Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

State BJP organizes ‘Beneficiary Relations Campaign’ Workshop:অসম চাহ মজদুৰ সংঘৰ কেইবাসংখ্যকে বিজেপিত যোগদান

দলৰ মুখ্য কাৰ্যালয়ত "হিতাধিকাৰী সম্পর্ক অভিযান" কৰ্মশালাৰ আয়োজন

publisher by publisher
February 27, 2024
in Assam, India, News
Reading Time: 2 mins read
0
State BJP organizes ‘Beneficiary Relations Campaign’ Workshop:অসম চাহ মজদুৰ সংঘৰ কেইবাসংখ্যকে বিজেপিত যোগদান
6
SHARES
62
VIEWS
ShareShareShareShare

RelatedPosts

Cm Pressmeet:অসমত ২৮৯৫টা ফেচবুক একাউন্ট ইছলামাবাদ, ঢাকা আদিৰ পৰা সক্ৰিয় হৈ আছে:মুখ্যমন্ত্ৰী

Cm Himanta Viswa Sarma:বিজেপি চৰকাৰ সমৃদ্ধিশালী আৰু সুৰক্ষিত অসমৰ বাবে

Bjp Leader Ashok Bharali Passed Away:বিজেপি নেতা হৰেকৃষ্ণ ভৰালীক শেষ বিদায় ৰাজ্যিক বিজেপিৰ

State BJP organizes ‘Beneficiary Relations Campaign’ Workshop:

ৰাজ্যৰ বিভিন্ন দল-সংগঠনৰ পৰা কেইবাজনো নেতা-কর্মীয়ে আজিও বিজেপি দলত যোগদান কৰে। ৰাজ্যৰ ৰাজনৈতিক পৰিস্থিতিত শাসকীয় বিজেপি দলৰ প্ৰতি আগ্রহ প্রকাশ কৰি আজি অসম চাহ মজদুৰ সংঘৰ নগাঁও শাখাৰ সভাপতি সুকদেৱ নায়ক, মাৰ্ঘেৰিটা শাখাৰ সম্পাদক হৰিনন্দ গৌড়, টিংৰাই শাখাৰ সম্পাদক বংশীলাল চাহু আৰু নাহৰকটীয়া শাখাৰ সম্পাদক বলৰাম তাঁতীৰ নেতৃত্বত মজদুৰ সংঘৰ শতাধিক কর্মকর্তাৰ লগতে বিলাসীপাৰা পৌৰসভাৰ কংগ্ৰেছ দলৰ তিনিগৰাকী সদস্যই বশিষ্ঠস্থিত মুখ্য কার্যালয়ত সভাপতি ভবেশ কলিতাৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে।

ADVERTISEMENT

যোগদান কার্যসূচীত অন্যান্য সকলৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্রসাদ তাচা, অসম চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, সাংসদ দিলীপ শইকীয়া, বিধায়কদ্বয় ৰূপেশ গোৱালা আৰু ভাস্কৰ শর্মাও উপস্থিত থাকে। অসমৰ মুখ্যমন্ত্রী  হিমন্ত বিশ্ব শৰ্মাৰ চাহ জনগোষ্ঠীয় ৰাইজৰ হকে গ্রহণ কৰা উন্নয়নলমূক বিভিন্ন কাৰ্যসূচীৰ প্ৰতি আকৃষ্ট হৈ চাহ মজদুৰ সংঘৰ নেতা-কর্মীসকলে দলত যোগদান কৰাৰ সিদ্ধান্ত লয় বুলি অৱগত কৰে।

আনহাতে দলৰ মুখ্য কার্যালয়ত আজি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে গ্ৰহণ কৰা জনকল্যাণমূলক আঁচনিসমূহৰ সজাগতা বৃদ্ধিৰ লগতে হিতাধিকাৰী সকলৰ অধিকাৰ সুনিশ্চিত কৰাৰ উদ্দেশ্যে দলৰ মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী’ ভৱনত ‘হিতাধিকাৰী সম্পর্ক অভিযান‘ শীর্ষক এক কর্মশালা অনুষ্ঠিত হয়।

দলৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাৰ উপস্থিতিত অনুষ্ঠিত কর্মশালাত ৰাষ্ট্রীয় সম্পাদক কামাখ্যা প্রসাদ তাচা,ৰাষ্ট্রীয় নেতা অবিনাশ ক’লি, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্র ৰাজু, হিতাধিকাৰী সম্পর্ক অভিযানৰ আহ্বায়ক নাৰায়ণ ডেকাও উপস্থিত থাকে। কর্মশালাত বিভিন্ন জনকল্যাণমূলক আঁচনিৰ সমূহৰ সুফল পাবলৈ সক্ষম হোৱা হিতাধিকাৰী সকলৰ সৈতে মত-বিনিময় কৰিবলৈ সিদ্ধান্ত গ্রহণ কৰা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Beneficiary Relations Campaign' WorkshopState Bjp OfficeState BJP organizes
publisher

publisher

Related Posts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d