Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান

    ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

    Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

    LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

    Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

    পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

যুৱ শক্তিক প্ৰেৰণাৰ বাবে মণ্ডল সভাপতিৰ বয়সৰ সীমাৰেখা ৪৫ বছৰ হোৱা উচিত:মুখ্যমন্ত্রী, পঞ্চায়ত, স্বায়ত্ব শাসিত উন্নয়ন পৰিষদ, বি.টি.আৰ আৰু বিধানসভা নির্বাচনত দলৰ সেনাপতি ৰূপে অবতীর্ণ হওঁক নব-নির্বাচিত জিলা সভাপতি আৰু মণ্ডল সভাপতিসকল:দিলীপ শইকীয়া

publisher by publisher
March 1, 2025
in India, Assam, News
Reading Time: 2 mins read
0
Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে
1
SHARES
13
VIEWS
ShareShareShareShare

Cm Himanta Viswa Sarma:

ভাৰতীয় জনতা পার্টি, অসম প্রদেশৰ মুখ্য কাৰ্যালয় অটল বিহাৰী বাজপেয়ী ভৱনত শনিবাৰে নব-নির্বাচিত জিলা আৰু মণ্ডল সভাপতি সকলৰ সাংগঠনিক কর্মশালা আৰু অভিনন্দন সভা অনুষ্ঠিত হয়। সাংগঠনিক কর্মশালাৰ সমাপন ভাষণত মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কয় যে কংগ্ৰেছৰ দিনত অৱহেলিত আৰু পিছপৰি থকা সকলো লোককে সমাহিত কৰি সকলো আঁচনিৰ দ্বাৰা উপকৃত কৰাৰ বাবে নৱ-নির্বাচিত জিলা আৰু মণ্ডল সভাপতি সকলে নিৰন্তৰ আৰু সচেতন প্রহৰীৰূপে কাম কৰিব লাগিব।

ADVERTISEMENT

3ভাষণ প্রসংগত মুখ্যমন্ত্রী শর্মাই সমৃদ্ধিশালী অসম আৰু অসমীয়াৰ ভবিষ্যত সুৰক্ষাৰ বাবেই অনাগত দিনত বিজেপি চৰকাৰৰ প্রয়োজন বুলি দোহাবে। লগতে মুখ্যমন্ত্রীয়ে কয় যে বিজেপি চৰকাৰ থকা বাবেই আজি অসমীয়া ভাষা ধ্রুপদী ভাষা হিচাপে জগত সভালৈ যাব পাৰিছে, চৰাইডেউ মৈদাম বিশ্বমানচিত্রত জিলিকি উঠিছে। অসমৰ ইতিহাসত প্রাপ্তি আৰু স্বর্ণিল ভবিষ্যতৰ দুৱাৰ মুকলিৰ বাটকটীয়া হৈ ৰব এডভান্টেজ আছাম ২.০ যাৰ ফলশ্রুতিত প্রায় ৪.৯১ কোটি টকাৰ বিনিয়োগ অসমলৈ অহাৰ পথ প্রশষ্ট হ’ল।

RelatedPosts

Cm Himanta Biswa Sarma:দেশৰ যুদ্ধকালীন পৰিস্থিতিৰ বাবে ১০ মে’ৰ পৰা বিহু অনুষ্ঠিত নকৰিবলৈ বিহু কমিটিলৈ আহ্বান মুখ্যমন্ত্ৰীৰ

Assam Cabinet:অসম কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত,জাগীৰোড চেমিকণ্ডাক্টৰ প্ৰকল্প নাম’ ৰতন টাটা ইলেক্ট্ৰনিক চিটি(আৰটিইচ)

Bjp Leader Ashok Bharali Passed Away:বিজেপি নেতা হৰেকৃষ্ণ ভৰালীক শেষ বিদায় ৰাজ্যিক বিজেপিৰ

অসম প্রদেশ বিজেপিৰ প্ৰয়াত ছয় গৰাকী সভাপতিৰ কষ্ট, ত্যাগ আৰু সাধনাৰ স্মৃতিক সুঁৱৰি সভাপতি শইকীয়াই নব-নির্বাচিত জিলা আৰু মণ্ডল সভাপতি সকলক সমাগত পঞ্চায়ত, স্বায়ত্ব শাসিত উন্নয়ন পৰিষদ, বিটিআৰ আৰু বিধানসভা নিৰ্বাচনত দলৰ সেনাপতি ৰূপে অবতীর্ণ হবৰ বাবে আহ্বান জনায়।

চাহ জনগোষ্ঠীৰ বিনন্দীয়া কৃষ্টি ঝুমইৰক বিকশিত ভাৰতৰ খনিকৰ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দ্বাৰা “ঝুমইৰ বিনন্দিনী” শীর্ষক বর্ণিল নৃত্যানুষ্ঠাৰ শুভাৰম্ভণিৰ জৰিয়তে চাহ জনগোষ্ঠীৰ সংস্কৃতিক এক নতুন পৰিচয়ৰে মহীয়ান কৰাৰ বাবে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাক ৬৫ লাখ দলৰ সদস্যৰ হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে সভাপতি দিলীপ শইকীয়াই।

