Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    ট্রেফিক আইন ভংগ কৰিলে বাতিল হ’ব পাৰে ড্রাইভিং লাইচেঞ্চ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Pak Pm Comments:ভাৰতৰ তিনি ৰাফেলসহ পাঁচ যুঁজাৰু বিমান বগৰাই দিলো: পাক প্রধানমন্ত্রী

থৰকাচুটি হেৰুওৱা পাকিস্তানৰ বিভ্ৰান্তিকৰ মন্তব্য

publisher by publisher
May 8, 2025
in International, News
Reading Time: 4 mins read
0
Pak Pm Comments:ভাৰতৰ তিনি ৰাফেলসহ পাঁচ যুঁজাৰু বিমান বগৰাই দিলো: পাক প্রধানমন্ত্রী
1
SHARES
13
VIEWS
ShareShareShareShare

RelatedPosts

‘সন্ত্রাসবাদ ধ্বংসৰ সংকল্পত অটল ভাৰত’ — অপাৰেশন সিন্দূৰৰ বৰ্ষপূর্তিত সেনাক প্ৰণাম মোদীৰ

‘আগতকৈ অধিক কঠোৰ হ’ব প্ৰতিক্ৰিয়া’ ,Operation Sindoor 2.0 লৈ সেনা কৰ্তৃপক্ষৰ স্পষ্ট বাৰ্তা

ফ্ৰান্সৰ পৰা পুনৰ ১৫০টা SCALP ক্ষেপণাস্ত্ৰ ক্ৰয়!

Pak Pm Comments:

:পাকিস্তানত সুদীর্ঘ কালছোৱা বাহৰ পাতি থকা দুর্ধর্ষ সন্ত্রাসবাদী সংগঠন লস্কৰ-হ-তৈবা আৰু জইছ-ই-মহম্মদৰ ঘাটিত ভাৰতৰ নিৰ্দিষ্ট লক্ষ্য নির্ধাৰত সঠক অক্ৰমণৰ পাছত তত হেৰুৱাইছে পাকিস্তানে। ২০১৯ৰ ১৬ ফেব্ৰুৱাৰীত খাইবাৰ পাখটুনখোৱা প্ৰদেশৰ বালাকেটিত ভাৰতীয় বায়ুসেনাৰ আক্ৰমণৰ পাছত পাকিস্তানে কৈছিল যে কেইডালমান পাইন গছ আৰু এটা পৃষ্ঠাৰ পৰা পাক সংবাদ মাধ্যমে স্থানীয় বাসিন্দাসকলৰ ভাষ্য গ্রহণ কৰি এইদৰে তীব্ৰ প্ৰচাৰ চলাইছিল। দাবী কৰিছিল যে জম্মু-কাশ্মীৰৰ পুলৱামা কাণ্ডৰ ১২ দিন পাছত ভাৰতৰ প্রত্যাঘাত সম্পূর্ণৰূপে ব্যর্থ। অৱশ্যে এইবাৰ জম্মু-কাশ্মীৰৰ পহলগামৰ ঘটনাৰ প্রত্যাঘাত স্বৰূপে ভাৰতে মাজনিশা চলোৱা অপাৰেছন সিন্দুৰৰ পাছত পূৰ্বৰ স্থিতিৰ ওলোটা খৰ দি পাকিস্তানে দাবী কৰে যে ৰাষ্ট্ৰখনৰ ছয় স্থানত ভাৰতৰ আক্রমণত কমেও ২০জন নিহত হৈছে। বুধবাৰে দিনৰ ভাগত পাক সেনাই এই তথ্য প্রকাশ কৰে।

