ এমাহ নৌহওঁতেই খহি খাল সদৃশ হ’ল চিনামৰাৰ উৰণীয়া সেতু

October 14, 2026
দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি
India

দিল্লীত ৰণসজ্জা: এদিনত ক্ষতি দুহেজাৰ কোটি

October 14, 2026
যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা
India

যন্তৰ-মন্তৰত বেৰিকেড পাৰ হৈ পতাকা উৰুওৱাৰ পৰিণতি, তিহাৰ কাৰাগাৰলৈ ককৰোচ পাৰ্টিৰ দুই নেতা

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d