দূৰদর্শী আৰু আধুনিক অসমৰ স্বপ্নদ্রষ্টা বুলি ড: হিমন্ত বিশ্ব শর্মাক অভিহিত কৰি দিলীপ শইকীয়াই কয় যে দেশ-বিদেশৰ প্ৰতিষ্ঠানৰ বিপুল অংশগ্রহণ আৰু বিপুল বিনিয়োগৰ প্রতিশ্রুতিৰে ঐতিহাসিক কৰি তোলা এডভান্টেজ আছাম ২.০ সমৃদ্ধিশালী আৰু বিকশিত অসমৰ ৰূপান্তৰৰ আধাৰ।

সাংগঠনিক সভা সম্বোধন কৰি অসমৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে কয় যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে এডভান্টেজ। ২০১৬ চনত প্রধানমন্ত্রীৰ দায়িত্ব লৈয়ে প্রত্যেক ১৫ দিনৰ মূৰত এগৰাকী কেন্দ্রীয় মন্ত্ৰীক উত্তৰ-পূৰ্বাঞ্চলত প্রবাসী কাৰ্যসূচী লোৱাটো নিশ্চিত কৰে যাৰ ফলশ্রুতিত আজি উত্তৰ-পূৰ্বাঞ্চল দক্ষিণ পূৱ এছিয়াৰ দুৱাৰদলী হবলৈ গৈ আছে।

আজিৰ এই সভাতেই ভাৰতীয় জনতা পার্টিৰ জ্যেষ্ঠ কার্যকর্তা হৰেকৃষ্ণ ভৰালীৰ পৱিত্ৰ স্মৃতিত উচর্গিত অসম প্রদেশ বিজেপিৰ মুখপত্র “বিজেপি বার্তা” উন্মোচন কৰে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি.এল সন্তোষ ডাঙৰীয়াই।

সভাপতি দিলীপ শইকীয়াৰ সঞ্চালনাত অনুষ্ঠিত উক্ত সাংগঠনিক সভাত উপস্থিত থাকে অসমৰ মুখ্যমন্ত্রী ড:হিমন্ত বিশ্ব শৰ্মা, কেন্দ্রীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱাল, ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল. সন্তোষ, বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাচা, প্রদেশ বিজেপিৰ ৰাষ্ট্ৰীয় প্রভাৰী হবিশ দ্বিবেদী, প্রদেশ বিজেপিৰ সদ্যবিদায়ী সভাপতি ভবেশ কলিতা, প্রদেশ বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক জি. আৰ. ৰবীন্দ্ৰ ৰাজু, অসম প্রদেশ বিজেপিৰ ৩৯ খন সাংগঠনিক জিলাৰ নৱ-নির্বাচিত জিলা সভাপতি আৰু অসম প্রদেশ বিজেপিৰ ৪৩৩ টা মণ্ডলৰ নৱ-নির্বাচিত মণ্ডল সভাপতি সকল। আজিৰ সভাত আপেক্ষিত ৫০৭ জন কাৰ্যকৰ্তাৰ ভিতৰত ৫০০জন কার্যকর্তা উপস্থিত থাকি সংগঠনৰ শক্তি বৃদ্ধিৰ লগতে সমাগত প্রতিটো নির্বাচনতে প্রচণ্ড বিজয়ৰ সংকল্প গ্রহণ কৰে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cm Himanta Biswa SarmaDilip SaikiaState Bjp Mandal MeetingState Bjp Office
publisher

publisher

Related Posts

India-Pakistan ceasefire:যুদ্ধবিৰতি ঘোষণাৰ বাবে সাজু ভাৰত-পাকিস্তান
India

May 10, 2025
ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?
India

ভাৰত-৫, পাকিস্তান-৩… বিশ্বৰ আটাইতকৈ প্ৰদূষিত বায়ু পোৱা তালিকাত প্ৰথম স্থানত কোনখন দেশ?

May 10, 2025
Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী
India

Cm Himanta Viswa Sarma Pressmeet:সেনা বাহিনীত কৰ্মৰত জোৱানৰ পৰিয়াললৈ সহায়ৰ হাত আগবঢ়াব ৰাজ্য চৰকাৰে:মুখ্যমন্ত্ৰী

May 10, 2025
LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী
News

LGBIA:গুৱাহাটী বিমানকোঠত তালাচী বৃদ্ধি,নিয়োগ অধিক নিৰাপত্তাৰক্ষী

May 10, 2025
Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি
India

Assam Bhawan:ভাৰত- পাকিস্তানৰ মাজত সংঘাত -উত্তেজনাক লৈ অসম চৰকাৰৰ হেল্পলাইন মুকলি

May 10, 2025
পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি
News

পহলগাম আক্ৰমণক গৰিহণা দি জি-৭ দেশসমূহৰ যৌথ বিবৃতি

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d