Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    ২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

Islamabad:’অপাৰেছন সিন্দূৰ’ত ছন্দ হেৰুৱাইছে ইছলামাবাদে !

পাকিস্তানৰ ৰাজপথত টেংক,সন্ত্রাসবাদীৰ বিধ্বস্ত ঘাটিৰ সন্মুখত অসহায় পাক সেনা,পাকিস্তানী পতাকাৰে ঢকা শাৰী শাৰী কফিন,আক্ৰমণৰ ১৪ ঘণ্টাৰ পাছতো ওলাই আছে ধোঁৱা

publisher by publisher
May 8, 2025
in News, Crime, International
Reading Time: 3 mins read
0
Islamabad:’অপাৰেছন সিন্দূৰ’ত ছন্দ হেৰুৱাইছে ইছলামাবাদে !
2
SHARES
19
VIEWS
ShareShareShareShare

Islamabad:

অপাৰেচন সিন্দুৰ’ৰ আঘাতত তাল হেৰুৱাই পেলাইছে ইছলামাবাদে। পহলগামৰ নৰসংহাৰৰ ১৪ দিনৰ পাছত প্রতিশোধ ল’লে ভাৰতীয় সেনাই। পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰ (পিতা’কে) ৰ নটা স্থানত বুধবাৰে পুৱতি নিশা আক্রমণ চলাই সন্ত্রাসবাদীৰ ঘাটি ধ্বংস কৰে ভাৰতীয় সেনাই। ইয়াৰ পাছতে এই ঘটনাৰ প্রত্যাঘাতৰ ভাবুকি দিয়ে পাক প্রধানমন্ত্রী শ্বাহবাজ শ্বৰিফে। সন্ত্রাসবাদীৰ ঘাটিত ভাৰতীয় সেনাই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ ১২-১৩ ঘণ্টাৰ পাছত একাংশ আন্তর্জাতিক সংবাদ মাধ্যমে প্রকাশ কৰে পাক পঞ্জাৱ প্ৰদেশৰ এলানি ফটো। প্রত্যাঘাতৰ বাবে যে ৰাৱালপিণ্ডিৰ সেনা বিষয়াসকল প্রস্তুত হৈছে, তাৰেই স্পষ্ট ইংগিত পোৱা গৈছে সেই ফটোসমূহত। অৱশ্যে ভাৰতৰ এই আক্ৰমণত যে কিছু পৰিমাণে পাকিস্তানে তাল-মান হেৰুৱাই পেলাইছে, তাৰো ইংগিত পোৱা গৈছে।

ADVERTISEMENT

আন্তর্জাতিক সংবাদ মাধ্যমে প্রকাশ কৰা ফটোত পঞ্জাৱ প্ৰদেশৰ লাহোৰ সংলগ্ন মুৰিদকেৰ ৰাজপথত ট্রাকত উঠাই বহু সংখ্যক টেংক সৰবৰাহ কৰা দেখা গৈছে। লক্ষ্যণীয়ভাৱে সেই অঞ্চলতে আছে পাক সমর্থনপুষ্ট সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈয়বাৰ মুখ্য কাৰ্যালয়। পহলগাম কাণ্ডৰ প্ৰতিশোধ লোৱাৰ বাবে তাতেই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ কৰে ভাৰতীয় সেনাই। এইদৰে ট্ৰাকত বোজাই কৰি টেংক ৰাজপথলৈ ওলাই বিষয়টোৰ অন্তৰালত একাংশ প্রতিৰক্ষা বিশ্লেষকে দুটা কাৰণ থাকিব পাৰে বুলি মত প্রকাশ কৰিছে। ভাৰতৰ স’তে পূর্ণ পৰ্যায়ৰ যুদ্ধত লিপ্ত হোৱাৰ বাবে সেই টেংকবোৰ লাহে লাহে সীমান্তলৈ প্ৰেৰণৰ নিৰ্দেশ দিব পাৰে পাক সেনা প্রধান আছিম মুনিবে। অথবা নতুন দিল্লীৰ পৰৱৰ্তী আক্ৰমণৰ আতংকত টেংকসমূহ নিৰাপদ স্থানলৈ আঁতৰাই নিছে ইছলামাবাদে।

RelatedPosts

‘আগতকৈ অধিক কঠোৰ হ’ব প্ৰতিক্ৰিয়া’ ,Operation Sindoor 2.0 লৈ সেনা কৰ্তৃপক্ষৰ স্পষ্ট বাৰ্তা

দেশত প্ৰথমবাৰ ড্ৰ’নৰ বাবে বিশেষ ৰানৱে!

ফ্ৰান্সৰ পৰা পুনৰ ১৫০টা SCALP ক্ষেপণাস্ত্ৰ ক্ৰয়!