ADVERTISEMENT

ইপিনে, একে সময়তে পাকিস্তানৰ আন্তঃবাহিনী জনসংযোগ বিভাগৰ লেফটেনেন্ট জেনেৰেল আহমেদ শ্বৰীফ চৌধুৰীয়ে আকৌ দাবী কৰে যে কোনো ভাৰতীয় যুদ্ধবিমানক পাক আকাশ সীমা উলংঘন কৰিবলৈ দিয়া হোৱা নাই। চৌধুৰীয়ে এক সংবাদমেলত কয়, ‘কোনো ভাৰতীয় বিমানক পাকিস্তানৰ আকাশমার্গত প্রৱেশ কৰিবলৈ দিয়া হোৱা নাই আৰু পাকিস্তানৰ কোনো বিমানে ভাৰতীয় আকাশ সীমাত প্রৱেশ কৰা নাই।’ চৌধুৰীয়ে দাবী কৰে যে ভাৰতৰ আক্রমণত সর্বাধিক ক্ষয়-ক্ষতি হৈছে বাহাবালপুৰৰ আহমেদপুৰ ইষ্ট চহৰৰ। তাত ১৩জন নিহত হৈছে। এইসকলৰ ভিতৰত দুটি তিনি বছৰীয়া শিশু, সাতগৰাকী মহিলা আৰু চাৰিজন পুৰুষ আছে।

তদুপৰি আহত হৈছে ৩৭জন। এইসকলৰ ভিতৰত ২৮জন পুৰুষ আৰু ছগৰাকী মহিলা। জম্মু-কাশ্মীৰৰ নিয়ন্ত্রণৰেখা (এলঅ’চি)ত ভাৰতীয় সেনাই আগ্রাসনৰ চেষ্টা চলাইছে বুলিও পাক সেনা বিষয়াজনে অভিযোগ কৰিছে। তেওঁ কয়, ‘আমাৰ সেনাই ভাৰতীয় আগ্রাসনৰ সমুচিত উত্তৰ দিছে।’ এলঅ’চিত কেইটামান ভাৰতীয় সেনা চকী আৰু সেনা শিবিৰৰ ফটো প্ৰদৰ্শন কৰি তেওঁ সংবাদ মাধ্যমত বক্তব্যৰ সমর্থনত দাবীৰ সত্যতা প্রমাণৰ চেষ্টাও চলায়। অৱশ্যে একে সময়তে আকাশ সীমা উলংঘনক লৈ চৌধুৰীয়ে কৰা দাবীৰ সত্যতাক লৈ প্রশ্ন উত্থাপন হৈছে।

ইপিনে, আক্ৰমণৰ পাছত পাকিস্তানৰ প্রধানমন্ত্রী শাহবাজ শ্বৰীফে হুংকাৰ দি কয় যে এই আক্ৰমণৰ পাছত পাকিস্তানে মনে মনে বহি নাথাকে। যোগ্য প্রত্যুত্তৰ দিয়া হ’ব। তেওঁ ভাৰতৰ অপাৰেছন সিন্দুৰক কাপুৰুষালী বুলি অভিহিত কৰি পাকিস্তানী সেনাৰ প্ৰশংসাত পঞ্চমুখ হয়। কালি পাকিস্তান সংসদত শ্বৰীফে কয় যে ভাৰতৰ আক্ৰমণৰ সঠিক প্ৰত্যুত্তৰ দিছে পাক সেনাই। পাক সেনাবাহিনীৰ প্ৰত্যুত্তৰত ভাৰতৰ পাঁচখন যুদ্ধবিমান ভাঙি পৰিছে আৰু ইয়াৰ ভিতৰত তিনিখনেই ৰাফেল যুঁজাৰু বিমান। তেওঁ দাবী কৰে, ‘যোৱা নিশা পাকিস্তানৰ ছখন চহৰক লক্ষ্য কৰিছিল ভাৰতৰ ৮০খন যুদ্ধবিমানে; কিন্তু আমি সাজু আছিলো। ভাৰতৰ পাঁচখন যুদ্ধবিমান গুলি কৰি ভূপতিত কৰিছো আমি। ইয়াৰে ভিতৰত দুখন ৰাফেল যুঁজাৰু বিমান কাশ্মীৰত ভাঙি পৰিছে আৰু আন এখন ভাটিণ্ডাত ভাঙি পৰিছে। ইপিনে, ভাৰতৰ আক্ৰমণত থৰকাছুটি হেৰুৱাই পাকিস্তানে সম্পূর্ণ আকাশমার্গ বন্ধ কৰি দিয়ে। কেৱল ভাৰতৰ বাবেই নহয়, সকলো দেশৰ বাবেই আকাশ সীমা বন্ধ কৰে পাকিস্তানে। ৪৮ ঘণ্টাৰ বাবে সম্প্রতি এই সিদ্ধান্ত লৈছে বুলি জনাইছে ইছলামাবাদে।

