Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

জোৱানৰ বলীদানক স্বীকৃতি নিদিলে চীনে

publisher by publisher
July 15, 2020
in India, News
Reading Time: 1 min read
0
জোৱানৰ বলীদানক স্বীকৃতি নিদিলে চীনে
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

ইন্ধন সংকটত পৰা শ্ৰীলংকাক সহায়ৰ হাত ভাৰতৰ

Impact of Middle East war on India:মধ্যপ্রাচ্যৰ যুদ্ধৰ অশুভ প্ৰভাৱ !

ভাৰতৰ স’তে যোৱা ১৫ জুনত লাডাখৰ সীমান্তত সংঘটিত ৰক্তাক্ত সংঘৰ্ষত প্ৰাণ হেৰুওৱা চীনা সৈন্যক প্ৰাপ্য মৰ্যাদা দিবলৈ অস্বীকাৰ কৰিছে চীনে । এই জোৱানসকলৰ বলিদানক স্বীকৃতি নিদিলে বেইজিঙে । লাডাখ সীমান্তৰ গালৱান উপত্যকাত হোৱা সংঘৰ্ষত নিহত চীনা সেনাৰ পৰিয়ালবৰ্গকো আনকি মৃতকৰ সমাধি অনুষ্ঠান আৰু অন্ত্যোষ্টিক্ৰিয়া সম্পৰ্কীয় কোনো ধৰণৰ অনুষ্ঠান আয়োজন নকৰিবলৈ চীনা চৰকাৰে হেঁচা দিছে ।

ADVERTISEMENT

ইয়াৰ বিপৰীতে ভাৰতে কোনো সংকোচ নকৰাকৈ মৃত সেনা বিষয়া জোৱানসকলৰ নাম ৰাজহুৱা কৰাৰ লগতে যথাযোগ্য মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰিছে । ভাৰতে স্বীকাৰ কৰিছে যে কৰ্তব্যৰত অৱস্থাত ২০ জন ভাৰতীয় সেনাই প্ৰাণ হেৰুৱাইছে ৷ এইসকল ভাৰত চৰকাৰে তথা দেশবাসীয়ে নায়কৰ স্থান দিছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২৮ জুনৰ মাহেকীয়া “মন কী বাত” অনুষ্ঠানত ছহিদ সেনাসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে এইসমূহ পৰিয়ালৰ বলিদান উপাসনাৰ যোগ্য বুলি মন্তব্য কৰে ৷

ইয়াৰ বিপৰীতে ঘটনাৰ এমাহ পাছতো চীনে এতিয়াও সদৰী কৰা নাই কিমান সংখ্যক সেনা হতাহাত হ’ল। তথ্য অনুসৰি সংঘৰ্ষত প্ৰিয়জনক হেৰুওৱা শোকাহত চীনা পৰিয়ালবৰ্গৰ স’তে চীনা চৰকাৰে দুৰ্ব্যৱহাৰ কৰিছে ৷ চীন চৰকাৰে হতাহতৰ সংখ্যা মানি ল’বলৈ অস্বীকাৰ কৰাই নহয়, সৈনিকৰ সমাধি অন্ত্যোষ্টিক্ৰিয়াৰ আয়োজনো নাকচ কৰিছে । মাৰ্কিন চোৰাংচোৱাৰ তথ্য অনুসৰি চীনা চৰকাৰে নিজৰ গা বচাবলৈ এনে কৰিছে ।

উক্ত সংঘৰ্ষৰ ঘটনা প্ৰকৃতাৰ্থত ৱেইজিঙৰ তৰফৰ পৰা বৃহৎ ভুল আছিল সেই কথা ঢাকিবলৈ চীনে মৃত সৈনিকৰ বিষয়টো গ্ৰহণ কৰিবলৈ বিচৰা নাই । এই সমূহ তথা মাৰ্কিন সংবাদ মাধ্যমত চোৰাংচোৱাৰ উদ্ধৃতি দি বিস্তাৰিতভাৱে প্ৰকাশ পাইছে ৷ মাৰ্কিন চোৰাংচোৱাৰ মতে ১৫ জুনৰ সংঘৰ্ষত কমেও ৩৫ জন চীনা সৈন্যই প্ৰাণ হেৰুৱাইছে । এনে এক পৰিস্থিতিৰ মাজতে আৰম্ভ হৈছে ভাৰত আৰু চীনৰ মাজত বৈঠক ৷ প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ চুশুলত ভাৰতৰ দিশত চতুৰ্থলানি লেফটেনেণ্ট জেনেৰেল পৰ্যায়ৰ বৈঠক মংগলবাৰে পুৱা ১১.৩০ বজাত আৰম্ভ হয় । এই বৈঠক পূৰ্ব নিৰ্ধাৰিত আছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CHAINAindia
publisher

publisher

Related Posts

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা
Assam

বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d