দ্বিতীয়খন ফটোত দেখা গৈছে হাতত একে-৪৭ ৰাইফল লৈ ৰাস্তাৰ দাঁতিত থিয় দি থকা এজন পাক সেনা জোৱানৰ কাষেৰে পাৰ হৈ গৈছে এখন বগা ৰঙৰ গাড়ী। আন্তর্জাতিক সংবাদ মাধ্যমসমূহে দাবী কৰিছে যে সেই গাড়ীত আছিল ৰাষ্ট্ৰসংঘৰ একাংশ প্রতিনিধি। তেওঁলোকৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবেই সেই জোৱান নিয়োজিত হৈছিল। তদুপৰি সন্ত্রাসবাদীৰ ঘাটিত ভাৰতৰ আক্ৰমণত নিহত এজন লোকৰ শেষকৃত্যৰ ফটোও পোহৰলৈ আহিছে। ইছালামীয় ৰীতি মাতি তাত এজন ধর্মগুৰুসহ একাংশ লোকে নতশিৰ কৰি থিয় দি আছে। সন্মুখত আছে নিহতজনৰ কফিন। নিহত লোকজন পাক সমর্থন পুষ্ট কোন সন্ত্রাসবাদী সংগঠনৰ বা তেওঁ কিমান ডাঙৰ নেতা, সেয়া এতিয়াও পোহৰলৈ অহা নাই।

ইছলামাবাদে দাবী কৰিছে যে পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজফ্ফ্‌ফ্ফৰবাদৰ বিলাল মছজিদত আক্ৰমণ কৰিছে ভাৰতে। ধ্বংসস্তূপত পৰিণত হোৱা উক্ত অঞ্চল পৰিদৰ্শন কৰে ৰাষ্ট্ৰসংঘৰ কেইজন মান প্রতিনিধিয়ে। তেওঁলোকৰ লগত আছিল পাকিস্তানী সেনাৰ একাংশ উচ্চপদস্থ বিষয়া। সেই ফটোও প্রকাশ কৰিছে আন্তর্জাতিক সংবাদ মাধ্যমে। আক্ৰমণৰ পাছতে মুজফ্ফৰবাদৰ বিলাল মছজিদৰ ৰাস্তাসহ সমগ্ৰ অঞ্চলটোৰ নিৰাপত্তাৰ চাদৰৰে ঢাকি পেলায় পাক সেনাই। পথৰ পাকে পাকে সশস্ত্র বাহিনী নিয়োজিত কৰা হৈছে। অঞ্চলটোৰ বাসিন্দাসকলক স্বাধীনভাৱে ঘূৰা-পকা কৰাটো নিষেধ কৰা হৈছে বুলি এক সূত্রই সদৰী কৰিছে। ভাৰতৰ ক্ষেপণাস্ত্ৰ আক্ৰমণত উৰি যোৱা বিলাল মছজিদৰ ধ্বংসস্তূপ ভালদৰে নিৰাক্ষণ কৰে পাক সেনাৰ উচ্চপদস্থ বিষয়াসকলে। উক্ত ধর্মীয় স্থানক সন্ত্রাসবাদীৰ ঘাটিৰূপে ব্যৱহাৰ কৰি থকাৰ অভিযোগ দীর্ঘদিনৰ পৰাই আছে। তাৰ পৰাই মৌলবাদৰ বিষবাষ্প বিয়পাই দিছিল ইছলামাবাদৰ সমর্থনপুষ্ট সন্ত্রাসবাদী নেতাসকলে। নতুন দিল্লীৰ প্রত্যাঘাতত উৰি যায় উক্ত মছজিদৰ ছাদ আৰু গম্বুজ। ভাঙি পৰে চৌপাষৰ প্ৰাচীৰো।

তদুপৰি পাক পঞ্জাৱ প্ৰদেশৰ বাহাৱালপুৰৰ সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলাই ভাৰতীয় সেনাই। সেই স্থানৰ ধ্বংসস্তূপৰ ফটোও প্রকাশ কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমে। ইছলামাবাদে দাবী কৰিছে যে বাহাৱালপুৰৰ এখন মাদ্রাছাত নতুন দিল্লীয়ে আক্ৰমণ কৰিছে। ফলত নিৰীহ নাগৰিকে প্ৰাণ হেৰুৱাইছে। যদিও এই দাবী মানি লোৱা নাই নৰেন্দ্ৰ মোদী চৰকাৰে। বাহাৱালপুৰত ভাৰতৰ আক্রমণত নিহত এজন লোকৰ কফিনবন্দী দেহ সমাধিস্থ কৰাৰ প্ৰস্তুতিৰ ফটোও প্ৰকাশ কৰিছে আন্তৰ্জাতিক সংবাদ মাধ্যমে। শেষকৃত্যস্থলীত উপস্থিত থকা লোকসকল সন্ত্রাসবাদী কার্যকলাপৰে জড়িত হয় নে নহয়, সেয়া স্পষ্ট নহয়। সেইদৰে নিহত লোকজনৰ পৰিচয়ো পাক চৰকাৰে সদৰী কৰা নাই। অৱশ্যে তেওঁৰ কফিন বগা কাপোৰৰে ঢকা আছিল।