# গভীৰ নিশা আতংক

পহলগাম কাণ্ডৰ ১৫দিন পাছত পাক অধিকৃত কাশ্মীৰ আৰু পঞ্জাব প্রদেশত নটা সন্ত্রাসবাদীৰ ঘাটিত অপাৰেছন সিন্দুৰৰ পাছত ক্ষয়-ক্ষতিৰ কথা এইবাৰ ৰাজহুৱাকৈ স্বীকাৰ কৰিবলৈ বাধ্য হৈছে থৰকাছুটি হেৰুওৱা পাকিস্তানে। পাক সংবাদ মাধ্যমতো প্ৰচাৰিত হৈছে ভাৰতীয় আক্রমণৰ ‘আকস্মিকতা ভয়াৱহতা’ৰ খণ্ড চিত্র। বালাকোটত ভাৰতৰ ছার্জিকেল স্ট্রাইকৰ পাছত নতুন দিল্লীৰ সাফল্যক লৈ সংশয় প্রকাশ কৰা আন্তর্জাতিক সংবাদ মাধ্যমেও এইবাৰ প্রস্ফুটিত হৈছে পাকিস্তানৰ ভূমিত নিখুঁত-নিপুণ লক্ষ্যনিৰ্ভৰ ভাৰতীয় বাহিনীৰ প্রত্যাঘাত। এইমর্মে প্রকাশিত তথ্য অনুসৰি, পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজফ্ফৰাবাদৰ এটা অঞ্চলত অন্তত ১০ৰ পৰা ১৫টা ক্ষেপণাস্ত্রই আঘাত হানিছে। মুজফফৰাবাদৰ উপকণ্ঠীয় নিলম ৰোড অঞ্চলৰ বাসিন্দা আহমেদ আব্বাছীয়ে কয়, ‘গভীৰ নিশা অন্ততঃ ১০-১৫টা ক্ষেপণাস্ত্রই আহি বায়াত-উল-মুজাহিদীনত উল-মুজাহিদীনত আঘাত হানে।’ এই বায়াত-উল-মুজাহিদীন নামৰ মাদ্রাছাখন দৰাচলতে লস্কৰ-ই-তৈবাৰ প্রশিক্ষণ আৰু অস্ত্র-শস্ত্ৰ সৰবৰাহত ব্যবহৃত ছাৱাই নালা শিবিৰ বুলি দাবী কৰে ভাৰতীয় সেনাই। আব্বাছী আৰু তেওঁৰ তওঁৰ ওচৰ-চুবুৰীয়াসকলে পুনৰ আক্ৰমণৰ আশংকাত ভূগিছে।

ইপিনে, বুধবাৰে পুৱাৰ ভাগত ভাৰতীয় সেনাৰ চমু সংবাদমেলত জনোৱা মতে, পুৱতি নিশা ১-০৫ বজাৰ পৰা ডেৰ বজালৈ চলা অভিযানত মুজফফৰাবাদৰ মুঠ দুটা সন্ত্রাসবাদী ঘাটিত আক্ৰমণ কৰা হৈছে। প্রথমটো ঘাটি সীমান্তৰেখাৰ পৰা প্রায় ৩০ কিলোমিটাৰ নিলগৰ ছারাই নালাত লস্কর-ই-তৈবাৰ শিবিৰ। পহলগাম নৰসংহাৰৰ পূৰ্বে এই শিবিবতে আশ্রয় লৈছিল লস্কৰৰ ছায়া সংগঠন ‘দ্য বেজিস্ট্রেল ফ্রন্ট’ (টিআৰএফ)  ঘাতক বাহিনী। তদুপৰি ২৬/১১ৰ মুম্বাইত ভয়াবহ সন্ত্রাস চলোবা সন্ত্রাসবাদী আজমল কাছভেও এই শিবিৰতে প্রশিক্ষণ লৈছিল। অপাৰেছন সিন্দুৰৰ আক্ৰমণৰ লক্ষ্য হোৱা দ্বিতীয়টো শিবিৰ হৈছে লস্কৰৰ শিবিৰৰ পৰা নিলগৰ মার্কাজ ছইদনা বিলালে তথা আৰু এটা পাক সন্ত্রাসবাদী সংগঠন জইছ-ই-মহম্মদব প্রশিক্ষণ শিবিৰ।