পাক পঞ্জাৱ প্ৰদেশৰ মুৰিদকে অঞ্চলৰ এটা সন্ত্রাসবাদীৰ ঘাটিও ভাৰতীয় সেনাই উৰুৱাই দিয়ে। সেই অঞ্চলতো সেনা জোৱান নিয়োজিত কৰিছে ৰাৱালপিণ্ডিৰ সেনা বিষয়াই। লগতে নমুনা সংগ্ৰহৰ বাবে সমগ্ৰ অঞ্চলটো ঘেৰি থোৱা হৈছে। ধ্বংসস্তূপৰ ফটো দেখি সেয়া কোনো সন্ত্রাসবাদী নেতাৰ বাসস্থান বুলি ধাৰণা কৰা হৈছে। মুৰিদকেত ভাৰতীয় ক্ষেপণাস্ত্র আক্ৰমণত উৰি যোৱা সন্ত্রাসবাদীৰ ঘাটিসমূহত উদ্ধাৰ কাৰ্য চলোৱাৰ বাবে শ্বৰিফ চৰকাৰে বিশেষ বাহিনী নিয়োজিত কৰিছে। ধ্বংসস্তূপৰ তলত আবদ্ধ হৈ পৰা সন্ত্রাসবাদীসকলৰ জীৱন ৰক্ষা কৰাই যে সেই বাহিনীৰ মূল উদ্দেশ্য তাত কোনো সন্দেহ নাই। একাংশ বিশ্লেষকে আকৌ দাবী কৰিছে যে সম্প্রতি প্রমাণ নষ্ট কৰিব বিচাৰিছে ইছলামাবাদে।

আন্তর্জাতিক সংবাদ মাধ্যমৰ ফটোত দেখা গৈছে যে আক্ৰমণৰ ১২ৰ পৰা ১৪ ঘণ্টাৰ পাছতো মুজফ্ফ্ফৰপুৰৰ বিলাল মছজিদৰ পৰা ধোঁৱা ওলাই আছে। মছজিদৰ ওপৰৰ গম্বুজ উৰি যোৱাত লোৰ নক্সা ওলাই পৰিছে। কেমেৰাৰ লেন্সত সেয়া ধৰা পৰিছে। তদুপৰি বাহাৱালপুৰৰ এটা ঘৰৰ মাজত পাকিস্তানৰ জাতীয় পতাকাৰে ঢাকি ৰখা কে’বাটাও কফিনৰ ফটোও আন্তর্জাতিক সংবাদ মাধ্যমে প্রকাশ কৰিছে। এই ক্ষেত্ৰতো নিহতসকলৰ প্ৰকাশ কৰা হোৱা নাই। অৱশ্যে অতীতত পাকিস্তানে বহুবাৰ সন্ত্রাসবাদীসকলক স্বাধীনতা সংগ্ৰামী বা নায়কৰ মৰ্যাদা প্রদান কৰি আহিছে। সেয়ে ইয়াত আচৰিত হ’বলগীয়া একো নাই বুলিয়ে মত প্রকাশ কৰিছে একাংশ প্রতিৰক্ষা বিশ্লেষকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Indian ArmyIndo pak warJaish-e-MohammedLetLoCOperation Sindoor
publisher

publisher

Related Posts

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন
India

২৮ এপ্ৰিলত শ্বিলঙত নৱনিৰ্মিত ইণ্ডোৰ ক্রিকেট একাডেমিৰ উদ্বোধন

April 27, 2026
পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি
News

পাঁচ বছৰত দেশত অর্বুদপতিৰ সংখ্যা ৫১ শতাংশ পাব বৃদ্ধি

April 27, 2026
মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী
India

মুম্বাইৰ পথত এইবাৰ চালক বিহীন টেক্সী

April 27, 2026
মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!
News

মানৱসৃষ্ট জলবায়ু সংকট: আহি আছে শতিকাৰে শক্তিশালী এলনিনো!

April 27, 2026
কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ
India

কপালত তিলক লগাই বিমানত উঠা নিষিদ্ধ

April 27, 2026
কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে
News

কিয় বাৰে বাৰে আক্ৰমণৰ সন্মুখীন হৈছে কাৰণ সদৰী কৰিলে ট্রাম্পে

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d