সেই অঞ্চলৰ বাসিন্দা মহম্মদ ছাহিল মিৰে আন্তঃৰাষ্ট্ৰীয় সংবাদ প্রতিষ্ঠানক জনোৱা মতে, আক্ৰমণৰ ফলত ভয়াবহ অগ্নিকুণ্ডৰ সৃষ্টি হয় আৰু প্রচণ্ড বিস্ফোৰণৰ শব্দ শুনাৰ পাছতে ঘৰ-বাৰী এৰি তেওঁলোকে দূৰৈব পাহাৰৰ দিশে পলায়ন কৰিছিল। পহলগামৰ সন্ত্রাসবাদীৰ আক্ৰমণৰ প্রত্যাঘাত স্বৰূপ অপাৰেছন সিন্দূৰত পাকিস্তানৰ কোনো সাধাৰণ নাগৰিক ক্ষতিগ্রস্ত হোৱা নাই বুলি ভাৰতৰ দাবীৰ বিপৰীতে ইছলামাবাদে অভিযোগ কৰে যে পাক অধিকৃত কাশ্মীৰৰ ৰাজধানী মুজফফৰাবাদ তথা পঞ্জাৱৰ শৈক্ষিক প্রতিষ্ঠান আৰু মছজিদত আঘাত হনা হৈছে। যাৰ ফলত সাধাৰণ বাসিন্দাসকল ক্ষতিৰ সম্মুখীন হৈছে। তথ্য অনুসৰি, পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নটা স্থানত ভাৰতীয় সেনাৰ আকাশমাৰ্গৰ আক্ৰমণৰ সময়ত স্থানীয় মছজিদসমূহৰ পৰা মাইকেৰে ঘোষণা কৰি স্থানীয় লোকসকলক সতর্ক কৰি দিয়া হৈছিল।

লাউড স্পীকাৰত এই ঘোষণাত ততাতৈয়াকৈ বিভিন্নজনে নিৰাপদ স্থানলৈ আঁতৰি যায়। এনে কিছুমান বাসিন্দাই বিভিন্ন সংবাদ মাধ্যমত কয় যে এটাৰ পাছত আনটো বিস্ফোৰণৰ শব্দ শুনিছিল তেওঁলোকে। এনে এজন বাসিন্দা মহম্মদ শ্বাহিৰ মিৰে কয়, ‘তেতিয়া আছিল গভীৰ নিশা আৰু আমি শুনিছিলো বিস্ফোৰণৰ প্ৰচণ্ড শব্দ। আমাৰ ঘৰটো কঁপি উঠিছিল। আমি বৰ ভয় খাইছিলো আৰু সন্তানবোৰক লৈ খৰখেদাকৈ ঘৰৰ পৰা বাহিৰলৈ আমি ওলাই আহিছিলো। পাহাৰৰ দিশে গৈছিলো আমি।’ মিৰৰ দৰে পাক অধিকৃত কাশ্মীৰৰ এনে বহু বাসিন্দাই ঘৰ এৰি নিৰাপদ স্থানব সন্ধানত পাহাৰতে নিশা কটাইছিল। পুৱা সূর্যোদয়ৰ পাছত ভাৰতৰ আকাশী আঘাতৰ বিষয়ে মুখে মুখে বিয়পি পৰে।

অঞ্চলটোৰ বহু লোকে স্থানীয় এটা মছজিদৰ সমীপত সমবেত হয়। এনে তথ্য অনুসৰি মছজিদটোৰ ছাদখন সম্পূর্ণৰূপে ভাঙি গৈছে। স্থানীয় লোকৰ দাবী যে মছজিদৰ দেৱাল খহি তিনিজনৰ মৃত্যু হৈছে। ইপিনে, পাক সেনাৰ মতে, ভাৰতীয় সেনাবাহিনীৰ আঘাতত মৃতকৰ সংখ্যা ২৬জন আৰু আহতৰ সংখ্যা ৪৬জন। স্থানীয় বাসিন্দা মিৰে কয় যে তেওঁ আৰু পৰিয়ালৰ লোকসকলে প্রায় চাৰি ঘণ্টা খোলা আকাশৰ তলত আছিল। তেওঁলোকৰ দৰে আন বহুজনে ভয় আৰু আতংকত সময় অতিবাহিত কৰিছিল। বুধবাৰে পুৱাৰ ভাগত আঘাতপ্রাপ্তসকলক চিকিৎসাৰ বাবে স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়।

পাক অধিকৃত কাশ্মীৰৰ নিৱাসী মহম্মদ ৰাহিদে কয় যে ঘটনাৰ সময়ত তেওঁ নিদ্ৰাৰত অৱস্থাত আছিল আৰু তেওঁৰ ঘৰটো বৃহৎ জোঁকাৰণিত কঁপি উঠে। তেওঁ কয়, ‘আমি কি হৈছে বুজি পোৱাৰ আগতেই এটাৰ পাছত আনটো ক্ষেপণাস্ত্র আক্রমণ হৈছিল। ইয়াৰ ফলত তীব্র আতংকৰ সৃষ্টি হয়। বিছনাৰ পৰা মই জঁপিয়াই পৰিয়াল আৰু ওচৰ-চুবুৰীয়াৰ স’তে ঘৰৰ বাহিৰলৈ নিৰাপদ স্থানৰ সন্ধানত পলায়ন কৰো। আমাৰ সন্তানবোৰে কান্দিবলৈ ধৰিছিল আৰু মহিলাসকলে জীৱনৰ তাড়নাত যেনি-তেনি দৌৰিছিল। ইপিনে, মহম্মদ ইউনুছ শ্বাহে কয় যে নাঙাল ছাহদান উপকণ্ঠ অঞ্চলৰ এটা শৈক্ষিক প্ৰতিষ্ঠানত মিছাইলৰ আঘাতত এটা মছজিদ ধ্বংসপ্রাপ্ত হয়।

তেওঁ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কোৱা মতে, প্রথমতে তিনিটা ক্ষেপণাস্ত্র একেলগে আহিছিল আৰু সাত মিনিটমান পাছত চতুর্থ ক্ষেপণাস্ত্রই আঘাত কৰিছিল। চৌহদটোত এখন স্কুল, এখন কলেজ আৰু এখন হাস্পতাল আছিল বুলিও তেওঁ দাবী কৰে। তেওঁলোকে কয় যে কিবা এটা হ’ব বুলি আশংকাত তেওঁলোক ভুগি থকাৰ সময়তে আক্ৰমণৰ ঘটনাই তেওঁলোকক অতিশয় ভীতিগ্রস্ত কৰি তুলিছে। অৱশ্যে মছজিদ আৰু আরাসিক চৌহদ, হাস্পতাল আদিত আক্ৰমণ কৰা নাই বুলি ইতিমধ্যে ভাৰতে স্পষ্ট কৰি দিছে আৰু কৈছে যে প্রতিটো পদক্ষেপেই সুনির্দিষ্ট, জুখি-মাখি কৰা তথা অপ্ৰৰোচনামূলক আক্রমণ। স্থানীয় লোকসকলে কয় যে দেখাত মছজিদটো আন সাধাৰণ মছজিদৰ দৰেই আছিল। য’ত তেওঁলোকে পাঁচবাৰকৈ নামাজ পঢ়িছিল। ইয়াত যদি কিবা সন্দেহজনক কার্যকলাপ সংঘটিত হৈছিল, তেন্তে সেই বিষয়ে তেওঁলোক অৱগত নহয়।

# কলিমা পঢ়ক: সামাজিক মাধ্যমত বিয়পিছে ভিডিঅ’

চৌপাশে ঘিটমিটিয়া অন্ধকাৰ। তাৰ মাজতে মাইকত চলিছে ঘোষণা। স্থানীয় মছজিদৰ পৰা শিশু আৰু বয়স্কসকলক ঘৰৰ দুৱাৰত তলা লগাই থাকিবলৈ নির্দেশ বাৰম্বাৰ দিয়া হৈছিল। কলিমা পাঠ কৰিবলৈয়ো পৰামৰ্শ দিয়া হৈছিল পাকিস্তানৰ নাগৰিকসকলক। অপাৰেছন সিন্দূৰৰ পাছত এনে ঘটনাৰ দৃশ্য সম্বলিত ভিডিঅ’ সামাজিক মাধ্যমত বিয়পি পৰে। ‘মোছাদ কমেণ্টেৰী’ নামৰ এটা একাউণ্টৰ পৰা সামাজিক মাধ্যম ‘এক্স’ হেণ্ডেলৰ পৃষ্ঠাত এই ভিডিঅ’টো প’ষ্টকৰি দাবী কৰা হৈছে যে ই অপাৰেছন সিন্দূৰৰ পৰৱৰ্তী দৃশ্য। এই ভিডিঅ’ত দেখিবলৈ পোৱা অঞ্চলৰ মছজিদৰ পৰা মাইকেৰে অহৰহ ঘোষণা কৰি থকা হৈছে। এজন লোকে এই ঘোষণাত কয়, ‘ঘৰৰ শিশু আৰু বয়স্কসকলক লৈ ঘৰৰ ভিতৰত থাকক। দুৱাৰত তলা লগাওক। বাহিৰলৈ নাযাব। ওপৰ মহলৰ পৰা এই নির্দেশ দিয়া হৈছে। সকলোরে মিলি কলিমা পঢ়ক।’

ইপিনে, ভাৰতীয় বৈদেশিক মন্ত্রণালয়ে এক বিবৃতিত কয় যে নির্দিষ্ট লক্ষ্যভিত্তিক আক্ৰমণ কৰা হৈছে পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ নটা স্থানৰ সন্ত্রাসবাদী ঘাটিত। যিসমূহ স্থানত বহি ভাৰতে সন্ত্রাসবাদী ঘাটিত আক্ৰমণৰ পৰিকল্পনা ৰচিছিল আৰু নির্দেশ দিছিল সেইসমূহতে আঘাত হনা হৈছে বুলিও মন্ত্রণালয়ে বিবৃতিত দাবী কৰে। বিবৃতিত কোৱা হৈছে, ‘আমাৰ পদক্ষেপ সুনির্দিষ্ট পৰিমিত আৰু অপ্ৰৰোচনামূলক। পাকিস্তানী সেনা বাহিনীৰ কোনো পৰিকাঠামোত আঘাত হনা হোৱা নাই। লক্ষ্য নির্ধাৰণ আৰু আঘাত হনাৰ প্ৰশ্নত ভাৰতে উল্লেখনীয় সংযম প্রদর্শন কৰিছে।

# ভাৰতৰ আক্ৰমণত ছিন্ন-ভিন্ন সন্ত্রাসবাদীৰ মূল ঘাটি মার্কাজ ছুভান আল্লাহ

ভাৰতৰ বক্তব্য অনুসৰি, পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিক লক্ষ্য কৰি লোৱা হৈছে আৰু বহুকেইটা এনে ঘাটি সম্পূর্ণ নিশ্ছিন্ন কৰা হৈছে। ইয়াৰে অন্যতম লক্ষ্য আছিল বাহাৱালপুৰ চহৰ। সেই স্থানত ভাৰতৰ আক্ৰমণৰ কথা পাকিস্তানেও স্বীকাৰ কৰিছে। এই পৰিস্থিতিত সামাজিক মাধ্যমত ভিডিঅ’ প্ৰচাৰিত হৈছে আৰু ভিডিঅ’ত দেখা গৈছে যে ক্ষেপণাস্ত্র আক্রমণৰ পাছত এটা অট্টালিকা সম্পূর্ণৰূপে ভাঙি-ছিঙি গৈছে। দাবী অনুসৰি এই ঘৰটো বাহাৱালপুৰত অৱস্থিত মার্কাজ ছুভান আল্লাহ। এইটো জঈছ-ই-মহম্মদ নামৰ দুর্ধর্ষ সন্ত্রাসবাদী সংগঠনৰ অন্যতম ঘাটি আৰু প্ৰশিক্ষণ শিবিৰ আছিল বুলিও কোৱা হৈছে। এই ভিডিঅ’ত দেখা গৈছে যে সম্পূৰ্ণৰূপে ছিন্ন-ভিন্ন হৈছে ঘৰটো। বিশাল ঘৰটোৰ ঠায়ে ঠায়ে বিস্ফোৰণৰ চিহ্ন।

ঘৰটোৰ দেৱাল আৰু মজিয়াত বৃহৎ গাঁতৰ সৃষ্টি হোৱাৰ লগতে ছাদৰ বিভিন্ন অংশ ভাঙি পৰিছে। দুৱাৰ আৰু খিৰিকীও টুকুৰা টুকুৰ হৈছে। এই ভিডিঅ’ প্রত্যক্ষ কৰি ভাৰতীয় নাগৰিকসকলে সামাজিক মাধ্যমত উল্লাস প্রদর্শনো কৰে আৰু কয় যে পাকিস্তান আৰু তাত থকা সন্ত্রাসবাদীসকলে উচিত শিক্ষা পাইছে। মনকৰিবলগীয়া যে লাহোৰৰ পৰা চাৰিশ কিলোমিটাৰ নিলগৰ বাহাৱালপুৰ চহৰ পাকিস্তানৰ দ্বাদশ বৃহত্তম চহৰ। ইয়াত সন্ত্রাসবাদী সংগঠন জঈছ-ই-মহম্মদৰ শক্তিশালী ঘাটি বুলিও কোৱা হয়। জঈছৰ মূল কার্যালয় হৈছে জামিয়া মছজিদ ছুভান আল্লাহ চৌহদত। ইয়াক বহুতে ওছমান-উ-আলী চৌহদ বুলিও কয়। এই চৌহদ ১৮ একৰ ভূমিত বিস্তৃত হৈ আছে। অভিযোগ অনুসৰি, ইয়াত জঈছৰ সন্ত্রাসবাদীসকলক প্রশিক্ষণ দিয়া হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: INDIA PAK WAROperation Sindoor
publisher

publisher

Related Posts

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট
Assam

GAUHATI HIGH COURT:অসমত বিদেশী ঘোষিত লোকেও লাভ কৰিলে ভাৰতীয় পাছপ’ৰ্ট

September 22, 2026
IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ
Assam

IPL Gambling:আইপিএল জুৱাৰ ছিণ্ডিকেটৰ কাণ্ডাৰী দ্বীপেশ বাজোৰিয়াক অৱশেষত গ্ৰেপ্তাৰ ইডিৰ

September 22, 2026
মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!
India

মাহৰ পাছত মাহ ৰেচন নোলোৱা গ্ৰাহকৰ কাৰ্ড হ’ব পাৰে নিষ্ক্ৰিয়!

September 21, 2026
শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!
Entertainment

শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

September 21, 2026
এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে
India

এবছৰৰ ভিতৰতে বিশ্বত ভূজল হ্ৰাসৰ সংকট ন শতাংশ বৃদ্ধি পালে

September 21, 2026
ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী
International

ঘনাই উদ্‌দ্গীৰণ হোৱা ইণ্ডোনেছিয়াৰ আগ্নেয়গিৰিয়েই অধিক বিধ্বংসী

September 21, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d